Тёмный

ৰাজ্যৰ মূল ইচ্ছ্যুসমূহৰ পৰা আঁতৰি হঠাৎ কিয় আৰম্ভ হ'ল মিঞা ৰাজনীতি? 

NE TALKS
Подписаться 64 тыс.
Просмотров 25 тыс.
50% 1

ৰাজ্যৰ মূল ইচ্ছ্যুসমূহৰ পৰা আঁতৰি হঠাৎ কিয় আৰম্ভ হ'ল মিঞা ৰাজনীতি?খিলঞ্জীয়াৰ ভূমি অধিকাৰ,৬জনগোষ্ঠীৰ জনজাতিকৰণ,স্মাৰ্ট মিটাৰ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তি আদি বিষয় তল পৰিল।২০২৬ৰ নিৰ্বাচন জিকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে নেকি মিঞা ৰাজনীতি?হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডাত কাম কৰিছে নেকি একাংশ লোকে?

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 189   
@Being_rich648
@Being_rich648 18 дней назад
১০০% সত্য।
@shyamolikabora2924
@shyamolikabora2924 18 дней назад
ধৰ্ষণ এয়ে প্ৰথম নহয় বাৰু কিন্তু কিমান সহিম কিন্তু মামা বৰ চতুৰ দেই
@puspendradas-b7g
@puspendradas-b7g 18 дней назад
Thanks dada apuni rajniti buji paise
@pabitradeka8027
@pabitradeka8027 18 дней назад
জনসাধাৰণ সচেতন নহ'লে সাধাৰণ জনতাৰ তেজৰ ফাকু খেলিব । ডাঙৰ ডাঙৰ নেতাই ঘৰত বহি টিভিৰ আগত বহি চাই আনন্দ লৈ থাকিব ।
@relaxmaind0.2
@relaxmaind0.2 17 дней назад
100% right
@relaxmaind0.2
@relaxmaind0.2 17 дней назад
100% right
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx 18 дней назад
সঁচা কথা কৈছে। কিছুমান গুৰুত্ব কথা লুকাই হল এতিয়া
@shyamolikabora2924
@shyamolikabora2924 18 дней назад
বৰ ভাল খবৰ
@alamali773
@alamali773 18 дней назад
Good news
@dipakgogoi5084
@dipakgogoi5084 18 дней назад
হিমন্ত বিশ্বৰ কুটিল ৰাজনীতিৰ দ্বাৰা আহোমৰ জাতীয় সংগঠন সমূহে হিমন্ত সহায় কৰিবলৈ এই আন্দোলন কৰা যেন অনুভৱ হৈছে। কাৰণ হিমন্ত বিশ্ব ছয় জাতি জনজাতি কৰণ আৰু অসমীয়া বিৰোধী। ছয় জাতি জনজাতি কৰণৰ কাৰণে আন্দোলন নকৰা সংগঠন সমূহে মিয়াৰ বিপক্ষে যি ৰণহুংকৰ দিছে। ছয় জাতি জনজাতি কৰণ হোৱা হলে মিয়াৰ কোনো অস্তিত্ব ই নাথাকিল হলে।
@hasenali5142
@hasenali5142 18 дней назад
হিমন্ত বহুত চালাক হয়😂😂গুৱাহাটীত কৃত্ৰিম বানপানীৰ যেতিয়া কথা আহিল,তেতিয়া মাজত USTM ক টানি আনি হিন্দু মুছলিম কৰি মূল topic টো তল পেলাই থলে।।তাৰ পিছত যেতিয়া ধিঙত লজ্জাজনক ঘটনা ঘটিল তেতিয়া তেওঁ অপৰাধিক শাস্তি নিদি হিন্দু মুছলিম লগালে,কিন্তু তাৰ পিছ দিনাই আকৌ তেনেকুৱা ঘটনা ঘটিল,কিন্তু তাত কোনো মুচলমান জঢ়িত নথকাৰ বাবে himanta বিশ্ব শৰ্মা একধম চুপ হৈ আছে।।কাৰণ তাত কোনো মুচলমান নাই।।অসমৰ সচেতন ৰাইজে যেতিয়াই কোনো গঠন মূলক প্ৰশ্ন কৰে তেতিয়াই হিন্দু মুছলিম প্ৰসঙ্গ টানি আনি মূল কথাটোৰ পৰা মানুহৰ ধ্যান বেলেগ ফালে লৈ যায় 😂😂
@himanshudutta609
@himanshudutta609 18 дней назад
partitionor timeot 73000 mahilak abducked aru rape tumaluke kora nasilane.
@dipakbaruah8987
@dipakbaruah8987 18 дней назад
১ - ৬ জনগোষ্ঠীক জনজাতি কৰন, ২ - ৰিনিকিৰ সম্পত্তি, ৩ - লাভ জেহাদ, ৪ - ফ্লাদ জেহাদ, ৫ - স্মাৰ্ট মিটাৰ জেহাদ আৰু শেষত মীঞা জেহাদ ! মূখ্যমন্ত্ৰীই আৰু বা কি কি জেহাদৰ সৃষ্টি কৰে ২০২৬ চনৰ আগতে একো গেৰান্তি নাই । এওঁৰ এটা ঘৃনা লগা মুৰ আছে ।
@budheswarnath6516
@budheswarnath6516 18 дней назад
👍👍
@budheswarnath6516
@budheswarnath6516 18 дней назад
সুন্দৰ ত্ৰপিক.... এইজন এজন বিদগ্ধ ৰাজনৈতিক ব্যক্তি , ইয়াত কাৰোয়েই সন্দেহ নাই !!... মূল সমস্যা বোৰক অতি কৌশলেৰে তল পেলাই...... 😂😂😂😂
@rajkumardihingia2331
@rajkumardihingia2331 18 дней назад
এইবোৰত হিমন্তই ঠগিলে ২৬ত নিজেই ঠগন খাবলৈ সাজো হব লাগিব
@GT-dm8pw
@GT-dm8pw 18 дней назад
Right kotha koise ami enei a mur ghomai morisu Student union bilak ami erai solibo lage Ajir pora aiyai mur driha mat No f"""ucking student unions lecture Cm hoi nije mia khedibo nuware....raijok ga uthai ase logote rati 10 pm pora police crpf rati ulai jabo nuwari jen ami goralot je humai asu kla Gitei crpf police silapatharot ami karubak rati goromot furibo gole kot jao ki kjtha ai bur hudhi thake....ami ki goromot ene furiboleu nuwarim nki kla ki hoise be amar Axomot
@mdsuleman3755
@mdsuleman3755 18 дней назад
সত্য এক দম সত্য
@rituparnasaikia1701
@rituparnasaikia1701 18 дней назад
শৃংখল চলিহাৰ মাৰোৱাৰী বিহাৰীৰ একছত্ৰী অধিপত্যৰ পৰা আঁতৰি হথাৎ মিঞাক খেদা জাতীয়তা বাদে কিহৰ ইংগিত। দিছে? এনে প্ৰৰোচিত মন্তব্যই এদিন বহু অসমীয়া তথা তথাকথিত হিন্দুৱে ভূগিব লাগিব!
@productsprofessional1734
@productsprofessional1734 18 дней назад
১৫ জন জিলাত অসমীয়াক সংখ্যালঘু বিহাৰী মাৰোৱাৰীয়ে কৰিছে নেকি জহৰাৰ পোৱালি
@user-vc6sq3ek9p
@user-vc6sq3ek9p 18 дней назад
😂😂😂... এনেকুৱা লাগিছে... উজনি অসমৰ জাতীয় দল সংগঠন বোৰ কাৰবাৰ উচটনিত ছটফটাই আছে... যিটো কাম সদৌ অসম ছাত্ৰ সন্থাই কৰিছিল ১৯৮০ - ১৯৮১ চনত... প্ৰথমে আছিল বিদেশী বহিস্কাৰ.. পিছলৈ হলগৈ বাংলাদেশী বহিস্কাৰ... 😂😂😂
@dipakgogoi5084
@dipakgogoi5084 18 дней назад
হিমন্তক সহায় কৰিবলৈ তাই আহোম সংগঠন সমূহে এই আন্দোলন কৰিছে। স্মাৰ্ট মিটাৰ প্ৰসঙ্গ, ছয় জাতি জনজাতি কৰণ প্ৰসঙ্গ, হিমন্তৰ পৰিয়ালৰ বিৰোধী প্ৰতিবাদ বন্ধ কৰিবলৈহে আহোম নেতা সকলে এই আন্দোলন কৰা যেন অনুভৱ হৈছে। কাৰণ ছয় জাতি জনজাতি কৰণ হোৱা হলে মিয়াৰ সমস্যা উজনিত অসমত নহল হলে।
@SwapnaDevi-i5s
@SwapnaDevi-i5s 18 дней назад
@@dipakgogoi5084 সঁচা কথা ।ধন্যবাদ জনালোঁ।
@rofiqulislam1080
@rofiqulislam1080 18 дней назад
লগতে মুল্য বৃদ্ধিৰ প্ৰসঙ্গকো তল পেলোৱাৰ বাবে মিঞাৰ ৰাজনীতি আৰম্ভ কৰা হৈছে !!¡
@dipenbora3693
@dipenbora3693 18 дней назад
Main issue divert hol.. Cm expert
@monjulaborah8567
@monjulaborah8567 18 дней назад
সঁচা কথা এইটো । আমাৰ দল সংগঠন এতিয়া সাৱধান প্ৰথ মে কৰিছিলে কি এতিয়া পথটো সলনি হোৱা যেন লাগিছে ।
@MRXSENPAI
@MRXSENPAI 18 дней назад
হিন্দু বাংলা দেশী ধোৱা তুলসী পাত হ'ল নেকি?
@RamendraNathDutta-p9e
@RamendraNathDutta-p9e 18 дней назад
100 percent right,ÇM is successful iñ divert the attention, from the main issues,
@iliasahmed2682
@iliasahmed2682 18 дней назад
বোকা চটোৱা ৰাজনীতিৰ খেল খেলি সাতাম পুৰিখিয়া সম্পৰ্ক শেষ কৰাৰ চেষ্টা । অখিল গগৈ জিন্দাবাদ স্মাৰ্ট মিটাৰ কেই আদি কৰি যিবোৰ আছিল হেইবোৰতো লাগি থাকিব লাগে
@NurulHoque-fz2fr
@NurulHoque-fz2fr 18 дней назад
100% right.Divert the main issue.
@khogenborah8276
@khogenborah8276 18 дней назад
100 percent correct.Main issue is going to be hampered (diverted).
@shortlife05
@shortlife05 18 дней назад
Yes
@RIZWANAHMED-cd2sm
@RIZWANAHMED-cd2sm 18 дней назад
Hindu muslim mili ami akhon val assam gor dibo lage,
@rupanjaliborah7513
@rupanjaliborah7513 18 дней назад
মিঞা ও খেদিব লাগে আৰু সেই বিষয় সমূহো ধৰিব লাগে
@hiranyarajkhowa4119
@hiranyarajkhowa4119 18 дней назад
একেবাৰে সচা কথা। ৰাজ্যখনৰ বাকী সমস্যা বোৰ আন এটা দিশলৈ ঢাল খোৱাবলৈ মূখ্যমন্ত্ৰী গৰাকীৰ সুবিধা হল। মূখ্যমন্ত্ৰীৰ ‌পত্নী গৰাকীৰ সম্পত্তিৰ ইচ্ছূ আৰু মূল ইচ্ছুবোৰ অন্য ফালে ঢাল খোৱাবলৈ চল চাই চাপৰি বোৱা সকলে ভালেই পালে। মূখ্যমন্ত্ৰীয়ে বিষয়টো অন্য দিশলৈ গতি কৰিবলৈ সুবিধা পালে। আন্দোলন কাৰী
@nivasaikia2249
@nivasaikia2249 18 дней назад
Right❤❤
@user-qv6hz8hk4j
@user-qv6hz8hk4j 18 дней назад
Yes, you are right.
@jayantasaikia1327
@jayantasaikia1327 18 дней назад
Shrinkhal Chaliha 30 janagusthi Himantar Agent ar dore Kam korise pagalor dore
@SwapnaDevi-i5s
@SwapnaDevi-i5s 18 дней назад
সঁচা কথা ।নিজৰ দোষ ঢাকিবলৈ এইবোৰ ষড়যন্ত্ৰ ।
@himandas6042
@himandas6042 18 дней назад
গৰু খাইছা নেকি,মিয়াক যে সমৰ্থন কৰি আছ
@user-ut7fe4uu1f
@user-ut7fe4uu1f 18 дней назад
এই জেনী বাংলা দেশী মিয়াৰ ঘৈনিয়াক। এই বিলাকে মিয়াক জীবন দিছে। ইহঁতে ৰাজনৈতিক ৰহন খানিবৰ জানে । নিজকে সুৰক্ষিতৰ কথা চিন্তা নকৰে।
@productsprofessional1734
@productsprofessional1734 18 дней назад
oi Bonori,toi miya logt suda sudi kori thka na
@muzahidulislam1994
@muzahidulislam1994 18 дней назад
এইবিলাক খবৰ kihol
@motlebhussainmondal880
@motlebhussainmondal880 18 дней назад
Original issue down fallen down.
@dharmendranathbordoloi-xb3yy
@dharmendranathbordoloi-xb3yy 18 дней назад
গৌৰৱ , অখিল আৰু হি.বি.শমাই অসমৰ প্ৰধান সমস্যা (মিঞা '৮৩) ৰাজনীতিকৰন এৰি এক হোৱাৰ সময়ত সমাগত....
@NayanJyoti-r1z
@NayanJyoti-r1z 18 дней назад
.. Yes.cm divert. In issues.
@insanurrahman7384
@insanurrahman7384 18 дней назад
Sob pre plan hoi issue divert korale,khorol ami akhomiyai buji ye napalu,akhomiya vai hokol olp khojag huwa nhole CM ye issue divert kori 26 sorkar kori akko akhomiyak lutibo.
@monuwarabegam5708
@monuwarabegam5708 18 дней назад
ৰাইজ খজাগ হ'বৰ হ'ল নহ'লে অসম খনক তেজেৰে ৰাঙলী কৰিবলৈ একাখই খাজো হৈছে
@krishnaprasaddeka8090
@krishnaprasaddeka8090 18 дней назад
মিয়া খেদা আন্দোলন বহুত দেখিলোঁ ।ভুল পথে খোজ নিদিব ,আচল উদ্দেশ্য ৰ পৰা বিৰচিত নহ'বৰ বাবে আহ্বান জনালোঁ ❤❤❤❤
@akankalita4882
@akankalita4882 18 дней назад
Smart meter nalage
@baharulislam9075
@baharulislam9075 18 дней назад
Hundred percent correct
@binoykalita7597
@binoykalita7597 18 дней назад
শংখলে চৰকাৰৰ হৈ কাম কৰাৰ ঠিকা লাভ কৰাযেন লাগাছে।কৰণ হিন্দু বাংলাদেশী বিষয়ে নিছ্ৰোপ কিয়? শৃংখল চলিহা এটা ডালাল হিচাপে আজি তাৰিখত পৰিচিত। কাৰণ অসমৰ জ্বলন্ত সমস্যাবোৰক তল পেলোৱাৰ বাবে এই কাম কৰিছে। শৃংখল চলিহাই জাতিৰ নামত দালাল কৰিছে।
@inglishvlogs1015
@inglishvlogs1015 18 дней назад
এইজনেই হল হিমন্ত বিশ্ব শৰ্মা, যিয়ে চবকে ঠগিব পাৰে,
@DipankarDAS-wd6tj
@DipankarDAS-wd6tj 18 дней назад
বাংলাদেশী মিয়া সমস্যা অসমৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু এই সমস্যা আজিৰ নহয়। নলীৰ হত্যাকাণ্ডৰ পৰা ধৰি অসম আন্দোলনৰ 850 তকৈ অধিক লোক এই মিয়া বিলাকক খেদিবলৈ কে হৈছিল। অসমীয়া ৰাইজ টকা পইচা কমকৈ থাকিলে , পকা ঘৰ, বিদ্যুৎ,খোৱা পানী কমকৈ থাকিলে, বানপানীৰ মাজতো জীয়াই থাকি লব কিন্ত যেতিয়া নিজৰ অঞ্চলত বাংলাদেশী মিয়াৰ বেদশল হব সিহঁতৰ সংখ্যা বাঢ়িব তেতিয়া কোনো থাকিব নোৱাৰে। বাংলাদেশ,পাকিস্তানআফগানিস্তানত হিন্দু,শিখ খ্ৰীষ্টান, বুদ্ধিষ্ট সকলৰ লগত কি হৈ আছে চালেই অসমত ভৱিষ্যত জানিব পাৰি। এই বিলাক অনুভৱ কৰিয়ে অসম আন্দোলনৰ শ্বহীদ সকলে প্ৰাণ আহুতি দিছিল যাতে আমি সুৰক্ষিত থাকোঁ বাংলাদেশীৰ পৰা কিন্ত আমি তেওঁ লোকৰ প্ৰাণৰ2 আহুতি ৰ কথা পাহৰি ব্যক্তিগত স্বাৰ্থ ৰাজনৈতিক স্বাৰ্থৰ বাবে সকলো পাহৰি গলো আয়েও তাৰ ফল আজি ধুবুৰীৰ পৰা নগাঁওৰ ৰাইজে ভোগ কৰি আছে।
@ritwikbailung111
@ritwikbailung111 18 дней назад
100 % right
@RidipGogoi-us4mc
@RidipGogoi-us4mc 18 дней назад
মূখ্যমন্ত্ৰী য়ে অসমখন শেষ কৰিব বিচাৰিছে
@hiteshdeka153
@hiteshdeka153 18 дней назад
অত্যন্ত পৰিকল্পনা মতে আগবাঢ়িছে শৃংখল চলিহাক ঢাল হিচাপে লৈ। মোৰ অনুমান ভুল যদি নহয় তেন্তে বিজেপিৰ থাৰত নাচিচে শৃংখল আৰু ২৬ ত বিজেপিৰ শিৱসাগৰত প্ৰাৰ্থী হব শৃংখল। দুটা ইছু,,,, বিজেপিৰ পুনৰ ক্ষমতা আৰু অখিলক খেদি শৃংখলক জিকাই আনা। সময়ত পৰিস্কাৰ হব
@khetraburagohain2501
@khetraburagohain2501 18 дней назад
হয় ২৬ ত জিকিবৰ কাৰণেই এইবোৰ কৰা হৈছে। মিঞা বা বাংলাদেশী খেদিবলৈ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ কাম বোৰলৈ মনত পেলাওক। কিমান বিদেশী খেদিলে। কেন্দ্ৰীয় চৰকাৰত B J P আৰু ৰাজ্যত B J P চৰকাৰ ।২০১৪ চনৰ পৰা B J P চৰকাৰ থকাৰ পাছতো কিয় মিঞা বা বাংলাদেশী খেদিব পৰা নাই। মামাক এই সংগঠনবোৰৰ নেতাই বিশ্বাস কৰিলে বিপদত পৰিব। অসমৰ মানুহে বহুত সংগঠনৰ নেতাক বিশ্বাস নকৰে। একেবাৰে সছা কথা বহুত নেতা মামাৰ পেকেটত সোমাই আছে। কোন নাই মামাৰ পেকেটত। বহুত সাংবাদিকও মামাৰ পেকেটত সোমাই আছে। অসমৰ ৰাইজে এতিয়া সকলো বুজি পায়। অসমৰ মানুহক লৈ আৰু কিমান খেলা খেলিব। জাতিটোক এই সকলেই ঠগী ঠগী শেষ কৰা নাই জানো। শৃংখল চলিহাই কথাবোৰ ভালদৰে চিন্তা কৰা ভাল। ৰমুদাক কোনেও নোৱাৰিলে ঠগীব। শৃংখল চলিহাই মামাক বিশ্বাস কৰিলে শিৱসাগৰ ৰাইজে অভিশাপ দিব। সাৱধান শৃংখল। সময় থাকোঁতেই শেষ সিদ্ধান্ত লোৱা।
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 18 дней назад
100% সত্য
@DuluGogoi-nt5ts
@DuluGogoi-nt5ts 18 дней назад
Bohut vl news
@amanurislam4383
@amanurislam4383 18 дней назад
100% Right
@mihirart-om4ez
@mihirart-om4ez 18 дней назад
Very good news
@user-ut7fe4uu1f
@user-ut7fe4uu1f 18 дней назад
মিয়া ৰাজনৈতিক কৰিছে কংগ্ৰেছে আৰু তাৰ সহযোগী দল বোৰে । বিজেপিয়ে মিয়াৰ মুছলমান বোৰক ধৰ্ষণ, চুৰি ডকাইতি কৰিব দিছে নেকি? কংগ্ৰেছে এই বোৰ কেছক ৰাজনৈতিক ৰহন খানিছে। ৬ জনগোষ্ঠীৰ জন জাতি কৰণ ,ইছমাত মিটাৰ এদিন হ'লেও হ'ব। কংগ্ৰেছে মিয়াৰ ইমান অতপালি কিয় চিকাৰ নকৰে। কংগ্ৰেছ আৰু তাৰ সহযোগী দলৰ নেতা বোৰে ২০২৬ চনৰ আগত মুছলমান ধৰ্মৰ গ্ৰহন কৰিব নেকি? মোৰ সন্দেহ ওপজিছে ।তেতিয়াহে কংগ্ৰেছ চৰকাৰ হোৱাৰ সম্ভাৱনা আছে।
@user-ii6gs6zs3j
@user-ii6gs6zs3j 18 дней назад
এই কথা সচা লাচিত সেনাৰ সভাপতি শৃংখল চলিহাক অনা অসমীয়াৰ বিৰুদ্ধে মতাৰ পাছত কাৰাদণ্ড ব্যৱস্থা কৰিছিল কিন্তু আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ধমত এৰেষ্ট কৰিব নোৱাৰিলে।এই কাৰণে এনে সুবিধা পাই শৃংখল চলিহাক পুভলা বনাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আপোনাৰ গৃহবিভাগ আপোনাৰ দ্বায়ীন্ব আছে জাতিয় সংগঠনক উচতনি দিব নালাগে মুখ্যমন্ত্ৰী মহোদয় আপুনি নিজে ঘৰে ঘৰে গৈ মিঞাক বাচি উলিয়াই দিয়াক।
@nazimulhoque9275
@nazimulhoque9275 18 дней назад
ৰাতিটো এইবোৰke ভাবি thakilo কি khorojonto হৈছে বুলি মোৰ অনুমান ঠিকে আছিল।।।
@K.G-z-I6b
@K.G-z-I6b 18 дней назад
মিঞা পকৰ চেলেকা কেইটাই মিঞাৰ পিচে পিচে কমেন্ট কৰি, কৰি গৈ থাক আও এতিয়া । এইবাৰ উজনি অসম শেষ কৰ তহতি বদন কেইটা । জয় আই অসম
@binoykalita7597
@binoykalita7597 18 дней назад
ত্ৰিছ সংগঠনৰ নেতৃত্বলৈ প্ৰশ, হিন্দু বাংলাদেশী আপোনালোকৰ বুকুৰ কূতুম কেনেকৈ হল? চৰকাৰৰ বজাৰত বিক্ৰী হোৱা এই সংগঠন সমূহ প্ৰকৃত জাতীয়তাবাদী দল হয়নে? অসমীয়া মানে কেইটামান সংগঠন নহয়। এই কথাবোৰ ঘৰৰ ৰান্ধনী গৰাকীয়েও হিচাপ কৰিছে। গতিকে নিজকে স্বায়মভু নভবাই ভাল।। শৃংখল এটা ডালাল। আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।
@nurismailhussain1845
@nurismailhussain1845 16 дней назад
Right
@BharatPegu-t2u
@BharatPegu-t2u 18 дней назад
সঁচা
@user-vo5ww8ze2i
@user-vo5ww8ze2i 17 дней назад
Right Sir
@rebalien5207
@rebalien5207 18 дней назад
No development, no progress. But flood jihad, miya jihad politics.
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu 18 дней назад
Amsu, srinkhal saliha CM এজেন্ট
@desiNewsSm
@desiNewsSm 18 дней назад
Yes right sir
@Suratzamal-ru9vv
@Suratzamal-ru9vv 18 дней назад
Kotakhar 100%right
@ripunjoygohain8164
@ripunjoygohain8164 18 дней назад
Akhil is going say against CM Mama is actually right.
@dipakgogoi5084
@dipakgogoi5084 18 дней назад
কৃৰিপ চলিহা আৰু তাই আহোম সংগঠন সমূহে হিমন্তক সহায় কৰিবলৈ এই আন্দোল কৰিছে। কাৰণ ছয় জনজাতি প্ৰসঙ্গত সদায় তাই আহোম সংগঠন সমূহ সদায় নিমাত।
@pikpik5931
@pikpik5931 18 дней назад
dipak Gogoi dada soliha tu ahom naki??
@devajyotiborah8672
@devajyotiborah8672 18 дней назад
Thus the real preparation for 2026 Assam Assembly Elections has begun with the Miya Agenda in the Upper Assam.
@L.H.Videos
@L.H.Videos 18 дней назад
2026 r election r politics.
@anilhazarika5967
@anilhazarika5967 18 дней назад
Main Issues divert korarbabe c. M. r politics.
@amanurislam4383
@amanurislam4383 18 дней назад
Issu divert policy mama
@abdulmohimlaskar6850
@abdulmohimlaskar6850 18 дней назад
His activities is the cause of downfall people of Assam should be Alert
@prabinmallabaruah8845
@prabinmallabaruah8845 18 дней назад
ইছু ডাইভাৰট কৰাত বিজেপি সফল হৈছে কিন্তু খিলঞ্জীয়া পিচুৱাই গল ।
@user-fp6ud8ym5k
@user-fp6ud8ym5k 18 дней назад
Very true.All crucial issues are hijacked by Mia topics.
@ripunjoygohain8164
@ripunjoygohain8164 18 дней назад
Himanta Sharma is the very clever man. So that he going to Mia Politics at ASSAM.
@zahidulhaque6452
@zahidulhaque6452 18 дней назад
Smart meter nalagay amr
@DPffx
@DPffx 18 дней назад
Smart meter nolu nelage nosolibo
@KanakchBaro-ie4tz
@KanakchBaro-ie4tz 18 дней назад
Mama is a very talented politician ?
@RamendraNathDutta-p9e
@RamendraNathDutta-p9e 18 дней назад
CM got the opportunity .
@nipenpathak7569
@nipenpathak7569 18 дней назад
Good News
@jadav5123
@jadav5123 18 дней назад
Agot vote ahi ase nohoi. Rajniti .
@manirulhussan1571
@manirulhussan1571 18 дней назад
100% মিটাৰ লাখ পতি আৰু usdem বাবে এ নেকৰী আছে
@prasantaduarah8480
@prasantaduarah8480 18 дней назад
Smart miterar uprat amak niya laga
@PujaBarman-fh7sk
@PujaBarman-fh7sk 18 дней назад
Jago raij jago bjp tupe pendhai se soboke ,
@pramodchoudhury6598
@pramodchoudhury6598 18 дней назад
19lakh hindu Bangladesi Assamat aase.
@user-sm6pk4lw6v
@user-sm6pk4lw6v 18 дней назад
Himantagoback
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu 18 дней назад
Mangaldoi r আজিৰ ghatana tu চৰকাৰী পৃষ্ঠপোষকতাত তে হৈছে ।ৰাইজ বুজক, নহলে আমিবোৰ sesh.
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 18 дней назад
Right
@AhmadAli-tn6uh
@AhmadAli-tn6uh 18 дней назад
Ajmal nai mama ki di rajnity kurubu Miya lui lagise
@RamendraNathDutta-p9e
@RamendraNathDutta-p9e 18 дней назад
ÇM will try to polarized the Jatiya sangathan, añd añti BJP force,
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu 18 дней назад
CM য়ে অমাক nosuwai আছে.
@ExcitedBiscuits-ch1ml
@ExcitedBiscuits-ch1ml 18 дней назад
Smart metre smart metre smart metre
@limamoniborgohain9834
@limamoniborgohain9834 18 дней назад
110%
@ashimdigantagogoi9236
@ashimdigantagogoi9236 18 дней назад
Diversion😂😂😂😂, bor "sotur"
@KayumMiya-wt3lp
@KayumMiya-wt3lp 18 дней назад
100%
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu 18 дней назад
Axom /অসমীয়া ৰ মূল satru kon ৰাইজে বুজি পাইছে নে নাই?
@BabulAli-yu6zy
@BabulAli-yu6zy 18 дней назад
Hindu muslim or barhire beleg issu nai bgpr,
@hajwkoroblog.3726
@hajwkoroblog.3726 18 дней назад
Andoland soli takibo tohotor rajniti nohobo..
@user-wm2pk9lt8m
@user-wm2pk9lt8m 18 дней назад
হছা কতা
@BabaeshDas
@BabaeshDas 18 дней назад
Pgb Wi-Fi BJP Baba
@MithuDutta-w9p
@MithuDutta-w9p 14 дней назад
Mama amar raijok kath putolar dore nosuwai ase nijor mote
@hiteshbarman46
@hiteshbarman46 18 дней назад
Dukhiya xokole nijor kam kori khai thakok ....aibilak koribo thakile jowa kei bosorot korile hoi....kintu aitu xosake rajnity iyat dukhiyar poriyalor loss hobo.....baki ai actor bilake miyar logote bohi aapunar voj khabo.......sinta kori sabo....
@ranjeetram6689
@ranjeetram6689 18 дней назад
Manohar mind divert kare Shaye
@bapanchakravorty5639
@bapanchakravorty5639 18 дней назад
Himantabiswa Sarma Zindabad.
@insanurrahman7384
@insanurrahman7384 18 дней назад
Amar akhomiya manuh bor khub khohoj issue divert korile koneo gm ye napale,akhomiya khongothon bor o mul issue pahori gol. Yenekoi issue divert korile koneo hm ye napale.
@ManikDey-k7k
@ManikDey-k7k 18 дней назад
😮😮😮😮😢
@BabulAli-yu6zy
@BabulAli-yu6zy 18 дней назад
3rd class neta
Далее
A small kitten was dumped #cat #kitten #cutecat
00:41