শুবলৈ যোৱাৰ আগত এটা প্ৰশ্ন কৰক ,সকলো ওলাই পৰিব । Start Your Life Again - Motivational Video Assamese
কিবা এটা পাবলৈ হলে কিবা এটা কৰিবই লাগিব । আপুনি কি পাব আৰু কি হেৰুৱাব, সেই সকলো নিৰ্ভৰ কৰে আপুনি দিনবোৰ কেনেকৈ পাৰ কৰিছে । আনৰ উন্নতি আৰু সফলতা দেখি মন বেয়া কৰি একো লাভ নহয় । নিজকে এবাৰ প্ৰশ্ন কৰক যে আপুনি নিজৰ পৰিৱৰ্তন ৰ বাবে কৰিলে কি । মনত ৰাখিব আপোনাৰ জীৱন আপোনাৰ হাতত । যি কৰিব সেইটোৱেই পাব ।
মোৰ অন্য ভিডিঅ সমূহ 👇
বেছিকৈ চিন্তা কৰে যদি চাওক - • বেছি চিন্তা কৰে যদি এব...
মূল্য কমি গলে কি কৰিব - • Best Assamese Motivati...
এলেহুৱা হলে কি হয় - • জোখতকৈ বেছি ওচৰ পোৱালৈ...
ৰাতিপুৱাৰ 5টা টিছপ , যিয়ে দিনটো positive কৰি ৰাখিব - • BEST WAY TO START YOUR...
সিদ্ধান্ত লোৱাৰ আগতে এইটো চাই লব - • STORY OF 3 WORKERS - ...
ভাল মানুহ চিনি পোৱাৰ উপায় - • Best Motivational And ...
মূৰ্খৰ লগত তৰ্ক নকৰিব - • Best Way To Deal With ...
Your queries -
Assamese motivation
batter life
ask questions
success
motivational speech Assamese
hearttouching speech Assamese
successful life motivation
motivational video Assamese
life motivation
ps aspiring films
সফলতা
জীৱনৰ পৰিবৰ্তন
life changing
heart warming
powerful motivation
#assamesemotivationalvideo
#psaspiringfilms
#motivationalvideo
#assamesemotivationalspeech
#life
#speech #assamese #skills
15 сен 2024