Тёмный

শহুৰ দেউতা I অসমীয়া চুটি ছবি I KHAHUR DEUTA I Assamese Short Movie 

NTA CINEMA
Подписаться 27 тыс.
Просмотров 22 тыс.
50% 1

সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
এইবাৰ আপোনাসবলৈ আগবঢ়াই দিছোঁ
"শহুৰ দেউতা"
ৰচনা - ননীমাধৱ শৰ্মা
পৰিচালনা প্ৰশান্ত কুমাৰ বৰা
কেমেৰা আৰু সম্পাদনা
ৱাজিদ
আশাকৰো সুহৃদ দৰ্শক ৰাইজে আমাক গঠনমূলক দিহাপৰামৰ্শৰে উৎসাহিত কৰিব !
চেনেলটো Subscribe কৰিবলৈ অনুৰোধ জনালোঁ !
#AssameseShortFilm
#AssameseShortMovie
#AssameseMovies
Our other channel link
/ @iidrishtiarudarshan

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 15   
@kankanabarman8553
@kankanabarman8553 Год назад
Apunalukor suti sobi khan Sai khub val lagise logote xokolure abhinoi bor xundor hoise.oboxexot je lora buwarie kora bhul buji paise xeibabe bhal lagise. Xeibabe usit xomoyot usit xashti dibo lage. Dhanyawad ❤❤❤
@madhabiborah345
@madhabiborah345 Год назад
Vle lagil sai .kahinibur hundar hoise .xuvesya thakil agoloi
@justtry2entertain
@justtry2entertain Год назад
সুন্দৰ হৈছে ... ককা লোৱাজনৰ অভিনয় ভাষা নাই ক'বলৈ । পৰিচালনা সুন্দৰ ...(নিবিড় দত্ত)
@ntacinema
@ntacinema Год назад
তেওঁৱেই নাট্যকাৰ ননীমাধব শৰ্মা
@sanchitakakati9961
@sanchitakakati9961 Год назад
Bor dhunia lagile
@animabora4105
@animabora4105 Год назад
বৰ ভাল লাগিল ,সকলোৰে খুব সুন্দৰ অভিনয়❤
@chinmoyjyotisarmah1217
@chinmoyjyotisarmah1217 Год назад
Xundor 🙏🏽👍
@debabratasharma4539
@debabratasharma4539 Год назад
মুগ্ধকৰ । বৰ ভাল লাগিল ।
@sharmisthasarmah1682
@sharmisthasarmah1682 Год назад
Nice video
@lochanbora9431
@lochanbora9431 Год назад
সুন্দৰ হৈছে ননী দাৰ অভিনয়
@F...............3-o6u
@F...............3-o6u Год назад
Nice
@debajitborah2323
@debajitborah2323 Год назад
সুন্দৰ
@SANJIBCHOUHAN-ty1rc
@SANJIBCHOUHAN-ty1rc Год назад
sabi too kiba kee lolak ,😂😂
@a_____r__c.comedy1533
@a_____r__c.comedy1533 Год назад
এই খনৰ কাহানিতু ডাৱৰ আৰু নাই নিছিনা
@SANJIBCHOUHAN-ty1rc
@SANJIBCHOUHAN-ty1rc Год назад
bori kapor dhuba najane ...fb pora siki ase kintoo tell koma ni borir mbl solowa
Далее
ভোগ --- An Assamese Short Film.
28:58
Просмотров 837 тыс.