Тёмный

হেঁপাহৰ তিতাবৰ | Hepahor Titabor | A Documentary song on Titabor by Lakshi Sarmah 

Bhupali Sangitam
Подписаться 3 тыс.
Просмотров 24 тыс.
50% 1

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 275   
@SurjyaPhukan-ub1ky
@SurjyaPhukan-ub1ky 12 дней назад
ভাল হৈছে। বহু ত ভাল হৈছে, আপুনি আগবাঢ়ি যাওক। ধন্যবাদ।
@aabritabordoloi3855
@aabritabordoloi3855 15 дней назад
আপোন তিতাবৰকলৈ গোৱা এইতো সম্ভৱ প্ৰথডা°টি গীত ৷ সুন্দৰ ! তিতাবৰৰ জীয়ৰী হিচাপে গৌৰাৱাম্বিত ! 🙏
@rubultamuli9545
@rubultamuli9545 4 месяца назад
সুন্দৰ হৈছে , আপোনাৰ সৃষ্টিৰ বাবে এজন তিতাবৰীয়া হিচাপে গৌৰৱাম্বিত 🙏🙏 আগুৱাই যাওক 🙏🙏
@BidyutKachari-cv5zd
@BidyutKachari-cv5zd Месяц назад
Moja sir❤❤
@NayanBharali-py8my
@NayanBharali-py8my 3 месяца назад
ইতিহাস সমৃদ্ধ তথ্যৰে ভৰপূৰ সংগীতটি অতি সুন্দৰ ....চাৰ....এনে এটি গীত উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ চাৰ ..
@raagmanojmusical9119
@raagmanojmusical9119 12 дней назад
অতি সুন্দৰ হৈছে ককাইদেউ ।❤️❤️❤️
@dhrubajyotiborgohain2843
@dhrubajyotiborgohain2843 3 месяца назад
সুন্দৰ শব্দ, কণ্ঠ, উপস্থাপন, শুভেচ্ছা জনালোঁ। তিতাবৰ খনক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে।
@RaktimKachari-bc1ue
@RaktimKachari-bc1ue 3 месяца назад
সুন্দৰ লাগিল গানটো বহুত বহুত ভাল লাগিল আৰু আগুৱাই যাওক। 🙏🙏
@debojitsaikia2867
@debojitsaikia2867 Месяц назад
বহু ত ভাল লাগিল। কথা, সুৰ, কণ্ঠ, মহত্ব পূণ সংগীত।
@MonNilim-xm7fq
@MonNilim-xm7fq 3 месяца назад
মই যোৰহাটৰ হই নিজৰ যোৰহাটৰ গৌৰৱ বোৰ দেখিলে বৰ ভাল লাগে ভিডিঅ টো চাই খুব ভাল লাগিল ❤❤❤❤❤
@promodgoswami2100
@promodgoswami2100 3 месяца назад
অতি সুন্দৰ। লক্ষী শৰ্মা বহুত বহুত ধন্যবাদ
@anantakarateofficial9126
@anantakarateofficial9126 3 месяца назад
বহুত সুন্দৰ, খুব ভাল লাগিল। তিতাবৰীয়া হিচাপে গৌৰৱান্বিত।
@gitanjolidas8702
@gitanjolidas8702 3 месяца назад
ইমান সুন্দৰকৈ উপস্থাপন কৰিছে তিতাৱৰখন, সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো। আপোনাক বহুত বহুত শুভেচ্ছা জনালো।
@official2605
@official2605 3 месяца назад
তিতাবৰৰ যুৱক হিচাপে গৌৰৱবোধ কৰিছো।আপোনাৰ কথা, সুৰ আৰু উপস্থাপন অতি সুন্দৰ।।।
@kaberigogoi1332
@kaberigogoi1332 3 месяца назад
বৰ সুন্দৰ হৈছে চাৰ ।আপোনাৰ কণ্ঠ আৰু গীতটি শুনি মহেন্দ্ৰ হাজৰিকা দেবলৈ মনত পৰি গল ।আমি গৌৰাম্বিত
@KrishnaBorchetia
@KrishnaBorchetia 3 месяца назад
আপোনাৰ কণ্ঠ আৰু গীতৰ কথাই মন ভৰাই তুলিলে ❤ সদায় আমাৰ আদৰ্শ হৈ থাকিব💐
@ParagBorah-r2e
@ParagBorah-r2e 3 месяца назад
বহুত সুন্দৰ হৈছে আগুৱাই জক ❤❤❤❤❤
@JyotimayeeKachari
@JyotimayeeKachari 3 месяца назад
অসম বাসি ৰাইজৰ বাবে এটি গৌৰৱৰ কথা❤️
@latumoniyoutubechannel8332
@latumoniyoutubechannel8332 3 месяца назад
বৰ সুন্দৰ হৈছে দাদা আগলৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
@PriyakshiSaikia-mh2uo
@PriyakshiSaikia-mh2uo Месяц назад
Nice❤❤❤❤ sir
@poransaikia5299
@poransaikia5299 3 месяца назад
বৰ ভাল লাগিল ছাৰ......... ভগৱানে আপোনাৰ এই সুৰীয়া যাত্ৰাত সদায় সহায়ক হওঁক....... আপোনাৰ সান্নিধ্যত আমিও গৌৰৱান্বিত..
@keshabbharali5822
@keshabbharali5822 3 месяца назад
গীত টো শুনি গৌৰৱ অনুভব কৰিছো ধন্যবাদ আপোনালৈ
@sumitraborgohain4863
@sumitraborgohain4863 3 месяца назад
বহুত ধুনীয়া হৈছে লক্ষী দা, আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলো 🙏🙏
@lxgogoi3341
@lxgogoi3341 3 месяца назад
বৰহোলা গজলা সত্ৰৰ পৰা মৰম যাচিলো❤
@PritomUrang-f4m
@PritomUrang-f4m 3 месяца назад
🎉🎉super lakhi da mur nieghbours..❤❤
@trilosongogoi
@trilosongogoi 3 месяца назад
ভাল হৈছে গীতটো৷
@kiran__moyee__
@kiran__moyee__ 4 месяца назад
Khub dhuniya hoise sir♥️🙏..keep going on🎉
@KasturiRabha
@KasturiRabha 3 месяца назад
Bohout val lagise❤❤
@manjuladas7663
@manjuladas7663 3 месяца назад
Hundor ♥️
@MRINALJYOTIVLOGS
@MRINALJYOTIVLOGS 3 месяца назад
তিতাবৰ ৰ বহুতো নজনা কথা জানিলো দাদা আপোনাক ধন্যবাদ 🙏
@moina2160
@moina2160 3 месяца назад
ভাল লাগিল আমাৰ তিতাবৰ
@Achyutaarya
@Achyutaarya 4 месяца назад
ছাৰ🙏সুন্দৰ ৷ আপোনি আৰু আপোনাৰ কণ্ঠ চীৰ সুন্দৰ ৷ আপোনাৰ পৰাই মই সংগীতৰ পৃথিৱীত প্ৰথম খোজ আগবঢ়াইছিলো ৷🙏🙏🙏
@jintuchutia9092
@jintuchutia9092 3 месяца назад
গৌৰব কৰিছোঁ তিতাবৰ বসি হৈ। ❤❤❤
@rohidas8280
@rohidas8280 3 месяца назад
এনে এটি গান আমাৰ মাজলৈ আগবঢ়োৱাৰ বাবে ধন্যবাদ 🎉🎉🎉🎉🎉
@Jyotishmita4x
@Jyotishmita4x 3 месяца назад
Nice song 😊
@MarryBuragohain-ds1zp
@MarryBuragohain-ds1zp 3 месяца назад
Vl lagil huni. titabor apun amar hokolure ..huvecha thakil ru aguai jaouk apuni..
@kankanahazarika6925
@kankanahazarika6925 3 месяца назад
বহুত সূন্দৰ । আপোনাক লৈ আমিও গৌৰৱান্বিত ছাৰ
@dreamhouse7160
@dreamhouse7160 3 месяца назад
খুব সুন্দৰ
@BijoyaSaikia-q9e
@BijoyaSaikia-q9e 2 месяца назад
Moja sir
@JADU_MANI_FF
@JADU_MANI_FF День назад
TITABOR ❤
@RahulChutia-h7u
@RahulChutia-h7u 3 месяца назад
Hundar dada❤❤❤
@BhobenKhakhlari
@BhobenKhakhlari 3 месяца назад
সুন্দৰ ❤❤❤❤❤🎉
@samimarahman9326
@samimarahman9326 3 месяца назад
আপোনালৈ সহস্ৰ প্ৰণাম ইমান সুন্দৰকৈ তিতাবৰখন বৰ্ণনা কৰিছে 🙏🙏
@Dhiren9056
@Dhiren9056 3 месяца назад
তিতাবৰৰ গৌৰব সুন্দৰ হৈছে
@gitashrihazarika1253
@gitashrihazarika1253 3 месяца назад
Hundor sir🎉
@AnushuyaSaikia
@AnushuyaSaikia 3 месяца назад
চাৰ বহুত ভাল লাগিল গানটো শুনি☺️
@basantaneog4745
@basantaneog4745 3 месяца назад
বহুত ভাল লাগিছে তিতাবৰৰ আমি🥰🥰
@AnantaGogoi-c8l
@AnantaGogoi-c8l 3 месяца назад
ভাল লাগিল
@bhobenkurmi6317
@bhobenkurmi6317 3 месяца назад
Mja hoise. Sir ❤❤❤
@MainuDutta-f5g
@MainuDutta-f5g 3 месяца назад
মৰমৰ মহাটিৰ সুৰিয়া কন্ঠেৰে ভাল লাগিল শুনি গীতটি বহুত । আপোনাৰ যাত্রা চিৰযুগমীয়া হওক। মিঠািই চিঠাই বোৰ খাবলৈ মাতিব মোকো। পাহৰি নাযাব যোৰহটীয়া হলো বুলি,, তিতাবৰৰে জীয়ৰী কিন্তু।
@BishwjitHazarika
@BishwjitHazarika 3 месяца назад
Val hoise
@firdushali660
@firdushali660 3 месяца назад
Excellent. Go ahead.
@deephazarika887
@deephazarika887 3 месяца назад
তিতাবৰৰ ঢলিৰপৰা শুভেচ্ছা জনাইছো🙏🙏🙏
@axomiyapakghar2734
@axomiyapakghar2734 3 месяца назад
Bhal lagil ❤
@rubulborah4948
@rubulborah4948 4 месяца назад
শব্দেৰে বুজাব নোৱাৰা অনুভূতি ! অশেষ ধন্যবাদৰ পাত্ৰ আপুনি।
@GiNNiVlogs-03
@GiNNiVlogs-03 3 месяца назад
Proud of you Lokhi moha .......
@tapanchaliha7055
@tapanchaliha7055 3 месяца назад
বহুত সুন্দৰ হৈছে।আপোনাক অভিনন্দন জনালো।
@wondeerbe25
@wondeerbe25 3 месяца назад
Titabar Pulibor....kothar nai lor....Nimati kimanor baat......love my Titabar
@porinitadutta7348
@porinitadutta7348 4 месяца назад
সঁচাকৈ বৰ ধুনীয়া হৈছে 🥰🥰 তিতাবৰ অঞ্চলৰ লোক হিছাপে গৌৰাম্বিত
@GlobalAssam23
@GlobalAssam23 3 месяца назад
গীতটি শ্ৰুতিমধুৰ হৈছে। ভাল লাগিল
@mohedrochangmai89
@mohedrochangmai89 3 месяца назад
Sir apuni hdai ag bahi jawk 🎉🙏
@mymixsite1807
@mymixsite1807 3 месяца назад
গান টো শুনি নিজকে তিতাবৰ বাসিন্দা বুলি কবলৈ গৌৰৱ কৰিছোঁ।🙏🏻
@AnantaRajkhua
@AnantaRajkhua 3 месяца назад
অতি সুন্দৰ ❤
@dilipgohain6440
@dilipgohain6440 3 месяца назад
Oti hundor voice aru music dada
@DipokBonia
@DipokBonia 3 месяца назад
তিতাবৰ, পৰা, দি তীয়, জন, মহেন্দ্র, হাজৰিকা, দেৱ, ওলাইছে, 5:45
@HimangshuDeka-w4g
@HimangshuDeka-w4g 3 месяца назад
❤দৰংৰ আশা
@lipikasaikia2337
@lipikasaikia2337 3 месяца назад
তিতাবৰীয়া হিচাপে গৌৰৱান্বিত ❤
@borashaborah4929
@borashaborah4929 3 месяца назад
Vl lagil huni gantu sir🎉🎉🎉
@munmikachari6189
@munmikachari6189 3 месяца назад
বেকাজানৰ পৰা বহুত বহুত মৰম যাছিলো❤❤❤❤
@আইমন-ম৩ছ
@আইমন-ম৩ছ 4 месяца назад
বহুত ভাল লাগিল ছাৰ৷হেঁপাহৰে তিতাবৰক লৈ আমিও গৌৰৱান্বিত৷তাতে নিজকে ভিডিঅটোত দেখা পাই আনন্দিত হলোঁ৷(অনুৰাধা)
@dipagogoi3634
@dipagogoi3634 3 месяца назад
জানমণি
@srimantasaikia9451
@srimantasaikia9451 4 месяца назад
সুন্দৰ দাদা । সংগীত ধুনিয়া হৈছে
@AnupBhagawati
@AnupBhagawati 3 месяца назад
Mooja
@mahantada
@mahantada 3 месяца назад
Bor hundor hoise ❤
@MilonjyotiThengal
@MilonjyotiThengal 2 месяца назад
Best sir
@KamalGogoi-ek3cg
@KamalGogoi-ek3cg 3 месяца назад
❤❤❤ very nice❤❤❤
@simachutiapachoni4180
@simachutiapachoni4180 3 месяца назад
Geet ti bohut vl hoise. Huni thakile huni thakibole mon jai. Kantha bohut huwala, lagate video ti vl hoise. ❤❤❤
@zerobudgetassam8638
@zerobudgetassam8638 3 месяца назад
Bohut val lagil ❤
@pallobibora5560
@pallobibora5560 4 месяца назад
চাৰ বহুত ভাল লাগিছে আপুনি আগুৱাই যাওক ❤
@KamalDeka-ci6un
@KamalDeka-ci6un 3 месяца назад
Very nice ❤❤❤❤❤
@sontoshborah5680
@sontoshborah5680 3 месяца назад
মাটিৰ গান❤
@huntuhazarikahuntuhazarika9915
@huntuhazarikahuntuhazarika9915 3 месяца назад
তিতাবৰিয়ান হিচাপে গৌৰৱ অনুভৱ কৰিচো দাদা আগ বাঢ়ি যাওঁক
@Dipalipator
@Dipalipator 3 месяца назад
অতি সুন্দৰ ছাৰ ❤.. আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছো ❤🎉. কাৰণ আপোনাৰ জৰিয়তেই মই সংগীত জগতৰ লগত চিনাকি হৈছো.. ❤ আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল ছাৰ 🎉😊
@bhaskarbora04
@bhaskarbora04 3 месяца назад
আপোন ঠাই❤❤❤
@debashreekhanikar272
@debashreekhanikar272 3 месяца назад
Your all wishes come true ❤🎉
@Freefire-fv8vl
@Freefire-fv8vl 3 месяца назад
Lokhi sir💗
@roktimsaikia2315
@roktimsaikia2315 4 месяца назад
Excellent sir♥️😍🥰👍👌🏻
@Cartoon_Video12340
@Cartoon_Video12340 3 месяца назад
সুন্দৰ কণ্ঠ আৰু সুন্দৰ উপস্থাপন শুভেচ্ছা থাকিল 🎉
@pranobjyotikachari4252
@pranobjyotikachari4252 4 месяца назад
সুন্দৰ হৈছে❤
@juntisaikia9666
@juntisaikia9666 4 месяца назад
আপোনাৰ এই অনুপম সৃষ্টি বহুত সুন্দৰ চাৰ ❤
@AnkitaSaikia-sm8qm
@AnkitaSaikia-sm8qm 3 месяца назад
হেঁপাহৰ,মৰমৰ ,আবেগৰ তিতাবৰ 💌
@SurajChetry-kf6wt
@SurajChetry-kf6wt 3 месяца назад
সুন্দৰ হৈছে ছাৰ 👍❤️
@nandankumarsarmah4830
@nandankumarsarmah4830 4 месяца назад
অতি সুন্দৰ হৈছে শৰ্মা ডাঙৰীয়া ৷ ইমান কম সময়ত সকলো তথ্য গীতটোত সন্নিৱিষ্ট কৰাটো সম্ভৱ নহয় যদিও আপোনাৰ প্ৰচেষ্টা শলাগিবলগীয়া ৷
@akashgogoi9395
@akashgogoi9395 3 месяца назад
বহুত ভাল লাগিল গীতটি শুনি 🙏
@anuraggogoi1780
@anuraggogoi1780 3 месяца назад
❤❤
@debajitTanti-vt8zj
@debajitTanti-vt8zj 2 месяца назад
😅😅😅
@sewalidutta8507
@sewalidutta8507 3 месяца назад
Nice❤❤❤
@GopalKachari-e5t
@GopalKachari-e5t 3 месяца назад
bohut vhal lagil dada aru jen vobisoti titabor hoi ata grob hoi
@Dhunu__131
@Dhunu__131 3 месяца назад
সঁচাকৈ বহুত ধুনীয়া হৈছে Sir 🎉Proud of be a Titaborian ❤😊
@madhabmunda3858
@madhabmunda3858 3 месяца назад
Bohut hundor
@madangogoi3599
@madangogoi3599 3 месяца назад
সুন্দৰ বহুত সুন্দৰ
@nijarahazarika1107
@nijarahazarika1107 3 месяца назад
শুভেচ্ছা থাকিল । ভাল লাগিছে বাৰু ।
Далее
Sewali A Silent Girl || Assamese Short Film 2020
39:10
Просмотров 424 тыс.
Aaj Yasto Bhayo || Bhagya Neupane New Help Video ||
38:08