Тёмный

সম্পূৰ্ণ অসমীয়া ভাওনা 🔴 ৰঘুকুলমণি 🔴 এখন সুন্দৰ ভাওনা আপোনালোকলৈ আগবঢ়ালো 🔥 দোহাৰত 👉🏻যদু দত্ত 🙏🙏 

Oitihya Axom
Подписаться 35 тыс.
Просмотров 1,3 тыс.
50% 1

সম্পূৰ্ণ অসমীয়া ভাওনা 🔴 ৰঘুকুলমণি 🔴 এখন সুন্দৰ ভাওনা আপোনালোকলৈ আগবঢ়ালো 🔥 দোহাৰত 👉🏻যদু দত্ত 🙏🙏
ভাওনা - ৰঘুকুলমণি
পৰিবেশনত - শংখধ্বনি শিল্পী সমাজ, নাজিৰা
নাট্যৰূপ - উজ্জ্বল খনিকৰ
দোহাৰত - যদু দত্ত
পৰিবেশনৰ স্থান - - অসম ভাওনা সমাৰোহ ২০২৪, মণিকাঞ্চন ৰংগক্ষেত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰ, মাজুলী
আশাকৰোঁ আপোনালোকে ভাওনাখন ভাল পাব❤️

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 4   
@Fusicomedyofficial
@Fusicomedyofficial 2 месяца назад
দাদা আমাৰ দলটোৰ নাম "শঙ্খধ্বনি শিল্পী সমাজ"(নাজিৰা)উল্লেখ নাই বাবে জনাই দিছোঁ ।নাট্যৰূপ-উজ্জ্বল খনিকৰ । মাজুলী ভাওনা প্ৰতিযোগিতাত আমি এই ভাগ নাট উপস্থাপন কৰিছিলোঁ।আমি তাত দলগতভাৱে দ্বিতীয় স্থান পাইছিলোঁ আৰু একক ভাৱেও পাইছিলো।বৰ দুখ লাগিছে আপুনি আমাৰ দলটোৰ নাম নিদি কিয় বাছকবনীয়া শিল্পী দ্বাৰা বুলি উল্লেখ কৰিছে,ভিদিওতো দিয়াৰ আগত কথাবোৰ জানি ললে ভাল হয়, বেয়া নাপাব ভুল শুধৰাই দিয়াৰ বাবে।।
@OitihyaAxom
@OitihyaAxom 2 месяца назад
ধন্যবাদ 🙏 এটিয়া ভিডিঅ description ত দি দিছো কিন্তু দলটোৰ নাম উল্লেখ আছে ভিডিঅ টো চালে জানিব🙏
@JituBora-l6j
@JituBora-l6j 2 месяца назад
Raven Lua Jonas nam jonabosun
@Fusicomedyofficial
@Fusicomedyofficial 2 месяца назад
উৎপল খনিকৰ
Далее
A small kitten was dumped #cat #kitten #cutecat
00:41
iPhone 16 для НИЩЕБРОДОВ!
00:51
Просмотров 1,3 млн
A small kitten was dumped #cat #kitten #cutecat
00:41