সৰ্বানন্দ সিংহ নগৰ নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত সৰ্বানন্দ সিংহ নগৰ নামঘৰ যুৱ সমাজৰ উদোগত নৱৰঙ্গ নাট্য গোষ্ঠী, তিনিচুকীয়া আৰু বৰগুৰি বাসী ৰাইজৰ সহযোগত শিশু ভাওনা দিহানাম প্ৰতিযোগিতা ।
নাট- কুৰু সন্ধ্যা
কৃষ্ণ সূৰ্য্য শিল্পী সমাজ, দুলীয়াজান
স্থান-স্থান-সৰ্বানন্দ সিংহ নগৰ নামঘৰ, বৰগুৰি, তিনিচুকীয়া
উদযাপন সমিতিৰ সকলো বাপ বান্ধবৰ লগতে দৰ্শন বৃন্দ আৰু ভাওনাৰ শিল্পী সকললৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছো... জয় গোবিন্দ কৃষ্ণ
জয় গুৰু শংকৰ
#anupombitupon #vauna #bhawna #bhaona
#Kuru_sandhya
8 сен 2024