Тёмный

‘আপুনি তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপুনি কান্দিব লাগিব৷’ 

Asom Live 24
Подписаться 606 тыс.
Просмотров 345 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 724   
@sahilhoque1645
@sahilhoque1645 4 месяца назад
তৰুণ গগৈয়ে অসমক দি থৈ যোৱা এটা শ্ৰেষ্ঠ উপহাৰ হল আমাৰ গৌৰৱ গগৈ ❤❤❤
@parvishali9143
@parvishali9143 4 месяца назад
@ActressCurvy ba toro set ase.
@dbcgameworld
@dbcgameworld 4 месяца назад
Next CM Gourav Gogoi ❤️
@BHOBENGOHAIN-g2e
@BHOBENGOHAIN-g2e 4 месяца назад
😮😊😂😂 ,😄😩😍🪑😭.
@madhusmitaphukon1699
@madhusmitaphukon1699 4 месяца назад
Right
@MontuSaikia-v2q
@MontuSaikia-v2q 4 месяца назад
Ghanta
@BontiGogoi-gm4wg
@BontiGogoi-gm4wg 4 месяца назад
গৌৰৱ জিন্দাবাদ আমি আছো আপোনাৰ লগতে জয় আই অসম
@হেৰবাঁহী
@হেৰবাঁহী 4 месяца назад
কোনো দলৰ বুলি নহয়, গৌৰৱ গগৈক ব্যক্তিগত ভাৱে ভাল পাওঁ।
@mahadevpeguvlogs5815
@mahadevpeguvlogs5815 4 месяца назад
গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ ❤️
@rinaphukon3702
@rinaphukon3702 4 месяца назад
তিনি জনক শুভেচ্ছা জনালোঁ আপুনালোকে অসমৰ বাবে ভাল কাম কৰি য়াওক।❤❤❤
@assamboy..kachari7304
@assamboy..kachari7304 4 месяца назад
Val kam ki dal krib 😊huta লাগিব
@JituAhmedRJFilms
@JituAhmedRJFilms 4 месяца назад
​@@assamboy..kachari7304 आगे आगे देखो होता है क्या?
@Hongram_struggle
@Hongram_struggle 4 месяца назад
Agote ki dal bal bhal Kam korile
@mridulgohain5633
@mridulgohain5633 4 месяца назад
গৌৰব গগৈ ডাঙৰিয়া জিন্দাবাদ .আপুনি গুৰি ধৰোতা বুলি ভাবো
@mofidrohman6393
@mofidrohman6393 4 месяца назад
গৌৰৱ গগৈ 🙏🙏👍👍👍👍👍👍👍👍
@mrinalmedhi8346
@mrinalmedhi8346 4 месяца назад
শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল।
@Samar11203
@Samar11203 4 месяца назад
Unity is always greatest thing no worries who is stand behind or infront of you🎉
@Nayan-e3h
@Nayan-e3h 4 месяца назад
Yes boss
@abinashkalita9000
@abinashkalita9000 4 месяца назад
😂😂😂
@BishalBoru-qm4zz
@BishalBoru-qm4zz 4 месяца назад
🤣🤣🤣🤣
@aktarrahman1760
@aktarrahman1760 4 месяца назад
তৰুণ গগৈৰ নিচিনা আমাৰ অসমত আৰু এটাও নেতা নাছিল আৰু তৰুণ গগৈ দি থৈ যোৱা উপহাৰ আমাৰ গৌৰৱ গগৈৰ নিচিনা আৰু এটা নেতাও আমাৰ অসমত নাই আপুনি আগবাঢ়ি যাওক গৌৰৱ গগৈ আমি আছোঁ আপোনাৰ লগত অসমৰ ৰাইজ আছে আপোনাৰ লগত জয় আই অসম
@BROJENBORUAH-m3y
@BROJENBORUAH-m3y 4 месяца назад
গৌৰৱ গগৈ ডাঙৰীয়াদেৱে যি ষাৰ কথা কলে কংগ্ৰেছ কমীৰ মনৰকথাটোকে কলে। আপোনি গুৰি বঠাদাল ধৰক।২৬ চনত আমাৰ জয় নিচ্ছিত।
@srigunajitsharma8282
@srigunajitsharma8282 4 месяца назад
Bal de
@d.s9310
@d.s9310 4 месяца назад
Tilinga bhai​@@srigunajitsharma8282
@pranabbharali2124
@pranabbharali2124 4 месяца назад
Toi Kun hoi​@@srigunajitsharma8282
@apurbabhuyan8121
@apurbabhuyan8121 4 месяца назад
২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.
@srigunajitsharma8282
@srigunajitsharma8282 4 месяца назад
@@apurbabhuyan8121 😂😂👍
@nishaborah9241
@nishaborah9241 4 месяца назад
গৌৰৱ গগৈ ডাঙৰিয়া আপোনাৰ কথাখিনিয়ে অন্তৰ ছুই গল।সদায় আপোনাৰ লগত আছো
@chitrakumarhazarika6622
@chitrakumarhazarika6622 4 месяца назад
গৌৰৱ গগৈ অসমৰ এক উজ্জ্বল অলঙ্কাৰ।
@ShikhaDeka-gp6ii
@ShikhaDeka-gp6ii 4 месяца назад
Miya anibi
@ShikhaDeka-gp6ii
@ShikhaDeka-gp6ii 4 месяца назад
Miiya miya hob assam
@carshorts7621
@carshorts7621 4 месяца назад
​@@ShikhaDeka-gp6iiCAA আনি অসমখন বঙাললেণ্ড কৰিলে বিজেপিয়ে। ডিব্ৰুগড়, তিনিচুকীয়াত খিলঞ্জীয়াৰ অধিকাৰ নোহোৱা কৰি পেলালে।
@ice-creams-are-not-real
@ice-creams-are-not-real 4 месяца назад
​@@carshorts7621CAA অধীনত কেইটা বঙালীয়ে ডিব্ৰু-তিনিত নাগৰিকত্ব পালে হা?? আম্বানীৰ ফ্ৰী ডাটাৰ এয়াই ব্যৱহাৰ?কাম-বন নাই, ধদুৱা কোবাই আল-বাল কথা চেলবেলাই আছহি ইয়াত।
@carshorts7621
@carshorts7621 4 месяца назад
@@ice-creams-are-not-real তোৰ আম্বানীৰ চেটৰ ডাটা মই চলাই থকা নাই। মই এয়াৰটেল চলাও।তই চাগে বিজেপিৰ চেলেকা বাবে তোক আম্বানী বাপেৰে তোক ফ্ৰী ডাটা দি আছে। তিনিচুকীয়া, ডিব্ৰুগড়ত যোৱাবাৰ দুৰ্গাপূজাত কি হৈছিল মনত নাই।অসমীয়াত বেনাৰ লিখিবলৈ কোৱাত বঙালে অসমীয়া মুৰ্দাবাদ দিলে।ধদুৱা কোবাই আছোঁ নে কি কৰি আছোঁ এবাৰ চাই লবিহি।হাত আছে ভৰি আছে কাম কৰি খাওঁ।তোৰ দৰে কোনোবা নেতাৰ ভৰি চেলেকি জীয়াই থকা নাই।CAA যোগেদি কিমান বঙালে নাগৰিকত্ব পাই আছে সেয়া তোৰ বাপেৰহঁতে তথ্য দিছে জানো?
@flyingbird131
@flyingbird131 4 месяца назад
চৰকাৰ আহিব আৰু যাব। আজি যদি কংগ্ৰেছ ভাল কাইলৈ বিজেপি পিছদিনা এজিপি।গণতন্ত্ৰত কোনো চৰকাৰ স্থায়ী নহয়।কংগ্ৰেছে কামো কৰিছিল কিন্তু 15 বছৰ এখন চৰকাৰ থকাৰ পিছত কংগ্ৰেছ অৱশ্যেই গেলিছিল।আৰু বেছি গেলিবলৈ ধৰা হলে সাধাৰণ জনতা গোন্ধত মৰিল হেঁতেন।বিজেপি আহিল,কংগ্ৰেছৰ গেলা পচাবোৰ আতঁৰালে।যথেষ্ট ভাল কাম কৰিলে,যি খন উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অংশ বুলিযেই মানিব নিবিচাৰে সেইখন ঠায়ে এই কেইবছত গুৰুত্ব পালে। বিজেপিও ক্ৰমে পচিছে,,কিন্তু কংগ্ৰেছৰ দৰে নহয়।সময় পৰিৱৰ্তনশীল লগতে মানুহ আৰু মনবোৰ।হয়তো পুনৰ নতুন আৰম্ভ হব নতুবা আগৰ হিচাপ নিকাচ!
@KD-dj1iq
@KD-dj1iq 4 месяца назад
Kothatu hosa, congress dinot rasta ghat obosthaa nasil, atiyau 100% val nai huwa baru still 50% better. Ru Miya musilm bohut utpaat asil atiya olop komil. Corruption kintu atiyau aseaa
@basantahira8645
@basantahira8645 4 месяца назад
সুন্দৰ বক্তব্য
@flyingbird131
@flyingbird131 4 месяца назад
@@KD-dj1iq exactly manuhkhini bohut nholeu jotheso hantire ulabo humabo parisil.eta systemot hokolu hoisil.sakoriu bht dukhiya ghrr lra swaliye pyse,jitu agote dhoni ghrr mnuhe pysil.Tothapiu manuhbur kin2 selfish
@mainmail8924
@mainmail8924 4 месяца назад
Hosa ktha
@nabanitadeka8733
@nabanitadeka8733 4 месяца назад
Right ktha koise...15years xihatr karma bhout salu...Raino Mari Mari ses koril Rakibul atiya2 atao mora ni kiya
@LambitGogoi-r9c
@LambitGogoi-r9c 4 месяца назад
গৌৰব জিন্দাবাদ
@trishnakalita4154
@trishnakalita4154 4 месяца назад
তৰুণ গগৈৰ নাম নাম নকব আৰু please। বহুত দুখ পাওঁ 😭😭😭
@trishnakalita4154
@trishnakalita4154 4 месяца назад
@@bgog2645 ফটুৱা
@allaboutinmisingagom5018
@allaboutinmisingagom5018 4 месяца назад
Same o bohuut miss kiru
@TonmoyBorthakur-z1d
@TonmoyBorthakur-z1d 4 месяца назад
Mori ja kela
@SavagemodeON973
@SavagemodeON973 4 месяца назад
হিমন্তৰ বিদায় ঢোল নাগৰা বজাই ৰাইজে দিব লাগে । হিমন্তৰ কাল বৰ্তমান অসমত তিনিজনে আছে ।গৌৰৱ অখিল লুৰিন এই তিনিজনৰ লগত অসমৰ শিক্ষিত আৰু সাধাৰন ৰাইজ আছে । গৌৰৱ অসমৰ ৰাজনীতিত ধাৰাবাহিক ভাৱে পৰিৱৰ্তন আনিব । যত আছে স্বচ্ছতা দেখা পোৱা যায় ।
@kumudbaruah2001
@kumudbaruah2001 4 месяца назад
কংগ্রেস মিট্ৰ জোটে কেৱল তিনি খন আসন পালে বিজেপি মিট্ৰ জোটে এঘাৰ খন আসন পালে। তিনিখন কত আৰু এঘাৰ খন কত। তিখনৰে নগাঁও আৰু ধুবুৰী বাংলাদেশী মিঞাৰ সমষ্টি। গতিকে ইমান উনৈশত বা বলাই লাভ নাই। ২০২৬ চন বাদ দিয়া ২০৩১ চনতো আশা নকৰাই ভাল।
@technicalrakibbhai377
@technicalrakibbhai377 4 месяца назад
Abki bar 400 par hol na Bhai bjp mistar
@SavagemodeON973
@SavagemodeON973 4 месяца назад
@@kumudbaruah2001 ২০২৬ লৈকে চাই থাক । ফেকুৰ কটি ফাতি যাব । কেলেংকাৰী ওলাব নহয় । গম পাই যাবি তেতিয়া । বিজেপি চৰকাৰ নহয় এইবাৰ NDA চৰকাৰ হয় । মোদীৰ মইমতালি নচলিব সংসদত । এইবাৰ মিদিয়া বোৰকো মেনেজ কৰিব নোৱাৰিব । চাই থাক লাহে লাহে হিমন্তৰো কেলেংকাৰি ওলাব । বিজেপি ১১ খনত জিকি সমগ্ৰ অসমত যিমান ভোট পাইছে , কংগ্ৰেছে সমগ্ৰ অসমত বিজেপিত কৈ বেছি ভোট পাইছে । তাতে দেশৰ বিভিন্ন ৰাজ্যত বিধান সভা ইলেকচন আহি আছে, বিজেপি কেনেকৈ ধৰাশায়ী চাই থাক । বৰ্তমান মোদীৰ ইমান পাৱাৰ নাই অ ভাই ।লোকৰ হাতত ধৰি চৰকাৰ চলাব । তাকো কিমান দিন চলে থিক নাই । ২০৩১ বাদ দে ২০২৬ তে হিমন্তক অসমীয়াই বিদায় দিব । আমাক বামুন নালাগে চিধা কথা।
@SavagemodeON973
@SavagemodeON973 4 месяца назад
​@@kumudbaruah2001অব কী বাৰ মোদী চৰকাৰ নহয় , অব কী বাৰ NDA চৰকাৰ । দেশত মোদী মেজিক নাই , এইবাৰ সংসদ আগৰ নিছিনা নচলে , মোদীৰ কেলেংকাৰি কেনেদৰে ফাদিল হব চাই থাক । মুম্বাই,হাৰিয়ানা,ঝাৰখন্দত মোদী কেনেকা হাৰিব চাই থাক । মোদীয়ে চৰকাৰে বচাব নে কামে কৰিব নে থিক নাই । কিমান দিন এই চৰকাৰ থাকে ঠিক নাই । ২০২৬লৈকে মোদী বিগ জিৰ হৈ যাব ,হিমন্তই ভগৱান দেখা দি মোদীক দেখে । এই ভগৱানক ৰাইজে নস্যাৎ কৰিব ।
@kumudbaruah2001
@kumudbaruah2001 4 месяца назад
অৰুণাচলত আকৌ এবাৰ মোডী চৰকাৰ লগতে নতুন কৈ উৰিষ্যাতো মোডী চৰকাৰ। কংগ্রেসৰ কেইখন? ওফাইডাং মাৰি লাভ নাই। কথাৰে নহয় বন্ধু কামত পৰিচয়।
@dhrubajyotisarma9035
@dhrubajyotisarma9035 4 месяца назад
গৌৰৱ দা, আপুনি যিয়েই নকওক কিয়, বৰদলৈৰ পিছতে হিমন্ত হে অসম ৰক্ষাৰ ক্ষেত্ৰত সজাগ।
@Raw_TunEs
@Raw_TunEs 4 месяца назад
চেপি খুন্দি মাৰি খাইছে কথা কবলৈ আহিছে।
@hritikdas8538
@hritikdas8538 4 месяца назад
গৌৰৱ ভাল আৰু গৌৱৰ গগৈ দৰে বহুত এনে লৰা -ছোৱালী আছে অসম হিলায় দিৱ .আমি সৰু পৰা দেখি আহিছো অকল ঘূৰায় পকায় সেইকেইটা মানুহ ৰাজনীতি কৰি আছে
@BhaiaBhai
@BhaiaBhai 4 месяца назад
Gourob gogoi jindabad
@mostofamdkhairulislam5870
@mostofamdkhairulislam5870 4 месяца назад
100% right kotha Gourav Gogoi zindabad Rokibul Hossain zindabad Congress party zindabad
@hemangakalita3273
@hemangakalita3273 4 месяца назад
BJP নাম টো অসমৰ পৰা নাইকীয়া কৰি দিব লাগে
@RanaHussain-d2k
@RanaHussain-d2k 4 месяца назад
কেৱল অসমৰ পৰাই নহয় গোটেই ভাৰতবৰ্ষৰ পৰা bjp,ক বিদায় বিদায় দিৱ লাগে
@HariHondique
@HariHondique 4 месяца назад
😂😂😂😂😂😂😂😂
@MohanPanging-zq1vq
@MohanPanging-zq1vq 3 месяца назад
Yes
@Abhiborah00
@Abhiborah00 25 дней назад
Right ❤❤❤
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 4 месяца назад
❤❤❤ Congress Zindabaad❤❤❤ Gourav Gogoi Zindabaad❤❤❤
@Rahul-e2x7z
@Rahul-e2x7z 4 месяца назад
ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ
@apurbabhuyan8121
@apurbabhuyan8121 4 месяца назад
২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.
@amarjitkurmi6502
@amarjitkurmi6502 4 месяца назад
মুৰ্খ প্ৰধানমন্ত্ৰী নালাগে
@BituponGogoi-vk4og
@BituponGogoi-vk4og 4 месяца назад
কংগ্ৰেছ জিন্দাবাদ ❤
@assa516
@assa516 4 месяца назад
অসমৰ নেতা গৌৰব গগৈক 26 মুখ্যমন্ত্ৰী পতাৰ স্বাৰ্থত উজনি- নামনি, মধ্য -উত্তৰ অসমত কংজেপি এইবাৰ চাফাই হ’ব
@Abcdefgh-q4k
@Abcdefgh-q4k 4 месяца назад
Dom aase horuyai dekhuyabo Garav dadak..
@JituAhmedRJFilms
@JituAhmedRJFilms 4 месяца назад
দম আছে যদি হৰুৱাই দেখুওৱা।
@anandarajbongshi8200
@anandarajbongshi8200 4 месяца назад
আপোনাকৰ চৰকাৰ থকাৰ দিনত কোনো এটা কাম পইচা নিদিয়াকৈ হোৱা নাছিল কিন্তু বৰ্তমান সেই দিন আৰু নাই বুজিছে। এতিয়া চৰকাৰক কিয় বেয়া পায় জানেনে কাৰণ আগতে কোনো ধৰণৰ কাম নকৰাকৈ চাকৰিয়াল বিলাকে টকা ঘটিছিল কিন্তু এতিয়া যে কষ্ট কৰিবলগীয়া হৈছে অলপ দৌৰাইছে বাবে এইখন চৰকাৰ বেয়া ।
@RanaHussain-t1p
@RanaHussain-t1p Месяц назад
গৌৰৱ গগৈয়ে আমাৰ আৰু,আমাৰ অসমৰ এক গৌৰৱৰ সোভাগ্য সম্পদ ❤❤❤,,
@Jackson609india
@Jackson609india 4 месяца назад
I love you gourav Gogoi jindabad congresh
@LuisKachuwa
@LuisKachuwa 4 месяца назад
congress zindabad 🎉🎉❤❤
@djcomady5431
@djcomady5431 4 месяца назад
BJP 11 seat puwa pastu eman furti ni Congress 3 pai jiman furti😂
@JituAhmedRJFilms
@JituAhmedRJFilms 4 месяца назад
Futoni koriboloi ki dal ase bjpr? Lukor haat dhori sorkar gothon koriboloi ulaise, abki baar 400 par.... Chii laj loga kotha.😂😂
@chinmay7537
@chinmay7537 2 месяца назад
অন্ধভক্ত বিহাৰীৰ বাচ্চাৰে অসম খন ভৰি আছে 😂😂😂😂
@assamtechnn3668
@assamtechnn3668 28 дней назад
Eman val pai jodi kio nijikale ??? 😂😂 Hokole Buji pai
@nawazhussain3201
@nawazhussain3201 4 месяца назад
Right Rakibul sir
@anubhavshandilya2122
@anubhavshandilya2122 4 месяца назад
Congratulations Gourav gogoi.... Congress is back
@prince_babu_72
@prince_babu_72 4 месяца назад
Love you Gogoi ❤❤❤❤
@abdulmohimlaskar6850
@abdulmohimlaskar6850 4 месяца назад
Cong go ahead 🎉
@MridhanRabha-cm2we
@MridhanRabha-cm2we 4 месяца назад
কথা কোবাৰ প্ৰেক্টিছ কৰি আছে ৷ যাতে আৰু জনপ্ৰিয় হয় ৷
@DhantiHazarika-f6i
@DhantiHazarika-f6i 4 месяца назад
মাইকী মাছ।
@pranabduarah707
@pranabduarah707 4 месяца назад
What do u mean by Female fish ? Need Male & female for production.
@TREYZ--07
@TREYZ--07 4 месяца назад
তই ভালকৈ শিকি ল প্ৰথম 😂
@JituAhmedRJFilms
@JituAhmedRJFilms 4 месяца назад
​@ActressCurvyhai re, ki xundor bhakha.... Tohoti axom khonok dubali.
@ManashBhaii
@ManashBhaii 4 месяца назад
গগৈ দেব আপুনি আগতে উন্নয়ন কৰক চোন ৰাইজক উন্নয়ন হে লাগে কথা নালাগে, নে আপোনালোকেও একেটা খালৰে মাছ।
@mukulbaruah1833
@mukulbaruah1833 4 месяца назад
Manash kukura apuni Bjp(Brastasari janata partyr) Dalaal he.
@DibesharBora
@DibesharBora 4 месяца назад
গৌৰৱ গগৈ,জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ
@nawanitapator3572
@nawanitapator3572 4 месяца назад
খতাখত খতাখত খতাখত কাম কৰিব বুজি পাইছো ডাঙৰীয়া
@rrhino9337
@rrhino9337 4 месяца назад
Our Gourav gogoi upcoming CM Assam 2026❤❤ Dolar bogorik aku bogorai nani bo plzzzz🙏🙏🙏🙏🙏🙏
@BolinDas-b4q
@BolinDas-b4q 3 месяца назад
Good dicision 👍👍✋✋🙋
@JayPegu321
@JayPegu321 4 месяца назад
Thanks...❤❤❤
@pranabnath2195
@pranabnath2195 4 месяца назад
আপোনা লোকৰ ১৫ বচৰ কি কৰিচিল এতয়া হে সাৰ পাইচে টোপনিৰ পৰা আগেত কৰা কাম বোৰ এবাৰ চকো মেলি চাউক চোন কি কৰিচিল
@gogoida598
@gogoida598 4 месяца назад
Tatia himanya congress t asil
@DibesharBora
@DibesharBora 4 месяца назад
দেলাল,বিজেপিক অসমৰ,পৰা,চিৰ বিদায়,দিব,লাগে,জয়,আই,অসম কংগ্ৰেছ জিন্দাবাদ
@ShivaPathari
@ShivaPathari 4 месяца назад
মামা জিন্দাবাদ,
@Brikhyostudypoint
@Brikhyostudypoint 4 месяца назад
Gourov assam r gaurav🎉🎉
@arupsenchuwa5004
@arupsenchuwa5004 4 месяца назад
আপুনি চিন্তা নকৰিব আমি সদায় আপোনাৰ লগত সদায় দিনে ৰাতিয়েই একাকাৰ কৰি লাগি থাকিম আৰু আছে ৰকিবুল ছাৰ
@dhirenboruah4665
@dhirenboruah4665 4 месяца назад
গৌৰব গগৈ জিন্দাবাদ
@chinmay7537
@chinmay7537 2 месяца назад
জয় আই অসম😎🙏 ❤
@montazali4368
@montazali4368 4 месяца назад
World N0 1 Hero Gogoi Sir
@samudranathdeka4879
@samudranathdeka4879 4 месяца назад
26 ত CM HBS Sir. কাৰণ কামৰ মানুহ বিচাৰে।
@test-ix9im
@test-ix9im 4 месяца назад
Can't tell about any political party..but Mr gaurav is perfect good human being..fulle support to Gaurav 🙏
@munmikakoti
@munmikakoti 4 месяца назад
Gaurav gogoi zindabad
@jogi540
@jogi540 4 месяца назад
গৌৰৱ দা জিন্দাবাদ,,আমি ৰাইজ আছো আপোনাৰ লগত,,,আমাক নালাগে কংস মামাৰ অপশাসন। জয় আই অসম
@hemantahazarika9715
@hemantahazarika9715 4 месяца назад
গৌৰৱ গগৈয়ে অসমৰ ইতিহাস আকৌ সোণালী আখৰেৰে লিখিব সেইয়া মোৰ দৃঢ় বিশ্বাস, ❤ ৰাজনীতি ৰজাৰ নীতি , তাতে আছে শোষণ আৰু দুৰ্নীতি, সেয়ে ৰাজনীতি মোৰ একেবাৰেই অপ্ৰিয়, কিন্তু যেতিয়াই গৌৰৱ গগৈক প্ৰথমবাৰৰ বাবে দেখিছিলো সেইদিনাই মনতে ভাৱিছিলো এদিন গৌৰৱে অসমত চিত্ৰপট সলনি কৰিব, খুবেই তীক্ষ্ণ মানুহ, সিংহৰ দৰে খোজ আৰু গৰ্জ্জন তেওঁৰ, স্পষ্টবাদি কিন্তু সুবিধাবাদী নহয় , সেয়ে আজি যুৱ প্ৰজন্মৰ বহুতেই যুৱক যুৱতীৰ চকুত অসমৰ ভৱিষ্যত তাৰকা হৈ দেখা দিছে আমাৰ মৰমৰ গৌৰৱ গগৈ নামৰ মানুহজন, ❤❤ মই গৌৰৱ গগৈক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা দিছো, অসমৰ দৃশ্যপট সলনি কৰক গগৈ ডাঙৰীয়া, আপোনাৰ পিতৃ আমাৰ শ্ৰদ্ধাৰ তৰুণ গগৈ ছাৰক যিসকলে লাঞ্চনা, ভঞ্জনা, তিৰস্কাৰ আৰু অন্যায় কৰিছিল তেওঁলোকচ উচিত প্ৰত্যুত্তৰ দিয়ক ককাইদেউ, ❤❤❤❤❤❤❤❤❤❤❤❤❤
@utpaldeka5628
@utpaldeka5628 4 месяца назад
Sir we hope you keep your proud, not only for you but for Assam also...
@shimantakanchanmusical4271
@shimantakanchanmusical4271 4 месяца назад
আমাৰ গৌৰৱ অসমৰ গৌৰৱ গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ❤
@Nearest-wo5co
@Nearest-wo5co 4 месяца назад
Joi Congress
@manujrai1490
@manujrai1490 4 месяца назад
Next CM Assam
@MonujDoley-q5j
@MonujDoley-q5j 4 месяца назад
গৌৰৱ গগৈ ড়াঙৰীয়া জিন্দাবাদ
@DimbeswarGogoi-i3l
@DimbeswarGogoi-i3l 4 месяца назад
তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ একমাত্ৰ সাফল্য সন্তান ❤❤❤
@DibesharBora
@DibesharBora 4 месяца назад
সছাই কৈছে,কংগ্ৰেছ জিন্দাবাদ
@nirmaldas169
@nirmaldas169 4 месяца назад
কাম নাই কংগ্ৰেছৰ
@allaboutinmisingagom5018
@allaboutinmisingagom5018 4 месяца назад
Wow Rokiful hussain is real king ❤
@ManiyalNag
@ManiyalNag 4 месяца назад
আমি আপোনাৰ লগত আছোঁ, জয় আই অসম 🙏
@mohanpegu8397
@mohanpegu8397 4 месяца назад
Congratulations jai hind
@mofidrohman6393
@mofidrohman6393 4 месяца назад
Right 👍👍👍
@BabitaPokhrel-so5vb
@BabitaPokhrel-so5vb 3 месяца назад
Very good ledar gaurv gogoi next Cm congareess party zindabad gaurv long live
@PrakhonoKalita
@PrakhonoKalita 4 месяца назад
গৌৰব গগৈ জিলাৰ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ?
@BaluramAmsong
@BaluramAmsong 4 месяца назад
মজাৰ ভাল লাগিছে আগোৱাই যাওক❤❤❤
@geetadas585
@geetadas585 4 месяца назад
Congress zindabad
@ajirnews9635
@ajirnews9635 4 месяца назад
Gourav da always love you ❤
@ShyamantasVlogs
@ShyamantasVlogs 4 месяца назад
অসম আন্দোলনৰ 850 জন শ্বহীদ কাৰ শাসনত 😢
@mukulbaruah1833
@mukulbaruah1833 4 месяца назад
Shyamntas 850 jon k tahot Monubadi,Brahmonbadi, Jatibadi jehadi a Hotya karisili. Congress, Bjp ba High Court Supreeme court buli kunu kotha nai. Court mane Ghartue rai nidi a, va Congress, Bjp name tue manuh Hotya nakore. Khei dal ba nyayalayat thaka Monubadi,brahmonbadi, jatibadi,khampradaik jehadi bilakehe Hotya kore, koruai. Dekh totha Axom t ata u monubadi, brahmonbadi, jatibadi jehadi thakaloike Santi,Samprity,Unnati akhambhab, never.
@oxomormusic4453
@oxomormusic4453 4 месяца назад
Rokibul Sir, gaurav Sir, debabrat Sir, Bhupen Sir, ek hoi kam korok aru gaurav Gogoi Sir k agoloi loi jaok .CM bonaok,
@Avikalita
@Avikalita 4 месяца назад
গৌৰৱ গগৈয়ে কংগ্ৰেছ বাদ দিব লাগে । তেতিয়াহে জিকিব 2026 ত
@jumankumarsarmah5131
@jumankumarsarmah5131 4 месяца назад
😂😂
@nayantharakonengdp7646
@nayantharakonengdp7646 4 месяца назад
আপোনাক অসম খন আগতে এৰি দিয়া হৈ ছিল আপুনি কৰিছিল
@অগ্নিবীৰ্য-Theheatoffire
গৌৰৱ গগৈ জিন্দাবাদ
@NripenThakuria
@NripenThakuria 4 месяца назад
কাজিৰঙাৰ গঁড় কেইটাৰ বহুত আনন্দ ৷ যিহেতু ধুবুৰীত কাজিৰঙা নাই ৷
@KanakKalita-s9g
@KanakKalita-s9g 4 месяца назад
মজা
@korobidas5121
@korobidas5121 4 месяца назад
😂😂😂😂😂
@LuchaaHetatondhrama
@LuchaaHetatondhrama 4 месяца назад
Gourab da and Raki da zindabad ❤
@birendoley7136
@birendoley7136 4 месяца назад
তিনি জন সাংসদ জিকোতে সিমান দম্ভালিও ভাল নহয়। প্ৰথমে ২৬ত জিকিবলৈ চেষ্টা কৰক।
@Tgrplayz-n5q
@Tgrplayz-n5q 4 месяца назад
God bless you 🙏congress Zindabad 🎉❤
@miromiro659
@miromiro659 4 месяца назад
Only Gogoi ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@miduldutta8798
@miduldutta8798 4 месяца назад
এটা মন্তব্য আগবঢ়ালো মহাশয় আপোনি ভাল আদৰ্শ নেটা বা মন্ত্ৰী হৈ কাম কৰিব বিচাৰিলে , আপোনাক কংগ্ৰেছৰ মানুহে মাৰি দিব পিছৰ পৰা , মহাত্মা গান্ধীৰ বিষয়ে এবাৰ ভাৱি দিয়ক চোন, ভাল পাওঁ আপোনাক কিন্তু আপোনি ভৱা দৰে কাম কৰিব নোৱাৰে অসমত , কাৰণ আপোনাক কংগ্ৰেছৰ মানুহে নিদিয়ে, জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏🙏🙏 জয় আই অসমমমমমমমমমমমমমমমমমম ❤❤❤❤❤
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 4 месяца назад
Kotha to hoi kintu
@miduldutta8798
@miduldutta8798 4 месяца назад
@@ASSAMESERU-vid-wx2hn Bahut dklu bhal mnh bur mari diye pisar pora
@ablinkandulana-cy8xf
@ablinkandulana-cy8xf Месяц назад
Garuv Gogoi Zindabad
@krishnakakaty2624
@krishnakakaty2624 4 месяца назад
Gwrob. Gogoi. Jinda. Bad. Kwne. Dolor. Buli. Nohoi. Tew. Ajon. Xot. Aru. Nixtha. Ban. Aru. Agoloi - - - - - -
@kiranxetry9581
@kiranxetry9581 4 месяца назад
I think next cm G. GOGOI... I WILL ALWAYS SAPORTING
@arunborah1859
@arunborah1859 4 месяца назад
কি কংগ্ৰেছ কি বিজেপি কি অগপ সকলো একেই। অসমৰ কথা কোনোবাই ভাবিলে নে আজিলৈকে। অসমীয়া জাতিটো আৰু বেছিদিন নাই অস্তিত্ব নাইকিয়া হবলে।
@Ayush-l1j5x
@Ayush-l1j5x 4 месяца назад
Next Upcoming CM of Assam....Gourab Gogoi.
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 4 месяца назад
Bhagin aru mama r final khel saam. Ei khelot Akhil Gogoi da bahut dangar bhumika thakibo.
@TamimIslam-ss2nh
@TamimIslam-ss2nh 4 месяца назад
Right
@kumudbaruah2001
@kumudbaruah2001 4 месяца назад
তৰুণ গগৈয়ে ৰাকেশ পাল ৰ যোগেদি অসম খনক পেৰেলাইচিচ কৰি পেলাইছিল তেতিয়া অসমে আৰু শিক্ষিত যুৱক যুৱতী সকলে কানদিছিল। কাজিৰঙাৰ গড় বোৰ মাৰি মিয়া মুছলমান বহুৱাই বাংলাদেশ বনাবলৈ ষড়যন্ত্র কৰোঁতে অসমে কানদিছিল। অৰণ্যৰ গড় কেইটাইও কানদিছিল। সেই দিন বোৰ অসমীয়াই পাহৰা নাই। কংগ্রেসে অসমত ৩ খন পাইছে বিজেপি মিট্ৰ জোটে ১১ ৰ খন পাইছে। জনতা কাৰ লগত আছে নকলেও হব।
@user75677
@user75677 4 месяца назад
2026 নালাগে 2090 আহিলেও কংগ্ৰেছক ভোট নিদিওঁ 👍 মিয়াৰ ভোট পাইছে বেছি ৷
@KapilGogoi-cb9fn
@KapilGogoi-cb9fn 4 месяца назад
Tenehole rakesh paul kio jail dibo pora nai himantai?
@kumudbaruah2001
@kumudbaruah2001 4 месяца назад
ৰাকেশ পালে সৰবা সোণোৱালৰ দিনতেই ৰঙা ঘৰৰ আলহি হল। খা খবৰ ৰখাই ৰাখিছে। শুই থকাবোৰে গম নাপাই।
@KapilGogoi-cb9fn
@KapilGogoi-cb9fn 4 месяца назад
@@kumudbaruah2001 himantar dinot gamusa pindhai adori onatu nohai janu?
@rajuahmed8647
@rajuahmed8647 4 месяца назад
Love you G.gogoi.❤❤❤
@MonuramMonuramtaid
@MonuramMonuramtaid 2 месяца назад
যোৰহাট সমষ্টিৰ সাংসদ প্ৰাৰ্থী শ্ৰীগৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাট সমষ্টিৰ পৰা বিপুল ভোটত নিৰ্বাচিত হোৱাত যোৰহাট সমষ্টিৰ সচেতন ভোটাৰে নহয় সমগ্ৰ অসম বাসীৰ সচেতন ভোটাৰ ৰাইজে সন্তুষ্টি লাভ কৰিছে আৰু তেওঁৰ বিপুল ভোটত নিৰ্বাচ হোৱাটোৱে এটা আদৰ্শ দি থৈ গল যে কলুষিত ৰাজনীতি নকৰাকৈ মূল্যবোধৰ ৰাজনীতিৰেওঁ মানুহৰ সন্তৰ জয় কৰি বিপুল ভোটত জিকিব পাৰে বুলি।
@uttamroy4434
@uttamroy4434 4 месяца назад
কাম নাই আপোনালোকৰ, মাত্র ৩ খন আসন জিকি ইমান অহংকাৰ নকৰিৱ ।
@Raw_TunEs
@Raw_TunEs 4 месяца назад
বিজেপিৰ অহংকাৰী কেইটাকো কিবা এষাৰ কওকচোন। পিয়াঁজ আৰু মলোৱাৰ কথাকেই কওক। মামাক এৰিয়ে দিছো বাৰু😂😂
@miromiro659
@miromiro659 4 месяца назад
Gaurav Gogoi zindabad
@dbcgameworld
@dbcgameworld 4 месяца назад
Next CM Gourav Gogoi ❤️
@SurabhiPhukon-t3t
@SurabhiPhukon-t3t 4 месяца назад
15 বছৰ শাসন কাল দেখি আহিছোঁ কি কি হৈছিল । আকৌ দুটা বছৰ লাগে ।।
@MNMN-oi5zm
@MNMN-oi5zm 4 месяца назад
১৫ বছৰ কংগ্ৰেছত হিমান্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰী আছিল । তেতিয়া তেওঁ কি কৰিছিল কওক
@JalendraDoley-h3m
@JalendraDoley-h3m 9 дней назад
Very good speech
@Bijayborah01234
@Bijayborah01234 4 месяца назад
গৌৰৱ গগৈ ডাঙৰীয়া লগত সদায় আছোঁ,,, জয় আই অসম,,,
@rajbaba2432
@rajbaba2432 4 месяца назад
Ultimate excellence
@atanuphukon228
@atanuphukon228 4 месяца назад
চেঙেলী মাছৰ দৰে জপিয়াবলৈ আৰম্ভ কৰিলেই, ইয়াৰ যাত্ৰা আৰম্ভ নহওতেই শেষ হোৱাৰ যো জা চলাইছে ।
Далее
DEMONS ARE ATTACKING BRAWL STARS!!!
09:08
Просмотров 13 млн
BJP's vote share falls drastically in Upper-Assam....
7:34