ৰাজশ্ৰী নাথে বিহু মঞ্চতে " কি বুলি ক'লে | বৰষা ৰাণীয়ে নাচনী গৰাকী বিয়া কথা সুধিলত কি উত্তৰ দিলে ,
#Lotasil বিহু ৰাজশ্ৰী নাথে বিহু মঞ্চতে " কি বুলি ক'লে | বৰষা ৰাণীয়ে নাচনী গৰাকী বিয়া কথা সুধিলত কি উত্তৰ দিলে ,
গুৱাহাটী লতাশিল বিহু সন্মিলনীৰ ২০২৪ বৰ্ষৰ বিহু সম্ৰাজ্ঞী, বিহুৰাণী, বিহু কুঁৱৰীৰ ফলাফল ঘোষণা।
📌ধেমাজিৰ শিৰোশ্ৰী শইকীয়ালৈ বিহু সম্ৰাজ্ঞীৰ সন্মান।
📌ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাইলৈ বিহুৰাণী বঁটাৰ খিতাপ।
📌ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসলৈ বিহু কুঁৱৰীৰ খিতাপ।
📌চিৰঞ্জীৱ বৰ্মণে শ্ৰেষ্ঠ ঢুলীয়াৰ বঁটা,
✅যদূমণি গগৈয়ে শ্ৰেষ্ঠ পেপুৱৈৰ খিতাপ লাভ কৰে।
1 окт 2024