Тёмный

২০১৭ চনৰ জলপ্ৰলয়ৰ পুনৰাবৃত্তিৰ আশংকা 

NKTV PLUS
Подписаться 578 тыс.
Просмотров 9 тыс.
50% 1

ব্ৰহ্মপুত্ৰৰ বানে ভাঙিলে হাতীমূৰাৰ মথাউৰি
কলং বোৱাবলৈ সজা শ্লুইছ গে’টৰ সমীপতে ছিগিল মথাউৰি
মথাউৰি ছিঙি কলঙলৈ হোৰা-হোৰে সোমাইছে পানী
২০১৭ চনৰ জলপ্ৰলয়ৰ পুনৰাবৃত্তিৰ আশংকা

Опубликовано:

 

1 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 10   
@pratulkumarsaikia8110
@pratulkumarsaikia8110 6 дней назад
সোনৰ কণী পৰা হাহ। মন্ত্ৰীৰ ভাতৃয়ে নিৰ্মান কৰা মঠাউৰি। ৰাইজে বুজি বনলৈ বাকী নাথাকিল।
@ajitdeka1996
@ajitdeka1996 6 дней назад
Atya thikadaror toka ahi ahhibo. Thikadar jindabad
@dilipmahanta8479
@dilipmahanta8479 6 дней назад
40%
@jayantadeka4146
@jayantadeka4146 6 дней назад
Commission a Assam khon ses karib. Thikadar ,engineer ru minister bor taka khai khai petula hoi goise. Cemera mukht kintu acting
@prabindranath5902
@prabindranath5902 6 дней назад
এতিয়া যে গাইছে আগতে কি চিঙি আছিল। ।
@jagadishdeka.21
@jagadishdeka.21 6 дней назад
২০০৪ চন নিচিনা ডাঙৰ বান পানী দেক্ষা নাই অসমত । ১৯৯০-২০২৪
@parashgogoi2076
@parashgogoi2076 6 дней назад
😂😂😂😂😂
@ranjitgowsami7891
@ranjitgowsami7891 6 дней назад
মন্ত্ৰী পৰিয়ালৰ সোণৰ কনী পৰা হাঁহ হাতীমূৰা মাথাউৰি, কালি যোৱা জাতি মাটি ভেঁটি ৰ ঠিকাদাৰ সকলৰ দম আছে জানো মন্ত্ৰী ৰ ভাই হতৰ কথা কব
@ajitdeka1996
@ajitdeka1996 6 дней назад
Aiya assomor unnati. Paisene raije atiya fol
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 6 дней назад
এৰা ঋণৰ টকাৰে চৰকাৰ চলিছে অথচ জল সম্পদ বিভাগৰ কোটি কোটি টকা এইদৰেই পানীত পেলাইছে ।মেডিয়াৰ আগত ডিঙিৰ শিৰ ফুলাই কোটি কোটি টকা আবনটন দিয়া বুলি ফুটনি মাৰিছিল নহয় ।
Далее
Strawberry Cat?! 🙀 #cat #cute #catlover
00:42
Просмотров 10 млн
Luiza Rasulova #luizarasulova
00:37
Просмотров 1,1 млн
Strawberry Cat?! 🙀 #cat #cute #catlover
00:42
Просмотров 10 млн