Лучшее на RU-vid
Кино
Авто/Мото
Видеоклипы
Животные
Спорт
Игры
Приколы
Развлечения
Хобби
Наука
Авторизоваться
Зарегистрироваться
মুছলমানক টাৰ্গেট কৰি বিপদত পৰিব নেকি বিজেপি?
3:59
Bike thar nen Petera kanlo barakhaih e!!A inhlawhna a a awh emem bike a nei ta
17:03
REAL MADRID 0 - 4 FC BARCELONA | RESUMEN LALIGA EA SPORTS
03:35
Уникальный вездеход АРКТИКА. СОБИРАЕМ ЗАНОВО ХОДОВУЮ!
33:17
Вредное рыжее пузо🤣 #cats #животные
00:21
Теперь мы знаем, к чем стремится Динара #huga #хетагхугаев #детекторлжи
00:35
সমষ্টিবাসী ৰাইজে অভিভাৱকৰ ভূমিকা পালন কৰিলে বুলি মন্তব্য যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ।
DY365
Подписаться 2 млн
Просмотров 84 тыс.
50%
1
Видео
Поделиться
Скачать
Добавить в
Опубликовано:
28 окт 2024
Поделиться:
Ссылка:
Скачать:
Готовим ссылку...
Добавить в:
Мой плейлист
Посмотреть позже
Комментарии :
121
@ranjitchmomin9414
4 месяца назад
👋👋👋👋👋👋👋👋
@DeepjyotiHandique-pe4qi
4 месяца назад
গৌৰৱ গগৈ জিকি অহাটো প্ৰকৃত জয়। এইটো নিশ্চিত আছিল। ভাল মানুহক এজন ভাল নেতাক সকলোৱে আদৰে। আমি বিচাৰোঁ ৰাইজৰ আশা পূৰণ কৰাত গগৈ দেৱে প্ৰকৃত ভুমিকা গ্ৰহণ কৰিব।
@anirudhakalita4041
4 месяца назад
Mature. অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী ।
@issacnanda3816
4 месяца назад
Congregation Sir
@AmalprobhaDutta
4 месяца назад
অভিনন্দন থাকিল ।
@ReenaSingh-uj7ti
4 месяца назад
যোৰহাট বাসী সঁচা অৰ্থত শিক্ষিত । গৌৰৱ গগৈ নিচিনা সাহসী, স্পষ্টবাদী, সত্যবাদী সাংসদক বিজয়ী কৰালে।
@DeepjyotiHandique-pe4qi
4 месяца назад
ৰাইজ সচেতন হলে দেশৰ হকে কাম কৰিবলৈ নেতা বাধ্য।
@NilaSarmah-t2n
4 месяца назад
যোগ্য পুত্ৰৰ যোগ্য সন্তান
@SalamAli-vh4xq
4 месяца назад
Gogoi dada apuni CM hobolr ready thakok ame hokole apunar logoy asu aru thakim
@jurimonidas2513
4 месяца назад
সত্যৰ সদাই জয়।
@dulumonibora1894
4 месяца назад
Great
@JahirulIslam-uw1im
4 месяца назад
Ok
@ainulhoque-qn9cy
4 месяца назад
Good 👍
@GmailCom-v4n
4 месяца назад
Bohut val lage apunak
@SaifulIslam-by6kt
4 месяца назад
Jurhat nic
@nirugogoi4576
4 месяца назад
সত্য সদায় জয় ভগৱান লগত আছে
@pratimago3245
4 месяца назад
❤❤❤❤❤❤❤❤😊
@ManakhiBorah-i9w
4 месяца назад
Congrtets... Val kam kori jauk... Next CM of assam
@enoshpando5639
4 месяца назад
গৌৰৱ সদায় গৌৰৱ আমি তাকেই আমি আশা বাদী
@indraborgohain3994
4 месяца назад
Thank you sir
@9667-j4f
4 месяца назад
BJPৰ দুয়োজন যুৱমন্ত্ৰীও এইক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ ৷ তেওঁলোক দুয়োজনৰ ভাৱ-ভাষা আৰু উপস্থিতিয়ে ৰাইজক গৌৰৱ গগৈক সমৰ্থনৰ বাবে অধিক উৎসাহিত কৰিলে ৷
@dijuhazrika3882
4 месяца назад
I LOVE U SIR,YOU WILL BE NEXT CM
@babitadeka6456
4 месяца назад
Right 👍
@Musical-jinti
4 месяца назад
Great!!Congratulations.
@rinkuali5342
4 месяца назад
Gourav gogoi zindabaad
@ramendeka4892
4 месяца назад
Congratulations sir.next cm assam
@narayangogoi291
4 месяца назад
Gourob gogoi joi neka joi bhogobaner.xohai paise❤❤. God help you long taim 🎉🎉
@rameshbaglari8876
4 месяца назад
Next ASSAM CM.
@JAJABOR7
4 месяца назад
Next Asaam CM ❤
@DiponTanti-hn8td
4 месяца назад
অভিনন্দ জনালোঁ
@userrb_1234
4 месяца назад
Gourav Gogoir dre ejon CM amr Axomok lage.. ❤
@lohithmarak
4 месяца назад
Sir,always try to help the poor and needed person like this , do what is right then you will left up high and high.
@samarjitrajbanshi8845
4 месяца назад
❤❤
@NilutpalSarma
4 месяца назад
❤
@janardanbora2803
4 месяца назад
এওঁক কয় শিক্ষিত সাংসদ কিমান ভাল কৈ তপন দাৰ বিষয়ে কথা কৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ভাষণ চাওক গৌৰৱ গগৈ দেৱক কোনোবাই শুভেচ্ছা দিলে বুলিয়ে কিমান পাগল হৈ ফুৰিছে তেওঁ লাজ লাগিব লাগিছিল আচলতে টকলা অমিত শ্বাহক কথা দি থৈছিল চাগে যে এইবাৰ গৌৰৱ গগৈক হৰুৱাই হে এৰিম বুলি ভাবিছিল চাগে 😅😅😅
@kaustavmanibasumatary8687
4 месяца назад
😂
@indreswargogoi3180
4 месяца назад
CONGRATULATIONs. Next CM.
@Mr.boruahassam
4 месяца назад
অসমীয়াৰ স্ৱাৰ্থক তেওঁলোকে সুৰক্ষিত কৰিব পাৰিব নে , আগৰ দৰে অসমত দুৰ্নীতি হব । এদিন অসমৰ মানুহ অসমতে ভালকৈ থাকিব নোৱাৰিব । ৰকিবুলৰ অসমত কাম নাই।
@trailokyarajbongshi9612
4 месяца назад
গগৈ ডাঙৰীয়া you great 👍
@bipuldoley1906
4 месяца назад
চৰকাৰ নঠকা মানুজনে কি উণ্ণয়ন কৰিব ! মাজুলী দলং আৰু জিলাকন কুন চৰকাৰে দিছিল ! B J P য়ে দিছিল । সাগিদিব মাজুলী বাসিষ গৌৰবে !
@Surajjamanprodhani
4 месяца назад
I love you sir 💘
@AS23.
4 месяца назад
salute sir....Our Next CM..❤
@SBsMusic-p3e
4 месяца назад
Gourav Gogoi r dore byoktir rajnitit khubei proyujon
@debashissaikia39
4 месяца назад
Gentle politician
@goutamkaman6558
4 месяца назад
Jindaba g,gogoi
@Ammu-j3p
4 месяца назад
Apunar dy365 Chenilook like korisu husa husa news dikhaboloy 🇮🇳🫡👌👏👏👏🙏🙏🙏❤️❤️❤️❤️
@roujahmed3935
4 месяца назад
Many many hearty congratulation to Gourav Gogoi .
@kajuboro2824
4 месяца назад
Val lagil .Best of luck
@classes1144
4 месяца назад
Future CM of Assam... Congratulations Gaurav ji...
@momichetia2149
4 месяца назад
Congratulations
@elloraduttaborah18
4 месяца назад
অভিনন্দন জনালো🙏
@nituldas5492
4 месяца назад
Congratulations.
@pahiborah6625
4 месяца назад
Apunak bht bht huveshya jonalu sir...... atai hokoluke kobo bisaru agniveer khini jate hompurna sakori jibon diye .....🙏
@ablinkandulana-cy8xf
4 месяца назад
God bless you sir 🙏🙏
@bornalihazarika8294
4 месяца назад
Our Next CM. SO MATURED. BEST WISHES🎉🎉🎉
@dwimuboro1261
4 месяца назад
Congratulations sir ❤
@tinasaikia1396
4 месяца назад
Congratulations ❤
@monalishasaiki7842
4 месяца назад
Aru agbarhi jauk arshibad korisu,raijor kambur kori desholoi samridhi kohiai anok
@gitamonikitchen465
4 месяца назад
Kotha blk bohut vl lage.
@ritupongogoi-nt3wl
4 месяца назад
Gentle future cm of Assam
@asomuday5197
4 месяца назад
Good voice.. Congratulations
@monuranjankonwar3512
4 месяца назад
Great politician
@_Blexed._.wozzz_
4 месяца назад
I am a son - of- law of Titabar thanks for Titabarian
@johirulislam-kz2tc
4 месяца назад
2026 oth CM 100%
@chiranjibdutta565
4 месяца назад
Bhal sintadharai apunak aru aguwai nibo, Axomor jolonto xomoshya bilk door koriboloi sesta koribo, avinondan thakil apunaloi🙏
@nelegend5044
4 месяца назад
এখেতক জিকোৱাসকঅলে বিবেকবানৰ পৰিচয় দিলে ।
@johirulislam-kz2tc
4 месяца назад
2026 CM
@Vloglook890
4 месяца назад
Piyush Hazarika arib ne mantrita atiya 😂😂😂😂
@simantanath9193
4 месяца назад
আগৰ গৰু জেনী যাই পিছৰ গৰু তেনি যাই ,, মাথোঁ এটা কথা যে পইচা সাচিব হল নহলে আকৌ বিনা পইচা ত চাকৰি নাপাম নহৈ
@Lifestyle_vlog_my
4 месяца назад
Goru nhi mnuh h ako gaurav gogoi😂😂
@polisonowal5466
4 месяца назад
Gourav Gogoi zindabaad
@Parbin_sultana_aziz
4 месяца назад
Heartiest congratulations Sir🎉🙏❤️
@AnitaPadun
4 месяца назад
Good Good🙏🙏🙏🙏🙏🙏
@niha231.
4 месяца назад
Bohut val lagil
@pitambardowarah1117
4 месяца назад
Gourav Gogoi
@sharifulakand6609
4 месяца назад
Next cm of assam
@anujgogoi9923
4 месяца назад
Assam r cm hisape bisaru ami
@ramendeka4892
4 месяца назад
Really real hero.king hay jilikil.akhamr xojaggya santan gowrav Gogoi.
@kunjakalita4712
4 месяца назад
2026 Sir will become CM.
@JunDas-lf7fx
4 месяца назад
I love you sir
@BharatiBorah-t3v
4 месяца назад
Congret.....Future cm....
@izazulskknsiwndkjdjksniski9541
4 месяца назад
Congress zindabad ❤❤❤❤
@khorsing.terang872
4 месяца назад
❤ gaurav sir longlive
@bhaskarjyotisonowal858
4 месяца назад
👌🙏
@RAMJANALIRAMJANALI-hz3yd
4 месяца назад
😢😢😢😢
@মৌচুমপ্ৰতীমবৰা
4 месяца назад
God help you
@SochinDoley-g5h
4 месяца назад
Gourav gogoi zindabath ❣️♥️♥️
@MigalPegu
4 месяца назад
Next cm❤❤
@taserali-tv9ht
4 месяца назад
😊
@JunDas-lf7fx
4 месяца назад
Apunar kotha khunile khuni thakib mn jay
@anubharali885
4 месяца назад
অভিনন্দন জনালো
@mintuchandra1185
4 месяца назад
Gaurav da electricity bill aru cylinder price tu karone chinta koribo okoman, aikhinir muilo tu Kom hole amar dukhia seni karone bohut bhal hobo.
@userrb_1234
4 месяца назад
Ejon bhl netar ktha botora bur enekua ha hbo lage.. Tapan Gogoir bikhoye kiman dhuniyakoi koise... aaji Gourav Gogoir jagat amr bortomanr powerful neta kaijon hua heten Gourav Gogoik ki ki ktha koi insult krile heten thik naai..
@hemantaborah555
4 месяца назад
Hemanta bora
@ujjalkonwar2859
4 месяца назад
3 = 11+++
@krishnasaikia4620
4 месяца назад
Titabor hoi kiman kam kora haitu dagor kotha
@JD_BORAH
4 месяца назад
Evm t gonit kori jen ten ako abar Bjp sorkar hol ge😂😂😂😂
@ChinuBaruah
4 месяца назад
I
@04akramul20
4 месяца назад
Emn nomro bhodro omayik Amar Gourav
@thepoliticalawareness1021
4 месяца назад
যোৰহাটৰ যিসকল ৰাইজে অখিল গগৈৰ কথাত বিশ্বাস কৰি জাতিৰ বিৰুদ্ধে ভোট দিছিল সেইয়া যথেষ্ঠ চিন্তাজনক। অখিল গগৈ এজন বামপন্থী চিন্তাধাৰাৰ মানুহ। বামপন্থী আৰু কংগ্ৰেছে অসম আন্দোলনৰ বিৰোধিতা কৰাইছিল। চৰকাৰে আটাইতকৈ বেছি কাম যোৰহাট সমষ্টিত কাম কৰিছিল কিন্তু যোৰহাটত ৰাইজে চৰকাৰক কৈ দিলে ৰাইজৰ কাৰনে Development ৰ কোনো দৰকাৰ নাই। যোৰহাটৰ কিছুমান ৰাইজৰ কাৰনে জাতিৰ সুৰক্ষাৰ কোনো দৰকাৰ নাই ? যোৰহাটৰ ৰাইজে অসমক হয়তো বাংলাদেশ বনাব বিচাৰিছে? নিল্লজ জাতিৰ খলনায়ক? প্ৰমাণ: আগতে তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াইৰ দিনত এটা ৰাজনীতিক দলৰ পৃষ্ঠপোষকতাত ৰাতিৰ ভিতৰত বাংলাদেশী মূলৰ লোকৰ গাঁওৰ পিছত গাওঁ বনি গৈছিল। তৰুণ গগৈৰ দিনত বিহপুৰীয়া, নাওবৈচা আদিত কেনেকৈ বাংলাদেশী মূলৰ মানুহ ভৰি গৈছিল মনত কৰক। এবাৰ ধেমাজি, লক্ষীমপুৰত কি হৈ আছে চাওক। গৌৰৱ গগৈ আৰু অনান্য ক ভোট দিয়া লোক সকলে এবাৰ গুৰুজনাৰ শঙ্কৰদেৱৰ জন্মস্থান আলিপুখুৰীত যোৱা উচিত। কিয় শঙ্কৰদেৱৰ জন্মস্থানত এতিয়া অসমীয়া মানুহৰ সলনি বাংলাদেশী মূলৰ মানুহহে আছে? কোনটো ৰাজনৈতিক দলে পৰিকল্পিত ভাৱে অসমীয়া মানুহক খেদালে আৰু বাংলাদেশী মূলৰ মানুহ ভাৰালে? যোৰহাটৰ কিছুমান শিক্ষিত মানুহে বিজেপি আৰু AIUDF ক সাম্প্ৰদায়িক বুলি কয়। কিন্তু তেওঁলোকে যে বাংলাদেশী গাঁওৰ পিছত গাওঁ বনাই অসমীয়া জাতিক শেষ কৰিব বিচাৰিছে সেইটো কোনে কব? যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক যোৰহাটৰ মানুহে নাজানে নেকি কেনেকৈ তাত বাংলাদেশী মূলৰ গাওঁ অধিক হৈ গল। যোৰহাটৰ মানুহে নাজানে নেকি কেনেকৈ তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া আদিৰ দিনত APSC কেলেংকাৰী হৈছিল। লৰা ছোৱালীৰ পৰা লাখ লাখ টকা লৈ চাকৰি দিছিল। আজি লৰা ছোৱালীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে কাৰনে বেয়া পাইছে যোৰহাটৰ শিক্ষিত কিছুমান মানুহে? যিহেতু যোৰহাটৰ বহুতো লোকে development নিবিচাৰে তেনেহলে তাত ইমান কিয় কাম কৰিব লাগে চৰকাৰে। অখিল গগৈয়ে অলপ দিন আগতে চৰকাৰে Tourism ৰ কাৰনে কাম কৰা নাই বুলি কৈছিল। কিন্তু আটাইতকৈ বেছি কাম বৰ্তমানৰ Dr. Himanta Biswa Sarma Sir ৰ চৰকাৰে কৰি আছে। Lachit Statue Project (214 Cr), Ranghar Project (140 Cr), Batadrava Than Project (188 Cr), Kamakhya Corridor Project, Alaboi War Memorial (150 Cr), Majuli Bridge (700 Cr)। Tourism এ আটাইতকৈ বেছি চাকৰি দিয়ে। চৰকাৰে এটা tourism circuit বনাই আছে। Tourist কাজিৰঙাৰ পৰা যোৰহাট আহিব, যোৰহাটৰ পৰা মাজুলী, মাজুলীৰ পৰা যোৰহাট তাৰ পাছত যোৰহাটৰ পৰা শিৱসাগৰ। কিন্তু যোৰহাটৰ কিছুমান শিক্ষিত ৰাইজৰ কাৰনে কেবল বাংলাদেশী মূলৰ মানুহৰ মঙ্গলৰ কাৰনে চিন্তা হয় চাগে? আজি TATA ই অসমত প্ৰায় 20000 কোটি টকাৰ অধিক Investment কৰিব আহিছে জাগীৰোডত। যোগীঘপা Multi Model logistic park ৰ কাম শেষ হব অলপ দিন পাছত। কিমান লৰা ছোৱালী এ চাকৰি পাব, কিমান দাতি কাষৰীয়া অঞ্চলত economic activities বাঢ়িব।
@dhrubajyotiborah4718
4 месяца назад
ইমান ৰছনা লিখি লাভ নাই। ৰাইজ মুৰ্খ নহয় সকলোৱেই সজাগ সচেতন হৈ ভোট প্ৰদান কৰিছিল তাৰ ফলাফল এইয়া ।
@abdulhamid5144
4 месяца назад
আপোনি এজন জধা মূৰ্খ।মানুহ বুলি কলে ভূল হব।কাৰণ এই যি মন্তব্য দিলে তাৰ পৰা বুজি পাবলৈ বাকী নাই যে আপোনিও এজন 1500টকীয়া গোবৰ ভক্ত।চাওঁক আজি হিন্দু মুছলমান শিখ ঈচাই খ্ৰীষ্টান মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰ এইবোৰ কৈ লাভ নাই।কাৰণ আজি দেশত নিবনুৱা সমস্যা বৃদ্ধি বানপানীৰ সমস্যা দেশৰ সম্পদ বিক্ৰী দেশৰ অৰ্থনীতি অবনমিত হৈছে ভবিষ্যতে দেশ শ্ৰীলংকাৰ পাকিস্তানৰ দৰে হব গৈছে মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰিছে।টোলটেক্স বৃদ্ধি মদৰ ওপৰত দেশৰ অৰ্থনীতি নিৰ্ভৰ কৰিব লগীয়া হৈছে।এই সমস্যাবোৰ কি আপোনাৰ দৃষ্টিগোচৰ হোৱা নাই।এই চামচা স্বভাব পৰিহাৰ কৰক।এতিয়াও সময় আছে।হয় অবশ্যে আপোনি এটা ভাল কথা কৈছে বাংলাদেশীৰ সমস্যাৰ কথা কৈছে।আমিও বিচাৰো দেশখন বাংলাদেশী মুক্ত হওঁক।মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত দেশৰ বিজিপি চৰকাৰৰ দিনত যি এন আৰ চি হল সেইটো কিয় এই চৰকাৰে সম্পূৰ্ণ নকৰিলে।চৰকাৰ কাৰ আপোনাৰ নিচিনা গোবৰ ভক্তৰে চৰকাৰ আছিল।গতিকে এইবোৰ কৈ লাভ নাই এই চৰকাৰ ধনীৰ জুমলাৰ চৰকাৰ।যেনে গুৰু তেনে শিষ্য ধন্যবাদ।
@Csk.16233
4 месяца назад
Tur 1500 Toka dormaha kata gol...😂😂😂
@Csk.16233
4 месяца назад
Tur 1500 Toka dormaha kata gol.... Etia Pabi moja....😂😂😂
@DurgeswarGogoi-pq6kt
4 месяца назад
1500tokiya gubor ondho bhokta tur rosonakhonor kunu valu nai
@HirenNath-vm1dk
4 месяца назад
Great
@mritulkumardas2020
4 месяца назад
Congratulations
@jurigogoi1
4 месяца назад
❤
Далее
3:59
মুছলমানক টাৰ্গেট কৰি বিপদত পৰিব নেকি বিজেপি?
Просмотров 3,7 тыс.
17:03
Bike thar nen Petera kanlo barakhaih e!!A inhlawhna a a awh emem bike a nei ta
Просмотров 9 тыс.
03:35
REAL MADRID 0 - 4 FC BARCELONA | RESUMEN LALIGA EA SPORTS
Просмотров 13 млн
33:17
Уникальный вездеход АРКТИКА. СОБИРАЕМ ЗАНОВО ХОДОВУЮ!
Просмотров 569 тыс.
00:21
Вредное рыжее пузо🤣 #cats #животные
Просмотров 52 тыс.
00:35
Теперь мы знаем, к чем стремится Динара #huga #хетагхугаев #детекторлжи
Просмотров 91 тыс.
4:59
Sonari Congress Protest | সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। N18V
Просмотров 2,5 тыс.
4:17
মুছলমানৰ বিবাহ বিচ্ছেদক লৈ আদালতৰ ডাঙৰ ৰায়
Просмотров 1,5 тыс.
4:43
পুনৰ গাজাত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ
Просмотров 3,4 тыс.
5:04
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ EXIT POLLক MODI MEDIA POLL আখ্যা ৰাহুল গান্ধীৰ
Просмотров 39 тыс.
11:00
Sadhguru makes a foreign anchor speechless | Best reply
Просмотров 3 млн
19:58
🚨MAMAN NATIONAL vs MOUSSA MARA vs ISSA KAOU DJIM vs CHOGUEL MAIGA vs ASSIMI GOITA
Просмотров 3,7 тыс.
14:41
India Chase Down 362-1 - India vs Australia 2nd ODI 2013 Highlights
Просмотров 10 млн
7:44
Chand Chupa Badal Mein| Avibhav Best performance | Udit Narayan | Sony Max| Super Starsinger Season3
Просмотров 9 млн
21:33
''জোনমণি ৰাভাৰ মৃত্যুৰ কাহিনী বেলেগ"
Просмотров 697 тыс.
15:40
দেশৰ ভিতৰতে সৰ্বাধিক ভোটত জয়ী ৰকিবুল হুছেইন
Просмотров 42 тыс.
03:35
REAL MADRID 0 - 4 FC BARCELONA | RESUMEN LALIGA EA SPORTS
Просмотров 13 млн