Тёмный

সঁচাকৈ দেশদ্ৰোহী আৰু চীনৰ দালাল নেকি ৰাহুল গান্ধী? 

NorthEast Now
Подписаться 340 тыс.
Просмотров 16 тыс.
50% 1

সঁচাকৈ দেশদ্ৰোহী আৰু চীনৰ দালাল নেকি ৰাহুল গান্ধী?
নে
হিমন্তকে ধৰি বিজেপি নেতাই চলাইছে অপ-প্ৰচাৰ?___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 83   
@deboramtaye4259
@deboramtaye4259 7 дней назад
Rahul ia always great
@debenhandique9958
@debenhandique9958 7 дней назад
ধন্যবাদ ৰাহুল গান্ধী।
@shyamolikabora2924
@shyamolikabora2924 7 дней назад
বি জে পি সকলোৱে গমপায় কোনে কি কয় বাতৰি সকলোৱে চায় মানুহক মূৰ্খ বুলি নাভাবিব
@Chaudhudhury
@Chaudhudhury 7 дней назад
এই কেটাই ইংৰাজী বুজি পোৱা নাই।
@jadavgogoi944
@jadavgogoi944 7 дней назад
ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ বদনাম হোৱা একো কাম কৰা নাই। বদনাম কৰিছে বিজেপি আৰু আৰ‌এছ‌এছ ৰ। ই কোনো কাৰণতে দেশদ্ৰোহিতা নহয় আৰু হ'ব নোৱাৰে।
@HemoGogoi-y1r
@HemoGogoi-y1r 6 дней назад
Rahul ji great..🙏🙏🙏
@madhurjyamahanta
@madhurjyamahanta 7 дней назад
ৰাইজে ভালদৰে বুজি পায় ৰাহুল গান্ধী কোন বা BJP কোন ?
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev 7 дней назад
চাৰেহে চোৰৰ ঠেং দেখা পাই। B J P এ ভাল দিশটো দেখা নাপাই। Rahul Gundhi Zindabad
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 6 дней назад
বিজেপিয়ে সদায় ৰাহুল গান্ধী ক বদনাম কৰিবলৈ বিচাৰি ফুৰে। দেশৰ জনসাধাৰণ ইমান বুবক নহয় বিজেপিয়ে বদনাম কৰা কথা সচাঁ বুলি ভাবিব।
@humeswarbaishya9471
@humeswarbaishya9471 6 дней назад
Rahul Gandhi zindabad
@HemodharKutum-vb2tf
@HemodharKutum-vb2tf 7 дней назад
BJP Go Back
@mamonichetia306
@mamonichetia306 6 дней назад
ৰাহুল ৰ জনপ্ৰিয়তাৰ কাৰণে শংকিত হৈছে মোডী চৰকাৰ
@RufiyaBegum-sq3us
@RufiyaBegum-sq3us 7 дней назад
Thank rahul. Gandhi
@hafijursikder9104
@hafijursikder9104 7 дней назад
আমাৰ ঢাঢ়িওলাজনে হিন্দীয়েই নাজানে । ইংৰাজী কি ঘেন্টা বুজিব ।
@xzaxe
@xzaxe 6 дней назад
ৰাহুল গান্ধী শিক্ষিত!
@hndekari8011
@hndekari8011 7 дней назад
চীন আৰু ভিয়েৎনামে তেওঁলোকৰ কমিউনিষ্ট মতাদৰ্শেৰে দেশীয় অৰ্থনীতি উন্নতি কৰিছে ৷ সেয়া দ্ৰুত উন্নয়ন ৷ পুজিবাদী ব্যৱস্থাত সেয়া তেনেই লেহেমীয়া বা সম উন্নয়ন নহয় ৷ এইকথা লুকুাই ৰাখিবলৈকে ভাৰতয় শাসকগোষ্ঠীয়ে কমিউনিষ্ট ৰাষ্ট্ৰৰ বিৰুদ্ধে অপবাদ আনিব বিচাৰে ৷ ই অতিকৈ লাজৰ বিষয় ৷ এওঁলোকে ভাৰতবাসীক কমিউনিষ্ট মানে বেয়া বুলি ধাৰণা দিব বিচাৰে অত্যন্ত শোষণ নীতি অব্যাহত ৰাখিবলৈ ৷ ৰাহুল গান্ধী কমিউনিষ্ট নহয় কিন্ত তেওঁ কমিনিষ্টৰ আদৰ্শ যে বেয়া নহয় সেইটো জানে বাবেই মনৰ কথা ব্যক্ত কৰিছে ৷৷
@jadavgogoi944
@jadavgogoi944 7 дней назад
ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ একো বদনাম কৰা নাই। বদনাম কৰিছে বিজেপি আৰু আৰ‌এছ‌এছ ৰ । ই কোনো কাৰণতে দেশদ্ৰোহিতা নহয় আৰু হ'ব নোৱাৰে। তেওঁ কোৱা কথা মিছা বুলি নাভাৱো ।
@BuntyGhosh-j3m
@BuntyGhosh-j3m 7 дней назад
Rss ache ,bole tike asen
@kinaramdas5198
@kinaramdas5198 6 дней назад
যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ইংৰাজী ক'ব জানে তেন্তে ৰাহুল গান্ধীয়ে সাক্ষাত কাৰত কোৱা কথাবিলাক বুজি নেপালে কিয়? ৰাহুলে কোৱা কথা বিলাক জাৰ্মান ভাষা বুলি ভাবিছিলনেকি?
@BhabaniGogoiHazarika
@BhabaniGogoiHazarika 7 дней назад
BJPৰ গো মুত্ৰ খোৱাসকলে ইংৰাজী বুজিয়েই নেপায় ছাগে!
@satyajitroy4102
@satyajitroy4102 7 дней назад
Apuni Congressor khay neki
@ramenboruah7706
@ramenboruah7706 7 дней назад
Toi goru gakhir naikhua gadhar gakhir khaisa.
@MonchoykumarRay
@MonchoykumarRay 6 дней назад
​@@satyajitroy4102Suwa seleka bangali
@mineswardutta722
@mineswardutta722 7 дней назад
Rahul Gandhi jindabad.
@inglishvlogs1015
@inglishvlogs1015 6 дней назад
হিমন্ত ই নিজকে দেশপ্ৰেমিক বুলি ভাবিছে, নিজে এজন মহাচোৰ
@tapandas5309
@tapandas5309 6 дней назад
very fine defend.
@dianuddinahmed5046
@dianuddinahmed5046 6 дней назад
RAHUL GANDHI ZINDABAD
@bagadbilla452
@bagadbilla452 7 дней назад
ধন্যবাদ ৰাহুল গান্ধী। ❤
@nitudeka-ks1sc
@nitudeka-ks1sc 6 дней назад
অসমৰ ৰাইজৰ কথা বুজি নোপোৱা জনে ৰাহুলৰ বদনাম কোৱাৰ অধিকাৰ নাই । আৰু ৰাহুল গান্ধীয়ে যি ইংৰাজীত ভাষণ দিছে তেওঁ সেই বোৰ বুজি পাইছে নে নাই ?
@sahidurrahman1576
@sahidurrahman1576 6 дней назад
Rahul Gandhi zindabaad ❤❤
@ablinkandulana-cy8xf
@ablinkandulana-cy8xf 5 дней назад
Rahul Gandhi is a Great leader
@aminulhusain132
@aminulhusain132 6 дней назад
Bjp go back
@user-qo5kx1gx2w
@user-qo5kx1gx2w 7 дней назад
Rahul Gandhi is a great leader.গৰু মুঠ খোৱা গেৰুৱা পিন্দা BJP বিলাকেহে বুজি পোৱা নাই।
@utpalgoswami1990
@utpalgoswami1990 6 дней назад
ফাকিদি ঘৰৰ মানুহক থগি থকা নৰেন্দ্ৰ মুদিক কিয় নকয় মিছলিয়া কাপূৰুষ বুলি? বিয়া কৰায় "১৫ বছৰীয়া চিমনক" কিয় থগিলে ? বি জে পিৰ লিদাৰক ইংৰাজী ভাষাৰ অধ্যয়ন কৰিবলৈও আহ্বান জনালোঁ ।
@radhachura11
@radhachura11 7 дней назад
Vjps agenda... One nation one party gundaraj UCC... Masterstroke to indian culture😊
@GoneshPatowary
@GoneshPatowary 6 дней назад
আৰু কিমান তললৈ নামিব বিজেপি
@bipulkakati5421
@bipulkakati5421 6 дней назад
Thank you Rahul ji .
@dhurbasaikia8546
@dhurbasaikia8546 5 дней назад
এজন ৰাহল গান্ধীৰ ভাষা অকল শাসকীয় পক্ষৰ নেটা মন্ত্ৰীয়ে যে বুজি পায় আৰু আন জনসাধাৰনে বুজি নেপাই বুলি ভাবে। ৰাহুল গান্ধী জিন্দাবাদ।
@NilamDas-iy3cy
@NilamDas-iy3cy 7 дней назад
Rahul Gandhi a speak truth in America. By the adani china company promod bjp... 😅 And bjp leader says the abusing word on gandhi
@ShakibHussn-eo6zc
@ShakibHussn-eo6zc 6 дней назад
Rahul is always great also great leader
@robinboro5764
@robinboro5764 5 дней назад
আমাৰ মুখ্যমন্ত্ৰী জনে চীন সম্পৰ্কে ৰাহুল গান্ধীয়ে কৰা মন্তব্য ভালকৈ বুজি পোৱা নাই যেন লাগে। কিন্তু ভাৰতৰ প্ৰায় সকলোয়ে ৰাহুল গান্ধীয়ে কি কৈছে ভালকৈ শুনিছে তেওঁ কিন্তু ভাৰতৰ কোনো বদনাম কৰা যেন নে লাগিল ।
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu 6 дней назад
Rahul Gandhi is a Real cityzen who love India
@bhabendoley6151
@bhabendoley6151 6 дней назад
ৰাহুল গান্ধী,ইণ্ডিয়াৰ ভুল আঙুলিয়াই দিয়াৰ বাবে ,ৰাহুল দেশ বিৰোধী।অসম্ভৱ ৰাইজ শুনি আছে কি কৈছে ৰাহুল।
@aminulislam2286
@aminulislam2286 7 дней назад
গোবৰ ভক্ত কেইটাই ইংৰাজী বুজি পোৱা নাই চাগে
@BuntyGhosh-j3m
@BuntyGhosh-j3m 7 дней назад
Foreign minister tor thekeo onek educated
@aminulislam2286
@aminulislam2286 6 дней назад
@@BuntyGhosh-j3m বাপেৰৰ মূৰটো
@AASaikia
@AASaikia 4 дня назад
BJP say lie always Rahul ji is a genuine person.
@JanJan-py2th
@JanJan-py2th 6 дней назад
মামা আৰু মোদী জিৰ মুখত ঈঙৰাজী হলহলিয়াকৈ শুনা নাই
@barbhuyan7844
@barbhuyan7844 6 дней назад
That's called political party.
@nirmalhazarika
@nirmalhazarika 6 дней назад
BJP কৰা সকলে আজিকালি ইংৰাজীও নুবুজা হ’ল ?! কি ক’লে আৰু কি বুজিলে ?!
@kabirahmedkhan8366
@kabirahmedkhan8366 7 дней назад
BJP pagal ho
@DebanandaKaman
@DebanandaKaman 6 дней назад
গাই আৰু গোবৰৰ পাৰ্টীৰ মানুহ কত বুজি পাব।ইহঁত কেইটা।
@ContentBubbleTea-if5fq
@ContentBubbleTea-if5fq 7 дней назад
Ei murkhohotr jolise
@Aditya-pr3lr
@Aditya-pr3lr 5 дней назад
কোনো হয় হিমন্ত. হিটলাৰ জনৰ কথা কে কৈছে নহয় জানো 10,0000কোটি টকাৰ দালাল 😂😂😂😂
@MithuKhan-j7v
@MithuKhan-j7v 6 дней назад
Pogola kukuror kotha ki khunim aaru
@tapandas5309
@tapandas5309 6 дней назад
they don't know english.what Rahul said..but some one had told in china that born in India was badluck for him....then who is actual defaulter.
@lakhantanti5784
@lakhantanti5784 6 дней назад
bjpir gedha kita kotha bhal ke buji napai
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 4 дня назад
হাতীয়ে কুকুৰৰ ভুকনিক কি কৰিব
@JdbdNzbxhs
@JdbdNzbxhs 6 дней назад
Ju bula sahi bula
@JOHN_T123
@JOHN_T123 6 дней назад
Apko kaisa pata chala ki Rahul Gandhi china ko promote kar raha hai????
@mainulhaque1998
@mainulhaque1998 6 дней назад
Shacha kotha bolane deshdrohi ho jate hai ki.
@mosudurrahman907
@mosudurrahman907 7 дней назад
Rahul Gandhi k RSS aru BJP r certificate r proyojon nai.GADHA buror well educated Rahul Gandhi k certificate diar jyugota nai
@BuntyGhosh-j3m
@BuntyGhosh-j3m 7 дней назад
Rahul gandhi keo poche na,eto propaganda koreo 99 sit
@mosudurrahman907
@mosudurrahman907 6 дней назад
@@BuntyGhosh-j3m election commission of India pvt ltd ki wajah se 240 mila
@babulbora8228
@babulbora8228 7 дней назад
তেওঁৰ ককাদেউতাক,আইতাক,দেউতাক,মন মোহন সিং নামত হে প্ৰকৃতাৰ্থত UPA ৰ অধ্যক্ষ মাক চনিয়া গান্ধী হতে তেন্তে কি কৰিছিল।সেইসকল দেশ লুতিবৰ বাবেহে ক্ষমতা ত আছিলনেকি।মুঠৰ ওপৰত যেনে তেনে ক্ষমতা লাগে ইতিমধ্যে বিয়াৰ বয়সে ভাতি দিছে।ক্ষমতা নেপালে তেওঁ বিয়া নপতাৰ প্ৰতিজ্ঞা কৰি ৰাখিছে।
@7gc970
@7gc970 7 дней назад
ৰাহুল গান্ধীৰ দেশ দ্ৰোহী হয় । ৰাহুল গান্ধীৰ এজন জধামূৰ্খ মানুহ হয় । নিজৰ দেশক অন্য দেশত বনাম কৰাৰ মানুহক সমৰ্থন কৰাৰ বোৰৰ দেশ দ্ৰোহী ।
@PadmaGogogoi
@PadmaGogogoi 7 дней назад
you 100 bjp
@samairaanjum4203
@samairaanjum4203 6 дней назад
You. Unqualified man
@MonchoykumarRay
@MonchoykumarRay 6 дней назад
Thei tor mak bapek nai nk
@MonchoykumarRay
@MonchoykumarRay 6 дней назад
​@@PadmaGogogoiandha bhakto hoi
@clumsygirl444
@clumsygirl444 5 дней назад
নতুনকৈ গৰুমুত খাবলৈ শিকিছে এই জনে।
@NilamDas-iy3cy
@NilamDas-iy3cy 7 дней назад
Rahul Gandhi a speak truth in America. By the adani china company promod bjp... 😅 And bjp leader says the abusing word on gandhi
Далее
Каха и жена (недопонимание)
00:37
Mini bag sealer
00:58
Просмотров 4,7 млн
BEBE SELE NIINU  AFIN BABA WA ERIN NLA.
9:25
Каха и жена (недопонимание)
00:37