Тёмный
No video :(

১ মিনিটৰ এটা মন্তব্য আৰু ১ লাখ গালি || চাওঁক ৰূপজ্যোতি কূমী অবস্থা বেয়া কৰি দিলে 

News 8 Assam
Подписаться 42 тыс.
Просмотров 176 тыс.
50% 1

#Rupjyoti_kurmi
#assamesenewsupdate
#deeplinadekanews
#assamtopnews
#assamesesinger
#facts

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,2 тыс.   
@arupchandradas4443
@arupchandradas4443 2 месяца назад
ৰূপজ্যোতি কুৰ্মিক দেখিলে এনে লাগে যেন আমাৰ অসম চৰকাৰত বহুত জাবৰ যথৰ ভৰ্তি হৈ আছে।
@GoneshPatowary
@GoneshPatowary 2 месяца назад
তই এটা চেৰা পাগল
@mamoniborah8809
@mamoniborah8809 2 месяца назад
এই ৰুপজ্যোতি নামৰ ভোবোলাটোৰ কথাবোৰ সাংবাদিক সকলে কিয় প্ৰচাৰ কৰি আছে।ভোবোলাটো ছাগলীৰ টঙীত ভৰাই থব লাগে। মই কোনো ৰাজনৈতিক দলৰ কৰ্মী নহয়।ছাগলীয়ে বেলাই থকা কাৰণেহে অশান্তি পাইছো। যোৰহাটৰ ৰাইজ শিক্ষিত জ্ঞানী সেয়ে গৌৰৱৰ জিকাইছে।এইবাৰ নতুন মৰিয়নি সমষ্টিৰ ৰাইজে ৰুপজ্যোতিক কি কৰে সেয়া সময়লৈ অপেক্ষা কৰক ৰাইজ।
@kinaramdas5198
@kinaramdas5198 2 месяца назад
ঐ ভোবোলা ছাগলী তই গৌৰৱ গগৈৰ ভৰিৰ পৰা কাটি পেলোৱ নখটো সমানৰ যোগ্য নহয় ,মৰিয়নী বাসী ৰাইজে এই মুৰ্খটোক কিয় ভোট দিয়ে?
@trishnabaruah
@trishnabaruah 2 месяца назад
গৌৰৱ গগৈ পকৰ ধোৱা যোগ্য নহয় এইটো
@dipendutta3052
@dipendutta3052 2 месяца назад
এইটো এটা পাগল ।
@tultuldutta7753
@tultuldutta7753 2 месяца назад
মৰয়নী বাসীৰ দুৰ্ভাগ্য
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 месяца назад
যেনে ভোটাৰ তেনে বিধায়ক
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
​@@digantajyotibordoloi5528ঠিক কৈছে
@jalaluddinahmed9888
@jalaluddinahmed9888 2 месяца назад
লজ্জাজনক
@realhero5657
@realhero5657 Месяц назад
​@@digantajyotibordoloi5528Right
@jyotiprovachangmai6385
@jyotiprovachangmai6385 Месяц назад
Rupjyotipagaltu​@@jalaluddinahmed9888
@girishphukan2290
@girishphukan2290 2 месяца назад
ৰূপজ্যোতি কুমী’ৰ দৰে এজন লোকক বিধায়ক হিচাবে মৰিয়ণীৰ ৰাইজে ভোট দি নিজেই লজ্জাবোধ কৰিছে ৷
@NibaranNath-bx4ee
@NibaranNath-bx4ee 2 месяца назад
অসম আৰু ভাৰতৰ মানুহৰ লাজ থাকিলে আমাৰ দেশখন স্বাধীনতা পোৱাৰ 76 বছৰৰ পিছত, আজিও গৰীৱ দেশ বুলি বিশ্বই হাহিব নোৱাৰিলে হয় । আমি সকলোৱে সঁচাই নিলাজ ।
@anilgoswami2238
@anilgoswami2238 7 дней назад
@@girishphukan2290মৰিয়নিবাসীৰ বাবে এই বাৰ অন্তিম শুধৰণি ৰ দায়িত্ব ।
@user-cw1hq7uu9h
@user-cw1hq7uu9h 2 месяца назад
মৰিয়নিবাসী ৰাইজে ভোট কিয় দিয়ে অলগদ্ধটোক
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
মৰিয়নীৰ মানুহবোৰ টকা লুভীয়া ,নিজৰ স্বাভিমান বোলা বস্তুটো নাই 🤭🤭😂😂
@ranjitduttaey3967
@ranjitduttaey3967 2 месяца назад
এই টো ৰ মূখত কথা নোলায় , গৌৰৱ গগৈ অসমৰ গৌৰৱ , এই অন্ধ ভক্ত টোৰ মগজুৰ বিকাৰ হৈছে সেয়ে এইটোৱে আবুল টাবুল বকিছে
@ranjitduttaey3967
@ranjitduttaey3967 2 месяца назад
সঁচা কথা কৈছে নহ'লে এওঁলোকে এনে এজন অভদ্ৰ নেতাক বাৰে বাৰে কিয় ভোট দি জয় যুক্ত কৰে বাৰু
@realhero5657
@realhero5657 Месяц назад
​@@user-ll9zc1fk3y100%Right
@realhero5657
@realhero5657 Месяц назад
মৰিয়ণীখন অন্ধ ভক্তবোৰৰে ভৰা ছাগে । 😅😅
@timpalgogoi5251
@timpalgogoi5251 2 месяца назад
তুমি খেদা খোৱা নাছিলা জানো তোমাৰ নিজৰ‌ কাম নাই শুই থাকা গৌৰব গগৈ কাম আছে আমনি নকৰিৱা
@rinkumonihazarika2467
@rinkumonihazarika2467 2 месяца назад
নগাই দুটা গুলি মাৰোতে তিক তিক কে দৌৰিছিলি আৰু এতিয়া গৌৰৱ গগৈৰ কথা ভাবিব নালাগে , নিজৰ সুৰক্ষাৰ কথা ভাৱ 😂😂😂😂😅😅😅😅
@user-ym1dc3nc8l
@user-ym1dc3nc8l 2 месяца назад
তেওঁ লোক দ'ল বাগৰাত সিদ্ধহস্ত তেওঁ লোকৰ না ব্যক্তিগত সন্মান আছে না নীতি আছে। চৰকাৰ কংগ্ৰেছৰ হ'লে বি, জে, পি এৰিবলৈ সময়েই নালাগিব। মামাই গমকেই নেপাব। এইবাৰ ৰাইজে এসেকা দিব ৰব। ৰাজনীতিত শিক্ষাৰ প্ৰয়োজনীয়তাৰ আছে। চুট টাই পিন্ধি ভদ্ৰলোকৰ লগত শাৰী মিলাই বহিব পাৰিব সঁচা, কিন্তু যেতিয়া লৈকে কথা নকয় তেতিয়া লৈকে হে সন্মান থাকিব। কথা কবলৈ আৰম্ভ কৰাৰ লগে লগে নীলা শিয়ালৰ আচল ৰূপ ওলাই পৰিব।
@anilgoswami2238
@anilgoswami2238 2 месяца назад
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজে নিজৰ গালত শোধোৱা চৰ কেইটা আমি এতিয়া ও পাহৰি যোৱা নাই !!!!!!!!!
@RajumoniRajumonidas
@RajumoniRajumonidas 2 месяца назад
😂😂😂
@mallikadeka3849
@mallikadeka3849 2 месяца назад
Agote kotha koboloi khik..... Tar pisot anok eneke koni...
@terabaap-td1iy
@terabaap-td1iy 2 месяца назад
😂😂
@ranjitduttaey3967
@ranjitduttaey3967 2 месяца назад
এই ডলাৰ বগৰী বিলাক দলিয়াই পেলাব লাগে যাতে আগন্তুক দিনত কোনেও এনেকৈ টুলোঙা মন্তব্য আগবঢ়াব নোৱাৰে সেয়ে ৰাইজলৈ অনুৰোধ জনালোঁ
@user-hy9gv3ob2r
@user-hy9gv3ob2r 2 месяца назад
ছাগলীটোৰ মূখত টেপ লগাই মূখন বন্ধ কৰি দিয়ক বেছিকৈ বেবাই থাকিলে জনসাধাৰণে দূৰ্গাপূজালৈ বলি দিবলৈ ৰৈ নাথাকি কছাইক বিক্ৰি কৰি দিব।
@Bhuyan525
@Bhuyan525 2 месяца назад
😂😂
@ranjitbora734
@ranjitbora734 2 месяца назад
কমেন্টৰ বাবে ধন্যবাদ। অতি সুন্দৰ, খাপ খাই পৰিছে।
@RajumoniRajumonidas
@RajumoniRajumonidas 2 месяца назад
ঠিকেই কৈছে ।
@majulisuwalimoi9324
@majulisuwalimoi9324 2 месяца назад
😂
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@suhaelakhtar7815
@suhaelakhtar7815 2 месяца назад
মৰিয়নী সমস্টিত মানুহ নাছিল নেকি ? অলগদ্ধ এটাক বিধায়ক পাতে
@AnandaKhound-jr3te
@AnandaKhound-jr3te 2 месяца назад
মৰিয়নিত শিক্ষিত মানুহৰ অভাৱ বুলি কব লাগিব ।এনে জধামূৰ্খ মানুহক বিধায়ক পতা ।
@mthuborgohain1956
@mthuborgohain1956 2 месяца назад
Hoi diya
@user-ld3ti8kt5m
@user-ld3ti8kt5m 2 месяца назад
নিশ্চিয়
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
ঠিক কৈছে
@binoddutta4714
@binoddutta4714 2 месяца назад
একেবাৰে সত্য কথা।
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
মৰিয়নিৰ মানুহে পাথা ছাগলী এটা পালন কৰি আহিছে , এইয়া তেওলোকৰ হেনো পৰম্পৰাগত নিয়ম🤭😂😂
@Baki.hanna20
@Baki.hanna20 2 месяца назад
হাতীক দেখিলে কুকুৰে ভুকেই।😂😂😂😂
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
হাতীয়ে ঘূৰিয়ে নাচাই কুকুৰক 🤭🤭😂😂
@YNimi
@YNimi 2 месяца назад
😂
@jibongogoi6940
@jibongogoi6940 2 месяца назад
এই ভেড়া ছাগলী তোয়ে কি বেবাই আছে l
@kalpanasaikia7235
@kalpanasaikia7235 2 месяца назад
😂
@dwipenkumarsaikia.2645
@dwipenkumarsaikia.2645 2 месяца назад
যদি কেন্দ্ৰত NDA চৰকাৰ ভংগ হৈ অন্য দলৰ চৰকাৰ হয় তেতিয়া এই সকলৰ দশা বাৰু পিছে কি হৱ।
@FaridaBegum-f6e
@FaridaBegum-f6e Месяц назад
Right
@dsp3876
@dsp3876 29 дней назад
Akha pali thak.. Gaurav ne ki kam nai aitur u,, Rupjyotir u kam nai aru aidal gourav ne ki iyar u kam nai..
@bijaybaruah3081
@bijaybaruah3081 2 месяца назад
এইটো এটা পাবত গজা বিধায়ক। কোনে দেই এইটোক ভোট
@nityanandamahanta1849
@nityanandamahanta1849 2 месяца назад
ছাগলী কি নকয়, মুছলমানক 4%মোদিয়ে সঙৰক্ষীত কৰিলে,কি ক'ব ছাগলে
@user-dv5oo8zv5u
@user-dv5oo8zv5u 2 месяца назад
গৌৰৱ গগৈৰ অনুৰাগীয়ে ভৰি আছে এইখন অসমত । গৌৰৱ গগৈক কিবা ক'লে উত্তৰ ৰাইজে দিব ।
@gaurirabha3236
@gaurirabha3236 2 месяца назад
অহা ইলেকচনত ৰূপজ্যোতি কৰ্মি অহ ইলেকচনত যোৰহাটৰ পৰা খেলিব দিলে এটাও ভোট নেপাব ।
@swargojyotigogoi4135
@swargojyotigogoi4135 2 месяца назад
এতিয়া ছাগলীটোৱে গালি খাইছে।ইয়াৰ পিছতো ছাগলীয়ে কথা নুশুনিলে ৰাইজে এচাৰি লব।
@digantachangmai1076
@digantachangmai1076 2 месяца назад
অ ই ত ই কেতিয়াৰ পৰা পাগল হলি
@debajanibaruah3105
@debajanibaruah3105 2 месяца назад
গৌৰৱ গালি দিব কোন ৰুপজ্যোতি এইতো ।গৌৰৱ এটা আঙুলিৰো তুমি যোগ্য নহয়।জীৱন টকা ঘটি ঘটি কাম নাই যদি শুই থাকা ।গৌৰৱ নম্ৰ ভদ্ৰ ভগৱান লেখীয়া জনক তুমি গালি দিলে কিদাল হব।আমি ৰাইজে তেওক ভাল পাও ।আমিতো তেওৰ গুন দেখী দুৰৈৰ পৰাই সেৱা লও ।তুমি জ্বলিচা নেকি ৰুপ ।
@monjulahon7712
@monjulahon7712 2 месяца назад
কঠাল পাত কেইখনমান দি বান্ধি ৰাখক ।
@lkdvideos2992
@lkdvideos2992 Месяц назад
😂😂😂😂😂😂😂😂😂
@user-pq3fg6sl8s
@user-pq3fg6sl8s 2 месяца назад
এইটোক মানুহে হজম কেনেকৈ কৰে তাক হে বুজি নাপাওঁ ,,, ভবলা , আৰু মগজুত গোবৰ জাবৰ থকা এইবোৰক বিধায়ক পতা বোৰক ও মানিব লাগিব🙏🙏😂😂
@bikashsaikia814
@bikashsaikia814 Месяц назад
গোবৰো নাই , গোবৰ থকা হ'লেও কিবা এটা ---
@rituparnasaikia1701
@rituparnasaikia1701 2 месяца назад
ইতৰ প্ৰাণী এইটো! মৰিয়ণীৰ ঘাই লোৱা ভবলা !
@nrbitu4032
@nrbitu4032 2 месяца назад
অসমীয়া সচেতন নাগৰিকক বাংলাদেশী সজালে এও
@goutamsaikia8462
@goutamsaikia8462 2 месяца назад
কেইবছৰমান আগতে মৰিয়নিতে CRPF জোৱানে কানতলিয়া চৰ এটা দি চুলিত ধৰি চোচৰাই নিছিল. অলগদ্ধ(আচলতে যেনে ভোটাৰ,তেনে নেতা)
@ranjitbora734
@ranjitbora734 2 месяца назад
আমাৰ বুঢ়ী ছাগলী এজনী গাভীনি হবৰ বাবে বেবাই আছে, এনে ভোবোলাৰ পৰা গাভিনী হবজানো?
@debenkonwar8367
@debenkonwar8367 2 месяца назад
ঐ গাধ তোৰ মুৰ ত মাল আছেনে নাই ।লোকৰ পোকৰ ধোতেই জনম গ'ল দেখোন ।তোৰ নিজৰ চাহ বাগানৰ মজদুৰ মানুহ খিনিৰ দিন হাজিৰা এতিয়ালৈকে কিয় বঢ়া নাই শুধি পাইছনে ? এইখিনি তোক জিকাই পঠাইছে ।পাহৰিলি ছাগলি চালা ।
@user-fz1fp7oj3u
@user-fz1fp7oj3u 2 месяца назад
এইতোক গছৰ ডাল কেইটামান আনি দিয়ক।নহলে বেবায় থাকিব গছৰ পাত খাব নাপালে।
@rangsina4763
@rangsina4763 2 месяца назад
নিজৰ মূখখন এবাৰ আইনাত চাই লবি।
@kalita3196
@kalita3196 2 месяца назад
বাৰিষা আহিছে,, চাৰিওফালে পানী,সেইবাবে ঘাঁহ খাব নাপাই ছাগলীয়ে বেবাইছে 😂😂।।।
@runuhazarika8290
@runuhazarika8290 2 месяца назад
গৌৰবর সমান তোমাৰ গাত গুন নাই বুলি ভাবে সাধাৰন জনতাই
@AnilkumarGogoi
@AnilkumarGogoi 2 месяца назад
গৌৰৱ গগৈক সমালোচনা কৰাত তুমি যোগ্য নহয়
@babajan6873
@babajan6873 2 месяца назад
নিজৰ সমষ্টিত হৰুৱাই এনেকৈ কথা কলে শোভা নাপাই
@dimbeswarsaikia7360
@dimbeswarsaikia7360 2 месяца назад
বিবেকহীন ভাবে বিধায়ক হৈ কথা বোৰ কব নালাগে।
@user-zw1sl3zs1s
@user-zw1sl3zs1s 2 месяца назад
পলৰিয়া নেতাৰ স্থান নাই।
@kripalsaikia924
@kripalsaikia924 2 месяца назад
শেষ ৰাজনৈতিক কেৰিয়াৰ ২০২৬
@pratapkalita8894
@pratapkalita8894 2 месяца назад
ভাগ্য ভাল বূলি জিকা নাই, মানুহে ভাল পাই ভোট দিছে, আপুনি এবাৰ জিকি দেখাওক। ২০২৬ ত আপুনি জিকি দেখাব
@bhabensaikia5028
@bhabensaikia5028 Месяц назад
2026 ত এইজনে টিকট পাব জানো ?
@meeradoley8867
@meeradoley8867 2 месяца назад
এই বিধায়ক জনৰ কিবা কাম আছে বুলি আপোনালোকে ভাবেনে বাৰু?????
@birenkonwar9666
@birenkonwar9666 2 месяца назад
এগৰাকী MLA ৰ মুখত ইমান তল খাপৰ কথা শোভা নাপায়। আপোনাৰ বিৱহাৰে আপোনাৰ পৰিচয় ।Atleast মৰিয়নি বাসী ৰাইজক লাজ নিদিব।
@Pramila533
@Pramila533 2 месяца назад
B̤i̤b̤o̤h̤a̤r̤ n̤o̤h̤o̤i̤ b̤e̤b̤o̤h̤a̤r̤
@ranbahadursutar
@ranbahadursutar 2 месяца назад
ৰূপ জ্যোতি কুৰমী আপুনি কেতিয়াও গৌৰৱ গগৈ হব নোৱাৰিব । গৌৰৱ গগৈক সমালোচনা নকৰিব ।আমি গৌৰৱ লৈ গৌৰৱান্বিত
@user-up3ig9yp8f
@user-up3ig9yp8f 2 месяца назад
ইয়াক মানুহে কিহৰ কাৰনে ভোট দিয়ে। এইটো অসমৰ মানুহৰ বাবে এক কলংকহে মাথোন মুখ খনে অনবৰতে বে বেয়াই থাকে😢
@hemantaborgohain4493
@hemantaborgohain4493 2 месяца назад
এই ছাগলীটোৱে মৰিয়নিৰ সন্মানীয় ৰাইজৰ সন্মান শেষ কৰিলে ।
@bipulkalita6608
@bipulkalita6608 2 месяца назад
বেবাই নেথাকিবি মনে মনে শুই থাক😂😂😂
@bubuldeka8138
@bubuldeka8138 2 месяца назад
এই ভেবেৰাটো কাম নোহোৱা বাবে ওচৰলে কোনো মাইকি ছাগলী নোযোৱা হল বেছেৰা !
@dipshikhabezbaruah123
@dipshikhabezbaruah123 2 месяца назад
কুৰ্মী ✖️ কৃমি ✅
@sanjibbora1789
@sanjibbora1789 2 месяца назад
বলিয়াই নকয় কি ছাগলে নাখায় কি?
@user-saurabh582
@user-saurabh582 2 месяца назад
মৰিয়নিবাসী লৈ অনুৰোধ যদি এই পাগলটো আকৌ মৰিয়নি সমষ্টিৰ হৈ বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ হয় এটাও যাতে ভোট নেপায় ।
@user-fu3bt4wj9x
@user-fu3bt4wj9x 2 месяца назад
মানসিক ৰোগীয়ে এনেকুৱা কথা কয়।
@jibonjyotidutta622
@jibonjyotidutta622 Месяц назад
পাগল হয় পগলা ফাটেকলৈ সোনকালে পঠাওক নহলে বিপদ হব ৰাইজ এই পাগলটো থাকিলে
@amaira6421
@amaira6421 2 месяца назад
দুদিন পিছত যাতে আকৌ গৌৰৱ গগৈৰ পকৰ ধুবলৈ নেযায় আকৌ 😂😂
@harakantadangaria7318
@harakantadangaria7318 2 месяца назад
ভদ্র লোকৰ পৰা কথা কবলৈ শিকক । নহলে আপোনি সদাই বিপদত পৰিব ।।
@jugaldeka6518
@jugaldeka6518 2 месяца назад
ইয়াক ৰাম চৰ দিব লাগে
@assam2006
@assam2006 2 месяца назад
বৃটিছে আনি চাঁহত নিমখ দিয়াৰ বাবে এনে হৈছে
@diepzyotigogoi1773
@diepzyotigogoi1773 2 месяца назад
😂😂
@RajumoniRajumonidas
@RajumoniRajumonidas 2 месяца назад
জ্ঞানৰ অভাৱ হৈছে সেই বাবেই .....😂
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 2 месяца назад
বৃটিছে চাহত নিমখ কিয় দিছিল ই তাকো নেজানে চাগে !
@mahendradas1610
@mahendradas1610 2 месяца назад
মৰিয়নিত MLA উপযোগী মানুহ নাইনে । জধামূখ' এটা MLA পাতে ।
@rulirekhabhuyan3768
@rulirekhabhuyan3768 2 месяца назад
নেতা যি দলৰে নহ ওক কিয়, এনেধৰণৰ মন্তব্যৰ পৰা সদায় আতৰি থাকিলেই মঙ্গল
@tulumonikonwar2623
@tulumonikonwar2623 2 месяца назад
বে এএএএএ দুৰ্গাপূজাত বলি দিব লাগে ছাগলীটোক
@rinagoswami4612
@rinagoswami4612 2 месяца назад
এই ভোবোলাটোৰ একো কাম নাই
@bipulali9045
@bipulali9045 2 месяца назад
এই ভেৰা ছাগলী গৌৰব অসমীয়া ভবিষ্যতৰ
@user-qi1zn4wp2q
@user-qi1zn4wp2q 2 месяца назад
এইটো পিঠা নে পাঠি নে ভেৱেলা😂
@anantakoch7196
@anantakoch7196 2 месяца назад
তেওঁৰ নিজৰ সমষ্টিত bjp ক ভোট নিদিলে।
@Mragankavlog
@Mragankavlog 2 месяца назад
২০২৬ ৰ বিধান সভাত মৰিয়নি সমষ্টিৰ ভোটাৰৰাইজে ভেবেলা ছাগলীক বলী দি পাৰ্টী খাব।
@BaniCharanart
@BaniCharanart 2 месяца назад
😅😅😅
@RajumoniRajumonidas
@RajumoniRajumonidas 2 месяца назад
বেয়া নহ'ব কিন্তু দেই । 😂
@purnagogoi2595
@purnagogoi2595 2 месяца назад
Assamesot kotha akhar asa dekhilaha lekhiim. Hei krona koisu Ki hobo Morinor uneducated person buror who give him there valuaded vote for a SAGOLI
@utpalgoswami1990
@utpalgoswami1990 2 месяца назад
এই মূৰ্খ, ৰুপজোতি কুৰমী তোমাৰ লগত বহাৰ মন , হিচাব কৰিব লগা আছে। কি বিষয়ত তোমাৰ কিমান জ্ঞান আছে ? মূৰ আছে ভিতৰত গোবৰো নায় ,থকা হ'লে সাৰ হ'ল হেটেন নহয়নে ? চালা চোৰ মিছলিয়া মুদিৰ শৰণীয়াৰ দ'ল ।
@hariprasadborah1762
@hariprasadborah1762 2 месяца назад
এনেকুৱা মানুহক পাঁচ বাৰকৈ জিকাই পঠিওৱাতহে আচৰিত হৈছো....
@handbim51
@handbim51 2 месяца назад
এওঁক বিজিপিলৈ কোনে নিলে। ২০২৬ত বিজেপিক ডুবাব।
@axomjintugamer7568
@axomjintugamer7568 2 месяца назад
অহা নিৰ্বাচনত টিকটত পাইনে নাপাই ঠিক নাই। আকৌ গৌৰৱ গগৈ ভৰিত পৰিব লাগিব নেকী
@jalaluddinahmed9888
@jalaluddinahmed9888 2 месяца назад
স্হান নাই।।
@pranborah1469
@pranborah1469 2 месяца назад
ভুলতে জন্ম হোৱা চেৰা পাগল এইটো।এইতোক কথা কবলৈ ভাষা নাই।
@jinkuh
@jinkuh 2 месяца назад
অনুগ্ৰহ কৰিছোঁ, আৰু নকব। সামাজিক জীৱন এৰি গুচি যাব। পিছত আকৌ কাক কোনো কব
@JayPegu321
@JayPegu321 2 месяца назад
তোমাৰ কাম নাই ,তুমি সমালোচনা কৰাৰ দৰকাৰ নাই যি নিজকে control কৰিব নোৱাৰে ।।।
@bandanakonwar664
@bandanakonwar664 2 месяца назад
মনে মনে থাক ভালুক
@user-iz5et9bw1l
@user-iz5et9bw1l 2 месяца назад
এইটো এটা জকৰ, গৌৰৱৰ ভৰি চেলেকা ও যোগ্য নহয়। ই ৰাজনিতি বাদদি ছাগলী বেপাৰ কৰা যোগ্য হে ।
@jibonjyotidutta622
@jibonjyotidutta622 Месяц назад
এই অলগদ্ধটোক মৰিয়নীৰ ৰাইজে কিবুলি জিকাই থাকে বুজি নাপালো | মুখৰ লেকাম নথকা = দল বাগৰা যতেই সুবিধা পায় তালৈ যোৱা চিতল মাছ ৰূপজ্যোতি
@user-ez9cm1pw2r
@user-ez9cm1pw2r 2 месяца назад
ৰূপজ্যোতি ডাঙৰীয়া যাৰ পৰাই লুদুৰ পুদুৰ তাকে দেখা ভকুৱা এন্দুৰ? তোমাৰ এই পৰিচয় ২কৰ পৰা পাইছিল। এতিয়া বিজেপিৰ বহ তিয়া যি কবলে কৈছে তাকে বকি আছ
@RajumoniRajumonidas
@RajumoniRajumonidas 2 месяца назад
ডলাৰ বাগৰি টোৱে অলপ লাজ পাব লাগে ।
@cheerfulritikha4759
@cheerfulritikha4759 2 месяца назад
বেবাই থাকোতেই নিজেই শেষ হৈ যাব
@ajitchetia830
@ajitchetia830 2 месяца назад
ভেৰা ছাগলীটো , গৌৰব গগৈৰ কেয়া আঙুলিৰ নখৰ সমানু নহয়। একেবাৰে নিম্ন মস্তিষ্ক প্ৰাণী, অনবৰত ভে, ভে, ভে...... হিংসাত জ্বলি পূৰি পগলা হৈছে। পাগল কৰবাৰ...!!
@abheek1214
@abheek1214 2 месяца назад
অসম ৰ উন্নতি r কাৰণে যদি ই কেতিয়াবা এনেকৈ চিঞৰ বাখৰ কৰা হলে ভাল আছিল। সেইবোৰ নকৰি ফালটো কিছুমান কথা বকি থাকে। আজিলৈকে ই একো উন্নতি ৰ কাৰণে মাত মতা দেখা নাই। এতিয়া চেঙেলিয়া লৰা নহয় । নিজৰ সন্মান টো ই নিজে ৰাখিব নাজানে
@pinkudeka3102
@pinkudeka3102 2 месяца назад
ই আলু হলে মই পুৰি খালোহেতেন....
@user-jn3yi3oo7p
@user-jn3yi3oo7p 2 месяца назад
Murje Aeito Bhebela Sagalituk Khaboloiu Ghin Lagiba.Mukhan Nudhuwe Jen Pao..C
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Месяц назад
Gaurav Gogoi is diamond of Assam. You have no right to criticise Gaurabh Gogoi. He may be next CM of Assam.
@JatinSonowal-hf2sb
@JatinSonowal-hf2sb 2 месяца назад
2026 CM gorov Gogoi sir❤
@polash.v.l.g
@polash.v.l.g 2 месяца назад
তেওঁ গৌৰৱ ছাৰৰ কথা কৈ নিজৰেই সন্মানকন যোৱালে😅
@sirajuddin3721
@sirajuddin3721 2 месяца назад
মৰিয়নি ৰাইজৰ দূৰ্ভাগ্য তাৰ নিচিনা ছাগলী এটাক জিকাই পঠোৱা।
@debajitborah6983
@debajitborah6983 2 месяца назад
বে বে বে বে
@GoutamPegu-co9yu
@GoutamPegu-co9yu 2 месяца назад
ৰূপজ্যোতি কৰ্মী এটা ছাগলীৰ লেখীয়া ভূখি থাকে
@mamonibora2837
@mamonibora2837 2 месяца назад
মৰিয়নিৰ ভোটাৰ মান -মৰ্য্যদা সকলো শেষ। মৰিয়নিত মিঞা সোমাইছে ৰূপজ্যোতিয়ে কাৰ ঘটিটো কৰি আছে?
@dipankarborthakur9346
@dipankarborthakur9346 2 месяца назад
Kio jikibo nalagisil??party bad diok...ajon great politician... honest politician....anekua ajon politician...amar proyujon ase....ji sangsodot Assam totha gutei Bharatr somosya somuh anguliai dibo pare.... thank you..... salute for jorhatian...
@user-pf3cc4ur4p
@user-pf3cc4ur4p 2 месяца назад
আমি মুছলমান নহয় । এইবাৰ খেলি ছা ।
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
2026 ত চব জাবি এইবাৰ😂 (BJP)
@RohimAhmed-vm5fh
@RohimAhmed-vm5fh 2 месяца назад
গৌৰৱ গগৈক তোমাৰ দৰে খেদায় দিয়া নাই ৰাইজে আদৰিহে লৈছে খেদা খাই ও লাজ পোৱা নাই ন নিলাজ দেখিছো তোমাৰ দৰে দেখা নাই
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 месяца назад
মৰিয়নিৰ মানুহে পাথা ছাগলী এটা পালন কৰি আহিছে , এইয়া তেওলোকৰ হেনো পৰম্পৰাগত নিয়ম🤭😂😂
@user-zy2vp9is2w
@user-zy2vp9is2w 2 месяца назад
এই এই ভভববলালা ছাছাগগলীটো কি কি বেবেবায় আআছে?পপগগলা হৈহৈছেছে হবলা! বেকেএএএএ ওঁওঁওঁ বেএ।
@user-zw2wo3vt8c
@user-zw2wo3vt8c 2 месяца назад
কামত নাই অ এইজনৰ
@user-bn5vt6fw2l
@user-bn5vt6fw2l 2 месяца назад
এই ভেবা ছাগলীটোক ২৬ৰ ইলেকচনৰ পাছত শিৱসাগৰৰ শিৱদলত মেলাৰ ব্যৱস্ঠা কৰক ৰাইজ ।
@mintukalita8164
@mintukalita8164 2 месяца назад
এই দালক ভোট দিয়া বোৰ এনে কোৱাই নিকী
@rajubaruah6140
@rajubaruah6140 2 месяца назад
তই বিধায়ক অহা বাৰলৈ হবি নে?
@user-fc1tp1wm3w
@user-fc1tp1wm3w 2 месяца назад
পাগল কৰবাৰ।হিমন্তৰ 😢🎉😢😢🎉পোহনীয়া ভৃত্ত। বকবক কৰি কথাই নোলায় সি হয় মহাপুৰুষ!
@sanjibkumarkalita1272
@sanjibkumarkalita1272 2 месяца назад
ৰূপজোতিৰ গতি এতিয়া না ঘৰকা না ঘাটকা হৈছে
@ranjitduttaey3967
@ranjitduttaey3967 2 месяца назад
আগন্তুক দিনত এই 2026ত এই অধিদৰকাৰি টোক মৰিয়নিৰ ৰাইজে বিদায় দিবলৈ সাজু হৈ আছে তাৰ হে উদাহৰণ স্বৰূপে লোক সভাত প্ৰমাণ কৰি দেখালে, যদি বিজেপি ৰ পৰা এই ডলাৰ বগৰী টোৱে টিকট পায় তেনেহলে জিকিবলৈ বগা বা ক'লা ছাগলী লাগিব যে এই টো তেওঁ নিজে কৈ দিছে ,ৰাইজ যে তেওঁৰ পক্ষত নাই এয়া তাৰে প্ৰমাণ
Далее
Simple Flower Syrup @SpicyMoustache
00:32
Просмотров 1,6 млн
Simple Flower Syrup @SpicyMoustache
00:32
Просмотров 1,6 млн