Тёмный

ৰাছিয়াৰ স্কুলত বিহু, এশিঙীয়া গড়,চাহপাত ইত্যাদিৰ প্ৰচাৰ 🔥😮,(- 53 Degree) ত বিহু Yakustk, Russia 

Assamese Mixture
Подписаться 960 тыс.
Просмотров 120 тыс.
50% 1

#TVSRaider #Raider #bikeride #MarvelThemed #TVS
Bhukhan Pathak
Assamese vlog
Assamese Mixture
Bihu in Russia
Bihu In Siberia
Assamese video
#bhukhanpathak #bihuinrussia

Опубликовано:

 

5 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 682   
@RajumoniRajumonidas
@RajumoniRajumonidas 8 месяцев назад
ভূষণ তুমি সচাকৈ আমাৰ অসম তথা ভাৰতৰে গৌৰৱ । তুমি আমাৰ অসমীয়াৰ বাপোতি সাহোন বিহুটো বিদেশত এই দৰে সুন্দৰ ভাৱে উপস্থাপন কৰি দেখুৱাইছে আৰু অসমীয়াৰ মৰমৰ গামোচা খন, অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙিয়া গঁড়ৰ বিষয়ে ইমান সুন্দৰ কৈ বুজাই দিছা , বিদেশৰ বিদ্যালয়ত । তোমাক সচাকৈ ," salute " দিছোঁ অন্তৰৰ পৰা । এই দৰেই তুমি আৰু আগবাঢ়ি যোৱা --এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা, ভগৱান তোমাৰ সহায় হ'ওক । 🙏❤❤
@diamondpayeng1119
@diamondpayeng1119 7 месяцев назад
Great you are brother, keep it up....
@nagench.baishya4486
@nagench.baishya4486 6 месяцев назад
ভূষন তোমাক অন্তৰৰ পৰা ধন্যবাদ জনালো ৷ অসমৰ সম্পদ আৰু সংস্কৃতিৰ কথা সুদুৰ বিদেশত প্ৰচাৰ কৰি জাতিটোক গৌৰবান্বিত কৰাৰ লগতে নিজকো ধন্য কৰিছা ৷ আগলৈও তেনেকৈ আগবঢ়ি ষোৱা ৷ পুনৰ ধন্যবাদ ৷
@pabitrabhuyan5266
@pabitrabhuyan5266 20 дней назад
Best of luck bhushan
@mousumisworld7331
@mousumisworld7331 8 месяцев назад
প্ৰকৃত অসমীয়া ❤ salute Bhukhan daa🙏
@durnakantasaikia8574
@durnakantasaikia8574 8 месяцев назад
অসমৰ সংস্কৃতি বিষয়ে যি অকন বিদেশৰ মাটিত বিলাই দিলা তাৰ বাবে অশেষ ধন্যবাদ।ভাল দৰে ইংৰাজী কব নোৱাৰিলেও আজি এজন সাহসী অসমীয়াই যে বিদেশীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছা তাৰ তোমালৈ মৰম আৰু আৰ্শীবাদ থাকিল।তুমিয়েই হয়তো প্ৰথম অসমীয়া যি অকলেই জাতীটোৰ জয়গান গাই আনন্দ কৰিছা আৰু আমাকো আনন্দ দিব পাৰিছা।অসমত যিমাপ ইউতিউবাৰ আছে সকলোৱে তোমাৰ পৰা জাতীৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা অনুসৰণ কৰক।ধন্যবাদ।আগবাঢ়ি যোৱা।ভগৱানে মঙ্গল কৰিব।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 8 месяцев назад
We are proud of you Bhukhan 🙏🙏🙏🙏🙏ভূষন তুমি উইজিনক কাপোৰ সাজ দি আহিবা, বহুত সহায় কৰিছে তোমাক, তেওঁ এজন অতিথি পৰায়ন লোক,,,,ভালে ৰাখক ভগৱানে 🙏🙏🙏🙏🥰🥰🥰
@debamedhi253
@debamedhi253 8 месяцев назад
💓💓💓💓💓
@Amrita-r-1
@Amrita-r-1 8 месяцев назад
@diiimpu3044
@diiimpu3044 8 месяцев назад
❤❤❤🥰🙏🙏
@AssameseMixture
@AssameseMixture 8 месяцев назад
Teuk di ahiso moi 😊
@SatyaJit182
@SatyaJit182 8 месяцев назад
প্ৰকৃত অসমীয়া তুমি ভাল লাগিছে আমাৰ অসমৰ বিহু যে বিদেশত প্ৰচাৰ কৰিছাঁ। জয় আই অসম❤❤❤❤❤❤
@hillsnplains
@hillsnplains 8 месяцев назад
ভূষণ তোমাৰ কামক শলাগ লৈছোঁ৷ তোমাৰ শত্ৰুইও তোমাৰ পৰি নমস্কাৰ কৰিব৷ অসমৰ সংস্কৃতি প্ৰচাৰ কৰি থাকা৷ তুমি এদিন পুৰস্কৃত হবা৷ 👏👏👏
@bantigoswamibora9726
@bantigoswamibora9726 8 месяцев назад
তোমাক লৈ গৌৰৱান্বিত, আগুৱাই যোৱা শুভেচ্ছা থাকিল তোমালৈ ভোগালী বিহু উপলক্ষে 🎉🎉
@ntrysaxom6618
@ntrysaxom6618 8 месяцев назад
No 1 youtuber in Assam India , Bhukhan Pathak Direct Dil se Thanku , Proud of you Bhukhan , জয় আই অসম ❤
@dipjyotimahanta7386
@dipjyotimahanta7386 8 месяцев назад
ভূষণ দাই কথা কৈ থকা মানুহখিনিক দেখাত ৰাছিয়াৰ যেন নালাগে চীন দেশৰ যেনহে লাগে। আমাৰ ভাৰতৰ দৰে ৰাছিয়াতো চাগে ভিভিন্ন জাতিৰ মানুহ আছে!
@BuliBorah-os8eg
@BuliBorah-os8eg 10 дней назад
প্ৰকৃত অসমীাৰ পৰিচয়, গৌৰৱ। অভিনন্দন 🙏
@jmbassamesepoemandculture6858
@jmbassamesepoemandculture6858 8 месяцев назад
সঁচাকৈ চকুপানী ওলাই গ'ল,,, কিমান কষ্ট কৰিব পাৰিলে নিজৰ মাতৃভূমি, নিজৰ ভাষাক ভাল পাব পাৰি বুজাই দিছে, আপোনাৰ কৰ্মই।কেৱল টকাৰ পিছত দৌৰি নাথাকি নিজৰ সংস্কৃতিক বিশ্বত চিনাকি কৰাইছে। আগুৱাই যাওঁক আৰু বহুদূৰলৈ। ভগৱান সহায় হওঁক আপোনাৰ কৰ্মৰাজিৰ সাক্ষ্য হৈ।
@localboyofficial5582
@localboyofficial5582 8 месяцев назад
We as Assamese proud feel.Even after going outside the country, you have explained the Bihu of Assam very well to the people. It was nice.
@rahonmahon2310
@rahonmahon2310 4 месяца назад
প্ৰকৃত অসমীয়া আপুনি। বাহিৰৰ দেশত গৈ আমাৰ বিহুৰ কথা গামোচা কথা ইমান ধুনীয়া কৈ বুজাই দিয়া বাবে বহুত বহুত শুভেচ্ছা থাকিল ❤❤❤ ধন্যবাদ ।
@Assam1661
@Assam1661 8 месяцев назад
সঁচাই আজি বহুত গৌৰৱ কৰিছোঁ তোমাৰ দৰে এজন আমাৰ দাদা বুলি কবলৈ পাই বহুত বহুত ভাল লাগিল ❤❤❤❤❤❤
@jinkujyotijinkujyoti233
@jinkujyotijinkujyoti233 8 месяцев назад
গাৰ নোম সিহৰি উঠা vdo, ভূষণ দা❤❤❤🎉🎉❤❤
@Sanubordoloi166
@Sanubordoloi166 8 месяцев назад
This is bhukan pathak.best in Assam so far.Eman dhuniye k kunuba dekhaise amar culture amar gamusa.buhut vhl laage eneka travel vlogs bur sabole.best youtuber in Assam
@creative_things2390
@creative_things2390 8 месяцев назад
Person with good heart We r proud of you.. U represent our Assamese culture in the world's coldest place, which is unbelievable.. Thank you 🙏
@arupjyoti1222
@arupjyoti1222 8 месяцев назад
ধন্যবাদ সঁচাই গৌৰৱ অনূভৱ কৰিলোঁ।
@jahidulislam693
@jahidulislam693 8 месяцев назад
We are proud of you as a Assamese person , you are a great person bhukhan daaa , you are real Assamese I salute you 🙏🙏🙏❤❤❤❤❤
@rajibbarman-xf9nu
@rajibbarman-xf9nu 8 месяцев назад
অসমৰ সংস্কৃতিৰ এনেদৰে উপস্থাপন কৰাৰ বাবে বহুত বহুত ধন্যবাদ।
@funusenapoti9220
@funusenapoti9220 8 месяцев назад
ভূষন তোমাক বহুত ধন্যবাদ জনালোঁ। অসমৰ বিষয়ে তুমি ভাৰতৰ বাহিৰত গৈ ইমান সুন্দৰ কৈ প্ৰচাৰ কৰি আহিছা, বিশেষকৈ আমাৰ বাপতি সাহোন বিহুটি আৰু অসমীয়া ৰ আবেগ গামোচা খনিক ইমান সুন্দৰ কৈ প্ৰচাৰ কৰি আহিছা , তাৰ বাবে তোমাক মই চেলুট দিছোঁ, তুমি বহুত কষ্ট কৰিছা য়াকুষ্ট ত গৈ তাৰ বাবে পুণৰ এবাৰ ধন্যবাদ জনালোঁ।
@ponkiesaikia4038
@ponkiesaikia4038 8 месяцев назад
We are proud of you Bhukhan da..... A big salute to you...
@chaobhai3541
@chaobhai3541 8 месяцев назад
Salute bhukhan... God bless you🎉❤... Proud to be an Assamese, India= Russia
@jayanta542
@jayanta542 8 месяцев назад
ভূষন সচাকৈ বহত গৌৰৱ অনুভৱ কৰিছো। তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলো
@puronpayeng7151
@puronpayeng7151 9 дней назад
সাত সাগৰ তেৰ নদী পাৰ হৈ ৰাছিয়াত গৈ অসমৰ পৰিচয় দাঙি ধৰিলে , তাৰ বাবে বহুত বহুত ধন্যবাদ ।
@minibordoloi8714
@minibordoloi8714 8 месяцев назад
খুউব সুন্দৰ ভূষণ। লগতে ইউজিনক বহুত বহুত ধন্যবাদ। Eujin is very nice
@MrDebDas
@MrDebDas 8 месяцев назад
We don't need dimpu , we don't need himanta biswa sarmah ,we need bhukhan Pathak da , Love from Gohpur
@Jyotirmoysarma1
@Jyotirmoysarma1 8 месяцев назад
That's what I am feeling
@chiyo4594
@chiyo4594 8 месяцев назад
অসম তথা অসমীয়াৰ পৰিচ্য় বিদেশত প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ ।
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 5 месяцев назад
Bhout bhout Val lagila Dada 🙏🙏🙏🇮🇳🇮🇳🇮🇳💐💐💐🤝🤝🤝
@prasantahazarika3512
@prasantahazarika3512 8 месяцев назад
Bhukhan dak June Val pai like kora
@majanikalita6025
@majanikalita6025 8 месяцев назад
সঁচাকৈ ভূষণ তোমাক লৈ আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ।
@nripensaloi5796
@nripensaloi5796 19 дней назад
Proud to be Assamese ❤😊
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 8 месяцев назад
Great selute to Bhushan Pathak for your hard work as a good relationship between Assamese and Rassian people. 🙏🙏🙏🙏
@latikadevi3145
@latikadevi3145 8 месяцев назад
Cakupani oli gol
@michaelvlogs4811
@michaelvlogs4811 8 месяцев назад
Bhukhon Da apuni eman dhunia koi akhomok represent korise apunak bht bht dhoinobad logot apunak salute 🫡 ♥️
@phukon_axom
@phukon_axom 8 месяцев назад
🥺🥺❤❤ হৃদয় চুই গ'ল🙏🏻... তুমি আগুৱাই যোৱা ককাই❤
@_izza_Miss.-.867._
@_izza_Miss.-.867._ 8 месяцев назад
This is an impossible task man who could you survive man hat's off you we are proud of you ❤️❤️
@uditabhattacharya9068
@uditabhattacharya9068 8 месяцев назад
বহুত ভাল কাম কৰিছা ভূষন, বহুত আগবাঢ়ি যোৱা।মৰম আৰু শুভকামনা সদায় থাকিব
@dmanta5218
@dmanta5218 8 месяцев назад
ধন্যবাদ ভূষণ পাঠক ডাঙৰীয়া ❤❤❤❤❤
@SaliyaBoy-D.d
@SaliyaBoy-D.d 6 дней назад
কবলৈ ভাষা নাই দাদা ___❤❤❤❤❤❤
@harshikasworld3687
@harshikasworld3687 8 месяцев назад
❤❤❤❤ সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো ❤❤❤
@bandanadas7096
@bandanadas7096 8 месяцев назад
সঁচাকৈ বহুত ভাল লাগিল ❤ ইমান ভাল ভাল ভিডিও বিলাকত ইমান কম ভিউছ কিয় বুজি নাপাও 🤔 এনেদৰে ভাল ভাল কাম কৰি যাওঁক... ভালে থাকক । ইউজিনে কিন্তু আপোনাক বহুত সহায় কৰিছে 🙏
@premataid4894
@premataid4894 8 месяцев назад
Prokit asomiya ❤bhukan daa salute ❤ জই আই অসম
@pabantalukdar7081
@pabantalukdar7081 8 месяцев назад
I always proud of Bhukhan Da ❤❤❤❤ tme amr bihu tk Rassia t explain kresa vl lgil 🙏🙏❤️❤️❤️
@trishnadastalukdar7626
@trishnadastalukdar7626 8 месяцев назад
Gotai trip tur best vlog hoi bro tumar..English kabo nuara tu dangor kotha nahoi full confidence t sesta koresa haia main.. amar bohut student ase English kabo voi kore infect moi o tar majot ...bt tumar lgt bohut vlog sai moi o voi ari desu amar assomar jibur students englishk loi voi ase bhukhanr aadarkha luar sesta kora... Aru eta request ghy time loi thakile edin mur ghart aaheba..bhal lagebo..
@AssameseMixture
@AssameseMixture 8 месяцев назад
Thank you so much . Nishoy jam 😊
@debarajdoley3656
@debarajdoley3656 2 дня назад
Bohut bohut val lagile
@rubulsaikia9419
@rubulsaikia9419 8 месяцев назад
Class 1 Assamese youtuber Bhukhan Dimpu Bhaskar always impressed by their videos God bless them
@rupaborah-dm3dh
@rupaborah-dm3dh 8 месяцев назад
জয় আই অসম ❤️
@KanakKalita-s9g
@KanakKalita-s9g 8 месяцев назад
ফুকন দা ধন্যবাদ অসমক বিশ্বৰ বুকুত প্ৰচাৰ কৰাৰ কাৰণে বাকী অসমীয়া RU-vidr ৰ দৰে আপুনি দোকান shoping mall Garir Diler Opening কৰি পইচা উপাৰ্জনৰ কথা নাভাবি অসম ৰ কথা ভাবিছে তাৰ বাবে প্ৰণাম আপোনাক অতি সোনকালে আপোনাৰ 1 Million Subscribers হওঁক তাৰে আশা কৰিলোঁ
@sajidulahmed5876
@sajidulahmed5876 8 месяцев назад
Jai ayi assam... Always proud of u
@anupamdas1823
@anupamdas1823 19 дней назад
তোমাক সংগ দিয়া ৰাছিয়ান বন্ধুজনক অসমলৈ আনি সন্মান দিয়া উচিত।
@mausumthengal
@mausumthengal 8 месяцев назад
Proud of Assam, India ❤
@kamaldutta-g4v
@kamaldutta-g4v 8 месяцев назад
খুবেই ভাল লাগিল আপোনাৰ গোটেই ৰাছিয়াৰ জাৰ্নী টো, সততে নিজৰ দেশ আৰু ৰাজ্যৰ বিষয়ে জনাই আহিছে, গৌৰৱ অনুভৱ কৰিছো
@mridulapatgiri383
@mridulapatgiri383 8 месяцев назад
বহুত ভাল লাগিল
@Kushalboro436
@Kushalboro436 8 месяцев назад
Proud of Assam❤❤
@TapanRD
@TapanRD 8 месяцев назад
Good job 💕💖 জয় আই অসম
@likhansaikia7013
@likhansaikia7013 8 месяцев назад
সুন্দৰৰ হৈছে ভূষণ পাঠক
@yumtastewithritu490
@yumtastewithritu490 8 месяцев назад
বহুত গৌৰৱ অনুভৱ কৰিছোঁ, সদায় ভালে থাকা, নতুন প্ৰজন্মৰ বাবে তুমি আদৰ্শ ❤ ইউজিনে বহুত সহায় কৰিছে❤
@FutureofIndia07
@FutureofIndia07 8 месяцев назад
We are proud of you Bhukhan da A big salute to you
@user-Sondesh48
@user-Sondesh48 8 месяцев назад
ভাল লাগিল দাদা ❤🎉
@creationr.sarmah3078
@creationr.sarmah3078 8 месяцев назад
Joy aye Assam 🙏🙏🙏. Thank you bhukhon
@PranjalDeka-hq6zr
@PranjalDeka-hq6zr 8 месяцев назад
বহুত ধুনীয়া লাগিল দেই ভিদিঅ টো চাই love you Bhukhon da ❤❤❤
@amiokachari4375
@amiokachari4375 7 месяцев назад
"🙏❤! জয় আই অসম।"
@-RanjuDoley20
@-RanjuDoley20 9 дней назад
Good job bhukan daa❤❤❤❤ for representation Assamese culture ❤❤❤❤
@DAIZEEpapanemummy
@DAIZEEpapanemummy 8 месяцев назад
Moi gaowrabitto vukan da.. Love you... Jai ai Assam... Jai Hind
@prabinshrutikar
@prabinshrutikar 5 месяцев назад
Bohut. Val lagil😊
@bumonvlogs3222
@bumonvlogs3222 8 месяцев назад
Wow nice. We proud of u Bhukhon.
@rupjyotiborah3967
@rupjyotiborah3967 8 месяцев назад
তোমাক ধন্যবাদ, আগুৱাই যোৱা ভগৱানে সহায় কৰক। বহুত বহুত ভাল লাগিল।
@sikhitaray5810
@sikhitaray5810 8 месяцев назад
Bhukhan dar babe eta like ❤
@fifthbells6965
@fifthbells6965 8 месяцев назад
Proud of you bhukhan daa🙌❤️
@assameseboy2264
@assameseboy2264 8 месяцев назад
Well Done Mr. Pathak❤
@Rimpikonwar111
@Rimpikonwar111 8 месяцев назад
জয় আই অসম ✊️
@himujitsvlog3956
@himujitsvlog3956 8 месяцев назад
গাৰ নোম শিয়ঁৰি উঠা ভিডিও । ইমান ঠাণ্ডাত গৈ অসমক উজ্বলাই উঠাইছা । আন্তৰিক ধন্যবাদ ভূষণ তোমাক । ভালে থাকা ।❤️
@jyotismitacrafts3948
@jyotismitacrafts3948 8 месяцев назад
Good job Bhukhan dada 👍
@pranabjyotihazarika7145
@pranabjyotihazarika7145 9 дней назад
ভাল লাগিল দেই বহুত ভাল কাম কৰিছা ❤❤❤❤❤
@mandi9170
@mandi9170 8 месяцев назад
Salute bro .. and your confidence is really appreciable.. salute
@SantanuDutta55
@SantanuDutta55 8 месяцев назад
চেলুট ভুষনদা ভোগালী বিহু বহুত বহুত সুভেচ্ছ্বা জনালো ।
@phukandas2251
@phukandas2251 8 месяцев назад
খুব ভাল লাগিল ভাই
@user-kc4yp8ke6k
@user-kc4yp8ke6k 7 месяцев назад
Joi ai OXOM 💖✊
@HariRabidasVlogs
@HariRabidasVlogs 8 месяцев назад
Ki kom bhakha naai koboloi, hosakoi aaji gaurav korisu, salute to you bro ❤❤❤🙏🙏🙏🙏
@mixerworld3746
@mixerworld3746 8 месяцев назад
This is the best video ever .You have shown our culture to the Russian and they are enjooying it.
@jitendrarabha4660
@jitendrarabha4660 8 месяцев назад
very good,বহুত ভাল লাগিল৷
@gopinathkoch6230
@gopinathkoch6230 8 месяцев назад
Proud of you Bhukhan da aguwai joa shubhecha thakil
@mahantahajong6301
@mahantahajong6301 8 месяцев назад
Salute bhukhan Da, Proud of you.
@bishaldeka1375
@bishaldeka1375 8 месяцев назад
Proud of you Bhukhan da ❤️❤️🤍😘
@sukanyar9705
@sukanyar9705 8 месяцев назад
বহুত ধন্যবাদ দাদা🎉🙏
@Ldjdsd
@Ldjdsd 8 месяцев назад
Proud of you brother👍
@TahirulIslam-j5f
@TahirulIslam-j5f 8 месяцев назад
This person is more worthy than Dimpu❤
@probinsaikia2641
@probinsaikia2641 6 месяцев назад
অতি গৌৰৱাম্বিত হৈছো।
@sanjibdas6108
@sanjibdas6108 8 месяцев назад
Proud of assam❤❤❤❤❤
@basistharabha5018
@basistharabha5018 8 месяцев назад
Salute for your great work as an assamese people.
@GopinathbarmanRamRamRam
@GopinathbarmanRamRamRam 5 месяцев назад
বহু বহুত ভাল লাগিল ধন্যবাদ ❤❤❤❤❤❤
@MomiPhukon-i5h
@MomiPhukon-i5h 8 месяцев назад
Proud of Assam
@rubulkalita6609
@rubulkalita6609 8 месяцев назад
Proud of you bhukhan da
@RajumoniTamuli-et1lt
@RajumoniTamuli-et1lt 8 месяцев назад
সুন্দৰ, বহুত সুন্দৰ ❤❤
@harryislove_._
@harryislove_._ 7 месяцев назад
Bohut val lagil
@GolapThakuria-c5g
@GolapThakuria-c5g 8 месяцев назад
জয় আই অসম ভূসন ভাই ❤❤❤
@rtamuli8511
@rtamuli8511 6 месяцев назад
বৰ লাগিল ভবিষ্যতে আৰু আশা কৰিলো
@HemantaBorah6988
@HemantaBorah6988 8 месяцев назад
বহুত ভাল লাগিল দাদা
@abinashboro3616
@abinashboro3616 8 месяцев назад
বহুত ভাল লাগিল...জয় আই অসম
@Bijayborah01234
@Bijayborah01234 8 месяцев назад
বহুত গৌৰৱ অনুভৱ কৰিছোঁ ককাই❤❤❤❤
Далее
An Emirati Onam story | 🌸
11:34
Просмотров 189 тыс.