Тёмный

ৰাজ্যত কিয় হঠাতে উঠিছে চিকিৎসকৰ পদত্যাগৰ উজান? 

Pratidin Time
Подписаться 2,2 млн
Просмотров 10 тыс.
50% 1

ৰাজ্যত কিয় হঠাতে উঠিছে চিকিৎসকৰ পদত্যাগৰ উজান?
#PratidinTime #AssamNews #govtdoctors

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 20   
@gameplay-dp8nd
@gameplay-dp8nd Месяц назад
অপৰিকল্পিতভাবে চিকিৎসা মহাবিদ্যালয় খুলি থকাৰ ফল এয়া। গাঁৱৰ মাজত কোনোবাই মেডিকেল কলেজ বনাই নেকি। নলবাৰী মেডিকেল কলেজৰ অৱস্থা এয়াই। চিকিৎসালয়ত ৰোগী নায়েই। মানুহে গমেই নাপাই মেডিকেল কত আছে।
@jadavnath4360
@jadavnath4360 Месяц назад
জিলাই জিলাই মেডিকেল কলেজ স্থাপন কৰাৰ পৰিণতি।
@user-ww4rd9qn1m
@user-ww4rd9qn1m Месяц назад
বাধ্য কৰা হৈছে ।।
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 Месяц назад
অত্যাধিক কামৰ Presure, ১০জনমান মানুহৰ কাম এজনক কৰাই আছে ।অকল Doctor ৰে নহয় Nurse বোৰৰো একেই অৱস্থা কিন্তু তেওঁ লোকৰ চাকৰি এৰিব নোৱাৰে নিজৰ সংসাৰখনৰ কাৰণে । চৰকাৰী চাকৰি বুলি শুনিবলৈ হে ভাল । ভিতৰত মানুহে কিমান Mantel pressure লৈ কাম কৰি আছে ভগৱানে জানে ।
@pareshneog6190
@pareshneog6190 Месяц назад
নতুন আইন গৃহীত কৰিবৰ হল , এনেকুৱা। মনমানি চলাবলৈ দিব নালাগে
@lakhyajitphukanphukan9769
@lakhyajitphukanphukan9769 Месяц назад
Governmentr hemahi
@sanku189
@sanku189 Месяц назад
Kamor otyodhik pressure. Doctor, Nurse, Staff kom. Notun nijukti nai. Kewol pressurere kam adai koribo bisare.
@mamonichuitagogoi7682
@mamonichuitagogoi7682 Месяц назад
ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় নাম কেনেকৈ হল হে ,অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেল বুলি কব লাগে
@Shyamalinasaikia-miw2xd
@Shyamalinasaikia-miw2xd Месяц назад
Go back himanta
@jadavgogoi944
@jadavgogoi944 Месяц назад
অপৰিকল্পিত ভাৱে কেৱল নাম কিনিবলৈ চিকিৎসা মহাবিদ্যালয় খুলিলে প্ৰয়োজনীয় শিক্ষক -চিকিৎসকৰ অভাৱ হোৱাটো স্বাভাৱিক। চিকিৎসা মহাবিদ্যালয় খুলি ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰোৱাই পঢ়াবলৈ প্ৰয়োজনীয় শিক্ষকৰ অভাৱ হলে ছাত্ৰ ছাত্ৰীৰ শিক্ষা সম্পূৰ্ণ হ'ব নেকি? এই সমস্যা যোৱা বহু বছৰ ধৰি চলি থকা স্বত্তেও সমাধানৰ ফলপ্ৰসূ ব্যৱস্থা নলৈ কেৱল নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈকে চিকিৎসা মহাবিদ্যালয় খোলাৰ ল'ৰা-ধেমালি কৰাটো একেবাৰে অনুচিত। তাৰোপৰি ব্যক্তিগত চিকিৎসালয়তকৈ দা- দৰমহা, সা-সুবিধা বহু পৰিমাণে কম হোৱা, মন্ত্ৰী - এম‌এল‌এ সকলে নিজ খেয়াল-খুচিৰে চিকিৎসকৰ নিয়োগ - বদলি আদিত হস্তক্ষেপ কৰা ইত্যাদি ইত্যাদি বহু কাৰণতে চিকিৎসক সকলে চৰকাৰী চিকিৎসক ৰূপে সেৱা আগবঢ়াবলৈ অনিচ্ছুক হয় বুলি মনে ধৰে।
@GabrooBaganLPSchool
@GabrooBaganLPSchool Месяц назад
No need medical College wants special doctors
@dipakmaina6913
@dipakmaina6913 Месяц назад
কাম নকৰিলে কৰিব কি ? ফকতীয়া টকা লাগে
@VishnuRavii-vt7ql
@VishnuRavii-vt7ql Месяц назад
ইমান মেডিকেল কলেজ অসমত প্ৰয়োজন নাই । বহুত বেছি হৈছে ।
@3Good-y7d
@3Good-y7d Месяц назад
Nurse Post bohut kali hoi ase
@mridulsharma6739
@mridulsharma6739 Месяц назад
গেলিছে ।হিমুটনিক নেছেল ।।
@mehbubaktarzg
@mehbubaktarzg Месяц назад
Agor news tu kele delete korile
@DP-oe8bs
@DP-oe8bs Месяц назад
Private t besi Poisa😂
@shawnmichael2754
@shawnmichael2754 Месяц назад
Eibur sob kolonko. PRIVATE..t practice koribo nuare buli CM e kuar loge loge resign marise. Aru amar burbok manuh bure vabi ase pressure, himantar karne hol aal baaal😂😂😂😂😂😂😂😂😂😂😂😂 sob burbok. Doctor keta beya bostu ase
@3Good-y7d
@3Good-y7d Месяц назад
Ajiloike kio DME staff nurser final results dibo pora nai karon ki... exam hol Viva hol ki results dibo pora nai...baki bur appointment di ase
Далее
Коротко о моей жизни:
01:00
Просмотров 435 тыс.
Ajdarlar...😅 QVZ 2024
00:39
Просмотров 420 тыс.
Коротко о моей жизни:
01:00
Просмотров 435 тыс.