Тёмный

২০২৬ৰ গাদী পাবলৈ মুখ্যমন্ত্ৰী আৰু পৰিয়ালক আক্ৰমণৰ BLUEPRINT কংগ্ৰেছৰ 

News Live
Подписаться 2,9 млн
Просмотров 86 тыс.
50% 1

📌২০২৬ৰ গাদী পাবলৈ কংগ্ৰেছৰ নিকৃষ্ট ৰণকৌশল। কংগ্ৰেছে টাৰ্গেট কৰিব মুখ্যমন্ত্ৰীক। ব্যক্তিগতভাৱে আক্ৰমণ কৰিব মুখ্যমন্ত্ৰীৰ পত্নীক। ৰাজনীতিৰ বোকা ছটিয়াব মুখ্যমন্ত্ৰীৰ পুত্ৰ-কন্যাকো। দলৰ নিকৃষ্ট ৰণকৌশলৰ কথা স্বীকাৰ কৰিলে ভূপেন বৰাই। ইমান তলৰ ৰাজনীতি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 224   
@bakulboruah2026
@bakulboruah2026 2 месяца назад
গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মূখ‍্যমন্ত্ৰী।আগতীয়াকৈ শুভেচ্ছা জনালোঁ।
@DibyaNath-nn1xt
@DibyaNath-nn1xt 2 месяца назад
হাঃ হাঃ বাগৰি বাগৰি হাঁহি মৰি যাব কেলা অসমৰ জনসাধাৰণ।
@animalswild14
@animalswild14 2 месяца назад
যেতিয়া হিমন্তই ৰাহুল গান্ধীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰিছিল, তেতিয়া চৰম সীমা পাৰ হোৱা নাছিল নে ?? তেতিয়া আপোনালোক ক'ত আছিল । কিমান আৰু চোৱা -চেলেকা হৈ থাকিব !!
@bakulboruah2026
@bakulboruah2026 2 месяца назад
তুমি আৰু তোমাৰ পৰিয়ালে অসমৰ সকলো মাটি-সম্পত্তি দখল কৰি গৈ থাকিবা আৰু আমি মনে মনে বহি থাকিব লাগে।
@bkp9774
@bkp9774 2 месяца назад
কিবা যদি কংগ্ৰেছে বেয়াকৈ কয় সেই বোৰ চব হিমন্তৰ পৰাই শিকি ছে।
@HanifAli-r5b
@HanifAli-r5b 2 месяца назад
Rinikabuyasrmarjadidukihaitetiehlekiyducjabidiebuhnmanimokkamontiatamanuhrduknatacedotarbukcardoktakeabujadibalmanoapunibisaracrk
@hemjeet2023
@hemjeet2023 2 месяца назад
আমি ৰাইজ হিমন্ত হাটাও অসম বচাও অভিযান আৰম্ভ কৰিম মুক্ত কন্ঠৰে । তথ্য ভিত্তিৰে ৰাইজৰ আগত প্ৰচাৰ কৰাম
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 месяца назад
😂😂😂
@gutungdipakpegu2134
@gutungdipakpegu2134 2 месяца назад
ঠিক আছে , মানি ললো , হেমন্ত‌ই দেখোন মৃত ব্যক্তিকো বদনাম , অপব্যৱহাৰৰ , কৰি আছে । মুখ্য মন্ত্ৰী জন , মিছলিয়া , ঠগিৰাম , কৌতুকী , বেপাৰী , চেনীৰাম আৰু নিলাজি ।
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf 2 месяца назад
এই চেনেলটে কেৱল কংগ্ৰেছৰ বেয়া বুলি ইমান সুন্দৰকৈ বুজাব জানো
@mukutborah4081
@mukutborah4081 2 месяца назад
ভালে কৰিছে কংগ্রেছে।
@হালোৱাৰপুতেকমই
কংগ্ৰেছৰ উণ্থানত মামা চকী লৰিছে ৷ আৰু সেইদাল পবিত্ৰ মাৰ্ঘেৰিটাৰ লেবেল ছা ? সদনত কথা মুখস্থ কৰিহে যায় ৷ ওলোটাই কিবা এটা সুধি দিলে জীভা পাক খায় যাব ৷
@DebanandaPegu-ie3hp
@DebanandaPegu-ie3hp 2 месяца назад
বেয়া দিন আহি আছে হিমনতৰ আৰু নিঊজ লাইভৰ
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
হিমন্তই ৰিণিকিক অসমৰ আদানি বনাব বিচাৰিছে |
@khagenchetry9915
@khagenchetry9915 2 месяца назад
১ বছৰত ১লাখ চাকৰি দিম বুলি কৈ আজিলৈকে দিব পৰা নাই কি কম আৰু এই চৰকাৰৰ কথা...
@gutungdipakpegu2134
@gutungdipakpegu2134 2 месяца назад
ঠিক আছে,মানি ললো , আপুনি দেখোন ,মৃত মানুহৰ নামতো লেতেৰা , ৰাজনীতি , বদনাম আৰু অপবাদ , অপব্যৱহাৰ কৰি থাকে যে এয়া ভাল কথা নেকি / ভাল কাম নেকি ???????।
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
এইবোৰ লেতেৰা ৰাজনীতিৰ ও শ্টাদ হিমন্ত
@Mekalsk-c2b
@Mekalsk-c2b 2 месяца назад
Godi Media😅Over Acting 😅
@DibyaNath-nn1xt
@DibyaNath-nn1xt 2 месяца назад
Mohammad Rahul Khan Muslim Christian Goru Chor Media Kela.
@axomiyaexperiment2300
@axomiyaexperiment2300 2 месяца назад
News live ❌ Mama live ✅
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
বিজেপিৰ ভতুৱা বোৰ ক'ত হেৰাল? নুভুকা হল যে |
@hemjeet2023
@hemjeet2023 2 месяца назад
ৰাজনীতিত কৌশল প্ৰয়োগ কৰিব পৰাটোৱেই বুদ্ধিৰ ফল। হিমন্তই মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি সৰ্বানন্দ ক চুৰি মাৰি শাসন কৰিলে
@pallibanglagramtv2925
@pallibanglagramtv2925 2 месяца назад
কংগ্ৰেছৰ সিদ্ধান্ত বেয়া হোৱা নাই । গোটেই অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লুট পাত কৰি তেওঁৰ সন্তান আৰু পত্নীক উপহাৰ দিলে।
@tapantamuli4888
@tapantamuli4888 2 месяца назад
আপুনি ভূমিকেলেংকাৰী মামা দুৰ্নীতি কৰিছে কাৰণে কৈছে
@janardanbora2803
@janardanbora2803 2 месяца назад
চাই থাকিব এবাৰ আকৌ এইজন বিজেপি এৰি কংগ্ৰেছত যোগ দিব
@jitendrarabha4660
@jitendrarabha4660 2 месяца назад
ধেৎ---- নাপায় তেনেকৈ ভাবিবলৈ৷পুৰণা নেজেৰে মালিচ কৰিলেও, কুকুৰৰ ঘিঁউ চিধা নহয়৷চোৰে নেৰে চোৰৰ প্ৰবৃত্তি,কুকুৰে নেৰে ছাই,যাৰ যি প্ৰবৃত্তি আছে মৰিলে লগত যায়৷গতিকে ৰজা ৰজাই,মই সৰগতো ৰজা,মৰ্ত্যতো ৰজা,মই হলো উঠি ৰজা,বহি ৰজা৷যেনেকৈ নহওক ৰাইজে মোৰ ভৰি ধোৱা পানী লবই লাগিব৷
@rahulamin659
@rahulamin659 2 месяца назад
ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় কি নাজানো বুলি কোনে কৈছিল।
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw 2 месяца назад
নিউজ লাইভ পগলা হৈছে।নিউজ লাইভে মানুহক ভুল পথে লৈ গৈছে।কি কম নিউজ লাইভৰ কথা কি কম ।সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় কিন্ত একপক্ষ বাতৰি পৰিবেশন কৰে।
@nitudeka-ks1sc
@nitudeka-ks1sc 2 месяца назад
১৮ বছৰ বয়সত ১৮ কম্পেনীৰ মালিক কেনেকৈ হল ? তোমালোক ভাল মানুহ । এটা নিউজ চেনেল থাকিলে গোটেই অসম কিনিব পাৰে নেকি মাৰ্ঘেৰিটা চাহাব ? চকী খন পালা বুলি ইমান নিকিষ্ট কথা নকব চাহাব ।
@DibyaNath-nn1xt
@DibyaNath-nn1xt 2 месяца назад
ঐ বৰচাহাব কেলা তই মহম্মদ ৰাহুল খান মুচলিম খ্ৰীষ্টান গভাইট চোৰৰ পকৰটো চেলেকি দে গৈ যা কেলা চাহাব বাবু মাহাজন মেনেজাৰ বৰচাহাব কেলা দালাল চাল্লা।
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 2 месяца назад
Himanta Biswa Sarmar mukh khan dekhilei voi laga hoise .
@janardanbora2803
@janardanbora2803 2 месяца назад
সেইবাবে কয় যে বালি লৈ যি পাত হুগ্ৰিবলৈ একেই কাৰণ একেটাই মানুহ সেইবাবে বেছি উপৰত উঠিব নালাগে আজি উতৰ প্ৰদেশত যোগী বাবা যি হৈছে অৱস্থা হেই একেই অৱস্থা হব আমাৰ এইজনৰো গৈ আছে চাই থাকক
@DebanandaKaman
@DebanandaKaman 2 месяца назад
মামাই যে লোকক যি মন তাকেই বকি পোৰে লাজ বোলা নাহিকিয়াই যেন লাগে
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
হিমন্তৰ যদি পতন নহয় সত্যৰ সদায় জয় বাণীটো অসত্য |
@bkp9774
@bkp9774 2 месяца назад
একে বাৰে সঁচা কথা কলা ।
@bhubanpegu972
@bhubanpegu972 2 месяца назад
NXT.CM will Gaurav.No doubt there.
@nilotpalbaruah8486
@nilotpalbaruah8486 2 месяца назад
লেতেৰা, ৰাজনীতি হিমন্তকৈ কোনো ৱে কৰা নাই।
@Nearest-wo5co
@Nearest-wo5co 2 месяца назад
তহতে পকৰ চেলিকি থাক ৰাইজক ঠগি আছে পৰিয়ালটো এ
@bimanrajkonwar7948
@bimanrajkonwar7948 2 месяца назад
Gourav Gogoi zindabad
@pabitragogoi8654
@pabitragogoi8654 2 месяца назад
"ৰাহুল গান্ধী ডাঙৰীয়া ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয় প্ৰমাণ দিয়ক":- 🎤- মাননীয় মুখ্যমন্ত্ৰী, অসম
@inglishvlogs1015
@inglishvlogs1015 2 месяца назад
ৰাহুল গান্ধীৰ বিষয়ে কিমান বেয়া কৈছিল ডাঙৰীয়া মনত আছেনে নাই?
@susilmahato6276
@susilmahato6276 2 месяца назад
কংগ্ৰেছ দলে ২০২৬ৰ বাবে দলীয় টিকট প্ৰত্যাশি সকলৰ যোগ্যতা নিৰোপনৰ বাবে পৰীক্ষা পাতি দলীয় টিকট দিলেহে অহা বাৰ সমষ্টি বাসীয়ে আমি ভোট দিম নহলে ভোট জলকীয়া দিম।
@anjubegum6320
@anjubegum6320 2 месяца назад
মামাই বহুত ভই খাইছে কংগ্রেস ত আহিলে হোল চব শেষ
@tapasildoley8259
@tapasildoley8259 2 месяца назад
কোন সচা কোন মিছা, সময়ে কব। নিউজ লাইভে এক পক্ষীয় বাতৰি পৰিবেশন কৰি আহিছে এইটো হলে সঁচা
@mintubharali952
@mintubharali952 2 месяца назад
বিজেপিৰ নেতা মন্ত্ৰী যাকে আৰু বেছি তলত নামে।
@ParchiGogoi-vs5kq
@ParchiGogoi-vs5kq 2 месяца назад
Media should be indipendent 🙌
@bharatbaruah5702
@bharatbaruah5702 2 месяца назад
Mamà ই নিজে পতা জালত পৰিল
@ratanbaishya4565
@ratanbaishya4565 2 месяца назад
Cm gourab gogoi k lage
@BUDHU-27
@BUDHU-27 2 месяца назад
নিউজ লাইভক বাতৰি চেনেল বুলি ক'ব লাজ লাগে 😂😂😂 shame on news live
@SonaliSengupta-l8g
@SonaliSengupta-l8g 2 месяца назад
Gaurav Gogoi ahi ase
@nayanmonipigfarm1777
@nayanmonipigfarm1777 2 месяца назад
ফিউজ লাইভ 😅
@bkp9774
@bkp9774 2 месяца назад
নিয়মীয়া বাৰ্তা কেৱল হেমন্ত ৰিনিকি কেলা ।
@bhrigurabha3098
@bhrigurabha3098 2 месяца назад
Ssc gdr birudhe mat mtibo lge axomr post bahirr manuhe axomt ahi exam d sakori lui jay aru ami axomr manuh hui sakori napau
@manikgogoi7813
@manikgogoi7813 2 месяца назад
Axomiya vakha Axom t ji kunu khetrat baidhyata mulok hobo lage , jenekoi Karnataka t karise , hei bilakot gurutta dibo lage ai bilak ki dekhai thake Raijoloi
@Dhananjay_Ray_Adhikary
@Dhananjay_Ray_Adhikary 2 месяца назад
Don't worry bro last joining't bohut lorak training'r pora uliai dise Duplicate Domicile'r karone
@jaychankarboro4439
@jaychankarboro4439 2 месяца назад
Why are you capturing lands of Assam Mr CM?
@pranabbarua3031
@pranabbarua3031 2 месяца назад
Sarba da k suri khan kole marile😂
@chandidas6533
@chandidas6533 2 месяца назад
হেলো এংকৰ বাইদেও ৰাজৱীতিত সকলো একেই দেখি আহিছো
@pahishorts569
@pahishorts569 2 месяца назад
Sundor
@manayagayan9055
@manayagayan9055 2 месяца назад
আপোনালোকৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰম দূৰ্নীতি কৰি অগাধ সম্পত্তিৰ পাহাৰ গঢ়ি লৈছে।
@paporigogoi9547
@paporigogoi9547 2 месяца назад
Company r malik k ধৰিব লাগে
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
এইবোৰত হিমন্তই ডক্তৰেট কৰি থৈছে |
@bkp9774
@bkp9774 2 месяца назад
এই হয় নেকি, মই আকৌ তেওঁ গৰু ডাক্তৰ বুলিহে ভাবিছিলো 😊😊😊
@KamaleswarBoro-m7w
@KamaleswarBoro-m7w 2 месяца назад
Lily hotelote tekhete btc dhongko kara rasniti karisil
@DebanandaKaman
@DebanandaKaman 2 месяца назад
কেছেট বাবুৰ ভাল চিন্তা আছে জানো
@mintubharali952
@mintubharali952 2 месяца назад
Turu pokor jolise neki.
@ripunjoygohain8164
@ripunjoygohain8164 2 месяца назад
Good decision by Congress against CM mama familes.
@ajaypawpaw9723
@ajaypawpaw9723 2 месяца назад
Go to morning
@paragdutta9155
@paragdutta9155 2 месяца назад
এই পাত অস্ত বৰ ভয়ানক হব অস্ত নাম শুনিয়ে হিমন্ত কম্পমান ।
@Jaggu12385
@Jaggu12385 2 месяца назад
History repeats itself
@nripenborgohain201
@nripenborgohain201 2 месяца назад
সঁচাঁ কথাবোৰ ৰাইজে মন্থন কৰি ২০২৬ চনত ৰাইজেই উত্তৰ দিব -
@hanseali1924
@hanseali1924 2 месяца назад
এই দুইনম্বৰি চেনেলতোৰ কথাও কগ্ৰেছে কৱ লাগে।
@beingpositive5707
@beingpositive5707 2 месяца назад
অ আই, কাৰ বাপেকৰ টকাৰে চাহ বাগান,স্কুল এইবোৰ খুলিছে।
@shahinurofficials
@shahinurofficials 2 месяца назад
Gourab Gogoi will be CM 2026
@childimprove2585
@childimprove2585 2 месяца назад
Next cm gourav gogoi 2026
@gunjalkalita7187
@gunjalkalita7187 2 месяца назад
Gourav Gogoi ahi ase ❤
@Axomi567
@Axomi567 2 месяца назад
Mami ru News liveor newsor karone aibar mamar gadi juwatu khatang.
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
হিমন্ত বিশ্ব ভয়ত ত্রস্তমান |
@LakhyajyotiHazarika-yi1ln
@LakhyajyotiHazarika-yi1ln 2 месяца назад
C m sir apunar din bahut beya ahi ase...hoi 2 , 24 r past..
@santonuboruah4281
@santonuboruah4281 2 месяца назад
Halodhiya xonbad gushti news live
@PRANJALBORUAH
@PRANJALBORUAH 2 месяца назад
আমাক BJP নালাগে আৰু BJP য়ে বহুত টেঙা দিছে,BJP য়ে খোৱা বস্তুৰ দাম কমাব নোৱাৰে মবাইল ৰ দাম কমাই ছে মবাইল ছোবাম নি ,??
@itzsalman386
@itzsalman386 2 месяца назад
যিমানেই চেষ্টা কৰক কংগ্ৰেছ কেতিয়াও অসমত নাহে নিশ্চিত
@NilutpalSarma
@NilutpalSarma 2 месяца назад
2026 t dexa pam ❤...
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 месяца назад
​@@NilutpalSarma26 ot aru ki dekha pabo 24 te dekha palei dexun 11+3=14😂😂
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 месяца назад
Right
@dsentertainment9545
@dsentertainment9545 2 месяца назад
​@@Assameseofficial-hq2ul central t bjp nathakile ki hobo bupai
@kumudbaruah2001
@kumudbaruah2001 2 месяца назад
​@@NilutpalSarmaকংগ্রেসীৰ লাজ চৰম বোলা অনুভূতি একো নাই। কেৱল মিঞাৰ ভোটেৰে জগত জিনিবলৈ ওলাইছে। কংগ্রেস অসমীয়াৰ চিৰ শত্রু। কথাতো মনত ৰখা ভাল।
@pompipatgiri
@pompipatgiri 2 месяца назад
হিমনত।।এজন।।টুটুকীয়া।মীছলীয়া।লোভীয়া।।উদনত।লোক
@Boraanshu
@Boraanshu 2 месяца назад
Gaurav gogoi 🎉
@sanjibdas3774
@sanjibdas3774 2 месяца назад
কৰিব লাগিব।
@alidildar8912
@alidildar8912 2 месяца назад
CM r chenel hoi aitu personal 😂😂
@DkDhakuakhanaloramoi
@DkDhakuakhanaloramoi 2 месяца назад
Val korise
@ipgneutral
@ipgneutral 2 месяца назад
Congress r politics Eibar different.... Wait and see..... Hindu muslim politics kora result pabo 2026 t...... Waiting....
@Biplobnath-h3w
@Biplobnath-h3w 2 месяца назад
সছাকৈয়ে কথা কবলৈ গলে এয়া মামা ৰ হে বুদ্ধি কেটকুৰী আদা সজাবলৈ গৈছে.
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 2 месяца назад
Himontoi হে ৰাজনীতি ত বোকা চটিয়াব পাৰে। বেটি তুমি বৰ journalist জনি ওলাইছে।
@AchyutBora-p2g
@AchyutBora-p2g 2 месяца назад
2026 gaurav cm
@beingpositive5707
@beingpositive5707 2 месяца назад
বাতৰিটো কোনে লিখিছে, তেওঁ ভৰি চেলেকাই ভাল।
@PrashantaDihingia-t2g
@PrashantaDihingia-t2g 2 месяца назад
Napai manabiyata Hak karib. Bjp jokib.
@GiridharThakuria
@GiridharThakuria 2 месяца назад
কংগ্ৰেছৰ উচিত সিন্ধান্ত
@PrakashHojai
@PrakashHojai 2 месяца назад
Long live congress... BJP murdabaad
@BasantaKumarNeog-nl5wo
@BasantaKumarNeog-nl5wo 2 месяца назад
Gourav gogoi zindabad
@moshmibarman7661
@moshmibarman7661 2 месяца назад
পৱিএক দেখিলোঁ এজন নপতা ফুকনেই নহয় এজন সুদক্ষ বিচক্ষণ পণ্ডিতে হৈ পৰিছে এতিয়া কিবা শিকিব লাগিলে এওঁৰ পৰা ্্্্।।
@DadulRajkhowa
@DadulRajkhowa 2 месяца назад
Mama aru sakori diyok agot poisa dile sakori etya kosto kor sakori lo
@saidulhaque9723
@saidulhaque9723 2 месяца назад
I think good idea krise congrs a..
@mominulislam8531
@mominulislam8531 2 месяца назад
B. J. P এইবোৰ সজবাকথা
@niladas6175
@niladas6175 2 месяца назад
Kio tate ki hol cm or wife hisape jodi xubidha lob pare jodi baki bur o lob lgib ...Pabitra Margherita tuh aku kob nlge raije dekhise...
@gh12138.
@gh12138. 2 месяца назад
News jonota nyay,somoshya hoi ketia mat matibo😢
@rubulsaikia9122
@rubulsaikia9122 2 месяца назад
CM e kiman family politics khelile ami dekhilu
@fakruddinjinna3628
@fakruddinjinna3628 2 месяца назад
This news channel is the channel of Riniki Bhuyan itself,so this type of news might be circulate by this electric media.
@niranjansaikia6260
@niranjansaikia6260 2 месяца назад
মিছা কথা।
@gakulboro2305
@gakulboro2305 2 месяца назад
Ane oh jikib
@AbdulMannan-hx8fq
@AbdulMannan-hx8fq 2 месяца назад
Thik korise
@NilutpalSarma
@NilutpalSarma 2 месяца назад
Congress Zindabad ❤
@kumudbaruah2001
@kumudbaruah2001 2 месяца назад
কংগ্রেস এটা দগাবাজৰ দল। অসমখন মিঞা মুছলমানৰ হাতত তুলি দিলে। নগাঁও আৰু ধুবুৰী লোকসভা সমষ্টি দুটা মিঞা মুছলমানক চিৰদিনৰ বাবে উপহাৰ দি অসমীয়া ক পংগু কৰি পেলালে। কংগ্রেস অসমীয়াৰ চিৰ শত্রু ত পৰিণত হল।
@DkDhakuakhanaloramoi
@DkDhakuakhanaloramoi 2 месяца назад
Val lagise
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 месяца назад
ইমান ভয় কিয় ডাঙৰীয়া |
@nathgallery2501
@nathgallery2501 2 месяца назад
Biscuit 🍪 is back raga 2027
Далее
Which part do you like?😂😂😂New Meme Remix
00:28
这到底是怎么做到的 #路飞#海贼王
00:10
Просмотров 4,4 млн
15 octobre 2024
9:57
Просмотров 17 тыс.
Which part do you like?😂😂😂New Meme Remix
00:28