Тёмный

ৰিজাল্ট দিলেই পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ যাব - নিযুক্তি বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া 

News Live
Подписаться 2,9 млн
Просмотров 164 тыс.
50% 1

🛑 আম্বানীৰ পুতেকে নহয় দুখীয়াৰ লৰা ছোৱালীয়ে চাকৰি পাব, ৰিজাল্ট দিলেই পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ যাব - নিযুক্তি বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
🛑 'এয়া James Bondৰ চিনেমা নেকি? কোনোবাই কাৰোবাৰ গাড়ীৰ নম্বৰ কৈ দিলেই হ'ব নেকি?
🛑 'এইবিলাক কৰি ৮ লাখ লৰা-ছোৱালী মূৰ গৰম নকৰিব'
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Опубликовано:

 

13 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 647   
@ragineeworld6169
@ragineeworld6169 2 года назад
আপোনাৰ ওপৰতে সকলো।আপোনাৰ ওপৰত অসমৰ লাখ লাখ নিবনুৱা ৰ ভবিষ্যত।আমি আশাৰে ৰৈ আছো,অসসমৰ যুৱ প্ৰজন্মৰ অভিভাৱক আপুনি।
@rewatimali1007
@rewatimali1007 2 года назад
তেল টো অলপ বেছি হল নেকি ?
@junakorjilmil5137
@junakorjilmil5137 2 года назад
Hoi deaaa
@lovetipswithsewali4743
@lovetipswithsewali4743 2 года назад
মামা, আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, কেৱল বিশ্বাসটো ভাঙি নিদিব। 🙏
@wazedurrahman2066
@wazedurrahman2066 2 года назад
Score should be revealed with the result individually🙏A prayer to Our respected CM sir
@runamonidas2511
@runamonidas2511 2 года назад
With omr copy of each candidate and question paper
@kalrv844
@kalrv844 2 года назад
yes we want score card.....
@bnth9505
@bnth9505 2 года назад
Yes need score and cutoff
@DDB03
@DDB03 2 года назад
Yes score is important irrespective of passed or failed
@hridaydas8403
@hridaydas8403 2 года назад
OMR sheets of all the successful candidates should be made available publicly. Then only people will believe.
@anantamoranvloge7255
@anantamoranvloge7255 2 года назад
জুলুঙাৰ মেকুৰী নোলালেই হ'ল আৰু দেই 🙏🙏🙏
@____basantabaisnab____5265
@____basantabaisnab____5265 2 года назад
সব ঠিকে কৈছে বাৰু, কিন্তু যিকেইটা ধৰা লগোৱা হল সেটোহে বুজি নাপালোঁ
@pankaj_kumar744
@pankaj_kumar744 2 года назад
Yes
@mung787
@mung787 2 года назад
🙏🙏90%ল'ৰা-ছোৱালীয়ে অসম চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাবোৰ যে নিকা হ'ব সেই বিশ্বাস হেৰাইছে। সেই বিশ্বাস তেতিয়াহে ঘূৰি আহিব যেতিয়া চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰি পৰীক্ষাৰ শেষত Question bookletসহ OMR Sheetৰ কাৰ্বন কপি পৰীক্ষাৰ্থীৰ হাতত তুলি দিয়া লগতে ৰিজাল্টৰ সময়ত নিৰ্দিষ্ট websiteত পৰীক্ষাৰ্থী ৰ OMR sheet ৰ লগতে Answer key আপলোড দিব।হয়; আমাৰ যুৱপ্ৰজন্মই তেনেকুৱা এখন চৰকাৰৰে কামনা কৰে। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্তবিশ্ব শৰ্মা ছাৰে(মামাই) চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত তেনে এখন স্বচ্ছ,নিকা চৰকাৰৰ ছবি বাস্তৱত অসমৰ ৰাইজৰ আগত দাঙি ধৰি সমগ্ৰ অসমবাসী ৰাইজৰ বিশেষকৈ যুৱচামৰ হেৰাই যোৱা বিশ্বাস ঘূৰাই আনি অন্তৰ জয় কৰিব পাৰিব বুলি আমাৰ ভৰসা আছে। ধন্যবাদ।🙏
@runamonidas2511
@runamonidas2511 2 года назад
Right
@nilakshiikalita6035
@nilakshiikalita6035 2 года назад
Cut off marks aru individual mark show koribo lage.then mama jindabad
@pompysaikia8884
@pompysaikia8884 2 года назад
Ys thik koisa
@usermridul41
@usermridul41 2 года назад
একেবাৰে সছা কথা ।এইবিলাক ৰাজনৈতিক দল তথা কিছুমান মানুহৰ মেদিয়াত উলাবলৈ এক প্ৰক্ৰিয়া ।
@dibyaranjansharma7099
@dibyaranjansharma7099 2 года назад
এতিয়াহে ভাল লাগিল। সচাঁ কথা কৈছে আপুনি ছাৰ।
@jitukumarsharma763
@jitukumarsharma763 2 года назад
Right
@dipankarb
@dipankarb 2 года назад
Kothate bhuli gola maane
@naba9150
@naba9150 2 года назад
চৰকাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে👍👍
@dibyajyotikalita5
@dibyajyotikalita5 2 года назад
যিয়েই যি কৈ নাথাকক কিয় , আমাৰ C.M. চাৰৰ উপৰত সম্পূৰ্ণ বিশ্বাস আছে । তেওঁৰ নেতৃত্বত যে অসম উন্নতিৰ এক নতুন শিখৰত উপনীত হব তাত কোনো সন্দেহ নাই । #Our_CM_Our_Pride❤️
@debokalita3270
@debokalita3270 2 года назад
Bamunar pwali
@SuperDeba007
@SuperDeba007 2 года назад
Mama is fire 🔥🔥🔥🔥... We love you Mama.. Long Live Himanta Sir... We love and respect you for this...
@pollobbora7509
@pollobbora7509 2 года назад
Maka
@videoassamese.123
@videoassamese.123 2 года назад
@@pollobbora7509 ৰাইজৰ আদালতত ৩য়/৪র্থ বৰ্গৰ চাকৰিৰ কিছু তথ্য🙏Victorফেক্টৰ হব নেকি!!🙏C.M.য়েও কলে।।ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Vw3AHe1eMjc.html
@tanmoyhazarika700
@tanmoyhazarika700 2 года назад
মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৱেব পৰ্টেল বিলাকৰ ওপৰত কিবা এটা পদক্ষেপ লওক
@ranjan7060
@ranjan7060 2 года назад
Right kotha koise🙏🙏🙏
@rikibharalivlogs1231
@rikibharalivlogs1231 2 года назад
ছাৰ মই এগৰাকী গৃহিণী হৈয়ো এই পৰীক্ষাত বহিছিলোঁ কিয়নো আপোনাৰ ওপৰত আস্থা থকাৰ বাবে সচাকৈ আজি এই কেইদিন মনত বহুত দূখ লাগিছে।
@mainukholijagoyari5105
@mainukholijagoyari5105 2 года назад
U r right Sir
@binodchangmai572
@binodchangmai572 2 года назад
We don't want controversy, we want results as soon as possible. Mirror result.🙏🙏🙏🇮🇳🌹
@fajlulhoque6735
@fajlulhoque6735 2 года назад
Salute sir ..right kotha koise.. Toka diya sakori napai..sir olp sku dibo pls jate meritus bilake ye pai...jehe tu kiba ata olaise khsa misai
@babylishasaikia6453
@babylishasaikia6453 2 года назад
আশা কৰিছোঁ সকলো নিকাকৈ হ'ব। লগতে ৰিজাল্টত প্ৰশ্নকাকত আৰু উত্তৰ পত্ৰিকা দিয়াৰ ব্যৱস্থা কৰে যেন।
@kumudbarman8067
@kumudbarman8067 2 года назад
Apunar kotha bur val lage
@nayanjyotibaishya8483
@nayanjyotibaishya8483 2 года назад
ধন্যবাদ জনাইছো মুখ্যমন্ত্রী মহোদয়ক🙏🙏 বৰহিয়া শুদ্ধ কথা কৈছে 👍👍👍👍
@robinchangmai9312
@robinchangmai9312 2 года назад
সকলো বাদ , মুঠতে শিক্ষিত নিবনুৱা বিলাকে চাকৰি পাব লাগে । বস্তুৰ বৰ দাম মানুহৰ জীৱন নিবিকা ৰৈ গৈছে । যাৰ অভাৱ তেওঁহে জানে , ঘৰৰ বহুত কৰিব লগা কাম থাকে । যদি খেলিমেলি হৈ ৰৈ যায় বৰ ডাঙৰ কথা হব । বিশ্বাস আছে সকলো ঠিক হব ।
@utpalmedhi7795
@utpalmedhi7795 2 года назад
Honourable chief minister sir is Absolutely correct.... This news actually astray some Aspirants... l also disappoint...
@milanjyotimahanta
@milanjyotimahanta 2 года назад
Thank you Mama , we have faith in you..
@benjamindm42
@benjamindm42 2 года назад
Hatt
@gokulbhuyan9741
@gokulbhuyan9741 2 года назад
Right sir 👍🙏🙏🙏
@trishankurmi8787
@trishankurmi8787 2 года назад
Right 👌👌👌👌🙏🚩❤
@dolungtani1261
@dolungtani1261 2 года назад
Mama বিশ্বাস নাই অভিযোগ দিয়াক এৰেষ্ট কৰে
@bikashchetry5692
@bikashchetry5692 2 года назад
💯 percent.. Your exam didn't go well .. that's why you writing negative comments.. You should have studied hard instead of giving this comments..Grow up!
@Nipendly199
@Nipendly199 2 года назад
@@bikashchetry5692 good reply
@zenith6413
@zenith6413 2 года назад
Well said CM sir 👍👍
@sushantanath7822
@sushantanath7822 2 года назад
Very very good speach. Himanta Biswas Sharma great man in the world.
@rewatimali1007
@rewatimali1007 2 года назад
আৰু অলপ ভালকৈ তেল মৰা , বিয়াৰ উচ্ছৰ্গা টো ডাঙৰকৈ পাবা ।
@mousamkumarigupta9744
@mousamkumarigupta9744 2 года назад
@@rewatimali1007 👌👌👌👌
@dhirajkalita8092
@dhirajkalita8092 2 года назад
Bhal lagil
@niordutta7815
@niordutta7815 2 года назад
হয় ছাৰ
@sofyrehmansofy3158
@sofyrehmansofy3158 2 года назад
Thanks and wc
@karen_tanti_offical.1728
@karen_tanti_offical.1728 2 года назад
Right 👍
@bhaskarjyotimazumdar9442
@bhaskarjyotimazumdar9442 2 года назад
You are great sir
@amanroxz1177
@amanroxz1177 2 года назад
Ekdom right kotha sir....
@debasishdas3527
@debasishdas3527 2 года назад
দালাল কেইতাক ধৰা বিপৰীতে যিজনে দালালৰ বিপক্ষে আৰক্ষীক অৱগত কৰিব বিচাৰিছে সেই জনেকেই যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, অসম খন দুৰ্নীতি মুক্ত কেনেকৈ হব। আৰক্ষীয়ে হ‌ওক বা চৰকাৰে হ‌ওক এনেবোৰ কাম কৰিলে অনাগত দিনত সাধাৰণ ৰাইজে দুৰ্নীতি বিৰুদ্ধে মাত মতাত সংকোচন কৰিব ।।
@jintukalita1087
@jintukalita1087 2 года назад
Mama is rock
@mdshoaibmalik195
@mdshoaibmalik195 2 года назад
Very good job Mama
@jpbro9309
@jpbro9309 2 года назад
Mama tumi jui🔥🔥
@pabitrarabha2921
@pabitrarabha2921 2 года назад
Mamar kotha 👍👍
@Harkha-g
@Harkha-g 2 года назад
Thanks sir atiya mon alp vl lagise.
@pranabkumarboro6586
@pranabkumarboro6586 2 года назад
Salute CM Sir
@mrislamofficial4145
@mrislamofficial4145 2 года назад
মামা পুলিচৰ ৪১৪ জনক নিযুক্তি দিয়ক ! বহুত কষ্ট কৰিছিলো চাকৰিটোৰ বাবে ! ৪ বছৰৰ কষ্ট অথলে যাব নিদিব !
@Himangshu96
@Himangshu96 2 года назад
wait krok sn dada, nissoi kiba kribo
@palfootballshow322
@palfootballshow322 2 года назад
Aru 2 nombori certificate dia😂😂😂
@mrislamofficial4145
@mrislamofficial4145 2 года назад
@@palfootballshow322 madari bapere disil neki 2nmbri certificate
@iamwhatiam8261
@iamwhatiam8261 2 года назад
পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগতেই Answer Key জনাই দিয়ক, offical answer keyত আপত্তি থকা বিলাকৰ আবেদন কৰিবলৈ দিয়ক, তাৰ পাছত ব্যক্তিগত OMR key বিলাক দি দিয়ক আৰু ঠিক কেইদিন মানৰ পিছতে ফাইনেল ৰিজাল্ট দিয়ক। নহলে 1,2 কম পোৱা বিলাকে অত তত দুখ উলিয়াই ৰামৰ দেউতাকৰ নাম ৰাৱণ কৰিব।
@pabitrakalita8742
@pabitrakalita8742 2 года назад
I agree with you sir 🙏🙏🙏
@krishnaborah5841
@krishnaborah5841 2 года назад
Hoi mama apuni thik kotha koise.... mama Dhs exm2 patok xunkale mama
@hirakjyotigogoi1131
@hirakjyotigogoi1131 2 года назад
Mama jui
@lakhyajitlahon1999
@lakhyajitlahon1999 2 года назад
We believe our CM sir ... because recently appointment of the constable has been given to the deserved ones...
@biswajitdoley7101
@biswajitdoley7101 2 года назад
বিশ্বাস আছে মূখ্যমন্ত্রীৰ ওপৰত।
@mantudas6175
@mantudas6175 2 года назад
আমক আখা দি ভালদৰে আলিবোৰ চাফা কৰিব লাগে যাতে কোনো কাৰণতে মালিকে গোটেই জীৱন ধাৰণৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা আদি অসুখ অনুভৱ কৰিব পৰা যায় সেই অংশ চৰকাৰে বহন কৰিব লাগে সেই সম্পৰ্কে জ্ঞাত যে পৃথিৱীয়ে সূৰ্যৰ ৰশ্মি নিৰ্গত কৰি শৰীৰক প্ৰয়োজন অনুসৰি একেলগে মিহলাই দিব পাৰে বুলি ভবা হৈছিল আৰু পৰৱৰ্তী সময়তো আঁঠুৱা ব্যৱহাৰ কৰিব নালাগে কিয়নো ইয়াত আলোচনা কৰা সম্ভৱপৰ সকলো সময়তে বিভিন্ন কাৰণত যদি চকুৰ পানী টুকি থৈ দিব লাগে অথবা টুপি পৰিলে তাক জানিবলৈ বহুতো নতুন ব্যৱস্থা কৰা উচিত বুলি ড০ ভূপেন হাজৰিকাৰ সৈতে মিহলাই দিব লাগিব যাতে আঁচনি বিষয়াৰ সৈতে জড়িত থকা ব্যক্তিয়ে নিজৰ বাবে সময় আৰু পৰিস্হিতি সাপেক্ষে ক্ৰয় মূল্যৰ ভিত্তিত হিচাপ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হয় তেতিয়া ইন্টাৰনেটৰ জৰিয়তে আমি লাভ কৰিবলৈ সমৰ্থ নোহোৱাৰ দৰে হৈ পিছলৈ ই জটিল অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু ইয়াৰ বিপৰীতে কম পৰিমাণৰ ঋণ আৰু সাহাৰ্য পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাখিব পাৰিলে উৎকৃষ্ট ফল পোৱা যায় বুলি কোৱা হৈছে সেইবোৰ মানি চলা উচিত যাতে সহজে উপলব্ধ কৰিব পাৰি
@Miduldutta
@Miduldutta 2 года назад
বিপৰিত পাৰ্টি নেটা বোৰে ভাৱিছে বিজেপি চৰকাৰ শেষ কৰিব লাগে কিন্তু আমি ভাৱো এইয়া বিজেপি চৰকাৰ নহয় আমাৰ অসম এটা নতুন দল বোলি মামা বিজেপি চৰকাৰ মূখ্যমন্ত্ৰী নহয় অসমৰ অসমিয়া বাবে এজন মূখ্যমন্ত্ৰী দেশৰ সকলো ৰাজ্যৰ মূখ্যমন্ত্ৰী বোৰে মামাৰ বিপৰিত কয় কাৰণ অসমিয়া সকলৰ বাবে অসমৰ বাবে বহুত কৰিছে এনেদৰে থাকিলে মামাৰ কেতিয়াও এই অসমৰ পৰা এঘৰিয়া নহয়য়য়য় বিজেপি জিন্দাবাদ জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম
@Heerock1116
@Heerock1116 2 года назад
Thank you sir🙏🙏🙏 We believe you.. Please hold nokoribo job r process tu sir pls🙏
@deekhitadas9641
@deekhitadas9641 2 года назад
Bhal kotha koise sir
@pranabnath7328
@pranabnath7328 2 года назад
Umm Sir a moja kotha koisa good
@injamulhoque5707
@injamulhoque5707 2 года назад
আমাৰ মামাই যি কয় সেয়াই হ'ব। বহুত কৈ লাভ নাই। মামাই কৈছেটো চব ওলাই যাব। ধন্যবাদ মামা।
@amitkumardas5814
@amitkumardas5814 2 года назад
Right
@asayloying2399
@asayloying2399 2 года назад
Your great sir মই এজন দুখীয়া ঘৰৰ লৰা মোৰ Exam ভালে হৈছে , মই হাহ আৰু কুকুৰা বেচি Exam দিছো great 3 morning shift আৰু Evining shift . Evining shift ভালে হৈছে. morning shift অলপ বেয়া হৈছে. কাৰন আমাৰ ইয়াত বৰষুণ দিছিল morning ত যেনে তেনে গৈ Exam দিছো.
@ajitsarkar9506
@ajitsarkar9506 2 года назад
You are Great cm sir
@pankaj_kumar744
@pankaj_kumar744 2 года назад
ভিক্টৰ sir ক মুক্ত কৰিব লাগে। তেওঁ ছাত্ৰ ছাত্ৰীৰ কথাত অভিযোগ টো কৰিছিলে। কিন্তু আপোনালোকে তাক বুজাই দিয়াৰ বিপৰীতে arrest কিয় কৰিব লাগে। ভিক্টৰ sir ক মুক্তি কৰি দিয়ক।
@chayanikadutta5414
@chayanikadutta5414 2 года назад
হয় ছাৰ, আপুনি ঠিকেই কৈছে আমি শেষত একোকে বিশ্বাস কৰিব নোৱাৰিম। ভাবিছিলোঁ এই পৰীক্ষাটো নিকাকৈ হৈছে। কিন্তু এইবোৰ শুনাৰ পিছত বেলেগ পৰীক্ষাত বহিবলৈ মন ও নোযোৱা হৈছে। মনলৈ এইটোই আহিছে ইমানকৈ পঢ়িনো কি হ'ব আকৌ কিবা এটা হ'বই।
@JadabLoveMajoni-CK
@JadabLoveMajoni-CK 2 года назад
Thank you 💕💕 Mama
@nayanbarman7695
@nayanbarman7695 2 года назад
Right sir
@biplovmudoi3127
@biplovmudoi3127 2 года назад
Nice CM sir
@Lovely-hr8yy
@Lovely-hr8yy 2 года назад
চাৰ প্লিজ ষ্টেট পুল শিক্ষকসকল যিসকলে 60 বছৰৰ চুক্তিৰ চুক্তি সম্পূৰ্ণ কৰিবলৈ বাদ পৰিছিল... অনুগ্ৰহ কৰি আমাক কি কৰিব লাগে সহায় কৰক চাৰ... চাৰ অনুগ্ৰহ কৰি চাৰক সহায় কৰক আৰু আমাক চুক্তিটো কৰাৰ সুযোগ দিয়ক আৰু চাকৰিলৈ উভতি যাওক চাৰ...
@iamchavi_Kc25
@iamchavi_Kc25 2 года назад
#westand with victor sir
@puhorhondhan8085
@puhorhondhan8085 2 года назад
মামা, প্ৰত্যেক পৰীক্ষাৰ্থীয়ে যাতে নিজৰ নিজৰ মাৰ্ক বিলাক যাতে ছাবপাৰে তেনে পদক্ষেপ লয়যেন ৷ আৰু Answerkey Provide কৰিলে ভাল হয় ৷
@Kishanboro62
@Kishanboro62 2 года назад
You are best mama❤️
@bordoloibrothers3292
@bordoloibrothers3292 2 года назад
Yes you are right sir
@vijaybarman5719
@vijaybarman5719 2 года назад
Ekdom jagat Mama👌👌🔥 Nd hoi news channel keita asol culprit 😑😑
@basirlaskar4369
@basirlaskar4369 2 года назад
Dear CM sir your speech is wright, 100% i like your speech because always i like honestly
@kishorkrrajbangshi3151
@kishorkrrajbangshi3151 2 года назад
Mama zindabad ❤️❤️ love you
@SaddamHussain-ug7pi
@SaddamHussain-ug7pi 2 года назад
Right mama .so thank you so much
@dimpaltalukdar5828
@dimpaltalukdar5828 2 года назад
ভিক্টৰ দাস আৰু মামা আপোনালোকে দুইজনকে 🙏🙏জনাইছোঁ , দুওজনে যি কৰে কৰি থাকক । আমাৰ মনটো ভাঙি নেপেলাবো। পাৰিলে এটা কাম কৰক সকলোকে চাকৰি দি দিঅক। 😉😉। মই যদি ভগৱান হলো হৈ তেতিয়া সব OMR sheet বিলাকৰ answers বিলাক ভুল কৰি দিলোঁ হৈ।তেতিয়া ভিক্টৰ আৰু মামা ৰ মূৰ টো গৰম হৈ থাকিল হৈ। এটাই ইমান ভালকৈ পহৰালো , এটাও পাঁচ নকৰিলে বুলি ভাবি থাকক আৰু এটাই ইমান post advertised কৰিলোঁ এটাও পাঁচ নকৰিলে বুলি ভাবি থাকক। বিদ্যা কৈছোঁ মই ভবা সময় খিনিত যদি ভগৱান কৃষ্ণ সন্তু্টি হৈ যায় । তেতিয়া হলে মই কোনোদিনে gov job পালে ও চাকৰি নকৰোঁ।🙄🙄🙄🙄
@MK-qv9tr
@MK-qv9tr 2 года назад
Very good...❤❤❤ Mama
@nupurnath7142
@nupurnath7142 2 года назад
Results should be provided with individual mark and cutoff mark then we will trust you
@dalimibegum6549
@dalimibegum6549 2 года назад
Love you mama ....god bless you
@rekhabora2772
@rekhabora2772 2 года назад
Mama jindabad b j p jindabad
@sipradyumna
@sipradyumna 2 года назад
Mama..well said !! Wait and watch, rumours will be vanished 😊
@ranjandas5936
@ranjandas5936 2 года назад
CM ছাৰে ঠিক কথা কৈছে।
@banjittalukdar3567
@banjittalukdar3567 2 года назад
আপোনাৰ কথা বিলাক শুনিব ভালেই লাগে,পিছে কাম বিলাক হে কিবা ধৰিব নোৱাৰি।
@deepkalita6533
@deepkalita6533 2 года назад
Akdom right
@nabajitbezbaruah1832
@nabajitbezbaruah1832 2 года назад
Right koisa ভাই
@সংস্থাপন-ঠ৮য
hosa kotha
@krishnacreation0221
@krishnacreation0221 2 года назад
Mama tumi 🔥🔥🔥🔥
@mantudas5940
@mantudas5940 2 года назад
Good mana Love you
@jagadishdeka4934
@jagadishdeka4934 2 года назад
ভিক্টৰৰ পৰা বালেক্টৰলৈ চব এইবোৰ আপৰ এজেণ্ট।
@jugabratdeka2191
@jugabratdeka2191 2 года назад
😂.
@dalimibegum6549
@dalimibegum6549 2 года назад
Allah a apnk khodai safe rakhok mama ...
@karishmakalita9826
@karishmakalita9826 2 года назад
thike koise sir apuni 🙏 result diyak valke setu ye request 🙏🙏🙏
@shaktigogoi6052
@shaktigogoi6052 2 года назад
Great Mama sakoritu pam ne apuni kole mur dore dukhia lorai pam dore lagise 🙏
@arunkumar-tp6fb
@arunkumar-tp6fb 2 года назад
good speech sir
@abhijitbaruah9903
@abhijitbaruah9903 2 года назад
Mama thik kotha koise mama zindabad 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
@Gyankul01
@Gyankul01 2 года назад
অসমত আগতে দুখীয়া ল'ৰাই চাকৰি পোৱাৰ উদাহৰণ নাই।যিকেইটা দৰিদ্ৰ ঘৰৰ ল'ৰাক পুলিচত চাকৰি দিলে এয়া নতুন যুগৰ নতুন ইতিহাস।
@hamontakonwar5003
@hamontakonwar5003 2 года назад
Thika koisa sir apuni 👍
@GyanHubAxom
@GyanHubAxom 2 года назад
Protyekjon candidates r jate marksheet diyar byabostha kore TET exam r dore 🙏.. tetiai ulai poribo hosa ki Misa ki ... Protyekore marksheet dile karu monot aitu vab nathakibo je moi kiyo pass nokorilu ba he kiyo pass koril .. hokolue jane nije hoitu kiman marks pabo pare so #WE WANT OUR MARKSHEET#
@anilbasumatary3716
@anilbasumatary3716 2 года назад
right mama result lage amak
@irragiglesias8896
@irragiglesias8896 2 года назад
Aami aakhabadi mama❤️
@ayanrajbongshi4161
@ayanrajbongshi4161 2 года назад
Mama tomar upurot bissas rakhi roi asu
@sanjuhaloi2040
@sanjuhaloi2040 2 года назад
Mama moi result loike believe korim aponak.....result jodi nika nohoi tetia gom pam
@nirmalborgohain9735
@nirmalborgohain9735 2 года назад
Bohut val
@monojborah4941
@monojborah4941 2 года назад
Himanta sir uport xompurno bisash ase.great cm.
@anantasaharia6850
@anantasaharia6850 2 года назад
Sir we r with you as always
@madhabborah9977
@madhabborah9977 2 года назад
Thik koise apuni sir... Apunar uporot hompurno vishak ase cm sir... Apuni thoka obostat ketiau durniti hobo nuare....
@binodchangmai572
@binodchangmai572 2 года назад
HBS, Jatiya Nayak of Asom' salute to you 🌹🌹🌹🙏🇮🇳 salute to your cabinet minister's, working hard all around. 1lakhs recruitment, who can bring such a big recruitment, no one can, except you.🙏🙏🙏🇮🇳
Далее
WHICH SODA CAN FLY THE HIGHEST?
00:48
Просмотров 7 млн
GARWASHI SEASON 1, EPISODE 10 ORIGINAL.
1:15:21
Просмотров 65 тыс.
Reality of Ajit Doval
36:43
Просмотров 12 млн