Тёмный

শঙ্কৰ সঙ্ঘই হওঁক বা বামুণীয়া পন্থই হওঁক মৃত্যু তিথি পাতিব লাগেনে নালাগে বহু প্ৰশ্নৰ সন্মুখীন 

জ্যোতিময় Jyotimoy
Подписаться 252 тыс.
Просмотров 33 тыс.
50% 1

#pranjitgogoi #pranjalprotimborah #ভাগৱতপাঠ
#assamesculture
#sashiborahআধ্যাত্মিক
#assamese
#ভাগৱত_পাঠ_ও_ব্যাখ্যা

Опубликовано:

 

18 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 118   
@japanidas6859
@japanidas6859 6 дней назад
সুন্দৰ অতি সুন্দৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ জীৱৰ মূৰত ঘিউ আছে যদি অতিসুনদৰ কৈ বুজি পাব সকলোৱেই কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@japanidas6859
@japanidas6859 6 дней назад
কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাঘৱ যদুননদন অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@user-ty9pn7qb4o
@user-ty9pn7qb4o 3 часа назад
ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰে আপোনাক আৰু কৃপা কৰক বাপ কৃষ্ণ কৃষ্ণ
@khirodbhuyan5967
@khirodbhuyan5967 6 дней назад
Krishna 🙏
@sasadharrajbangshi35454
@sasadharrajbangshi35454 6 дней назад
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔
@subhasishhazarika8573
@subhasishhazarika8573 День назад
Krishna krishna pranam pravu.
@keshabbora7742
@keshabbora7742 6 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@prasannatamuli699
@prasannatamuli699 6 дней назад
Krishna pran joi kra provu krishna
@rekhagogoi322
@rekhagogoi322 14 часов назад
Krishna Krishna Krishna 🙏.
@KhanindraTalukdar-zk5ps
@KhanindraTalukdar-zk5ps 6 дней назад
কৃষ্ণ কৃষ্ণ ৰাম
@pallabikagohain5720
@pallabikagohain5720 6 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🙏🙏🙏🙏
@RamDas-ru6wl
@RamDas-ru6wl 4 дня назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ, ভাল লাগিল, আপোনাৰ চৰন প্ৰঙ্কঁজত শতকোটি সেৱা নিবেদিছো ।🙏🙏🙏🙏
@junumech7558
@junumech7558 6 дней назад
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🎉🎉❤❤‌👏👏
@purabidas3111
@purabidas3111 6 дней назад
Krishna🙏🙏🙏🙏
@pallabikagohain5720
@pallabikagohain5720 6 дней назад
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ l কৃষ্ণ কৃষ্ণ বাপ জনা নাম বৈকুণ্ঠৰ প্ৰকাশ মান কৃষ্ণৰ চৰণত আমি সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ
@chitrakumarhazarika6622
@chitrakumarhazarika6622 День назад
কৃষ্ণ বাপ। সেৱা জনালোঁ।
@BudheswarGogoi-ug8bp
@BudheswarGogoi-ug8bp 3 дня назад
Krishna Krishna Krishna
@HareshDowarah
@HareshDowarah 6 дней назад
Krishna, krishna, krishna parom Prabhu jonar saron kamalot puwar vakti vora hewa nibedisu, krishna.
@DambaruDamai
@DambaruDamai 2 дня назад
আপোনাৰ ভাগৱত বাখ্যা শুনি বহুত ভাল লাগিল
@user-wn9zh6ul3r
@user-wn9zh6ul3r День назад
Krishna krishna
@gohpuriyaloraMoi1383
@gohpuriyaloraMoi1383 3 дня назад
কৃষ্ণ কৃষ্ণ
@barnalidas7784
@barnalidas7784 6 дней назад
Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram Krishna Krishna Ram Ram
@AnitaMaut
@AnitaMaut 6 дней назад
Krishna krishna bap hewa jonalu bhokot hokole jani hudhe ne nejani hudhe najsnu mur mote hudhib nalage manuhor je bibek namor bostu eta ase tak khotab lage
@sanjibsarma1211
@sanjibsarma1211 2 дня назад
Lagea raho munna bhai
@japanidas6859
@japanidas6859 6 дней назад
সত্য ন শৰ্মা ৰ দেহতে সেই বেমাৰ টো দেখা দিওক।কৃষ্ণ কৃষ্ণ কৃষ্ণ
@user-te2tj2nl4j
@user-te2tj2nl4j День назад
কৃষ্ণ
@MintuDutta-x9y
@MintuDutta-x9y 4 дня назад
Krishna apunar aei amritmoi kothare amak udhar korejen krishna🙏🙏🙏 apunar soronot seywa jonaisu.
@ranjanborah8190
@ranjanborah8190 6 дней назад
কৃষ্ণ কৃষ্ণ বাপ, অতি সুন্দৰ baikhya....
@ramcharandeka9143
@ramcharandeka9143 4 дня назад
Krishna.
@poragboruah4156
@poragboruah4156 6 дней назад
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@poliborahpoliborah8002
@poliborahpoliborah8002 День назад
আপোনাৰ কথা বিলাক শুনি বহুত ভাল লাগে বাপ 🙏🙏🙏
@nitulbora374
@nitulbora374 4 дня назад
কৃষ্ণ।
@asomiaasom6008
@asomiaasom6008 5 дней назад
ঈশ্বৰৰ বিভুতি স্বৰূপ চৈতন্য শক্তি দেৱ দেৱীৰ পূজাত ,মন্দিৰত দান অৰিহনা দিব নালাগে দিলে অসাৰ হয় পিছে জগত সৃষ্টিৰ পৰা শিৱ দুৰ্গা বিষ্ণু দেৱ দেৱীৰ বৈদিক উপাসনা স্থলি অসমত লোকৰ মাজত শংকৰী একশৰণীয়া বৈষ্ণৱ ধৰ্ম প্ৰচলন হোৱা ৫০০ বছৰ হল এই ৫০০ বছৰত শংকৰী একশৰণীয়া সকল অশুদ্ধ অসুচী হোৱা নাইনে ?চুৱা নাজায়নে ?যদি সনাতন বৈদিক ধৰ্মৰ শৈৱ শাক্ত সৌৰ গাণপত্য বৈষ্ণৱ ধৰ্ম উভয়ে একত্ৰে প্ৰচলিত হৈ অহা জগত তথা অসমত শংকৰদেৱে চৈধ্যশ শতিকাত প্ৰচাৰ কৰা কৃষ্ণ নাম একশৰণ বৈষ্ণৱ ধৰ্ম কৰা মাধৱদেৱ সহিতে আজিলৈ পাঁচশ বছৰত কোন কোন ভকত কিমানে মুক্তি বৈকুণ্ঠত গৈছে তাৰ তথ্য প্ৰমাণ হিচাপ দিবাচোন প্ৰাণজিত গগৈ ? লগতে শংকৰদেৱক গুৰু নভজা আন গুৰুৰ শিষ্য ভকত শিৱ দেৱ দেৱীৰ পূজক সকল যে মুক্তি বৈকুণ্ঠ নাজায় নৰকতহে যায় তাৰো তথ্য প্ৰমাণ দিবা প্ৰাণজিত গগৈ তেতিয়াহে তই কোৱা কথা শুদ্ধ হব ।যদি তই শংকৰী একশৰণীয়া শংকৰ গুৰুৰ ভকতে মুক্তি পাই বৈকুণ্ঠত যায় শংকৰদেৱক গুৰু নভজা আন গুৰুৰ শিষ্য ভক্ত সকলে নৰকত যায় বুলি প্ৰমাণ কৰি দিব লাগিব প্ৰাণজিত গগৈ তই কাৰণ তই আৰী তোৰ লগত কেইটামান তহত শংকৰীয়ে সদায় জোৰ জোৰকৈ একপক্ষীয় ভাবে পক্ষপাত কৰি কৈ প্ৰচাৰ কৰি আছা ।তহতে যিহেতু জানা বিজ্ঞ শুদ্ধ সত্যত আছা সেয়ে তই প্ৰাণজিত গগৈ অসমবাসীক প্ৰমাণ কৰি দিয়া যে শংকৰ মাধৱক গুৰু ভজি শংকৰী একশৰণ বৈষ্ণৱ হোৱা সকলহে মুক্তি বৈকুণ্ঠত যায় ,অনাশংকৰী সকল মুক্তি নাপায় নৰকত যায় বুলি তই প্ৰমাণ কৰি দিব লাগিব ।যদি তই প্ৰমাণ কৰি দিব নোৱাৰা তেন্তে তই তোৰ ভণ্ডামী দুৰাচাৰ পাষণ্ডামী একপক্ষীয় স্বাৰ্থপৰ ধৰ্মভ্ৰষ্ট কৰা ধৰ্ম কলুষিত কৰা আৰু সমাজ ভঙা বেপাৰ বন্ধ কৰা ।তই যি কেইটা পদ ঘোষা মাতি ভুল বিকৃত অপব্যাখ্যা কৰি মতিভ্ৰম কৰি আছা সেইকেইটা পদ ঘোষা বেদ পুৰাণ গীতা ভাগৱত কীৰ্তনঘোষাৰ পাঠৰ শ্লোক পদেৰে খণ্ডন কৰিম শ্লোক পদ এটা এটাকৈ পঢ়ি শুদ্ধ অৰ্থ তত্বৰে ।গতিকে প্ৰাণজিত গগৈ তই বেদ পুৰাণ গীতা ভাগৱত উপনিষদৰ উৰ্ধত নোহোৱা আনকি শংকৰ মাধৱো বেদ পুৰাণ গীতা ভাগৱত উপনিষদৰ উৰ্ধত নহয় ।শাস্ত্ৰৰ শ্লোক পদ তত্ব অৰ্থ ভুলকৈ বিকৃত অপব্যাখ্যা নকৰিবা ।যদি শংকৰী ভকত সকলেহে মুক্তি পাইছে অনাশংকৰী বা আন গুৰুৰ শিষ্য ভকত সকলে মুক্তি নাপাই নৰকত পৰিছে তাৰ তথ্যসহ প্ৰমাণ কৰি দিব পাৰা তেতিয়া তোক প্ৰকৃত ভকত বুলি মইটো মানিমেই জগতবাসীও মানিব ।এতিয়া মই কোৱা মতে প্ৰমাণ দিবা প্ৰাণজিত গগৈ নহলে তই ভণ্ডামী দুৰাচাৰী স্বাৰ্থপৰ বেপাৰী বুলি প্ৰমাণ হব ।এতিয়া তোৰ কথাৰ সত্যতাৰ প্ৰমাণ দিয়াৰ দায়িত্ব তোৰ । শেষত কও ভাগৱতেই কৈছে ভাগৱত মায়া আৰু ভক্তিধৰ্ম যুক্ত শাস্ত্ৰ ।ভাগৱতত যিমান শুদ্ধ সত্য ভক্তিধৰ্ম আছে সিমান মায়াও আছে অতি ৰহস্যময় মায়াময় পদ উপদেশ সিদ্ধান্তও আছে তই কোৱা গাই বাই থকা ভাগৱতৰ সকলো কথা উপদেশ শুদ্ধ নহয় অতি ৰহস্যময় মায়াময় মায়াবী । এতিয়া উত্তৰ কেনেকৈ দিয়া কেনেকৈ প্ৰমাণ কৰি দিয়া অসম তথা জগতবাসীক চিন্তা কৰা কাৰণ তই তঁহত কেইটামানে অবিৰত ভাবে লোকক শাস্ত্ৰৰ ভুল বিকৃত অপব্যাখ্যা কৰি অসমৰ লোকক মতিভ্ৰম কৰাই ভক্তিধৰ্ম ভ্ৰষ্ট কৰি কলুষিত কৰিছা কৃষ্ণ শংকৰ মাধৱ ভাগৱত কীৰ্তনঘৈষা নামঘোষাৰ নামত ।
@RajuSharma-h8i
@RajuSharma-h8i 2 дня назад
সঁচা কৈ ক'বলৈ গ'লে আজি কালি কি কি যে মহাপুৰুষ ওলালে মহাপুৰুষ দুজনাই ওলিয়া ধৰ্ম জ্যোতি ময় নাইকীয়া কৰিব।
@RajuSharma-h8i
@RajuSharma-h8i 2 дня назад
আপুনি থিকে কৈছে, তেওঁতো মহাপুৰুষ নহয়, মহাপুৰুষ দুজনাই ওলিয়াৱা পূৰ্ব্ব ধৰ্ম বিকৃত ৰূপ দিবলৈ।
@Debojit-ze3ol
@Debojit-ze3ol 2 дня назад
প্রকিত নৰকত যাব এই অধমটো যিয়ে নেকি ভাগৱত ভাঙনি নামত ব্যৱসায় কৰী শংকৰী - বামুনিয়া ফৈদ সৃষ্টি কৰি অসমীয়া মাজতে ভেদাভেদ আনি আছে, প্ৰকিততে জেহাদী এই অৰ্ধম টো ।
@asomiaasom6008
@asomiaasom6008 18 часов назад
@@RajuSharma-h8i অসমত মহাপুৰুষ ধৰ্ম গুৰু তিনিজন গুৰু হৰিদেৱ ,গুৰু শংকৰদেৱ আৰু গুৰু দেৱ দামোদৰদেৱ ।মাধদেৱে গুৰু শংকৰদেৱৰ প্ৰধান শিষ্যহে ।ঠিক তেনেকৈ গুৰু দেৱ দামোদৰদেৱৰ প্ৰপন্ন শিষ্য গদ্য সাহিত্যৰ জনক কবিঐত্ন ভাগৱত ভট্টাচাৰ্য ভট্টদেৱ ।
@asomiaasom6008
@asomiaasom6008 18 часов назад
@@RajuSharma-h8i মৰ্তমান শংকৰদেৱৰ ধৰ্ম আদৰ্শ শংকৰৰ শিষ্য সকলে বিকৃত কৰি শংকৰদেৱক নকল কৰিছে ।
@ANITARAMCHIARY-hj4en
@ANITARAMCHIARY-hj4en 4 дня назад
Krishna hari🙏 ram Narayan Narayan Narayan hari ram🙏🙏🙏🙏
@dhrubabora9184
@dhrubabora9184 6 дней назад
মই ও শংঘৰে কিন্তু সকলো নিয়ম নামানো দেখা যায় কিছুমানে মাচ বুলি নহয় জিজী বুলি খাই। আৰু সেই ভাবে কৰ্ম কিছুমান কৰে
@Harikrishna63G
@Harikrishna63G 5 дней назад
বাপ 🙏 কৃষ্ণ কৃষ্ণ 🙏 ৰাম ৰাম 🙏
@manojdas8545
@manojdas8545 3 дня назад
বাপ অধমৰ সেৱা গ্ৰহণ কৰিব। মই বহু বছৰ আনুমানিক ২৫ বছৰ আগতেই প্ৰভু এগৰাকীৰ ওচৰত সৰণ লোৱা হৈছিল কিন্তু চাকৰিৰ ব্যস্ততা তথা বিভিন্ন কাৰকৰ বাবে সকলো পাহৰি গলো এতিয়া উপায় কি হব। মই নিজকে বহুত দুখি অনুভৱ কৰিছো। উপায় এটা দিয়ক বাপ।(আমি জন্ম গত ভাৱে একসৰনিয়া)
@Damodar-q7c
@Damodar-q7c 2 дня назад
Punar xaran karjyaxusit bahib Krishna Krishna Bap 👃👃
@নৰেন্দ্ৰচন্দ্ৰ
কৃষ্ণ কৃষ্ণ 🙏
@Debanshi345
@Debanshi345 День назад
প্ৰভু এটা কথা শুধু আমাৰ গুৰু জনাব জন্মক লৈ কিন্টো এখন সঁচা বুৰঞ্জী অসমৰ ৰাইজে নাপালে। পুৰণি চৰিত পুথি সমুহ ভুল প্ৰমাণিত কৰি নতুন লেখক সকলে বৰদোৱা মোৰ হিচাপে সলাই পেলালে যেন মোৰ ধাৰণা হয়। প্ৰভু কথা গুৰু চৰিত খন এবাৰ পঢ়ি চাবচোন ৰাম চৰণ ঠাকুৰ দেৱৰ । পুথি খনে বৰদোৱা বহ্মপুতৰ উত্তৰ পাৰে বুলি প্ৰমাণিত কৰে।আৰু বহু তেনে উদাহৰণ আছে কেতিয়াবা লগপালে জনাম কৃষ্ণ 🙏
@dipaksaikia6248
@dipaksaikia6248 3 дня назад
কৃষ্ণ কৃষ্ণ বাপ আমি সেৱা নিবেদিলো ।কৃষ্ণ কৃষ্ণ ।
@JituHazarika-o3i
@JituHazarika-o3i 5 дней назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@DhrubaSarma-op5co
@DhrubaSarma-op5co 6 дней назад
বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক,ধৰ্মক , সন্মান জনোৱা টো আপোনাৰ সঙস্কাৰ আপোনাৰ ধৰ্ম।
@UtpalGogoi-h1z
@UtpalGogoi-h1z 6 дней назад
কৃষ্ণ বাপ, ভক্তি ভৰা হেৱা যাচিলো. কৃষ্ণ বাপ কালি আপোনাৰ আই গৰাকীৰ দিহা নাম খাৰি হোনি লো. ভাল লাগিল.
@swapnagogoi8702
@swapnagogoi8702 6 дней назад
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
@biswajitbaruah3564
@biswajitbaruah3564 День назад
Gobindra Krishna
@hemaprabhasaikia5321
@hemaprabhasaikia5321 6 дней назад
কৃষ্ণ কৃষ্ণ বাপজনা সেৱা ভাগি নিবেদিলো কৃষ্ণ।
@Beridabon
@Beridabon 6 дней назад
𝓚𝓻𝓲𝓼𝓱𝓷𝓪
@RasmirekhaSaikia-b6l
@RasmirekhaSaikia-b6l 6 дней назад
Krishno
@ujjalbaruah81
@ujjalbaruah81 6 дней назад
🙏🙏🙏🙏
@deetimonidas2780
@deetimonidas2780 5 дней назад
Krishna
@ANKITACHALIHA
@ANKITACHALIHA 5 дней назад
❤❤❤❤❤
@ashokkumardutta7850
@ashokkumardutta7850 5 дней назад
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@paramananda5403
@paramananda5403 6 дней назад
কৃষ্ণ🙏🙏🙏
@DipakDoley-z3v
@DipakDoley-z3v 4 дня назад
সভাৰো চৰণত কোতি সেৱা নিবৃদিছো।কৃষ্ণ
@bijuramchiary5768
@bijuramchiary5768 6 дней назад
Krishna Krishna..
@hemantasaiki1400
@hemantasaiki1400 11 часов назад
৫০০ শ বছৰ আগত সনাতন ধৰ্ম মতে জীৱৰ শৰীৰ কেই প্ৰকাৰৰ,ত‌ই জাননে।১২ দিন পিছত বৈকুণ্ঠত যায় বুলি। স্থূল,সুশ্ম,কাৰন,মহাকাৰন এই বিলাক কি? ত‌ই জাননে।
@anadiphukan5778
@anadiphukan5778 6 дней назад
কৃষ্ণ ৰাম ৷
@Narendrasaikia556
@Narendrasaikia556 6 дней назад
Ramkrisna ramkrisna govind
@gaurabsarmamusic4804
@gaurabsarmamusic4804 День назад
Adhyan nokorakoi sastor bakhya koribo nalage
@kamalgogoi909
@kamalgogoi909 5 дней назад
Krishna Bap
@user-mm3kx5bk4d
@user-mm3kx5bk4d 5 дней назад
Suni vl pao aru bhut Buji paisu Krishna 🤚🤚🤚
@dipjyotinassam996
@dipjyotinassam996 6 дней назад
ৰাতি বিছনাত শুই ভাগৱত শুনা তো শুদ্ধ নে অশুদ্ধ
@ritomnayan
@ritomnayan 2 дня назад
Mritu thiti kiyo patibo nalaga apunar father & mother nainaky ana adarsha dekhuba napai.?
@kumudkalita698
@kumudkalita698 6 дней назад
ভকতে ভকতীয়া ভাষাৰে অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে দামদৰৰ প্ৰশ্নই নাথাকে। কিন্তু অহা যোৱাৰ দায়িত্ব আয়োজকে পালন কৰাটো নিতান্তই প্ৰয়োজন। তাকে নকৰি কি দিব লাগিব বুলি সোধাতো অভকতৰহে কাম হব।সেৱা জনালো বিপজনা। কৃষ্ণ।
@bharatkalita8162
@bharatkalita8162 9 часов назад
Islam or logot 99% mil ase 😂😂😂 heikarone Sankar ajan buli koi . Bt ami hindu hoi hei karne maa kamakhya dekh buli ha kom baki kaku sini poa dorkar nai
@amardutta5113
@amardutta5113 4 дня назад
Bamunira porntha nam nokobo
@ManeswarnathNathmaneswar
@ManeswarnathNathmaneswar 4 дня назад
Kela eitu kun johora guru janar kolongka maiki mukha,, sivratri, lokhmi,puja biswakorma pujaa, aru gari ekhon kinute tahotar bulihe kolu, manuh khinia kio deopani mandirot aho aai ho kam, mane mane bamuniyar gharot tupula ag bohau, namakoron koriboli bamuniar usiarot aaho, proman lage neki alpo budhi moha murkho, tohotor dharma, varot borxot epasi xamot eta jolokia, sankori dharmot kolpuli nuputake ekhon biya cinema bonai dekha sensor border porayei anumoti napao, karon tahot khini vagowat virodhi gyani murkh , aru toi pathek mukhya pondit, ramanand sagorot saron lo sompurna gyan pabi, ek saron dui saron dharmor kotha pahori val gyan pabi, on nomu vagowate Basudewaye nmu nmah
@bbaishya9820
@bbaishya9820 6 дней назад
Krishna baap apuni ki kore kiba job kore neki janabasn..manuh salibaloi incometo koriboi lagiba
@dipakmedhi5545
@dipakmedhi5545 День назад
Tekhetor job hol mur dore Gyan hi manuhok adhyatmik sikha diye. Toka youtube or pora ahi Jai. Krishna.
@dhrubajyotidutta1912
@dhrubajyotidutta1912 16 часов назад
আপোনাৰ মতে বেদ পুৰাণ এই বোৰৰ কোনো মুল্য নাই আৰু যে আপুনি কয় শাস্ত্ৰত থকা নিয়মৰ কথা সেই খন নো কোনখন শাস্ত্ৰ
@MridulBora-r4i
@MridulBora-r4i 11 часов назад
Bad adir mol sar khinir porai to Bhagawat sashtro bhag bonoa hoisa.
@bharatkalita8162
@bharatkalita8162 9 часов назад
Islam or hasro😅😂
@paragduarah1706
@paragduarah1706 6 дней назад
কৃষ্ণ বাপ আমি মহামুঢ অপৰাধ হলে মাফ কৰিব ।বাপ এজন পিতৃৰ দুজন সন্তান এজন একশৰণিযা আনজন শাক্ত পণ্থি । বাপ জনা দুয়োখন চোতালত ভগৱান গুণানুকীৰ্তনকে কৰে তাত এটাই বিশৃঙ্খল সেইটো হল যদি বামুনৰ কৰ্ম কান্দ কৰা পিছত নামষাৰ ভকতক আমন্ত্ৰণ কৰিব কিয কৰিবলগীয়া হল ।বামুনৰ কৰ্ম ভাগ কৰি থলেই হল ।পুনৰ গুৰু জনাৰ আদৰ্শ মানি নামপ্ৰসং কিয কৰিব লাগে । তাকেই দুমোজা ধৰ্ম বুলি কোৱা হয কৃষ্ণ বাপ সেবা গ্ৰহণ কৰিব ।
@monuranjangogoi6276
@monuranjangogoi6276 6 дней назад
Krishna😒
@goneshhazarika6263
@goneshhazarika6263 День назад
টিলিঙা 😂😂😂😂
@ronujbhuyan5217
@ronujbhuyan5217 День назад
Aitu aji pora nasau
@budhinewramdas1551
@budhinewramdas1551 4 дня назад
Apuni ata ponthar manun. Gom puwa jai. Amar Assamese keitaman manuhe debi puja nokore baki Assamese, Bangali, Boro, karbi, Nepali, Bihari, Maruwari, ect bohu manuhe shiv puja kore. Apunar pontha aru Islaam pontha akei babe beleg puja nokore.. Bapjon.. Alop beleg book study koribosun buji pabo..
@satyensarma1962
@satyensarma1962 6 дней назад
Jaraj pranjit tor galat cancer habar basi din nai
@devils2765
@devils2765 4 дня назад
আৰু তই ১৫০০ লৈ বহি থাক
@Healthylife7788
@Healthylife7788 3 дня назад
তোমালোকে শূদ্ৰক থগি খোৱাৰ দিন উকলিল । শূদ্ৰই এতিয়া শাস্ত্ৰ পঢ়ি জ্বান ললে আৰু বুজিলে । এটা সময়ত তোমালোকে শূদ্ৰই শাস্ত্ৰ লাৰিলে ছুৱা বুলি ভয় খোৱাইছিলা । শাস্ত্ৰ অকল নামঘৰত সজাই থব লাগে বুলি ভয় খুৱাইছিলা এতিয়া আৰু ছালাকি কৰি খোৱাৰ দিন উকলিল । কাম কৰি খোৱা ।
@jagadishsharma252
@jagadishsharma252 4 дня назад
Toi Hindu hoi ne nahoi.
@jagadishsharma252
@jagadishsharma252 4 дня назад
Muslimar lagot alop mile.
@Healthylife7788
@Healthylife7788 3 дня назад
আমাৰ ইয়াত বহুত বাহ্মণ লগুণ ছিঙি ভকত হৈছে তেওঁলোকে আছল তত্ব বুজি পালে । প্ৰমাণ লাগে যদি আহিব । শূদ্ৰক থগাই খোৱা দিন উকলিল কাম কৰি খাওঁক ।
@PramudPatar-cv1cw
@PramudPatar-cv1cw 2 дня назад
Krishna Krishna 🙏🙏
@ChitraranjanHandique
@ChitraranjanHandique 4 дня назад
Krishna krishna krishna
@munindraborgohain6054
@munindraborgohain6054 6 дней назад
Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻
@madhurjyagogoi6085
@madhurjyagogoi6085 3 дня назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@akhilburagohain381
@akhilburagohain381 4 дня назад
Krishna Krishna Krishna
@Aratidas-h2p
@Aratidas-h2p 5 дней назад
Krishna🙏🙏
@mixemgaimings9406
@mixemgaimings9406 6 дней назад
🙏🙏🙏
@user-vg2di6cp1d
@user-vg2di6cp1d 6 дней назад
কৃষ্ণ কৃষ্ণ 🙏🙏
@dipteemanideka1544
@dipteemanideka1544 6 дней назад
Krishna
@jeetasaikia7279
@jeetasaikia7279 6 дней назад
কৃষ্ণ 🙏
@saratgogoi5339
@saratgogoi5339 6 дней назад
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏
@BiplobKataki-123
@BiplobKataki-123 6 дней назад
কৃষ্ণ
@miraroy5676
@miraroy5676 6 дней назад
Krishna krishna bap.
@user-oo2qy8yx5l
@user-oo2qy8yx5l 6 дней назад
Krishna Krishna
@khogeswarigogoi1902
@khogeswarigogoi1902 6 дней назад
কৃষ্ণ কৃষ্ণ
@minotisaikia-wx6uq
@minotisaikia-wx6uq 6 дней назад
কৃষ্ণ কৃষ্ণ
@ajoynagbonshi6795
@ajoynagbonshi6795 6 дней назад
কৃষ্ণ কৃষ্ণ
@lipikarajkonwar5654
@lipikarajkonwar5654 6 дней назад
কৃষ্ণ 🙏🙏🙏
@Tarulatarabha
@Tarulatarabha 4 дня назад
কৃষ্ণ 🙏🙏
@DhrubajyotiChutia-c8f
@DhrubajyotiChutia-c8f 5 дней назад
Ram krishna prabhu🙏🙏🙏🙏🙏
Далее
bhagawat path by priyodarshan deka
23:43
Просмотров 1,7 тыс.