In Maharashtra in our school in 9th std Marathi subject we had one lesson on kazhiranga park. It's known for rhinos and swampy lands. It's quite beautiful area.
Happy birthday zubeen da ❤️ বহুত আশাৰে ৰৈ আছিলোঁ 🤐🤐🤐... যে zubeen da r birthday selibration r vdo এই বাৰ আপোনাৰ channel t দেখিবলৈ পাম বুলি 😣😣😣 কিন্তু আশা আশা হৈএ ৰল☹️☹️
কৰুনাৰ খবৰ লবলৈ বুলি সিদিনা ইটালীলৈ গৈ আছিলো। হঠাতে গম পালো আপুনি Video আপল'ড কৰিছে বুলি, আধা ৰস্তাতেই বিমান খন ৰখাই ঘুৰি আহিলো আপোনাৰ video ot কমেণ্ট দিবলৈ। উঔ video পিছফালৰ দৃশ্যপট অতি সুন্দৰ হৈছে, হাহিঁটোও অতি চমৎকাৰ। অসম চৰকাৰে video খনলৈ এটি পুৰস্কাৰ দিয়াৰ কথা ভাবি আছে। আমিও ডোনাল্ড ট্ৰাম্পৰ পত্নীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো যাতে এই video খন বৃটিছ মিউজিয়ামত উপযুক্ত ভাৱে সংৰক্ষণ কৰে, অন্যথা আমি চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিম.