সাৱধান! Amoebic meningoencephalitis নামৰ এক বিৰল মগজু খোৱা এমিবা আহিছে। লেতেৰা পানীত নামি ৩জনৰ লগত সংঘটিত হ'ল শোকাৱহ ঘটনা। ৫ৰ পৰা ১৮ দিনৰ ভিতৰত মাৰাত্মক হ'ব পাৰে সংক্ৰমণ।
6 июл 2024