Тёмный

২২ জুলাইত চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামিব টিউটৰসকল... 

Pratidin Time
Подписаться 2,2 млн
Просмотров 35 тыс.
50% 1

২২ জুলাইত চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামিব টিউটৰসকল। হাজাৰ হাজাৰ টিউটৰে আন্দোলন কৰিব চৰকাৰৰ বিৰুদ্ধে। টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবীৰে আন্দোলনৰ হুংকাৰ। চৰকাৰে তেওঁলোকক প্ৰতাৰণা কৰাৰ অভিযোগ আনি উজাৰিলে ক্ষোভ। লগতে শিক্ষকসকলে বিজেপিক ভোট দিয়া নাই বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক কটাক্ষ।
#pratidintime #assam #bjp

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 157   
@pranjal1393
@pranjal1393 2 месяца назад
তেওঁ অসমৰ মুখ্যমন্ত্ৰী নে বিজেপিৰ মুখ্যমন্ত্ৰী ঠিক কৰি লওক।
@pankajdas1826
@pankajdas1826 2 месяца назад
BJP lost in the 13 by election held on 9th July
@ritulhoque6955
@ritulhoque6955 2 месяца назад
😂😂😂😂
@user-zi9fh7ne2s
@user-zi9fh7ne2s 2 месяца назад
তেখেতক ভগৱান নহয়। ভগৱানৰ লগত তুলনা নকৰিব।
@user-hw6ul5ut2j
@user-hw6ul5ut2j 2 месяца назад
অভাৰ ওষ্টাদি ৰ কাৰনে হিমন্ত গেলিল ৷ এনেও আমি মধ্যবিত্ত পৰিয়ালে বিজেপীক ভোট নিদিওঁ ৷ নোৱাৰি আৰু বৰ্দাস্ত কৰিব ৷
@Real12976
@Real12976 Месяц назад
Toi miya hoi tuk okl hubidha lage vut aneiu kak diyo Jona ase...gotike tohotok sinakto koribo lage😂😂😂😂😂😂😂
@hemjeet2023
@hemjeet2023 2 месяца назад
শিক্ষকসকল সুস্থ সবল মগজুৰ সচেতন নাগৰিক এনেজন অহংকাৰী শিক্ষকক মাল বুলি কোৱা শিক্ষকক সন্মান কৰিব নজনা ব্যক্তিৰ চৰকাৰক কিয় ভোট দিব লাগে।শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলক শতকোটি প্ৰণাম 🙇 জনাও ❤❤
@mintunath2680
@mintunath2680 2 месяца назад
শিক্ষকে ভোট দিয়া নাই মানে শিক্ষিত মানুহে বিজেপিক ভোট নিদিয়ে। দিয়ে কেৱল গাধ কেইটা হে ।।😂😂😂
@ritulhoque6955
@ritulhoque6955 2 месяца назад
Right
@miliko2001
@miliko2001 2 месяца назад
তোমাৰ বাপেৰৰ মূৰটো গাধ তুমিয়ে
@junaliseducationchannel3463
@junaliseducationchannel3463 2 месяца назад
👍
@indian7083
@indian7083 2 месяца назад
​@@miliko2001tur kio gaat lagil
@boonsaikia8526
@boonsaikia8526 2 месяца назад
​@@miliko200115 lack chota fekuye dile jen pao.
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 2 месяца назад
কাৰ ভোট লাগে আপোনাৰ আৰু আপুনি যে অসমৰ সৰ্বে সৰ্ব নহয়
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 2 месяца назад
এই ভোট কম পোৱাটো NPS ৰ ফল।
@khagenkakati6380
@khagenkakati6380 2 месяца назад
Kionu dibo tumak vote? তুমি প্ৰতাৰক,, তুমি য়েই অপমান কৰা শিক্ষকক প্ৰথম মুখ্য মন্ত্ৰী। তোমাৰ কাৰণে ছাত্ৰ ই শিক্ষকক সন্মান নকৰা হ'ল।
@hemantakalita8221
@hemantakalita8221 2 месяца назад
কোনো শিক্ষকে বিজেপিক ভোট দিয়া নাই আৰু নিদিয়েও ।শিক্ষকক সন্মান কৰিব নজনা এইজন মূখ্যমন্ত্ৰী থকালৈকে প্ৰকৃত শিক্ষকে বিজেপিক ভোট নিদিব ।
@RosardRoird
@RosardRoird 2 месяца назад
অৰ্থাৎ,,,মামা EVM হেকাৰ হয়।
@anonymous_assamese4838
@anonymous_assamese4838 2 месяца назад
২০২৬-ত বিসৰ্জন দিয়ক এইজনক। ২০২৬-ত কেৱল গৌৰৱ গগৈ ❤
@gunajitsarma5579
@gunajitsarma5579 2 месяца назад
Gourav gogoi cm hb neki 😂😂😂
@rameshpayang7871
@rameshpayang7871 2 месяца назад
Maiki mass to😂😂😂,
@debasishbora7611
@debasishbora7611 2 месяца назад
​@@gunajitsarma5579juna CM nohok aku mtlb nai khali leurah hemnata CM hobo nlge enau nohoi baru pagol Tu next
@bikikumar8698
@bikikumar8698 2 месяца назад
​@@gunajitsarma5579 next BJP government fail hobo Sai thak bamunor puwali. Eneu uponirbason t BJP bohut keikhon sit etia gu haron dise. Onagoto dinot ki ki hobo BJP r obostha Sai thak
@kumudbaruah2001
@kumudbaruah2001 Месяц назад
গৌৰৱ গগৈ মিউনিসিপ্যালটিৰ মেৱৰ হোৱাৰো যোগ্য নহয়। মূখ্য মন্ত্রী বহু দুৰৰ কথা। অযোগ্য এজনৰ হাতত দেশ সুৰক্ষিত নহয়। 😂😂😂😂😂😂
@MukutChudhary
@MukutChudhary 2 месяца назад
অৰুণোদয় পোৱা মাইকী বোৰ এ এদিন ইয়াক মেখেলা পিন্ধাৱ
@Rubulgogoi209
@Rubulgogoi209 2 месяца назад
এইটো মাননীয় মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ সচাঁ কথা কৈছে । অকল শিক্ষক সকলেই নহয় ৯০ শতাংশ চৰকাৰী চাকৰিয়ালেই বিজেপিক ভোট দিয়া নাই । এই চৰকাৰৰ পৰা সুবিধা লোৱা সংগঠনবোৰেও বিজেপিক ভোট দিয়া নাই । আচঁনি পোৱাবোৰে ও নাই দিয়া । কিন্তু আচঁনিবোৰ গিলিছে ।
@jaduroy2449
@jaduroy2449 2 месяца назад
100%Right
@boonsaikia8526
@boonsaikia8526 2 месяца назад
Tetiya hole jikil kenekoi kiba jadu aseneki?? Ne evm chori korile.
@gunajitsarma5579
@gunajitsarma5579 2 месяца назад
Tetia hole kar vote pale .mi jonat Congress harise bjp hora nai dekhun 😂
@bikikumar8698
@bikikumar8698 2 месяца назад
​@@gunajitsarma5579Tur BJP government fail hoise kukuror puwali, bamunor puwali gunajit sharma😂😂
@uddhabhazarika2077
@uddhabhazarika2077 2 месяца назад
আমি Assam tet উৰ্ত্তীণ হৈ ৰৈ থকা প্ৰাৰ্থী,চাকৰি কৰা বয়স প্ৰায় শেষ হবলৈ হল । আমালৈ চৰকাৰে চকু নিদিলে,অথচ বিজেপি দলক শ্ৰদ্ধা কৰি একো লাভ নহ'ল।
@devils2765
@devils2765 2 месяца назад
বামুণ সকলৰ শিক্ষা দিয়া হে কাম বামুণ ক ৰাজ শাসন চলাবৰ শিক্ষা দিয়া হোৱা নাছিল। আজি সেই বাবে আমাৰ শিক্ষা দিয়া গুৰু সকলক ও সন্মান কৰিব নাজানে।
@PhilosopherAssam
@PhilosopherAssam 2 месяца назад
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳 জয় আই অসম ❤️
@StatusStore07
@StatusStore07 2 месяца назад
Pokor tu
@KamalUddin-hq1lb
@KamalUddin-hq1lb 2 месяца назад
হিমন্ত হিটলাৰ তাৰ পতন হব ২৬ ত অহংকাৰ বেছি দিন নাথাকে
@user-vc6sq3ek9p
@user-vc6sq3ek9p 2 месяца назад
😂😂😂... ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সকলৰ মূৰটো এনেয়ে কান্ধৰ ওপৰত লৈ ফূৰা নাই... অৰুণোদয় হিতাধিকাৰী লাখপতি বাইদেউ সকলৰ দৰে আপুনাৰ পিছে পিছে ঘূৰি ফূৰা জীয়ৰি বাইদেউ নহয়... নহয় বন্ধন মাইক্ৰ ফাইনেন্সৰ টকা পাম বুলি দৌৰি ফূৰা বাইদেউ সকল নহয়.... নিজ্বস্ব বিচাৰ বিবেচনা কৰিহে শিক্ষক সকলে ভোট দিয়ে... নজনা নুশুনা অচিনাকি প্ৰাৰ্থীক কোনে ভোট দিব.. বৰ্তমান ভোটাৰ শিক্ষিত... দল নহয় প্ৰাৰ্থী চাই হে ভোট দিয়ে... যোৱা বাৰ নিমাতী কইনা এজনীক ভোট দি পালো কি... অসমৰ এজন সাংসদে সদনৰ মজিয়াত এষাৰ কথা ও নকলে... এই বোৰক ভোট দিব পাৰি নেকি... সংসদলৈ পঠিওৱা হয় সম্ষ্টিৰ তথা ৰাজ্যৰ কথা কবলৈ... গুৱাহাটীৰ সাংসদ নিমাতী কইনা জনীয়ে সাংসদ পুজিৰ টকা ক'ত খৰছ কৰিলে হিচাবেই নাই... সমস্তি চাবলৈ সময় নাই... দিল্লী পাই চব পাহৰিলে.... নাগৰিকৰ কৰ্তব্য হৈছে উপযুক্ত মানুহ সংসদলৈ নিৰ্বাচিত কৰি পথোৱা... এই খিনিও বুজাব লাগিব নেকি মামা...
@MagneticShock-me5kk
@MagneticShock-me5kk 2 месяца назад
কোনো হিন্দু শাস্ত্ৰত বামুণে দেশ চলোৱা উল্লেখ নাই।
@debajanisarma1673
@debajanisarma1673 Месяц назад
CM post tu reservation hobo lage no..😊... reservation chance loi ojugyo bur doctor hol.. patient morise...etiya CM post tu reserve hobo lagisil no? Lajor kotha... competition r jugot reservation laage.. xeikarone tu Bangladesh jolise..
@lcffworldgaming1365
@lcffworldgaming1365 Месяц назад
😂😂😂 Right 👍👍
@narapatihaloi4030
@narapatihaloi4030 Месяц назад
😂😂❤❤
@BikiPegu-kg7zy
@BikiPegu-kg7zy Месяц назад
Kanouj or pora ahisa nk 2mi​@@debajanisarma1673
@OzaruTY
@OzaruTY 2 месяца назад
CM Sir apunak 26 ot bidai dim Sai lobo ☝️☝️☝️
@nirudevideka4375
@nirudevideka4375 2 месяца назад
নিৰ্বাচনত জাকেই যোনে ভোট নিদিয়ক তেওঁ এতিয়া মূখ্যমন্ত্ৰী।অকল ভোট দিয়া খিনিৰে নহয়। অসমৰ সৰ্বসাধাৰণৰেই।পগলাৰ দৰে কি বকি থাকে।
@sanjibdas3774
@sanjibdas3774 2 месяца назад
২০২৬ লে নালগে ৰখিব। কংখ মামাৰ চৰকাৰ এতিয়াতে ভাগিব লাগে।
@tapankrbiswas606
@tapankrbiswas606 2 месяца назад
এইত 26ত যাব
@ranasharma2302
@ranasharma2302 2 месяца назад
NPs thaka le bjpk vote nedio
@dipankarpator9808
@dipankarpator9808 2 месяца назад
যোগ্যতা থকা টিউতৰক শিক্ষক লৈ উন্নীত কৰিব লাগে।
@prabinmallabaruah8845
@prabinmallabaruah8845 2 месяца назад
শিক্ষক সকলৰ দাবী-দুবাৰ কথা আগতে গম পায় কাৰণে তেওঁলোকে ভোট দিব নালাগে বা ভোট দিয়াই নাই বুলি কৈ আছে। যাতে শিক্ষক সকলে ভবিষ্যতে কোনো দাবী উত্থাপন নকৰে। গতিকে শিক্ষকৰ দাবী অগ্ৰাহ্য কৰিব বুলি ধৰি লওক।
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 2 месяца назад
এইজনক ভোট নিদিয়ে,
@rameshpayang7871
@rameshpayang7871 2 месяца назад
Right kotha CM sir ❤
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 2 месяца назад
যি শিক্ষাগুৰৰ কাৰনে বিশ্বৰ জনসাধৰনৰ পৰা বৈজ্ঞানিক চিকিৎসক ইন্জিনিয়াৰ আনকি মহাকাশ পৰিভ্ৰমণ কৰি বিশ্বক আগুৱাই যাবলৈ শিক্ষা দিছে তেনেদৰে সন্মানীয় শিক্ষাগুৰু সকল চিৰ কালৰ বাবে পুজনীয় ভগৱান সদৃশ। সেয়েহে শিক্ষাগুৰু সকলক অপমান কৰা মানেই ধংসৰ পথলৈ আগবঢ়ি যোৱা । stop insulting teacher's.
@kamallaskar8873
@kamallaskar8873 2 месяца назад
PLEASE JUSTICE WITH TUTOR SALARY SOON
@NapaTRoy
@NapaTRoy 2 месяца назад
Good 👍👍
@Sumite-ll3qh
@Sumite-ll3qh Месяц назад
Sob tew jane nijoke pm hobole mon wa wa wa
@gunajitsarma5579
@gunajitsarma5579 2 месяца назад
Cm a kenekoi janile .100%sotya kole. ,Mi jonat kotha2 sotya
@njyotinjyoti7541
@njyotinjyoti7541 Месяц назад
চৰকাৰি স্কুল শেষ কৰিব কাৰনে এই মূখ্য মন্ত্ৰী জনেই আবোল তাবোল বকি থাকে।শিক্ষক সকলে যাতে আন্দোলন কৰে আৰু চৰকাৰি স্কুললৈ লৰাছোৱালি অবিভাবকে নপঠিয়াই। এই বাবুন ৰজাই কংগ্ৰেছত থকাৰ পৰাই চৰকাৰি স্কুল শেষকৰি আহি আছে।
@jayantdeka9306
@jayantdeka9306 2 месяца назад
হিমন্ত বাবা ভেংগা আছিল নিকি।
@kamallaskar8873
@kamallaskar8873 2 месяца назад
TUTOR ARE DOING REGULAR SCHOOL DUTY LIKE TEACHER BUT SALARY IS ONLY 12K
@rishirajomivaidya5648
@rishirajomivaidya5648 2 месяца назад
Govt job paiso je eaitu bht buli bhav
@youngnick07
@youngnick07 2 месяца назад
​@@rishirajomivaidya5648govt job nohoi eitu
@SaraswatiSharma-ui9ji
@SaraswatiSharma-ui9ji Месяц назад
​@@rishirajomivaidya5648tur bapere sakori dise neki nijor jogyatar babe paise
@bijoydeka9134
@bijoydeka9134 2 месяца назад
Vale hoise. Aru xiyalor gatot koni bisari jauk
@rtamuli8511
@rtamuli8511 2 месяца назад
আপোনালোকে মনকৰিছে নে ইতিহাখত নামথকা এজন মামাও নিজৰ স্বাৰ্থৰ বাদে আন একো কৰা নাছিল?
@AnilbasumataryBasumatary
@AnilbasumataryBasumatary 2 месяца назад
Dol bagori jua montri Val manokhikota nathake
@rahulaxom2603
@rahulaxom2603 2 месяца назад
Sir... Apuni bor tulunga kotha koi o... Nokobo sun.. Kiba nikor e laaz lage... 😮😮
@BhumidharNath-im7ml
@BhumidharNath-im7ml 2 месяца назад
শিক্ষকৰ বিপক্ষে এনেকুৱা কৈ অপমান কৰি তেখেতৰ লৰা ছোৱালী হালক অধোগতিৰ ফালে লৈ যোৱাৰ হে বেৱস্থা কৰিছে।
@user-of5gy3te4s
@user-of5gy3te4s 2 месяца назад
Hikhayak janu Himantaoi. Himantaoi. Dibo jane janu hikhayake bhut diboloi hotman dibo
@user-jh9wu1wp9u
@user-jh9wu1wp9u 2 месяца назад
Next electiont ami apunak axhomr cm nibisaro
@mdarifulislamsk2406
@mdarifulislamsk2406 2 месяца назад
Xikhkhito manuh bjp k vote nidibo
@VinlandSaga20
@VinlandSaga20 Месяц назад
Mama ktha alop val koi kobo sikhi lo nohole besi din sarkar nathake apunar 😅
@atultanti1597
@atultanti1597 2 месяца назад
Honsai Axomor bhogowan swarup Jen lagey HBS sir,
@glgub5272
@glgub5272 2 месяца назад
Sabse gaddar hemanto out koribo lage
@skmelodies2717
@skmelodies2717 2 месяца назад
Tutor kori rokhatu bohut beya hoise
@ndas9029
@ndas9029 2 месяца назад
Good news
@gutungdipakpegu2134
@gutungdipakpegu2134 Месяц назад
মাননীয় ,শিক্ষক সকল , শকুনি মামাৰ মন্তব্য মনত ৰাখক ।
@user-lh5qs7ge9l
@user-lh5qs7ge9l 2 месяца назад
Right
@commenti5459
@commenti5459 2 месяца назад
mamai keneke sab gom pai
@jitendrarabha4660
@jitendrarabha4660 2 месяца назад
আমাৰ যাদু আছে,আমি ভগৱানতকৈ ওপৰত,সেই কাৰণে শিক্ষকে যে ভোট দিয়া নাই আমি জানো,আমি দেখিছো৷
@hasmattalukdar9992
@hasmattalukdar9992 2 месяца назад
Only minority vote want
@indianpanorama303
@indianpanorama303 2 месяца назад
Congress govt ki korisil..eku ei dia nassil..attia tu kiba aata paise
@C.Barman7
@C.Barman7 2 месяца назад
আগলৈ , অকল শিক্ষকে নহয় … আন সকল সাধৰন নাগৰিকেও নিদিব বুলি আশা কৰিছোঁ ।
@gunajitsarma5579
@gunajitsarma5579 2 месяца назад
Tor dore pagol nohai j 😂😂
@7gc970
@7gc970 2 месяца назад
শিক্ষক কিছুমানে নিজ মুখে কৈছিল বি জে পিক ভোট নিদোউ বুলি সেই কাৰণেই মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াই কৈছে শিক্ষক কিছুমানে ভোট দিয়া নাই বুলি । যি শিক্ষকে চৰকাৰ পক্ষে ভোট দিয়া নাই সেই পক্ষৰ কথা কোনে শুনিব । শিক্ষক কিছুমানে মুখতে উঝধ খাইছে । শিক্ষকে ভোট নিদিলেউ অসমৰ খিলঞ্জীয়াৰ ৰাইজ যে বি জে পি লগত আছে এই যোৱাৰ ইলেকচনত প্ৰমাণ হল ১১ জন এমপি জিকাই ।
@pankajdas1826
@pankajdas1826 2 месяца назад
@@7gc970 BJP should send different pitchers containing water from various rivers causing floods to Delhi like they sent pitchers containing Assam soils from various places only 5 months back.
@pankajdas1826
@pankajdas1826 2 месяца назад
@@7gc970 only 2 seats out of 13 seats in the recent by elections went to BJP. Rest 11 seats were won by INDIA.
@dipankusaika5754
@dipankusaika5754 2 месяца назад
অসমীয়াই নিজক চিনি নাপালে অসমৰ CM বেলেগ কোনোবা হব তেতিয়া নিউজ কৰিব ভাল লাগিব ?
@chittathakuria3359
@chittathakuria3359 2 месяца назад
Ops diok
@zahidulhaque6452
@zahidulhaque6452 2 месяца назад
Lp up merit list katiea dibo?
@MagneticShock-me5kk
@MagneticShock-me5kk 2 месяца назад
ইলেকচনত ভোট দিয়া নাই হয়, কিয় দিব লাগে, সেইটো কব লাগে। চাকৰি যোগ্যতা অনুসৰি পাইছে।যি চৰকাৰে নহক। সেই চাকৰি বোৰ কাৰো বাপেকৰ সম্পত্তি নহয়।আগৰ চৰকাৰৰ দিনত দিয়া চাকৰি বোৰৰ চাকৰীয়ালে সেই পাৰ্টিকে ভোট দিব লাগে বুলি কোৱা নাই।ফালটো মন্তব্য।
@HereIsYourDay
@HereIsYourDay 2 месяца назад
he keneka gom pale?
@VinlandSaga20
@VinlandSaga20 Месяц назад
Mama tutor borok mari pelabo naki..nije alpo vabi chabo..eneke besi din bjp nathake 😅
@humensaikia7914
@humensaikia7914 2 месяца назад
শিক্ষক সকলে মুখ্যমন্ত্ৰীৰ বৰখিৰ টুপ নাখাই খাই কেৱল নপহা নুহুনা বাইদেউ সকলে। গতিকে তেখেতক নপঢ়া সকলে ভোট দি মুখ্য মন্ত্ৰী বনালে
@h1239640
@h1239640 2 месяца назад
এইবাৰ National Health Mission কৰ্মচাৰী সকলৰ লগতে তেওঁলোকৰ পৰিয়াল সকলেও এওক বৰ্জন কৰিব বুলি শুনিছোঁ।। ১৬ হাজাৰ অধিক কৰ্মচাৰী আছে NHMৰ, প্ৰতি জনৰ ৩ টাকৈ পৰিয়াল হ'লেও মহাশয়ৰ অৱস্থা বেয়া হৈ যাব দেখুন .... পাৰ্টীয়ে কিবা এটা ভাবিব হ'ল 😮
@Mridul_Hazarika.
@Mridul_Hazarika. 2 месяца назад
বৰ ফাল্টু কথা কিছুমান সভ্য আৰু জ্ঞানী মানুহৰ মূখত শোভা নাপায়। অতি তুলুঙা কথা বৰ্তমান ৰাজনীতিৰ‌‌ বজাৰ খনত।
@MantuChutia-pb6iv
@MantuChutia-pb6iv 2 месяца назад
26't apunak kuneu nidiye
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 2 месяца назад
BJP এ চাকৰি বহুত দিছে বুলি koi, আগৰ চৰকাৰে নাই দিয়া বুলি কয়। কথা হল আগৰ চৰকাৰে চাকৰি এটা দিয়া মানে জীৱন ভৰৰ বেতন দিয়ে। আজি কালি চাকৰি বহুত দিয়ে কাৰণ contractual, আমৃত্যু দায়িত্ব লব নালাগে।
@binoydeka7916
@binoydeka7916 2 месяца назад
কৃষক সকলে কি পায়,এওলোকৰ হৈ কোনে আন্দোলন কৰিব
@user-jd3cm1qm6t
@user-jd3cm1qm6t 2 месяца назад
Ami poha student A+ pai,School A+ hoi,election kam kari dibo lage,baki government kam bur achei kom toka amak die,bepari akhon government e
@luckyblog5881
@luckyblog5881 2 месяца назад
Cm hisape anekuwa katha vba nasilu, bibek bula bastu ko nai Jen anuvb hoi
@manabkalita9022
@manabkalita9022 2 месяца назад
Cm sir akhamar rajnitir sanakya... Sankya ktiao raja howa nasil... Sir aponi back t val khelisil... Front to blgk di ako abar backar para netritya di akou dol to aponi basbo lgbo Nhle bidruh a akou jurula krbo
@MandhabPayeng5363-qu2vy
@MandhabPayeng5363-qu2vy 2 месяца назад
Kam nai CM
@user-of5gy3te4s
@user-of5gy3te4s Месяц назад
Ji jine hikhayakor ba kor masarir biphikhay motamot diche tekhet hokol prokhitote sarkaror pokhaykot kotha kuwa manu .aoi bilak manu nijor sartor kothahe buji pay .aoibilak manuhor hikhayar knowledge nay aru tekhet hokolor antorkhon anor proti bohut hinka bhab thake .Aoihinkakari manu bilak BJp thokar karoneoi 26 chot BJPk jono hadharone biday diboloi goi ache .Aru BJP horatu amiyu bicharu karon BJpir dinot jinohadharone jolakolat bhugiche Gotike aoikhon sarkarok anotipolome akhomor por biday nidile akhomor manuhor jotestho abosta beta hoboloi goi ache 4:07
@user-lm6fq8yx7q
@user-lm6fq8yx7q 2 месяца назад
Kune vote dise kune diya nai heitu ki kotha ... Ki fotua cm hoi aitu ... Si laj lage
@dhanjitrabha5809
@dhanjitrabha5809 2 месяца назад
Aru kone kone vot diya nai? Sire ko bone??
@user-gj6se4ge2q
@user-gj6se4ge2q 2 месяца назад
Apunaluka resign di dyak hakulaua... tetiya ha msg jaba
@litysa4236
@litysa4236 2 месяца назад
Leng mstr r kotha baal lage😂😂
@manashjyotiray5648
@manashjyotiray5648 2 месяца назад
Aibilak complain election or agot toka khai sup asil...sob dhandaru...Join Maksai Ind pvt Ltd.
@PitikonGogoi-ug1kj
@PitikonGogoi-ug1kj 2 месяца назад
ইমান কৈ লাভ নাই ২৬আহি আছে তেতিয়া উত্তৰ দিলে হ'ল তেতিয়া চব নিজে নিজে জেল জাৱ
@gamingwithjackol603
@gamingwithjackol603 2 месяца назад
apunar ktha mote vote dibo lage ni mne
@prafullabora6845
@prafullabora6845 2 месяца назад
Mama, BJP k vote Kiya dibo laagey ? Vaal manuhey BJP r nicina photua party etak vote kiyo dibo ?
@gh12138.
@gh12138. 2 месяца назад
Iman ghatia kio ai cm jon😠
@dreamShddch
@dreamShddch 2 месяца назад
Cm goru
@shyamalkumarsarkar2899
@shyamalkumarsarkar2899 2 месяца назад
Laobur office t 4 jon servise pai vote deia Nai Moi jano..
@nathgallery2501
@nathgallery2501 2 месяца назад
😂😂😂
@anilborah3558
@anilborah3558 2 месяца назад
মাহ তৰ নহয় তো
@armanvideoofficialpage5675
@armanvideoofficialpage5675 2 месяца назад
BJP কিয় ভোট দিব কি কাম কৰিছে BJP এ
@indrajitnath3192
@indrajitnath3192 2 месяца назад
😂😂😂😂😂😂
@TarunPayeng
@TarunPayeng 2 месяца назад
Palto cm
@MukutChudhary
@MukutChudhary 2 месяца назад
অভদ্ৰ হিমন্ত
@thepoliticalawareness1021
@thepoliticalawareness1021 2 месяца назад
*চৰকাৰে কিয় ইমান অধিক চৰকাৰী চাকৰি দি আছে। ৰাইজে ইয়াৰ বিৰুদ্ধে মাত মতা উচিত।* আজিকালি চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহুত বেছি। ৰাইজে কষ্ট কৰি উপাৰ্জন কৰা সকলো টকা এই সকল লোকৰ নামত খৰচ হৈ যাব। সকলোৱে জানে চৰকাৰী চাকৰি, মানুহে কৰিব বিচাৰে কাম নকৰিবলৈ, কাম কৰিবলৈ নহয়। স্কুল বিলাকত ইমান অধিক শিক্ষক নিযুক্তি দিছে কিন্তু প্ৰতি বছৰ Student কমি গৈ আছে। চৰকাৰী শিক্ষকে নিজৰ লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়াব নিবিচাৰে। চৰকাৰী চাকৰিয়াল ক চৰকাৰে 30 লাখ টকা home loan দিয়াৰ কথা কৈছে, Car loan ও দিয়ে চাগে ৰাইজৰ টকাৰে? গতিকে ৰাইজে অলপ ভাবি চাওক এই সকল চৰকাৰী কৰ্মচাৰীয়ে কি কাম কৰি আছে আপোনালোকৰ টকাৰে। চৰকাৰে আজিকালি চৰকাৰী চাকৰি কৰা মানুহৰ ছুটী আৰু বৃদ্ধি কৰি গৈ আছে। আপুনি ভাবক ইমান ছুটী দিয়াৰ পিছতো মাক দেউতাক ফুৰাব বাবে আৰু দুদিন ছুটী দিয়া হয়। এনেকৈ ৰাইজৰ কাম কেনেকৈ হব। ৰাইজে বানপানী, বোকা পানীৰ মাজত থাকিব লাগিব। অসমৰ Revenue generation ৰ মূল উৎস তেল উদ্যোগৰ মাৰণমুখি যাত্ৰা আৰম্ভ হৈছে আৰু চাহ উদ্যোগৰ অবস্থা থৰক বৰক। চৰকাৰী চাকৰি কৰা মানুহক দৰমহা দিয়োতে ৰাজহ শেষ হৈ যাব। Please analyze and Share until and unless common public won't aware. You can't expect accountability, Performance etc from Government employee. They might loot you and your state. So please their performance and accountability. চৰকাৰী কৰ্মচাৰী আৰু শিক্ষকে ভাল কাম কৰি দেখুৱাব লাগিবই
@JonaliPegu-b5w
@JonaliPegu-b5w 2 месяца назад
মূখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে।
@apalnarah9459
@apalnarah9459 2 месяца назад
CM osa kotakole.
@pankajdas1826
@pankajdas1826 2 месяца назад
BJP is losing in the by election in different states. INDIA is the winner .
@prankrishnavlogs9890
@prankrishnavlogs9890 2 месяца назад
Miyar vote nlage teacher vote nlage lge kar vote esposta nkoi kio
@joydeepmajumder4014
@joydeepmajumder4014 2 месяца назад
Aji kalir teacher....
@armanvideoofficialpage5675
@armanvideoofficialpage5675 2 месяца назад
400 পাৰ কৰিব আহিছিল😅
@siddharthathengal8477
@siddharthathengal8477 2 месяца назад
Fotua cm amr
@mohanboruah9962
@mohanboruah9962 2 месяца назад
Tuk vote kalai dibo? Toi moha pagol.
Далее