Тёмный

ৰাজ্যৰ ৰাজনীতিৰ দুজন নেতালৈ এতিয়া সকলোৰে দৃষ্টি 

NKTV PLUS
Подписаться 636 тыс.
Просмотров 133 тыс.
50% 1

Опубликовано:

 

23 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 190   
@muktinathpachung9834
@muktinathpachung9834 3 месяца назад
গৌৰৱ গগৈক মই এজন নিষ্ঠাৱান যোগ্য প্ৰাৰ্থী হিচাপে ভাল পাওঁ কাৰণ মই এজন সাধাৰণ লোক হিচাপে তেখেতক ভাল পাওঁ, তেখেতে আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হৈ অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ কামনা কৰিলোঁ।
@hanseali1924
@hanseali1924 3 месяца назад
হয়।
@pabanpermey8121
@pabanpermey8121 3 месяца назад
😢গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী হোৱাটো একান্তুই কামনা খৰিছো।
@dibakarmali5637
@dibakarmali5637 3 месяца назад
হিমন্তই পাব বিচৰা বস্তু পোৱাটো হয়, কিন্তু নিজৰ ব্যক্তিগত লাভৰ বাবেহে ইমান কষ্ট কৰা দেখা গৈছে, কিন্তু গৌৰৱ গগৈৰ তেনে কোনো প্ৰয়াস দেখা নাযায়, ৰাইজৰ স্বাৰ্থতহে গৌৰৱ গগৈয়ে ৰাজনীতি কৰাতো পৰিলক্ষিত হৈছে।
@deepchangmaji7096
@deepchangmaji7096 3 месяца назад
Hoi neki ....taolukr dol tu je kiman Val gom lobi alop...
@hanseali1924
@hanseali1924 3 месяца назад
সছাই।
@BinodDoley-n9t
@BinodDoley-n9t 3 месяца назад
o
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 3 месяца назад
Next CM Gaurav Gogoi
@sunilnarah9818
@sunilnarah9818 2 месяца назад
হয়❤
@HappyLife-v1z
@HappyLife-v1z 3 месяца назад
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳 জয় আই অসম ❤️
@bhabendoley6151
@bhabendoley6151 2 месяца назад
যুৱক আৰু লুভিয়া নহয়।তেওঁৰ পিতৃ মাতৃ দেশ ভক্ত বুলিব পাৰি।
@Gogoi8790
@Gogoi8790 3 месяца назад
গৌৰৱ গগৈ অসমৰ আটাইতকৈ সফল, জনপ্ৰিয় আৰু দীৰ্ঘতম মুখ্যমন্ত্ৰী ❤
@goanburakonwar258
@goanburakonwar258 Месяц назад
😢
@bakulboruah2026
@bakulboruah2026 3 месяца назад
গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মূখ‍্যমন্ত্ৰী।কাৰণ তেওঁৰ পিতৃয়ে তিনিবাৰৰ মূখ‍্যমন্ত্ৰী হৈও বিশেষ মাটি সম্পত্তি গোটোৱাত গুৰুত্ব নিদিলে।কেৱল গুৱাহাটীত এডোখৰ মাটি আৰু এটা ঘৰ।কিন্তু বৰ্তমানৰ মূখ‍্যমন্ত্ৰী জনৰ পৰিয়ালে এবাৰ শাসনভাৰ পাওঁতেই অসমৰ আধা মাটি বাৰী , সম্পত্তি কিনি শেষ কৰিলে।বাকী ৰাইজে নিৰ্ণয় লব।
@hanseali1924
@hanseali1924 3 месяца назад
থিকেই।
@skyminisoppingmall8252
@skyminisoppingmall8252 3 месяца назад
Nex CM g gogoi
@bimanrajkonwar7948
@bimanrajkonwar7948 3 месяца назад
Gourav Gogoi zindabad
@musicallibrary4149
@musicallibrary4149 3 месяца назад
কমেন্টবোৰ গৌৰৱময়,,,তাৰে প্ৰতিফলন 26
@bolingoswami6490
@bolingoswami6490 2 месяца назад
কথাৰ মানুহতকৈ কামৰ মানুহ শ্ৰেষ্ঠ।
@dibakarmali5637
@dibakarmali5637 3 месяца назад
গৌৰৱ গগৈৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ তুলনা কোনোপধ্যেই নহয়। হিমন্তাবিশ্ব এজন মাফিয়া ৰাজনীতিবিদ, গৌৰৱ গগৈ এজন মূল্যবোধৰ ৰাজনীতিবিদ।
@umeshkardong6116
@umeshkardong6116 3 месяца назад
আহোম আৰু আলিৰ দৃষ্টিত গৌৰৱ গগৈ আৰু বঙালী আৰু বিহাৰীৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা ।
@deepchangmaji7096
@deepchangmaji7096 3 месяца назад
Kihor mulya budh miar dalal...
@deepchangmaji7096
@deepchangmaji7096 3 месяца назад
Right gaurav ali....
@hanseali1924
@hanseali1924 3 месяца назад
Dibakarmali হয় থিকেই কৈছে
@KeshabChutia-f6l
@KeshabChutia-f6l 2 месяца назад
Meaningless debate
@RubulBora-t7o
@RubulBora-t7o 3 месяца назад
Personally is the main point of this consultation. As a common people, l want to say Gowrob gogoi 's personality is vast difference between them. Gowrob gogoi Jindad for Assam.
@palashphukan9545
@palashphukan9545 3 месяца назад
২০২৬ চনত অসমৰ মূখ্যমন্তি গৌৰৱ গগৈ দেৱ অসম আকৌ শান্তি প্ৰগতি উন্নয়ন
@ChamsaChiring
@ChamsaChiring 2 месяца назад
Nnlbch0
@NivaManiDas-v4f
@NivaManiDas-v4f 3 месяца назад
Gaurav gogoi zin💐👍🎉
@nayankumarpawe2671
@nayankumarpawe2671 3 месяца назад
২০২৬ত কংগ্ৰেছ হিচাপে নহয় গৌৰৱ গগৈ হিচাপে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।
@narayankumarbora3762
@narayankumarbora3762 3 месяца назад
আব্দুল খালেক ডাঙৰীয়াই নিৰপেক্ষ সুন্দৰ বিশ্লেষণ কৰিছে। গৌৰৱ গগৈৰ ডাঙৰীয়া দিল্লী নেতাৰ ওঢ়ৰত আঠু লোৱা নেতা নহয়।
@subhashsut2215
@subhashsut2215 2 месяца назад
গৌৰৱ গগৈক অসমৰ ৯০/শতাংশ ‌মানুহে Support‌ দিয়ে । গৌৰৱ জিন্দাবাদ । অসমেই নহয় গোটেই ভাৰতৰ সু নাম ৰাখিব ।
@mosudurrahman907
@mosudurrahman907 3 месяца назад
Gourav Gogoi neat and clean person,but Himanta Bishwa Sarma dhurandhar
@basharkhan558
@basharkhan558 3 месяца назад
G gogoi❤❤❤❤
@moondoley5795
@moondoley5795 3 месяца назад
Next cm gourab gogoi sir❤ bohut knowledge person
@habibullahhoque5305
@habibullahhoque5305 3 месяца назад
Gorob Gogai Jindabad
@GDSBPMPOST
@GDSBPMPOST 3 месяца назад
Gaurav Gogoi zindabad 🎉🎉🎉🎉🎉❤❤❤❤
@anupamngo1456
@anupamngo1456 3 месяца назад
Gaurav is now far good than others
@kandarpa2622
@kandarpa2622 3 месяца назад
Abdul Khalek is right. Gaurav is a true person and free from all corruption.About another person everybody knows well. Rahul Gandhi correctly told about him.
@SwapnaDutta-he3xb
@SwapnaDutta-he3xb 2 месяца назад
Himatobshramagasicharopduttatskassamcha
@tridibdeka2142
@tridibdeka2142 3 месяца назад
g gogoi❤
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr 3 месяца назад
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ❤❤❤
@HappyLife-v1z
@HappyLife-v1z 3 месяца назад
অসম আৰু অসমীয়াৰ মাজত গৌৰৱময়ৰ বতাহ বৈ আছে। গৌৰৱ গগৈ বৰ্তমান দেশৰ deputy leader of opposition ৰ ভুমিকা পালন কৰি আছে।
@birendrahazarika7327
@birendrahazarika7327 3 месяца назад
এক মুক্ত আৰু নিৰ্মোহ আলোচনা শুনিলো।পিতৃ পৰিচয় আৰু নিজৰ বাগ্মীতা বলত তৃতীয় বাৰৰ বাবে সাংসদ গৌৰৱ গগৈ । এগৰাকী সুস্থিৰ আৰু ৰাষ্ট্ৰীয় বিষয় জানিবলৈ, বুজিবলৈ যত্ন কৰা সাংসদ গগৈ য়ে যে মুখ্য মন্ত্ৰীক প্ৰত্যাহ্বান জনাব । অৱশ্যে INDI alliance সূস্হ হ'ব লাগিব।
@BhabendraMazumdar
@BhabendraMazumdar 3 месяца назад
গৌৰৱ গগৈ ৰ লগত ফেৰ মাৰা অসমৰ BJP ত এটাও মন্ত্ৰী নাই!
@JituGfdbc
@JituGfdbc 3 месяца назад
গৌৰৱ গগৈ অসমৰ গৌৰৱ
@dakwamrongphar2729
@dakwamrongphar2729 2 месяца назад
Gorav Gogoi sir 👍🔥🌟❤
@DebojitkrboraBora
@DebojitkrboraBora 2 месяца назад
।।যি কোনো উপায়েৰে হ'লেও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিব নালাগে।।
@jinagogoi8858
@jinagogoi8858 2 месяца назад
গৌৰৱ গগৈ ২০২৬ ত অসমৰ মুখ্যমন্তী হ'ব ।
@gunjalkalita7187
@gunjalkalita7187 3 месяца назад
Gourav Gogoi ❤
@Pradyott7
@Pradyott7 3 месяца назад
Gaurav gogoi❤
@pranjaldinhingia4431
@pranjaldinhingia4431 2 месяца назад
গৌৰৱ গগৈ জিন্দাবাদ
@purnangiborgohain2175
@purnangiborgohain2175 3 месяца назад
Gaurav gogoi zindabad by bharati
@PoretushSarkar
@PoretushSarkar 3 месяца назад
Very. Good. Video
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs 2 месяца назад
Gaorop sir 👌
@dipakgogoi5084
@dipakgogoi5084 3 месяца назад
পদুণ্য গোস্বামীযে কি উন্নয়ন দেখিলে হিমন্ত বিশ্বৰ দিনত । কংগ্ৰেছৰ দিনত অসমে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য হিচাপে পৰিকল্পনাৰ হিতানত প্ৰতি বছৰে কেন্দ্ৰৰ পৰা ১৩/১৪ হাজাৰ কোটি পাই আহিছিল। কিন্তু মোদীয়ে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য কৰ্তন দিলে। সুবিধাবাদী হিমন্তই তাৰ বিপক্ষে মোদীৰ বিপক্ষে এষাৰো মাত মাতিব । হিমন্তই কেদ্রাৰ পৰা এটকাও টকা মুকলাই আনিব নোৱাৰিলে। এতিয়া হিমন্তই ঋণ লৈ লৈ মাত্ৰ চাৰে সাত বছৰতে অসমক ধাৰুৱা কৰিলে ১ লাখ ৫০হাজাৰ কোটি অথচ ৭০ বছৰত ধাৰ আছিল মাত্ৰ ৪১ হাজাৰ কোটি।
@ipgneutral
@ipgneutral 3 месяца назад
Gaurav gogoi 🙏
@BhogeshwarBoruah
@BhogeshwarBoruah 2 месяца назад
❤❤
@dipakgogoi5084
@dipakgogoi5084 3 месяца назад
এজন দুৰ্নীতি মুক্ত আৰু আনজন চিন্দিকেট ৰাজ , দুৰ্নীতিৰ মহানায়াক, অসমৰ উন্নয়ন পৰিবৰ্তে নিজৰ পৰিয়ালৰ উন্নয়ন কৰি বাগান , TV চেনেল, ৰিচত, স্কুল সকলো কৰিলে।
@faridaiyasmin5161
@faridaiyasmin5161 2 месяца назад
এই বাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ ।
@umeshkardong6116
@umeshkardong6116 3 месяца назад
গৌৰৱ গগৈ এইবাৰ হে প্ৰথম এম.পি.হোৱা নাই। এই বাৰ জানো যে গৌৰৱে থলুৱাৰ পাইছে ।কিন্ত অন্য কংগ্ৰেছে মিঞা বিপুল ভোট পোৱাৰ বাবে অহা বাৰ কংগ্ৰেছ চৰকাৰ বুলি আশা পালি থকাটো সত্য।
@assameseyoutubechannel6810
@assameseyoutubechannel6810 2 месяца назад
গৌৰৱ গগৈ সমান বি জে পিত এজনো নাই।
@RumiDevdey
@RumiDevdey 2 месяца назад
Gaurav gogol is great
@dhanjeetgayankumar
@dhanjeetgayankumar 2 месяца назад
Gouraba. Gagoi. Best. Politian
@RubulBora-t7o
@RubulBora-t7o 3 месяца назад
C. M. Hemanta was debatable. We should mind that details.
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 2 месяца назад
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দক্ষতা থাকিলেও ব্যক্তিগত স্বাৰ্থত অধিক চালাকি প্ৰয়োগ ৰাইজৰ চকুত স্পষ্টকৈ ধৰা পৰিলে। অতি চালাকি গলে ফাঁচী হ'বলৈ ধৰিছে। ৰজাৰ নীতি শৰ্মা ডাঙৰীয়াৰ অভাৱ। গণতন্ত্ৰত ৰাইজৰ প্ৰভাৱ আছে আৰু থাকিবই। লুভীয়া দ্বাৰা শোষণ হয় আৰু হৈ থাকে। শোষণ মানেই দুখ যান্ত্ৰণা। শোষণকাৰীক বিদায় দিয়া উচিত। অৱশ্যে নিদিষ্ট লোকে সুবিধা লাভ কৰি আছে।
@bijoydeka9134
@bijoydeka9134 3 месяца назад
Mama ahonkari .
@brishnubhuyan8521
@brishnubhuyan8521 3 месяца назад
অসমৰ বাবে গৌৰব গগৈ সম্পদ
@nabin5452
@nabin5452 3 месяца назад
নিঃসন্দেহে ৰাজনীতিত গৌৰৱ গগৈ >হিমন্ত।। গতিকে অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক এইবাৰ সূযোগ দিয়া উচিত। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা এজন ভাল খেলুৱৈ। কিন্তু এই গুণ থাকিলেই যথেষ্ট নহয়। যোৱা আঠোটা বছৰে অসমৰ ৰাইজে বিশেষ কি পালেনো? হাজাৰ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰা হ'ল। গোপীনাথ বৰদলৈ এয়াৰ পৰ্ট আদানীৰ হাতত গতাই দিয়া হ'ল। কেৱল কথাত চহকী হ'লেই কাম নহয়।
@BozlulSarkar
@BozlulSarkar 3 месяца назад
Gourav gogoi Zindabad
@AdhiDHS
@AdhiDHS 3 месяца назад
Next cm of assam gg great leadership
@leonardmarak2500
@leonardmarak2500 2 месяца назад
Northeast people want to see Gaurav Gogoi as PM
@HojaiRabha
@HojaiRabha 3 месяца назад
নিঃসন্দেহে মুখ্য মন্ত্ৰী
@deadlydrax2711
@deadlydrax2711 3 месяца назад
Maximum want Gourav Gogoi than Himanta.
@dipakgogoi5084
@dipakgogoi5084 3 месяца назад
বিজেপিৰ মুখপত্ৰ নাই যদিও তাক পূৰণ কৰিছে পদুণ্য গোস্বামীয়ে।
@taradoi7957
@taradoi7957 3 месяца назад
অপ্ৰিয় সঁচা কও দুয়োজনৰ মাজত সকলো অমিল কিন্তু এটাই মিল সেইটো হৈছে দুয়ো শিক্ষিত ।
@gunakantabaruah6243
@gunakantabaruah6243 3 месяца назад
আলোচনা ভাল হৈছে। আমি কম এটা গান। বোলছবি বাণাৰসী বাবুৰ নায়কে গোৱা গান।হাম হে বাণাৰসী বাবু। আমি মন্তব্য দিম যি জনে ২০২৬ ত পুৰনবহুমতত জীকাব পাৰি ব ।এনে আলোচনা আক্ৰমণ মুখী নহ'লে আৰু ভাল।
@nripenborgohain201
@nripenborgohain201 Месяц назад
দুয়োজনৰ তুলনাত গৌৰৱ গগৈৰ মূল্য অধিক।
@SimilarAhmed
@SimilarAhmed 3 месяца назад
ককাইদেউ আপুনি বহু কথা কৈই আছে।অসম বুৰঞ্জী খন উলিয়ায় লক।সকলো বুজি পাব
@PrasantaDadhara
@PrasantaDadhara 2 месяца назад
4. Jon val lagil
@RufiyaBegum-sq3us
@RufiyaBegum-sq3us Месяц назад
Jorhat. Gaurav gogoi zindabad
@atulsaikia4427
@atulsaikia4427 2 месяца назад
গৌৰব গগৈ জিনদা বাদ
@manojdeka5200
@manojdeka5200 2 месяца назад
Gaurav gogoi next cm howatu bisaro 2026t❤❤❤❤❤❤❤❤❤❤❤
@kanaktalukdar2847
@kanaktalukdar2847 Месяц назад
গৌৰৱ গগৈ অসমৰ ভবিষ্যত ।
@bipulborahbipul9400
@bipulborahbipul9400 2 месяца назад
I want too see gaurav gogoi as a cm
@dipankartaye2702
@dipankartaye2702 2 месяца назад
Asa kota
@prodiphazarika959
@prodiphazarika959 2 месяца назад
Gourov is much more superior to himanta in all respects.himanta is not at all right to come to the comparison with gourov.
@saratchawra5032
@saratchawra5032 2 месяца назад
Gourav gogoi jindabad
@MintuMintuKutum-ke5bp
@MintuMintuKutum-ke5bp 3 месяца назад
Gaurav Gogoi next cm of Assam 💯
@ekramhussainmir3903
@ekramhussainmir3903 3 месяца назад
Politics n governence should be balanced
@AdhiDHS
@AdhiDHS 3 месяца назад
Congress party zindabad
@MintuMintuKutum-ke5bp
@MintuMintuKutum-ke5bp 3 месяца назад
Gaurav Gogoi next cm
@tutumonidoley9008
@tutumonidoley9008 2 месяца назад
Verygoodcoment
@kalyankalita8032
@kalyankalita8032 3 месяца назад
Himont is great man
@dsentertainment9545
@dsentertainment9545 3 месяца назад
Hompotti r pahar gohi loise
@sabedaliahmed7233
@sabedaliahmed7233 3 месяца назад
গৌৰৱ গগৈ Best
@ekramhussainmir3903
@ekramhussainmir3903 3 месяца назад
Morning Evening 🎉🎉
@thuleswarlahan4242
@thuleswarlahan4242 3 месяца назад
Gaurav Gogoi ❤
@KeshabChutia-f6l
@KeshabChutia-f6l 2 месяца назад
Devajit goswami is an honest man
@safiruddinahmed.8274
@safiruddinahmed.8274 2 месяца назад
বৰ্তমান মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ আকাশ পাতাল পাৰ্থক্য। তৰুণ গগৈয়ে ইচ্ছা কৰিলে নিজৰ পুতেকৰ বাবে ১৮ নহয় ৫০ টা কোম্পানীৰ মালিক বনাব পাৰিলে হয়। তৰুণ গগৈয়ে সেইটো কেতিয়াও কৰা নাই লগতে ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত কোনো চিন্তা নকৰিলে ।যি কৰিছে সকলো ৰাইজৰ কাৰণে কৰিছে। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত সম্পূৰ্ণ পৃথক।
@paragchetia5023
@paragchetia5023 2 месяца назад
ঐ মুৰ্খ প্ৰদ্যুম্ন, কেজিৰৱাল আৰু প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী হ'বলৈ কি প্ৰশাসনিক দক্ষতা আছিল?
@sunandaborah8177
@sunandaborah8177 2 месяца назад
ছাবিশত মমাই শেষ হব ।
@seemantadekabhagawati8800
@seemantadekabhagawati8800 3 месяца назад
He swallowed the entire community.
@sakedalisk8837
@sakedalisk8837 3 месяца назад
G Gogoi
@durgeswardas7861
@durgeswardas7861 2 месяца назад
Ascard Bank r kotha please explain, your news channel.
@indranidas7027
@indranidas7027 3 месяца назад
Gaurav Gogoi k CM hoboloi chance diatu ushit
@sanjibgv3669
@sanjibgv3669 3 месяца назад
.0001% himanta support & 99% gaurav gogoi😂😂😂
@nurulalom2801
@nurulalom2801 3 месяца назад
Gaurav Gogoi Jay Hind
@dipakgogoi5084
@dipakgogoi5084 3 месяца назад
পদুণ্য ডাঙৰীয়া বিজেপি চৰকাৰৰ লক্ষ্য আছিল জাগীৰোডৰ কাগজ কল নতুন কৈ চলোৱা কথা আছিল। কিন্তু পুঁজিপতিক দিবলৈহে কাগজ কল হিমন্তই পুঁজিপতি চৰকাৰে হিচাপে মোদীৰ বা অমৃত শ্বাহৰ পৰা সুবিধা পায় সেইখিনি কৰিবলৈ সক্ষম হল।
@nanne3474
@nanne3474 2 месяца назад
Gaurav ohomor Gaurav hoi . Power t thakile hei development kaam koribo paribo ?Party line ignore kori Himanta dangoriya aaru Gaurav mili juli kaam korile Assam bohut aag bari jabo.
@LatuGogoi-r7i
@LatuGogoi-r7i 3 месяца назад
Gg
@rtamuli8511
@rtamuli8511 2 месяца назад
এই চুলি নথকা মানুহ জনে গৌৰৱ গগৈ কথা ক ওতে শৰীৰ ভাষা নিৰপেক্ষ নহয় যেন লাগে
@RanjitDas-de6qt
@RanjitDas-de6qt 2 месяца назад
Hemanta.sarma.darkar.ase
@SimilarAhmed
@SimilarAhmed 3 месяца назад
পবিত্ৰ মাৰ্ঘেৰিটা এতা ধপাত
@SAJOONDIGITAL
@SAJOONDIGITAL 2 месяца назад
umm
@kandarpa2622
@kandarpa2622 Месяц назад
Pradummya Goswami is100% wrong. He is not immpercial .He is an ordinary supporter of Himanta .
@bhabajithazarika5561
@bhabajithazarika5561 3 месяца назад
Hengdung :- Dekhot koi "****" dangor nohoi
Далее
He went ALL in 😭
00:12
Просмотров 1,3 млн
That was too fast! 😲
01:00
Просмотров 4 млн
He went ALL in 😭
00:12
Просмотров 1,3 млн