Тёмный

"হিমন্তই ডকাইট কেনেকৈ কৰে" চাওঁক এই প্ৰতিবেদন🤪 

tech tips Supported
Подписаться 98 тыс.
Просмотров 14 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 14   
@binudas8708
@binudas8708 2 месяца назад
যদি তেখেতে অসমীয়াৰ বাবে চিন্তা কৰে তেন্তে মাৰোৱাৰী কিছোমানৰ নামত বাগান ,হস্পিতল হোতেল আজি কিনিছে কিয়?অসমীয়াৰ কাৰোবাৰ নামত কিনিব পাৰিলে হয়।
@surenbaruah1037
@surenbaruah1037 2 месяца назад
এই সংঘাত অবধাৰিত।কিয়নো এই সংঘাতৰ প্ৰধান কাৰন অৰ্থনৈতিক। প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়া শাসনৰ সময়ত সেইসময়ৰ চিফ্ চেক্ৰেটাৰীৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছিল। উক্ত প্ৰতিবেদনত গুৱাহাটীৰ অৰ্থনৈতিক শক্তিৰ বিষয়ে উল্লেখ কৰি তথ্য সহকাৰে কৈছে যে-অকল গুৱাহাটীৰ যি আৰ্থিক শক্তি সেই শক্তিৰে গুৱাহাটীৰ উন্নয়নত প্ৰভুত অৰিহণা যোগাব পৰাই নহয় সামগ্ৰীক ভাবে অসমৰ উন্নয়নত প্ৰভাব পেলাব পাৰে। কিন্ত্ত ইয়াৰ বিপৰীতে গুৱাহাটীৰ অৰ্থনিতিয়ে ভাৰতবৰ্ষৰ অন্ততঃ ৫খন চহৰ উন্নয়নগত প্ৰধান ভুমিকা লৈছে ক্ৰমে নয়দা,জয়পুৰ,বিকানেৰ,দিল্লী,চণ্ডীগৰ। ইয়াৰ কাৰন কি? এইবোৰৰ বিশ্লেষণ আৰু ব্যস্তৱ প্ৰগতিশিল চিন্তাৰ অভাবো এটা মূল কাৰন।
@DonKelar123
@DonKelar123 2 месяца назад
Thanks 🙏🙏🙏🙏
@binudas8708
@binudas8708 2 месяца назад
চিকিমত সকলোৱে নেপালী ভাষা পাতে। 2শ বছৰ হোৱাৰ পিছতো কিয় আমাৰ ভাষা লবলৈ নিবিছাৰে।
@TiluDas-w6s
@TiluDas-w6s 2 месяца назад
Assamiyar dura abasther hatu tez Piya neta keita.
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 2 месяца назад
বেছি ফেন। ইহঁতে পাহৰি যায় তালি টোপলি বন্ধা।বেছি জপিআব নালাগে।
@TiluDas-w6s
@TiluDas-w6s 2 месяца назад
Harinar mankhai boirir dare.
@SanjibThakuriya
@SanjibThakuriya 2 месяца назад
বিদেশি নিজৰ আইক আনিচে দাদাগিৰি
@sankarchandranath9340
@sankarchandranath9340 2 месяца назад
E hatar sampati banaise.
@thekakhua
@thekakhua 2 месяца назад
😮😮😮
@SanjibThakuriya
@SanjibThakuriya 2 месяца назад
নচলিবদাদাগিৰি
Далее
Купил КЛОУНА на DEEP WEB !
35:51
Просмотров 2,9 млн