Тёмный
No video :(

২৮ আসনৰ বিনিময়ত নীতিশ-চন্দ্ৰবাবুয়ে পালে ৫০ হাজাৰ কোটিৰ বৃহৎ পেকেজ। 

Asom Live 24
Подписаться 581 тыс.
Просмотров 21 тыс.
50% 1

নীতিশ চন্দ্ৰবাবুলৈ ৰিটাৰ্ন গিফ্ট। ২৮ আসনৰ বিনিময়ত নীতিশ-চন্দ্ৰবাবুয়ে পালে ৫০ হাজাৰ কোটিৰ বৃহৎ পেকেজ।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Опубликовано:

 

6 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 28   
@Rana-hg8hg
@Rana-hg8hg Месяц назад
আমাৰ অসমৰ কেইটাই ললিপপ চুপি বহি আছে নিশ্চয়
@utpalgoswami1990
@utpalgoswami1990 Месяц назад
মূখ্য মন্ত্ৰী ডাঙৰীয়া আপুনি লাগি যাওক অহা মাহৰ বাবে কৰ কৰ পৰা ধাৰ ল'ব পাৰি, কৰ কৰ সম্পত্তি বেছিব বা লিজত দিব পাৰি, মনে মনে অসমৰ ফৰেষ্টৰ মাটি মাফিয়াৰ হাতত কেনেকৈ দিব পৰা যায় লাগি যাওক । উসাহ নোলোৱাকৈ ধামাধৰা কেইটাক লগতেলৈ নে কি কয় ?
@tips4you121
@tips4you121 Месяц назад
Good, আচলতে আমাৰ নেতাৰ কাম নাই !
@rlaskarkam3616
@rlaskarkam3616 Месяц назад
আমাৰ অসমৰ NDA সাংসদ ১১ জনে একো দাবি কৰিব নোৱাৰিলে । দুৰ্ভাগ্যজনক ।
@shivamsarmah6174
@shivamsarmah6174 Месяц назад
অসমক এই বিলাক কিয় লাগে।অসমে দিল্লীক যিমান লাগে দিব পাৰে।এঘাৰ জন সাংসদ দিছোঁ।দিল্লীত কৈ অসম কোনো গুনে কম নহয়।অসমীয়াই চিন্তা কৰিব নালাগে।
@MirHassanBarbhuiya-ck6os
@MirHassanBarbhuiya-ck6os Месяц назад
Amar Assam keta man pale
@hazarika3679
@hazarika3679 Месяц назад
Hopeless budget for North East and especially for Assam
@user-pl4vg3hw9r
@user-pl4vg3hw9r Месяц назад
Assam r karone ki dile
@TultulDas-hs6ud
@TultulDas-hs6ud Месяц назад
O Bihar aru Ondhroprodas k dilai hol. Assam Or M. P. Kajona tuponi maribo le ha ase. Package ajuribo najane..
@NizamUddin-tc8ho
@NizamUddin-tc8ho Месяц назад
অসমে কি পালে এইটো কক, অসমত হিন্দু মুছলমান ৰাজনীতি বৃদ্ধি কৰিব লাগে , অসমৰ কাৰণে কোনো ধৰণৰ বাজেট নালাগে ৰাইজৰ 🤣🤣🤣
@BikramDas-jr5sz
@BikramDas-jr5sz Месяц назад
অসমে কি পাব...অসমৰ পৰা extra দলৰ বা বিৰোধী দলৰ চিত যোগ হোৱা নাই নহয় নিজ দলৰ চিত পাইছে একো নিদিলেও একো মাত মাতিব নোৱাৰে...
@saddikurrahman7617
@saddikurrahman7617 Месяц назад
​@@BikramDas-jr5sz তাকেই কেৱল পুঁজিৰ আস্বাস পাইছে অসমেই 😢😢😢
@somerjalal
@somerjalal Месяц назад
Assam ki dile
@rupeswarsaikia430
@rupeswarsaikia430 Месяц назад
অসমৰ ঘৰ মতা কেইটাই ভৰি চেলেকাৰ বাদে কাম আছে জানো !
@jdas4150
@jdas4150 Месяц назад
অসমৰ ৰাইজেও Bjpক ভোট নিদি আন্চলিক. . . . . অসমত এটা ৰাইজৰ কাম কৰা দল লাগে. নিতিচ /নইদো লৈ চেলোত🙏
@alexdas6522
@alexdas6522 Месяц назад
কালি তহতি হেহ ভুকি আছিলি। বিহাৰক বিশেষ ৰাজ্যৰ ময্‌দা নাপালে চৰকাৰ ভাঙিব বুলি। নিদিলে চোন
@bhattacharjeeramchiary5107
@bhattacharjeeramchiary5107 Месяц назад
বাজেটত দিছে kintu pabone
@ashadulhoque260
@ashadulhoque260 Месяц назад
Assam cm news bukufulai kotha kobo pare centel hoi nije. Cm set bisare Nitish Kumar's PM set offer arise Assam t CM set lage lage muk lage Assam bahur karone sintani Nijor sartoooo Wife pakeg dibolage
@amarjoytidas8141
@amarjoytidas8141 Месяц назад
কাম নাই বেলেগৰ কয়।
@ashadulhoque260
@ashadulhoque260 Месяц назад
Assam a Bihar pora hikibo lage
@anilhazarika9323
@anilhazarika9323 Месяц назад
Amar assamor 11 khonot 25 hazar koti palo heten.
@JakirHussain-sp7zd
@JakirHussain-sp7zd Месяц назад
Assamay ki dise lolipop.assam rahtale jabo.ki ase assamr.
@mdibrahimali839
@mdibrahimali839 Месяц назад
The kachcha road from Shaimandir to Polital should be constructed pucca.
@HemchandraKakati-yu1es
@HemchandraKakati-yu1es Месяц назад
8:18
@gautambaruah9882
@gautambaruah9882 Месяц назад
Olp positive kothau kouk
@nawanitapator3572
@nawanitapator3572 Месяц назад
বিহাৰ আৰু অন্ধ প্রদেশ দুয়োখন ভাৰতে ৰাজ্য.. যিমান পাৰি দিয়ক উন্নয়ন হব লাগে
@saddikurrahman7617
@saddikurrahman7617 Месяц назад
অসমৰ মানুহ সকল আপোনাৰ মতেই মৰি যাওঁক নহয় জানো??🙄🙄
Далее
when you have plan B 😂
00:11
Просмотров 8 млн