Тёмный

লোকগীত সুভাষ নাথ Lokageet by Subhash nath. ASSAMESE FOLK SONG 

Subhash nath entertainment
Подписаться 191 тыс.
Просмотров 2,1 млн
50% 1

যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু ,সুৰৰ যাদুকৰ জুবিন গাৰ্গ ৰ আশু আৰোগ্য কামনা কৰি উৎসৰ্গিত
কন্ঠ: সুভাষ নাথ
#Lokageet
#Zubeengarg
#Assamesefolksong
গীত সংগ্ৰহ: সুভাষ নাথ
সুৰ: পৰম্পৰাগত
সঙ্গীত সংযোজন: সুভাষ নাথ আৰু কেশৱ বৰুৱা
বানীবদ্ধ: ক'লাজ ষ্টুডিঅ' অঞ্জনজ্যোতি/ আৰু ডেনিচ
বেটুপাত: নিকুবৰ
বিশেষ কৃতজ্ঞতা: ৰিতুস্মিতা তালুকদাৰ, আনন্দ খাটনিয়াৰ ( ব্ৰেণ্ড এম্বেচাদৰ অসম পৰিবেশ)
অনুপমা ডেকা,
নয়ন নিবিৰ, সঙ্গীতা বৰ্মন, বিশাল বৰ্মন

Видеоклипы

Опубликовано:

 

5 мар 2020

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 610   
@santanujaishreeram7582
@santanujaishreeram7582 Год назад
সুৰীয়া বাঁহীৰ মাত আৰু আপোনাৰ সুমধুৰ কণ্ঠত উচ্চাৰিত বৰগীত শুনি সঁচাই মন প্ৰাণ চুই গল। আপুনি নাগাৰা নামৰ লগতে বৰগীতৰো সুন্দৰকৈ চৰ্চা কৰিছে। আপোনাৰ সু আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ সুভাষ দা। 🙏
@anmoyanmoy4694
@anmoyanmoy4694 Год назад
Hearth touching loka geet.
@anmoyanmoy4694
@anmoyanmoy4694 Год назад
🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔
@hrishikeshmedhi1849
@hrishikeshmedhi1849 Год назад
Uyg
@taranikantachoudhury4514
@taranikantachoudhury4514 2 года назад
গানৰ সুৰ, বাজনা, আৰু লহৰ ভাল হৈছে, ধন্যবাদ
@user-ms7pr1yz9o
@user-ms7pr1yz9o 28 дней назад
বাপ প্ৰথমে সেৱা আগবঢ়াই।এটি অনোৰোধ আকৌ এই বোৰ গীতৰ শৰাই পাম বুলি আকৌ এবাৰ সেৱা ধৰিলো। কৃষ্ণ।
@pranaydas1516
@pranaydas1516 2 года назад
এজন ভাল শিল্পী বিচাৰি পাইছো আপোনাৰ কণ্ঠত।বৰ ভাল লাগিছে গীতটি,কণ্ঠও সলাগৰ যোগ্য।।মাথো এৰি নিদিব, আপোনাৰ দীৰ্ঘায়ো কামনাৰে এমাহত ৪/৫ টি গীত শুনিবলৈ পাম বোলি আষা কৰিলো।।
@Gitika.
@Gitika. 4 года назад
মন প্ৰান ভৰি গ'ল ♥️ ভগৱানে আপোনাক ও সদায় সুস্থ কৰি ৰাখক প্ৰাৰ্থনা জনাইছোঁ 🙏🙏।
@subhashnathentertainment4595
@subhashnathentertainment4595 4 года назад
*বহুত বহুত ধন্যবাদ জনালোঁ।*
@dhanjitdas5939
@dhanjitdas5939 2 года назад
মাটত মৌ লগা, শব্দত হূদয় কপোৱা এনে অপূৰ্ব সূন্দৰ গান আগলৈও যেন শুনিব পাও তাৰে কামনাৰে‌ সুভাষ দা
@hitendas9275
@hitendas9275 3 года назад
সুভাষ দা আপোনাৰ এনেকুৱা গান শুনিলে সৰু সুৰা বেমাৰো ভাল হৈ যাব,কি অপূৰ্ব কন্ঠ আপোনাৰ,আগলৈ আৰু এনেকুৱা গান শুনিব পাম বুলি আশা ৰাখিলো
@kalpanahazarika7631
@kalpanahazarika7631 2 года назад
ইমান যে মধুৰ। গোপীৰ হৃদয়ৰ আৱেগধালি গাইছা।টাতে বাহীৰ হিয়া কপোৱাসুৰতুমি আগবাহি যোৱাবোপাই।আশীবাদ দিছো।কৃষ্ণ।
@jitulkalita4864
@jitulkalita4864 3 года назад
সুভাষ দা আপোনাৰ গীতটো চালো বহুত ভাল লাগিছে , দেউতাৰ আৰু মা আপোনাৰ গীতটো শুনি বহুত ভাল পাই , আপোনাৰ অনুস্থান বিলাক চাই লাগে দাদা ,
@mamanidas3793
@mamanidas3793 Год назад
Subhash nath da apunar nagara naam ba gan jiyei nhowk xunile suni thakibolei mon jai..apunar konthor jadu ase..apuni aagbarhi jawk dada..
@arcreation9131
@arcreation9131 2 года назад
খুবেই সুন্দৰ হৈছে দাদা। জুবিন দাক গাবলৈ দিব এবাৰ নতুনকৈ
@AxomUdhabyt
@AxomUdhabyt 2 года назад
অতি সুন্দৰ কণ্ঠদান।হিয়া ত চুই গৈছে।সূভাস দা আৰু এনেকুৱা গীত পোৱা ৰ আশাৰে ,ধন্যবাদ।
@statuswrld692
@statuswrld692 3 года назад
সুমধুৰ গীত ❣️🙏
@minatipatar2255
@minatipatar2255 2 года назад
বহুত সুন্দৰ গাইছে 🙏
@putumaibora9829
@putumaibora9829 9 месяцев назад
বিন্ধা বনৰ মাজে মাজে সেউজীয়া প্ৰকৃতি ফুলৰে বাৰি ময়োৰীয়ে ধৰে ছালি মাঠাৰে জিলিকে শুবণ কিৰিতী হাতে সিঙা বাঁহী ওঠৰে তিৰে বিৰে মনোহৰ হাঁহি গ'লে ফুলে বকুল ফুলৰ মালা ধাৰী খোজতে লৰে নুপুৰ বজাই তেওঁ য়ে বণমালী তেওঁ য়ে মোৰ প্ৰাণ ধন হৰি ❤❤ইতি তোমাৰ মৰমৰ প্ৰিয়ে মোৰ সছা হৃদয়ৰ এখনি মধুৰ কল্পনা পুথিৰ ভাষাৰে
@kankanbarman9215
@kankanbarman9215 2 года назад
Dada dhuniya lagise aponar xurot jadu ase
@saikiabhaskar5383
@saikiabhaskar5383 2 года назад
সুন্দৰ কণ্ঠ । খুউব ভাল লাগিছে তোমাৰ গীত তো তথা ৰচনা সমুহ । কৃতকাৰ্য্যতা কামনা কৰিলো পভু ভগৱন্ত ৰ ওচৰত । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@utpalbhuyanentertainment4755
@utpalbhuyanentertainment4755 3 месяца назад
লোকগীত ক আৰু আগুৱাই লৈ যোৱত আপুনি বহুত অবদান আগবঢ়ালে।ধন্যবাদ দাইদে।❤
@pranabnath9837
@pranabnath9837 3 года назад
সুভাষ -- তোমাৰ অধিক সফলতাৰ আশা কৰিলোঁ
@anamika6365
@anamika6365 Год назад
Xosay bhut bhut val lage aibur lokogeet🙏🙏
@ritusmitatalukdarentertain5178
@ritusmitatalukdarentertain5178 4 года назад
বান্ধৱ হে .. 🙏 খুবেই প্ৰিয় ♥️এনেকুৱা ভাল ভাল কাম কৰি যোৱা সদায় ভগৱানে এইখিনি শক্তি দি যাওক তোমাক লগতে জুবিন দা আৰোগ্য হওক 🙏🙏
@karnahaloi4225
@karnahaloi4225 4 года назад
বহুত ভাল লাগিছে ধন্যবাদ হলিৰ সুভকামনাৰে
@malikak6158
@malikak6158 4 года назад
Very nice
@assamesetotalgamingsanjubo8098
@assamesetotalgamingsanjubo8098 4 года назад
Ritusmita Talukdar mojja
@krishnamanideka2217
@krishnamanideka2217 4 года назад
Dhuniya laaggil dada
@ajanpeguajanpegu2563
@ajanpeguajanpegu2563 3 года назад
Lllllllllllllllllll
@technicallabo7063
@technicallabo7063 2 года назад
বাহীৰ মাত অতি মনোমোহা 👌👌💘💘
@sanjaydeka1566
@sanjaydeka1566 3 года назад
আাৰু আগবাঢ়ক৷ বহুত বহুত ধন্যবাদ আপোনাক এটা সুন্দৰ লোকগীত আমালৈ আগবঢ়োৱাৰ বাবে৷ 👍🙏🙏🙏
@saratchutia9799
@saratchutia9799 2 года назад
A
@saratchutia9799
@saratchutia9799 2 года назад
N1a.2.
@saratchutia9799
@saratchutia9799 2 года назад
Z.16
@jishnukalita9103
@jishnukalita9103 3 года назад
বহূত ভাল হৈছে
@jintumanideka3993
@jintumanideka3993 3 года назад
Wow nice dada
@aj.drawingneetu
@aj.drawingneetu 3 года назад
সুন্দৰ হৈছে
@punimadevihazarika7724
@punimadevihazarika7724 2 года назад
Bohut Val lagil khuni naam tu🙏🙏🙏
@user-ms7pr1yz9o
@user-ms7pr1yz9o 5 дней назад
প্ৰথমে শেৱা ধৰিলো বাপ ঈশ্বৰ। আগলৈকে এই বোৰ গীতৰ শৰাই পাম বুলি আশা ৰাখিলোঁ
@pintubasumatarypintubasuma6572
@pintubasumatarypintubasuma6572 2 года назад
অতি সুন্দৰ হৈছে নাথ ভাই ।
@dipaksarma9274
@dipaksarma9274 3 года назад
তোমাৰ প্ৰচেষ্টাত এই চিয়া গীত শুনিবলৈ পালো,ভাল লাগিল।
@ratulhaloi5433
@ratulhaloi5433 3 года назад
ইশ্বৰৰ মহিমা সচাকৈ মানিছো । এইবোৰ গীত শুনাৰ লগে লগে সকলো দূখ কষ্ট ভাগৰ পাহৰি যাও । হে প্ৰভু 🙏🏾
@dibyajyotibora8974
@dibyajyotibora8974 3 года назад
Bht bht bhal lagise..krishna
@putukhanikar3740
@putukhanikar3740 7 месяцев назад
সুৰ শব্দ বহুতেই সুন্দৰ ভাল লাগিছে।
@jumideka3778
@jumideka3778 2 года назад
অতি সুন্দৰ 💕
@sanowarhussain6720
@sanowarhussain6720 4 года назад
মধুৰ কণ্ঠ। ❤❤
@lakshyanath294
@lakshyanath294 4 года назад
বহুত ধুনীয়া হৈছে বাপা আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে , এনেকৈয়ে আগুৱাই যোৱা ।
@dipankarroydroy8556
@dipankarroydroy8556 3 года назад
U🙄1
@novellake7527
@novellake7527 3 года назад
সুব সূন্দৰ মিঠা কন্ঠ আপোনাৰ যেন অমৃত পান কৰি আনন্দ লাভ কৰিলো
@DimpiMoni-moina
@DimpiMoni-moina 10 месяцев назад
Nice ...so cute voice suvash dada...apunar naam Mur bhut vl lage...agloi aru vl hok apunar 🙏
@ashimbarman6017
@ashimbarman6017 2 года назад
ভাল লাগিছে সুভাষ দা সুন্দৰ কণ্ঠ
@mitalidas5202
@mitalidas5202 3 года назад
ইশ্বৰৰ মহিমা অপাৰ নিভাজ কন্ঠ সুন্দৰ সুস্বাস্থ্য কামনা কৰিলোঁ জয় শ্ৰী ৰাম৷
@kamalakantanath3935
@kamalakantanath3935 2 года назад
Ati shundar lagise.vagabane aguae juyat shahay karak.
@KamaleswarBaruah
@KamaleswarBaruah Месяц назад
Dhuniya lagise
@depaak1943
@depaak1943 4 года назад
সুন্দৰ হৈছে আগলৈও এনে গীত শুনিশুনিবলৈ পাম বুলি আশা কৰিলো
@mahendradas3116
@mahendradas3116 3 года назад
সুন্দৰ দাদা।
@nipondeka2057
@nipondeka2057 3 года назад
Ai gantu mor bohut val lage..bohut bar xunisu atiyau xunu
@manashbora.9266
@manashbora.9266 4 года назад
Oh,,god ,,so sweet, Suvas da ,,mon pran vori goise . Bandhab he ..ee ..ee ..ee.. a., Sur 2 bhut vl lagise .🌹❤️
@himakshikashyap1082
@himakshikashyap1082 3 года назад
Mojja 👌👌👌
@kamalbordoloi4012
@kamalbordoloi4012 3 года назад
pp
@depaak1943
@depaak1943 2 года назад
অতী সুন্দৰ
@amarendrarajbongshi1906
@amarendrarajbongshi1906 4 года назад
অতি সুন্দৰ সুমধুৰ কণ্ঠস্বৰ শুনি আপ্লুত হৈছোঁ ।আগলৈ এনেকুৱা সংগীতবোৰ শুনিবলৈ পোৱাৰ আশাৰে শুভেচ্ছা ও শুভকামনা কৰিছোঁ ।
@minaramborah4572
@minaramborah4572 11 месяцев назад
বৰ সুন্দৰ পৰিবেশন , তোমাৰ কন্ঠৰ গীত সমুহ শুনি থাকিলে শুনি থাকিব মন যায় আমনি নালাগে , ঈশ্বৰে আগুৱাই নিয়াত সহায় কৰক আৰ্শীবাদ কৰিলোঁ 🙏
@anowarhussain2331
@anowarhussain2331 Год назад
অতি সুন্দৰ হৈছে নাথ । গীত টো সদায়ে ৰাতি এবাৰকৈ শুনি টোপনি যাও । ধন্যবাদ ।
@bipuljyotiborah6204
@bipuljyotiborah6204 3 года назад
Val lagil dada
@user-xh8ir5os8o
@user-xh8ir5os8o 2 года назад
সুন্দৰ ,,,,ভাল লাগি গ'ল শুনি 👍
@mainadewri2923
@mainadewri2923 2 года назад
Eman je dhunia lage apunar git xuni kobo vaxa nai dada great aru akhibad dishu aru aguai jaok dada
@mdmusical6097
@mdmusical6097 3 года назад
শ্ৰুতিমধুৰ ভক্তিগীতি !
@chittadas9549
@chittadas9549 10 месяцев назад
Mur bohut val lagise dada ❤️ I love 💕💕💕💕💕💕💕 you joi Sri Krishna Krishna hare Krishna Krishna Krishna Krishna Krishna hare Krishna hare Krishna hare
@jumidas2350
@jumidas2350 2 года назад
Keep at up dada🙏🙏🙏🙏🙏
@anitahazarikaofficial2342
@anitahazarikaofficial2342 4 года назад
তোমাৰ এই যাত্ৰা অবিৰাম আৰু অবিৰত হওক ।। খুব সাৱলীল কণ্ঠ তোমাৰ মই তোমাত প্ৰথম অনুৰাগী ।। গীত টোত জুবিন দাৰ বিষয়ে যে বুজাইছে ফুটি উঠিছে ।। আশা কৰোঁ দাদাই খুব ভাল পাব ।। শুভেচ্ছা থাকিল ।।
@banashreedas6464
@banashreedas6464 4 года назад
Pp
@dibakarvlogs4610
@dibakarvlogs4610 3 года назад
Nyc
@labanyakalita4056
@labanyakalita4056 Год назад
Bohut bohut dhuniya hoise 🙏🙏🙏
@user-tm7rm8og4d
@user-tm7rm8og4d 4 года назад
কৃষ্ণ 🙏🙏🙏
@8graj
@8graj 3 года назад
তুমাৰ কন্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা হোৱা কামনা ভাইটি
@rupjyotimedhi1503
@rupjyotimedhi1503 4 года назад
এই লোকগীতটো আপোনাৰ কণ্ঠত শুনা খুব হেঁপাহ আছিল দাদা।👍👍👌👌
@subhashnathentertainment4595
@subhashnathentertainment4595 4 года назад
ধন্যবাদ জনালোঁ
@putulkonwar7035
@putulkonwar7035 4 года назад
অমিয়া সুৰ ,বৰ ভাল লাগিল দাদা । সুৰৰ যাদু ,অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰিয়া দেৱক আপোনৰ এই লোকগীতৰ মিনতী দ্বাৰা দিৰ্ঘাও হওক । আৰু লগতে আপোনাকো ভগৱন্তই সু স্বাস্থ্য প্ৰদান কৰি অসমৰ লোকগীতৰ সেউজী পথাৰখন আৰু এখোজ চহকী কৰিবলৈ সু মতি প্ৰদান কৰক ।
@bhashrutideka7708
@bhashrutideka7708 6 месяцев назад
Pqq. J
@bipultalukdar9594
@bipultalukdar9594 3 года назад
কৃষ্ণ কৃষ্ণ ,সুন্দৰ ভক্তি ৰস ।
@ranjitalahkar9049
@ranjitalahkar9049 2 месяца назад
bor sundar hoise
@upennath405
@upennath405 4 года назад
Dhuniya lagise xuni..Zubeen dak val powa manhu bahut ase xasai de
@hirendranathsarmah1144
@hirendranathsarmah1144 Год назад
Very very sweetable the Assamese folk songs was sung by Subhas Nath about the the king singer Jubin Garg.I like support his songs .That is why his heart touching songs is a valuable property of Assamese cultural field.
@jonalinarayandas7097
@jonalinarayandas7097 3 года назад
🥰🥰🥰 vaxa nai kobole.ki hundor poribexon.ai kontho dirghojibi houk
@bhadrakantadas6101
@bhadrakantadas6101 Год назад
সুন্দৰ কন্ঠ নিগৰাইছে। খুবেই ভাল লাগিছে। ভগৱান তোমাৰ লগত সদায় আছে।
@bikashbordoloi9
@bikashbordoloi9 3 года назад
Subhash da khub bhal lagil.
@ZuginRajBorah
@ZuginRajBorah 2 года назад
Bhut bhut dhuniya kokaideu... Hokolu bur aru agoloi Jen ag barhi jai tare kamona korilu... 👍👌❤️😘🙏
@dinumasonowal9867
@dinumasonowal9867 2 года назад
Ki hundor kontho .aguwai juwa
@surgam8076
@surgam8076 3 года назад
আপোনাৰ মধুৰ কন্ঠৰ সৃষ্টিৰাজি শুনি বহুত বহুত ভাল লাগিল । অতি সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ।
@manikadas5077
@manikadas5077 3 года назад
Fdee~♥~~♥~
@astha6610
@astha6610 3 года назад
Moja dada tumar git moi bhut val pow ane koi gai thakibo,🙂🙂🙂
@trailokyaroysinger9677
@trailokyaroysinger9677 2 года назад
ইমান ধুনীয়া লোক গান মই কাহনীও পোবা নাই
@narayanmahanta5464
@narayanmahanta5464 3 года назад
দাদা বহুত ভাল লাগিছে গীতটি মই সদায় শুনো ❤️❤️❤️👌👌👍🔥🔥🔥🔥🔥
@nayanmonidowarah9385
@nayanmonidowarah9385 3 года назад
Nice song jay Horee nam jay.
@gitumanikalita8495
@gitumanikalita8495 8 месяцев назад
Bohut dhuniya hoise dada mon sui gol
@rajibnath8240
@rajibnath8240 2 года назад
Dhuniya lagil gan2 xhuni ❤️❤️❤️🙏
@dipenkutum3256
@dipenkutum3256 2 года назад
Subhah da bohut hundar mat aaru agolyi huniblyi pam
@hirumanidas4867
@hirumanidas4867 3 года назад
👌👌👌👌aponar lokgeet first' xunilu....bohut Val lagil xuni
@anubhabaruah9032
@anubhabaruah9032 3 года назад
Very nice song& very sweet voice
@digantanath9341
@digantanath9341 3 года назад
Bohut val lagise dada
@chandanakakati9218
@chandanakakati9218 3 года назад
Khub val lagil .....
@joyramrabha6151
@joyramrabha6151 3 года назад
Ati sundar love it🥰
@poraghandique9626
@poraghandique9626 4 года назад
সুন্দৰ হৈছে।
@babusaikia9579
@babusaikia9579 2 года назад
সুন্দৰ কণ্ঠ
@bhaskarjyotimazumdar9442
@bhaskarjyotimazumdar9442 4 года назад
অন্তৰ চুই গৈছে গানটোই,♥️♥️♥️♥️♥️♥️♥️♥️
@subhashnathentertainment4595
@subhashnathentertainment4595 4 года назад
ধন্যবাদ জনালোঁ
@dhiramonidaka6057
@dhiramonidaka6057 3 года назад
Nice
@mukutkalita5996
@mukutkalita5996 4 года назад
অতি মনোৰম। এইবাৰ বাণীবন্ধন কৰিলে খবৰ কৰিব বজাই দিম।
@kaminidas1449
@kaminidas1449 3 года назад
প্ৰভু বান্ধৱ বৰ সুন্দৰ । মই আপোনাৰ গানেৰে মোৰ দিনটো আৰম্ভ কৰো । মোৰ ঘৰৰ ওচৰৰ ৰাজহুৱা নামঘৰত পুৱা গধূলি সদায় বজাও। মই ঘৰতো বজাও খুব সুন্দৰ ।
@subhashnathentertainment4595
@subhashnathentertainment4595 3 года назад
সেৱা জনালোঁ
@nituls4407
@nituls4407 3 года назад
Krishna... Bohut vl lgise apunr gan2... Aru anekuwa provur kthak loi lokogeet bonauk. Krishnai apunk kreepa krok
@jeebansarma1846
@jeebansarma1846 3 года назад
সুন্দৰ দাদা । আৰু লোক গীত শুনিব পাম বুলি আশা থাকিল ।
@amlan57
@amlan57 2 месяца назад
ইমান ধুনীয়া কন্ঠ ❤
@hareshhazarika85
@hareshhazarika85 4 года назад
ভাল লাগিল ।
@keshabbiswas5263
@keshabbiswas5263 3 года назад
Bohut hundor dada huni takibo mon jay ❤👌
@novellake7527
@novellake7527 3 года назад
Moiu xub xunu
@arifahmed7098
@arifahmed7098 3 года назад
Bah bahut val lagise apunar xur
@gireshdas8188
@gireshdas8188 2 года назад
হৰে কৃষ্ণ প্ৰভু , বহুত ভাল লাগিল
@harekrishnadasnagaranaam8549
@harekrishnadasnagaranaam8549 3 года назад
ধুনীয়া লাগিল শুনি দাদা
@jintukumarkoch4025
@jintukumarkoch4025 Год назад
অতি সুন্দৰ হৈছে।
@jaganathdoley6521
@jaganathdoley6521 4 года назад
সুন্দৰ
@arabindapathak30
@arabindapathak30 3 года назад
Deri koi holeo Moi subha kamona korisu. Bhal lagise.
@dolihazarika208
@dolihazarika208 4 года назад
Bohut val lagil Dada 👍
@technicalhelp9965
@technicalhelp9965 4 года назад
Mojaa lagise subaash daa
Далее
He turned a baseball into a stylish shoe😱
00:59
Просмотров 865 тыс.
BABYMONSTER - ‘FOREVER’ M/V
03:54
Просмотров 8 млн
puwa hori nam
25:41
Просмотров 85 тыс.
Nagara Nam By - Subhash Nath.
1:14:41
Просмотров 265 тыс.
Jakone, Kiliana - Асфальт (Mood Video)
2:51
Просмотров 1,3 млн
GODZILLA
2:09
Просмотров 174 тыс.
Асфальт
2:51
Просмотров 761 тыс.
БОЛЬШЕ НЕ ВАЦОК
1:43
Просмотров 1,5 млн
LISA - ROCKSTAR (Lyrics)
2:19
Просмотров 647 тыс.