Тёмный

শক্তি বিভাগক জনতাই বান্ধি দিলে ৪৮ ঘণ্টাৰ সময় 

DY365
Подписаться 2 млн
Просмотров 84 тыс.
50% 1

শক্তি বিভাগক জনতাই বান্ধি দিলে ৪৮ ঘণ্টাৰ সময়। ঘৰৰ পৰা খুলি নিনিলে অফিচত দলিয়াব স্মাৰ্ট মিটাৰ। ‘আমি দিনহাজিৰা কৰি খাওঁ, কেনেকৈ দিম স্মাৰ্ট মিটাৰৰ বিল?’
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 286   
@user-hr1qq9hl3u
@user-hr1qq9hl3u 21 день назад
সঠিক পদক্ষেপ । অসমৰ সকলো জিলাতে এই পদক্ষেপ লওক ।সংগ্ৰামী জনতা জিন্দাবাদ ।
@dibyajyotigogoi4801
@dibyajyotigogoi4801 21 день назад
এইবাৰ এইখন চৰকাৰক এশেকা দিব মহিলা সকলে।1250 টকাই এইবাৰ কাম নি দিব।
@premodharphukan1101
@premodharphukan1101 21 день назад
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজ স্মাৰ্ট হওক ৷
@बाबा-व4च
@बाबा-व4च 21 день назад
য'ত কয়ছিল স্মাৰ্ট চিটিৰ কথা আৰু তাত আহিল লুটি নিয়া স্মাৰ্ট মিটাৰ
@user-hr1qq9hl3u
@user-hr1qq9hl3u 21 день назад
BJPক ভোট দিয়াৰ পৰিণাম ।ৰাইজ এইবাৰ ভোট দিওতে কথাটো মনত ৰাখিব ।
@prabinmallabaruah8845
@prabinmallabaruah8845 20 дней назад
আমাৰ মানুহ বোৰ সহজ -সৰল। গতিকে চলাহি কথা আৰু ভুৱা প্ৰতিশ্ৰুতি পালে পাহৰি যায় আৰু পাচ বছৰলৈ জীয়াতু ভূগি মৰে।
@nironkurmi5845
@nironkurmi5845 20 дней назад
Right​@@prabinmallabaruah8845
@keshabrabha6442
@keshabrabha6442 20 дней назад
দুখিয়াৰ তেজ শুহি খোৱা চৰকাৰ, বহুত হল এতিয়া আৰু সুবিধা দিয়া নহব, মামাৰ চৰকাৰ মূৰ্দাবাদ, বি জে পি চৰকাৰ মূৰ্দাবাদ
@paporigogoi8980
@paporigogoi8980 21 день назад
উপনিবাচনত BJP ক ভোট নিদিব
@rlrajibhussain4244
@rlrajibhussain4244 20 дней назад
Bjp hatau
@Assam_majuli
@Assam_majuli 21 день назад
চামোচেৰে দি বেলচাৰে উঠোৱা কথাতো আজি প্ৰমান।
@jatinbaishha3540
@jatinbaishha3540 21 день назад
এই খন চৰকাৰে জনতাৰ কথা নুশুনে ময়মতালীৰে জনতাক মাধামাৰ মাৰিছে । ধৰুৱা চৰকাৰ।
@SangramBangthai
@SangramBangthai 21 день назад
সমগ্ৰ ৰাজ্য জুৰি এই প্ৰতিবাদ তীব্ৰ কৰিব লাগে
@junmonidas1910
@junmonidas1910 20 дней назад
সকলো ওলাই আহক ৰাইজ ✊✊
@CharbeshRabha-qk4ye
@CharbeshRabha-qk4ye 20 дней назад
অতি সুন্দৰ পদক্ষেপ,এইয়ে সাধাৰণ জনতাৰ ওপৰত শক্তি বিভাগ আৰু অসম চৰকাৰৰ মইমতালি দেখুওৱাৰ উত্তম সময়।।
@puspadhardowarah1932
@puspadhardowarah1932 21 день назад
বিজেপিক ভোট দিয়াৰ পৰিণাম এয়ে।এই অৱস্থা চলি থাকিলে দিন হাজিৰা কিছু লোকযে গছত ওলমিয়েই হওক অথবা বিষাক্ত ঔষধ খাইয়েই হওক এগাল লয় হব।ই মোৰ ভবিষ্যত বাণী।ই কেতিয়াও নাকচ হব নোৱাৰেই!আচৰিত কথা দিন হাজিৰা কৰা লোকৰ%মুখতো শুনা গৈছিল বোলে আকৌ এবাৰ বিজেপি চৰকাৰ(মবাইলত দেখা গৈছিল)।সেই অধম গাল যেতিয়া গছৰ ডালত গুটি হৈ ওলমিব তেতিয়া সিহতৰ আত্মীয় কুটুম্বে বুজিব যে বিজেপিক ভোট দি জিকোৱাৰ পৰিণাম কিমান ভীষণ!আৰু সেইটো হবলৈ গৈ আছে আৰু"হবই।
@user-dn6xh8lz7y
@user-dn6xh8lz7y 21 день назад
ইমান কঠা কৈ লাভ নাই মিতাৰ ভাঙি পেলোৱা 😂😂
@joshnaray3117
@joshnaray3117 20 дней назад
জদি স্মাৰ্ট মিটাৰ খুলি নিয়ে , অসমৰ ৰাইজ হাত জোৰ কৰিছু জেন বিজেপিক ভোট নিদিয়ে , হিমন্ত ৰ কথা মতে অসম নচলিব
@keshabsaikia4609
@keshabsaikia4609 21 день назад
100/suport
@SikariRongpi-ui8hw
@SikariRongpi-ui8hw 20 дней назад
সুন্দৰ পদক্ষেপ লৈছে ৰাইজে
@ForidulIslam-jp1nv
@ForidulIslam-jp1nv 21 день назад
Good decision 🎉❤
@RamkumarMili-t4f
@RamkumarMili-t4f 21 день назад
প্ৰতিবাদ কৰিব লগা সময় হল।
@enoshpando5639
@enoshpando5639 21 день назад
ভাল কথা কৈছে
@saminkumar1259
@saminkumar1259 20 дней назад
ৰাইজতকৈ চৰকাৰ ডাঙৰ হ'ব নোৱাৰে
@pajiruddinahmed2995
@pajiruddinahmed2995 20 дней назад
গোটেই অসমত হৱ লাগে এই নিয়ম
@Kanishkadaimary-j5f
@Kanishkadaimary-j5f 21 день назад
নিজৰ স্মাৰ্ট মিটাৰ দলিয়াই দিব 😂😂😂😂😅😅😅😅😊😊😊
@pranjalgogoi1297
@pranjalgogoi1297 20 дней назад
সচাকৈ right
@bedantakakati4153
@bedantakakati4153 20 дней назад
। চৰকাৰে নিজৰ ময় মতালিত কাম কৰিব লৈছে জনতা পৰিবৰ্তন কৰিব ২০২৬ আগত আছে। জনতা জাগ্রত হক এই চৰকাৰ বাবে। ৫ বছৰ বেছি দিন শাসন কৰিলো জনতাকো হিট লাৰ শাসন কৰে। ৫ বছৰ মুৰে মূৰে চৰকাৰ পৰিবৰ্তন কৰিব লাগে👍👍👍👍
@jayantasaikia1327
@jayantasaikia1327 21 день назад
Tejkhua sorkar bjp
@BabloShak
@BabloShak 21 день назад
আরো,রাইজর,হাতত,সময়,আছে,2026
@user-xy8dp4ih8w
@user-xy8dp4ih8w 20 дней назад
চৰকাৰে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ খুলি লওক নহ'লে সৃষ্টি হ'ব পাৰে হুলস্থল
@digantabora8453
@digantabora8453 20 дней назад
জীৱনত কেতিয়াও বি জে পি ক ভুত নিদিওঁ
@sangitaboruah6293
@sangitaboruah6293 20 дней назад
বিজেপিক ভোট দিয়া পৰিনাম।আৰু ভূগিব লাগিব জীয়াতু ।
@skvolgs144-p1e
@skvolgs144-p1e 14 дней назад
BJP ক Vote দিয়াৰ পৰিণাম অকৰা জনতা এতিয়া পাই ছ মচলা🔥🔥🔥🔥
@biki185
@biki185 21 день назад
হে ভগবান মামা ৰ পৰা ৰক্ষা কৰক।।😂
@RafiulAli-fq7yb
@RafiulAli-fq7yb 20 дней назад
কেঞ্চাৰ হৈ মৰিব মানুহৰ অভিশাপ lagily
@debajitkumarsarma2825
@debajitkumarsarma2825 21 день назад
We must be SMART against SMART meter means smart dacoit
@SADHANRanjanHajong-lj9zf
@SADHANRanjanHajong-lj9zf 20 дней назад
গোটেই অসমৰ চুকে -কোণে মহিলাৰ জাগৰণ শক্তি জাগি উঠক এই ডকাইত ৰুপি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@tikhulimbu8858
@tikhulimbu8858 20 дней назад
বহুত ভাল লাগিছে সকলো
@10thtilak25
@10thtilak25 21 день назад
Val khabor
@AjoyBorahAjoyBorah
@AjoyBorahAjoyBorah 21 день назад
আমাৰ ঘৰৰপৰাও লৈ জাবলৈ জাবলৈ অনুৰোধ জনালো ।
@pranabbarman9255
@pranabbarman9255 21 день назад
এই লুণ্ঠন কাৰী স্মাৰ্ট মিটাৰ কোনো মধ্যে গ্ৰহণ কৰা নহব
@Grbora94953
@Grbora94953 20 дней назад
সুন্দৰ প্ৰদক্ষেপ, সকলোতে ব্যাপক প্ৰতিবাদ হ'ব লাগে লগতে 2026চনত বিজেপি চৰকাৰকো দলিয়াই পেলাব লাগে।
@umanandahazarika8872
@umanandahazarika8872 20 дней назад
সুন্দৰ পদক্ষেপ, নহ'লে যে দুখীয়া জনসাধাৰণক এইখন বিজেপি চৰকাৰে জিয়াই জিয়াই মাৰিব,
@chhayadeb9663
@chhayadeb9663 20 дней назад
True, we got time 48 days to pay the bill but at present we donot get any time.
@JohirulIslam-fb1en
@JohirulIslam-fb1en 20 дней назад
আকৌ এবাৰ মোদী চৰকাৰ। ভোট দিয়াৰ সময় তো BJP কেই দিব সেইটো আমি জানো।
@user-jhdk777j
@user-jhdk777j 20 дней назад
xaitutu hoie no bro... Mama jotei thke xaitu partye jikibo xaitu 100℅ xosa ktha 😢
@rlrajibhussain4244
@rlrajibhussain4244 20 дней назад
Thike koisa ihotok Buji puwa tan electric connection ahile pukor dangi di ahibo Jodi khok ase bjp hatau tetiya gom pam khosakoi baidau hot gorm hoise.
@rlrajibhussain4244
@rlrajibhussain4244 20 дней назад
Arunodaya haaaaa.
@UpenDeka-t9r
@UpenDeka-t9r 21 день назад
Right now
@imranhussainpradhani3971
@imranhussainpradhani3971 20 дней назад
BJP zindabad কৰক
@farukhussain9581
@farukhussain9581 21 день назад
Very gd guys
@bimanrajkonwar7948
@bimanrajkonwar7948 21 день назад
Good decision
@ranjitgogoi1031
@ranjitgogoi1031 20 дней назад
সঠিক পদক্ষেপ
@Atikurvlogs7
@Atikurvlogs7 20 дней назад
আগৰ মিটাৰতু ভাল কাৰনে লুতিব নোৱাৰে যে bjp য়ে
@skvolgs144-p1e
@skvolgs144-p1e 14 дней назад
BJP GO BACK TO ALL ASSAM HEMANTA BISHA SHARMA 🔥🔥😡😡😡
@parthajitbora4061
@parthajitbora4061 20 дней назад
হয়। Smart Miter পাছত বিল আমাৰো বেছি আহিছে।
@anjaliray4908
@anjaliray4908 20 дней назад
Bjp go back
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 21 день назад
Good good good very Good
@AnupDas-lb2dl
@AnupDas-lb2dl 20 дней назад
Right decision👏👏
@user-hh2vg6zf2c
@user-hh2vg6zf2c 21 день назад
আকৌ এবাৰ বিজেপি।চৰকাৰ
@rajuhandique574
@rajuhandique574 20 дней назад
A moja❤❤❤
@rameshbaglari8876
@rameshbaglari8876 20 дней назад
এয়া smart meter মানে smart লুণ্ঠনৰ ব্যবস্থা বুলিহে বুজিছোঁ।
@RafiulAli-fq7yb
@RafiulAli-fq7yb 20 дней назад
একো নাই দিয়া মামাই যি koi sob দেখোন মানে,,, গছৰ পুলি ৰোৱা পইচা dily n,,,,mama ki আমাৰ ভগৱান নেকিন,,,নাজানো আৰু
@dharitrichabukdhara7383
@dharitrichabukdhara7383 15 дней назад
চৰকাৰ ধবংসৰ আগজাননী এইয়া ৷বাতিল নকৰিলে 26 ৰ নিবাচনত চৰকাৰ চেটেপ ৷
@shohidulislam-uf3eq
@shohidulislam-uf3eq 21 день назад
Really smart metre t bill besi ahe
@bimalrabha2680
@bimalrabha2680 20 дней назад
প্ৰতিতো জিলাতে বন্ধ হব লাগে smart miter ৰাইজ সকল সকলোৱে সজাক হবৰ হল ওলায় আহ
@RED444-b8r
@RED444-b8r 12 дней назад
হে ভগবান হে ভগবান ৰক্ষা কৰা মামাৰ পৰা ৰক্ষা কৰা 😈😈😂😂😂😮😮😠😠
@maheshsarmah6073
@maheshsarmah6073 День назад
সুন্দৰ
@samirangogoi2731
@samirangogoi2731 21 день назад
বাংলাদেশৰ দৰে হবগৈ নেকি?
@kamal__22
@kamal__22 21 день назад
Bjp sarKar janatak g man sosan korise engraj eman sosan kora nasil
@sanjibkumarnicesaikia1742
@sanjibkumarnicesaikia1742 20 дней назад
চামুছেৰে দি বেলছা মাৰি নিছে --------------- ।
@rickykalita3458
@rickykalita3458 20 дней назад
ইয়াৰ পিছত বিধায়ক ৰ entry আৰু মেণেজ ।
@rameshbaglari8876
@rameshbaglari8876 20 дней назад
আজিৰ দিনতো ক'ৰবাত এনেকৈ ঠগিব পাৰে নে বাৰু । একেবাৰেই ধৰা খোৱাকৈ।
@bhabanigogoi3278
@bhabanigogoi3278 20 дней назад
Very.good
@nayanjyotiborah6277
@nayanjyotiborah6277 20 дней назад
Right step👍🏻👍🏻👍🏻👍🏻
@umanandahazarika8872
@umanandahazarika8872 20 дней назад
লাখপতি বনালে নহ'ব, বাইদেউ সকলক কোটি পতি বনাব লাগিব,
@J.MDasvloge_987
@J.MDasvloge_987 11 дней назад
Sarmahr sarkar jindabad
@digantaboro476
@digantaboro476 20 дней назад
বৰ ভালো প্ৰদশেপ আমাৰ ইয়াতো মিটাৰ চাব নাহাকৈয়ে অফিচতে বহি বহি য়ে এমাহতে ৭০০পৰা১০০০টকালৈ বিল বনাইছে
@AjayDas-j4d
@AjayDas-j4d 20 дней назад
Val kam korisa baido good
@saidulhaq9638
@saidulhaq9638 21 день назад
Moja 😊😊😊😊
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 21 день назад
মদ আৰু ষমাৰট মিটাৰৰ টকাৰে চৰকাৰ চলাব খুজিছে ।
@dwipendrachandrasingha3527
@dwipendrachandrasingha3527 20 дней назад
সৰ্মাট মিটাৰত বিল আহে ৬০০ ৰ ভিতৰত আহে । আগতে আহিছিল ৮০০-৯৮০ টকা আহিছিল ।
@rameshdeka6603
@rameshdeka6603 20 дней назад
B. J. P.k vot nidilei amar future val hal haba
@user-rk1mi5ne9y
@user-rk1mi5ne9y 21 день назад
Right
@bupnath1189
@bupnath1189 20 дней назад
Moja hoise
@sangitaboruah6293
@sangitaboruah6293 20 дней назад
পিয়াজক মিটাৰ বোৰ গতাই দিব লাগে।সি বিধান সভা অধিবেসনত বিল নাই অহা বুলি ফিত মাৰিছিলে যে
@debakantasaikia1937
@debakantasaikia1937 3 дня назад
মামাই যাদু খেলেৰে সকলোকে মুহিব চাব আকৌ । সময়ত যাতে কোনো ভুল নাযায় তালৈ চকু ৰাখিব ।
@sunilsonowal592
@sunilsonowal592 20 дней назад
Val kotha .val lagese
@rajuhandique574
@rajuhandique574 20 дней назад
Akou abar na che na che vote mora aeya selfie mamar double enjen BJP selfie mamar double poriboton very good mama❤
@user-tm7rm8og4d
@user-tm7rm8og4d 16 дней назад
Good disition
@Therollingsound1
@Therollingsound1 20 дней назад
আমিও আছোঁ, আমিও খুলি পেলাই দিম
@user-vq7kx4gf3s
@user-vq7kx4gf3s 20 дней назад
Good Dicition
@RanjitPegu-lm2wc
@RanjitPegu-lm2wc 20 дней назад
Good dicision
@user-ve3yb4uu2j
@user-ve3yb4uu2j 16 дней назад
बहुत बहुत धन्यवाद
@D_r342
@D_r342 20 дней назад
Good good im ready
@abhijitdeka6901
@abhijitdeka6901 7 дней назад
Bohriya 👌
@subhikshadasboro9342
@subhikshadasboro9342 21 день назад
ebur aasoni lua maanuh sun, halla kio korisa, tumalukoy sun uri uri nasi nasi aako ebaar aako ebaar gaan gaisila sun etia mojaa tu luok public khub moja
@chowpranjalsharma412
@chowpranjalsharma412 21 день назад
Good decision bohut bil ahise
@ManojDas-bf9li
@ManojDas-bf9li 21 день назад
Good
@nilayjyotiray12390
@nilayjyotiray12390 20 дней назад
Electricity cut kori diok APDCL a😂 taar pisot dekha jabo
@jdas6164
@jdas6164 17 дней назад
YAS
@DipamoniGogoi_0_1
@DipamoniGogoi_0_1 20 дней назад
মৰিয়নিৰ পৰা এৰাই নিব লাগিব
@jagadishsarmah.3933
@jagadishsarmah.3933 20 дней назад
Gd step. Jaga grahok. Jaga.
@runjunborah7600
@runjunborah7600 17 дней назад
এই ক্ষেত্ৰত আমিও একমত
@BabuRahman-lc6gl
@BabuRahman-lc6gl 20 дней назад
Good job
@ridipbora2621
@ridipbora2621 21 день назад
Karibo lgisil smart apdcl , karile meter he smart...
@AbdulRahim-qi2pf
@AbdulRahim-qi2pf 12 дней назад
আমাৰ ইয়াত তু লগাই থলুৱা আছে নগাঁও পানী খাইতি লয় জাৱ দিয়ক মানুহক ধনী কৰিব নহ'লে ভাঙী পেলাম
@Assam.tribal-mantu
@Assam.tribal-mantu 17 дней назад
Good news
Далее
ДОМИК ДЛЯ БЕРЕМЕННОЙ БЕЛКИ#cat
00:45
12 septembre 2024
9:58
Просмотров 30 тыс.
ДОМИК ДЛЯ БЕРЕМЕННОЙ БЕЛКИ#cat
00:45