নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰক্ষেত্ৰী সমষ্টিত উত্তৰ লখোপুৰৰ মথাউৰিৰ ওপৰেদি হুৰা হুৰে পানী বাগৰি আছে।
আমনি বা পুন্নি ৰ মথাউৰি দক্ষিণ ফালে ভাঙি গলে পানী খিনি চিধাই সৰ্থেবাৰী ফালে আহিব।
#flood_in_assam #flood #floods #sarthebari #lokhopur #amoni #assamesevideo #assamese #assamesenews #nalbari #barpeta
16 июн 2024