২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত বশিষ্ঠৰ বিজেপি কাৰ্যালয় পৰ্যবসিত হ’ব বিবাহ ভৱনলৈ। এসময়ত অসম গণ পৰিষদক লৈ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উক্তিক অন্য ধৰণে দোহাৰিলে বিধায়ক অখিল গগৈয়ে। সমান্তৰালভাৱে উপ-নিৰ্বাচনক লৈ কংগ্রেছক বিশেষ আহ্বান জনাই ৫টা বিধানসভা সমষ্টিতে বিৰোধী ঐক্যমঞ্চই সন্মিলিতভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ স্পষ্ট মত ৰাইজৰ দলৰ সভাপতি গৰাকীৰ।
#pratidintime #assam #akhilgogoinews
16 сен 2024