📌জ্ঞানৰ মন্দিৰত লাগিল তলা। শিক্ষকৰ মইমতালিত অতিষ্ঠ অভিভাৱক। নলবাৰীৰ ধীৰ দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তলা ওলমাই দিলে অভিভাৱকে। জবাবদিহি কৰিলে পলমকৈ অহা শিক্ষকক। বিহালীতো বিদ্যালয়লৈ পলমকৈ অহা শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
19 сен 2024