১৫ আগষ্টত ৰাজ্যৰ বিভিন্ন প্রান্তত আলফাই সংস্থাপিত কৰা বোমা উদ্ধাৰৰ ঘটনাক লৈ তীব্র সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু আৰক্ষী-প্রশাসন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। বিৰোধীৰ এনে অভিযোগ, সমালোচনাৰ বিপৰীতে ৰহস্যজনকভাৱে নীৰৱ সততে সৰৱ হৈ থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।
#pratidintime #HIMANTABISWASARMA #assamnews
16 сен 2024