Тёмный

‘মা’ৰ শক্তিবৃদ্ধিৰ বাবেই প্ৰয়োজন পশু-পক্ষীৰ তেজ": কামাখ্যাৰ এগৰাকী পুৰোহিতৰ মন্তব্য... 

Prag News
Подписаться 2,1 млн
Просмотров 31 тыс.
50% 1

‘মা’ৰ শক্তিবৃদ্ধিৰ বাবেই প্ৰয়োজন পশু-পক্ষীৰ তেজ": কামাখ্যাৰ এগৰাকী পুৰোহিতৰ মন্তব্য...
Watch the full clip to know more about this story.
#pragnews #kamakhyatemple #birds #sacrifice
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Опубликовано:

 

13 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 364   
@samirroy8182
@samirroy8182 10 дней назад
জীৱ বলি দি মা কামাখ্যা ৰ শক্তি বহাব আহিছে আপোনালোকে। ফটোৱা কথা কব আহিছে। যিগৰাকী মা কামাখ্যাই গোটেই জগত খন চলাই আছে সেই মাৰ শক্তি বৃদ্ধি কৰিব আহিছে আপোনালোকে। আপোনালোকৰ পকেট গৰম কৰাৰ প্ৰথা আৰু ভণ্ডামি বন্ধ কৰক। মাৰ শক্তি আপোনালোকে বহাৱ নালাগে।
@shellyghosh9374
@shellyghosh9374 9 дней назад
Sahi kaha aapne, pata nahi kab log samjenge
@ranjit19656
@ranjit19656 2 дня назад
That type of kandari changed our culture
@sirumanikachari8689
@sirumanikachari8689 12 дней назад
কেনেকুৱা কথা কয় এইবোৰ এইজনে। বলি বিধান বন্ধ হব লাগে। জয় মা কামাখ্যা
@jibanjitdas8340
@jibanjitdas8340 7 дней назад
Nice
@ranzansarmajrd9536
@ranzansarmajrd9536 7 дней назад
Bojarot kini khai ne mangso ? 31 December urukat maas mangso subai ne ?
@sirumanikachari8689
@sirumanikachari8689 7 дней назад
@@ranzansarmajrd9536 nai nusubaw.... Tumi Mai khua aru bhagawanr name loi jibo hotya heitu kenekua kotha.... Tumer hisapot tu manuhk o boli dibo lage.... Ne ki koi pondit
@ranzansarmajrd9536
@ranzansarmajrd9536 7 дней назад
@@sirumanikachari8689 Jibo hatya sadai korie ase tumi moi sobei ratipua bisonar pora uthar pasot vorir tolot kiman jibo mrityu hoise vabi saisane ? Akol sagoli moh paro haah aiburei jivo nahoi puk porua saap kesu mokora sob jiboi. Boli diyatu ajir pratha nahoi ami kunu janmo nuhuar agor porai soli ahise . Devotal bali diyatu bhagawan brahma shristi korise likha ase shastrat . Nopoha xokole najanibo. Kintu nije tripti lobo jodi jibo hatya kare xeitu paap buli koise. Bhagawanor shristi kora bostu bhagawanok usorga kora jai. Ami misai torko kori ki laav ami bhagawan nahoi je nijoke right buli kom.
@zone6197
@zone6197 14 дней назад
মানুহৰ সংখ্যাও বহুত হৈছে, এতিয়া বলি দি মানুহৰ সংখ্যা কমাব নেকি??
@prasujyaprannath276
@prasujyaprannath276 13 дней назад
right
@dipankarroy786
@dipankarroy786 11 дней назад
Right 👍
@raunakabbas6183
@raunakabbas6183 11 дней назад
Jdi hastro puranor kotha nejane boktoiboi ndibo
@RationalistAssam
@RationalistAssam 10 дней назад
ব্ৰাহ্মণ্যবাদীসকলৰ এইবোৰ সুবিধাবাদ। এইবোৰে মাছ বুলি নাখাই জিজি বুলি খাব বিচাৰে।
@RationalistAssam
@RationalistAssam 10 дней назад
এই ধাৰ্মিকৰ নামত অসভ্যচবকহে বলি দিব লাগে।
@keshabbora710
@keshabbora710 14 дней назад
জীৱ হত্যা মহা পাপ বুলি নাজানে ভগৱানৰ পুতেকক বলি দিয়াৰ অধিকাৰ তোমাৰ নাই।এইবোৰ ভূৱা কথাৰে মানুহক ভূল কথা নকব।
@bhaskarbordoloi9049
@bhaskarbordoloi9049 13 дней назад
Right 🙏
@air33-ias53
@air33-ias53 13 дней назад
আৰু ভগৱানৰ পুতেকক মাংস হিচাপে কিনি খোৱাৰ অধিকাৰ আছে মানে?
@ajitrabha6646
@ajitrabha6646 13 дней назад
Korno putykok j Mari Kati sbji kori bonai khaisil.bishnu a hastrot paisa nai kaka
@rajibsarania9969
@rajibsarania9969 13 дней назад
Khaido singhol
@prahladbora2812
@prahladbora2812 13 дней назад
অই কুকুৰ তই নাজানিলে আল বাল বক্তব্য দি'ব নাহিবি।
@Adnant732
@Adnant732 8 дней назад
মা ইমান দুৰ্বল নে যে তেজ খালেহে শক্তি পায় ।তেন্তে সেয়া মা নহয় -ভূত-প্ৰেতহে যি তেজ খায়
@manashhazarika076
@manashhazarika076 10 дней назад
এই বলি বিধান ৰ কথা শুনিলে মোৰ মূৰ গৰম হৈ যায় । মই নিৰামিষ ভোজী গতিকে দৃঢ়তাৰে ক'ব পাৰো যে আপোনাকে ভাগৱত ভাগ অধ্যয়ন কৰি তাৰ মৰ্ম বুজিবলৈ চেষ্টা কৰিব। বেদ , পুৰাণ সৃষ্টি কৰাৰ পাছতো মহামুনি বেদব্যাসে কিয় ভাগৱত ৰচনা কৰিব লগীয়া হ'ল ভালদৰে বুজি পাব। কলি ৰ যুগত এনেকুৱা পশুত কৈ অধম মূৰ্খ ই মানৱ জীৱনৰ প্ৰকৃত উদেশ্যক ভৰিৰে গচকি কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিব।
@dwaipayan3086
@dwaipayan3086 День назад
Bhagavat likha ase j Devatar uddese pasu bali hinkha bhitorot nopore.
@subodhkaibarta4678
@subodhkaibarta4678 14 дней назад
জীৱ হত্যা মহা‌ পাপ,পূজাৰী দেৱ।জানি থোৱা ভাল। আপোনাৰ প্ৰথম সন্তানটো দেৱীক দান কৰি চাওক ছোন।মহা পাপি।
@bhaskarbordoloi9049
@bhaskarbordoloi9049 13 дней назад
Right 🙏
@ajitrabha6646
@ajitrabha6646 13 дней назад
Aponlakoy niramik vuji nki.maruwari
@hemantakalita7049
@hemantakalita7049 13 дней назад
Tarmane ki bujabo bisarisa?​@@ajitrabha6646
@gautamsarma5002
@gautamsarma5002 11 дней назад
Bzrt ji mutton, chicken, pork Mari ghrt tasty ke bonai tetiya jibo haitya kot Jai , pujat diya tu suk pore nhoi
@lsd4889
@lsd4889 11 дней назад
Ghrt je boilar, hah,chagalir mangkha khowa seibor ki o baba... bali diya2 jdi maha pape..
@user-fb6ji8qi6m
@user-fb6ji8qi6m 14 дней назад
যদি ভগৱান আছে আৰু শুনি থকা মতে ভগবান সৰ্ব শক্তিমান। তেনে অৱস্থাত ভগবানৰ শক্তি বৃদ্ধি কৰিবলৈ কিয় জীৱ জন্তুৰ তেজৰ প্ৰয়োজন ? কিয় জীৱ জন্তু বলি দিব লাগে ? সকলো ধৰ্মৰ মতে ভগবান মাত্ৰ এজন। কিন্তু কিয় হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কিছু সংখ্যকেহে বলি প্ৰথা মানে ? পৃথিৱীৰ বাকী ধৰ্মৰ লোক সকলক আৰু বলি বিধান নমনা বাকী হিন্দু সকলক কোনে ৰক্ষা কৰে ? ধৰ্ম এজন মানুহৰ ব্যক্তিগত ইচ্ছা অনিচ্চাৰ ওপৰত নিৰ্ভৰ কৰে। ধৰ্মৰ কোনো গ্ৰহণযোগ্য বৈজ্ঞানিক বিশ্লেষণ নাই। ধৰ্ম দুৰ্বল মানুহৰ ভৰসা, বণিয়া সকলৰ ব্যৱসায়ৰ আহিলা আৰু চতুৰ ৰাজনৈতিক দল, নেতা সকলৰ এপাত শক্তিশালী অস্ত্ৰ ।
@mintumonisaikia275
@mintumonisaikia275 9 дней назад
Indiat dhormor nameot bodmasi soli aase. Hindu dhormo nohoi. Khongskritee hoi. Hindu khongskritee soitanor sristi hoi.
@abinashgoswami6795
@abinashgoswami6795 8 дней назад
দোকানে দোকানে মঙহৰ গোন্ধ লৈ ফুৰা বোৰৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই.....মাই ভগবতীৰ শক্তি সৰ্বব্যাপী।🌺🌺🌺
@ripunjoyboruah3251
@ripunjoyboruah3251 12 дней назад
দেৱী ভগৱতী নিজেই শক্তিৰ ভঁৰাল, তেওঁক শক্তিৰ যোগান ধৰা কথা অৰ্থহীন। মুখৰ তৃপ্তিৰ বাবেই দেৱীৰ অজুহাত লৈ পেট বঢ়াইছে। বোবা জীৱৰ তেজ বহুত দিলা এদিন নিজৰ তেজ এঘটিমান নিজে দি চাব। যি মহাদেৱৰ অন্য নাম পশুপতিনাথ তেওঁ আকৌ বোলে পশু ভক্ষণ কৰে। কলিযুগ নোহোৱা হ'লে ত্ৰিশূলকে মাৰি পঠালেহেঁতেন।
@meet639
@meet639 7 дней назад
Kolijug k pap koli kio ako koba nore
@jayantaboruah8890
@jayantaboruah8890 14 дней назад
ৰামে যেনেকৈ দূৰ্গা দেৱীক চকু দান দিছিল, তেখেতে শৰীৰৰ এটা অংগ দি দেখুওৱাক
@girinkalita8995
@girinkalita8995 14 дней назад
Kt ase
@air33-ias53
@air33-ias53 13 дней назад
কত লিখা আছে ৰামে চকু দান দিয়া বুলি। ছিৰিয়েল চাই আহিল নি?
@ajitrabha6646
@ajitrabha6646 13 дней назад
Durga mak first time Ram a Puja korisil hastrot likha asy pruvu
@air33-ias53
@air33-ias53 13 дней назад
@@ajitrabha6646 kun khon hastrot? Valmiki Ramayana.t ase nai? Hai khon tu Main Ramayan
@ajitrabha6646
@ajitrabha6646 13 дней назад
@@air33-ias53 Ram jonmo nhoty ramyan liksil bisakh Kora janu
@anupamboruah2991
@anupamboruah2991 14 дней назад
জয় মা কামাখ্যা। মাৰ শক্তি যি সকলে উপলব্ধি কৰা নাই তেনে বিয়ক্তীয়ে কমেন্ত ত অযথা যি কোনো কথা লিখিব। কিন্তু মা কামাখ্যা ৰ শক্তি অপৰিসীম। জীৱনৰ শেষ দিনা খনলৈকে মাৰ চৰণত শৰণাপন্ন হৈ থাকিম। 🙏
@AbhijitDas-wk8ch
@AbhijitDas-wk8ch 11 дней назад
Maai jodi xosai boli khai video ata kriba aru virel kori diba
@mintumonisaikia275
@mintumonisaikia275 9 дней назад
Sup kela ki khokti aase raijhuwa kor. Kamakhya bhootni hoi vogoban nohoi.
@mintumonisaikia275
@mintumonisaikia275 9 дней назад
@@AbhijitDas-wk8ch indiat dhormor nameot bodmasi soli aase
@user-rt2pg9xf6z
@user-rt2pg9xf6z 7 дней назад
jai maa kamakhya❤,maa ki jai ho
@user-cq5wb6hg1h
@user-cq5wb6hg1h 14 дней назад
নিজে বলি যাব লাগে ।কাৰণ পশু পক্ষী বলি দি লাভ হব নোৱাৰে,ভগমনক কথা কব পাৰিব মানুহে।
@AbulHussain-dl6og
@AbulHussain-dl6og 14 дней назад
Thikei tu....Jollad tumiye hoba....😁
@ajitrabha6646
@ajitrabha6646 13 дней назад
Apuni vul bujsy world sob jib Mari khay Kati mara khowa.ty holy apuni maruwari nki ghi khowa
@ajitrabha6646
@ajitrabha6646 13 дней назад
Guru nkhowa jul khowa
@user-gn3pp7zh9c
@user-gn3pp7zh9c 9 дней назад
যদি আপুনি কাৰোবাক জীৱন দান দিব নোৱাৰে তেন্তে আপুনি কোনো জীৱ বলি দিয়াৰো আধিকাৰ প্ৰাপ্ত কৰিব নোৱাৰে,,কালী নিজে 'মা' গতিকে বাকী সকলো বিলাক হৈছে তেওঁৰ সন্তান,,মাতৃয়ে কেতিয়াও সন্তানৰ বলি লব নোৱাৰে,, পৃথিৱীত সকলোতকৈ বেছি জনসংখ্যা মানুহৰহে অন্য কোনো জীৱৰ নহয়,,সেইবুলি মানুহ বলি দিব নেকি,,, যিসকলে ভাৱে যে, মা কালীয়ে ৰক্ত হ'লেহে শক্তি পায় বা জীৱ বলি দিলেহে শক্তি পায় তেনেহলে সেই সকলে নিজৰ ৰক্ত বা নিজৰ বলি দিব লাগে,, কোনো নিৰিহ প্ৰাণী বধ কৰি বলি দিব নালাগে,, ঈশ্বৰ, সকলো দেৱ দেৱতা কেৱল পত্ৰ,ফল,ফুল আৰু জলেৰেই সন্তোষ হয়,, তেখেতে কৈছে,,কোমোৰা অথবা অন্য উদ্ভিদতো জীৱ থাকে,হয় সেইতো সত্য কথা কিন্তু সেইবিলাকৰ পৰা আমাৰ দেহত থকাৰ দৰে ৰক্ত নোলায়,, আৰু সেইবিলাক মনুষ্যৰ বাবেই,,,সেইহে আমি মনুষ্য হিচাবে শাস্ত্ৰৰ নিগম কথাখিনিলৈহে মন কৰিব লাগে আগমৰ কথাখিনি নহয়,,, আমি সকলোৱে গীতা , ভাগৱতৰ আলোচনানৈ আহিবৰ সময় হ'ল,, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম। দেৱৰ উত্তম। দৈৱকী নন্দন চৰনে কৰো প্ৰনাম।। ,,জয় শ্ৰী কৃষ্ণ,,, জয়তি গোবিন্দ মহাপভূ।। ,,, ব্ৰহ্ম জানন্তে ব্ৰাহ্মণ,,,
@jyotishchakraborty9230
@jyotishchakraborty9230 6 дней назад
Moi aponar kotha ekmot
@Mahim_kr_nath_GPL
@Mahim_kr_nath_GPL 14 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
@AbulHussain-dl6og
@AbulHussain-dl6og 14 дней назад
Bulo krishno he...😞
@jayashreesarma4395
@jayashreesarma4395 18 часов назад
কামাখ্যা দেৱী শক্তিৰ অধিষ্ঠাত্ৰী গতিকে সদায় বলি লাগিব মা দেৱীক🙏🙏
@ShantanuDas2100
@ShantanuDas2100 14 дней назад
এই জিৱ-জন্তু বিলাক কাৰ মাৰে হয় ন তেনেহলে নিজৰ মাকে সন্তানক কাতিৱ মাৰিৱ নেকী? কি ক'থা কৈছে আপুনি মই একো নেজানো কিন্তু যিতো দেখিছো শোনিছো সেইহে কইছো
@prahladbora2812
@prahladbora2812 13 дней назад
নাজানিলে আল বাল বক্তব্য নিদিবি
@prahladbora2812
@prahladbora2812 13 дней назад
নাজানিলে আল বাল বক্তব্য নিদিবি
@abhijitgoswami9583
@abhijitgoswami9583 12 дней назад
মাছ-মাংস দকচি খোৱাবোৰে বলিৰ বিৰোধিতা কৰি লাভ নাই।
@digantagoswami9800
@digantagoswami9800 9 дней назад
Right
@hridaysarma8339
@hridaysarma8339 9 дней назад
এইটোও শুদ্ধ, সেইবাবে যোগ্য ভোগ্য বসুন্ধৰা 👍
@usar457
@usar457 4 дня назад
Right
@tiku7742
@tiku7742 10 часов назад
Right
@rubigogoi5237
@rubigogoi5237 14 дней назад
জয় মা কামাখ্যা🙏🙏🙏
@Abdulrazak-so2jq
@Abdulrazak-so2jq 13 дней назад
ভগবানৰ সৃষ্টিৰ উপাদানেৰে ভগৱানক পূজা কৰাতো হtস্যকৰ। ভগবানৰ প্ৰতি থকা ভাৱ আৰু ভক্তিৰে তেঁওক উপাসনা কৰা কাজ্য সঠিক বুলি কোৱা হয়। যাৰ আকাৰ আকৃতি নাই যাক ভাৱ আৰু অনুভূতিৰে হে দেখা পোৱা যায় তেওঁক ভগবান বুলি কোৱা হয়। পূজাৰী দেৱে আকাৰ আকৃতি লৈ জন্ম হোৱা লোকক ভগৱান বুলি অভিহিত কৰা কথা কিমান শাস্ত্ৰ সন্মত কোৱা বাহুল্য।
@ajitrabha6646
@ajitrabha6646 13 дней назад
Aponi jy nydykha jonoko bisakh Kora a same kotha.aru bipot holy sun vogobanoky lagy soboky.
@user-db7cw6mc9b
@user-db7cw6mc9b 10 дней назад
​@@ajitrabha6646we are Hindu
@RABHA706
@RABHA706 14 дней назад
জীৱ-জন্তুৰ তেজৰ জৰিয়তে কেনেকে দেৱ দেৱতাক শক্তি কৰা যায় ? দেৱ দেৱতা এতিয়াও জীয়াই আছে নেকি? দেৱ দেৱতাৰ নিজা শক্তি নাই নেকি?
@chandrashreedeka559
@chandrashreedeka559 8 дней назад
মানুহৰ সংখ্যাও বহুত বেছি হৈছে, আগতে চোন মানুহো বলি দিছিল এতিয়াও দিয়ক নিজৰ কাৰণে ভগৱানৰ নাম লৈ অমাত জীৱ কেইটা বাছি লব নালাগে নহয়😢 তেখেতে‌ মা হয় মাকে কেতিয়াও সন্তানৰ বলি নিবিচাৰে,, পাৰে যদি নিজৰ কু মনোভাৱ খিনি বলি দিয়ক তেতিয়াহে যদি মানৱ জীৱন সাৰ্থক হয়।
@hemant11116
@hemant11116 14 дней назад
Joi Ma Kamakhya 🙏🙏
@aparajitatamuli7273
@aparajitatamuli7273 14 дней назад
এইজনকে বলি দিব লাগে,দেৱীৰ শক্তিৰ বাবে,নিজে বলি পথা হৈ চাওঁক চুন,সমাজৰ ভালৰ বাবে
@RitupanBaishya
@RitupanBaishya 12 дней назад
Kosai bilake je Kati thake ead t goru korbani kore tat kio ako nokoi goru korbani t xubhesa boli bidha nt birodhita
@raunakabbas6183
@raunakabbas6183 11 дней назад
Apuni jdi bosor puroni puran hastro kotha nejane tenehole kotha nobokibo
@BhaskarDeka-qv4ym
@BhaskarDeka-qv4ym 14 дней назад
Jai Maa Kamakhya 🛕🙏🙏🛕 Jai Mata Di 🙏🙏
@sanjaynath1972
@sanjaynath1972 11 дней назад
Moi bissakh nokoru Maa tmi manuh rupi danob burok bujua tmr akhirbad blg r hotta hobo nuare
@user-dz8np1nj6l
@user-dz8np1nj6l 14 дней назад
Divine Mother eman weak nhoi j animals ar tez khai powerful hobo
@tonurambora7305
@tonurambora7305 2 дня назад
Momo. Namnang posung hoita te bodho bhage noradhoma oiso totrong nojanonti mata ke khadoti sutom
@Assamese-Zg
@Assamese-Zg 14 дней назад
Jai maa kamakhya 🙏🙏🙏
@pabindas6525
@pabindas6525 13 дней назад
জত জীৱ টত শিৱ,শিৱৰ পত্নী পাৰ্বতী,পাৰ্বতীৰ এটা অংশৰ পৰা কামাখ্যাৰ জন্ম ,সকলো জীৱই শিৱৰ অংশ,গতিকে পাৰ্বতী জানো শিৱৰ তেজ খাব
@sujatakalita8966
@sujatakalita8966 14 дней назад
Jai maa kamakhya maa,
@mukulbaruah1833
@mukulbaruah1833 14 дней назад
Surajit kalita tuk Boli dile sakti a aru kunu din Boli nibisare.
@AbulHussain-dl6og
@AbulHussain-dl6og 14 дней назад
​@@mukulbaruah1833ekdom xosa....aru eijon purohit ne panda ne vokto ne vondo nejanu , kiba xadhu kuwa jen he pao dexun....
@air33-ias53
@air33-ias53 13 дней назад
​@@AbulHussain-dl6ogগৰু খোৱা কেইটাৰ সমান ভণ্ড কোনো নাই।
@HridayanshTribedi
@HridayanshTribedi 11 дней назад
​@@mukulbaruah1833 Apuni sage vegetarian hoi no... Jebo jontu mari mas mankho nakhai sage...... Good👍
@BhumidharNath-im7ml
@BhumidharNath-im7ml 4 дня назад
প্রকৃততে আত্মবলিদান শ্রেষ্ঠ দান। অৰ্থাৎ যিদিনালৈকে মানুহে "কাম, ক্ৰোধ,লোভ, মোহ, মদ, আৰু মাৎস্যয এই চয়টা ৰিপু দমন কৰিব নোৱাৰে তেতিয়ালৈকে দেবী তথা ভগবান সদয় নহয়। " গতিকে দেবী তথা ভগবান সদয় হব লাগিলে দৈবীক পদ্ধতিৰে ভক্তি কৰিব লাগিব।
@kabitaadhikary2050
@kabitaadhikary2050 14 дней назад
Aibor misa kotha koi raijok bivranto nokorib
@dikshamoni4583
@dikshamoni4583 14 дней назад
Jay MAA Kamakhya🙏🙏🙏
@parthapratimsarma301
@parthapratimsarma301 11 дней назад
Jai Maa ❤
@ajitsarma8237
@ajitsarma8237 12 дней назад
জয় মা কামাখ্যা 🙏🙏🙏🙏
@user-bi4pk5uq2y
@user-bi4pk5uq2y 2 дня назад
Jia Maa Kamakhiya❤❤❤🙏🙏🙏🌸🌸🌸
@jrgogoi2730
@jrgogoi2730 14 дней назад
Prle ai jnak boli diyak
@dipankardutta3319
@dipankardutta3319 14 дней назад
জয় মা কামাখ্যা 🙏🙏🙏🙏🙏🙏🙏
@birdmencrew8653
@birdmencrew8653 8 дней назад
পাপ কৰা মানুহক বলি দিওক...মানুহৰ বলিত আৰু শক্তিশালী হব
@debajitlovers292
@debajitlovers292 День назад
Jai Shree Ma Kamakhya temple Ji Ki Jai
@SinmoyDeka-dx9hd
@SinmoyDeka-dx9hd 14 дней назад
Maa kamakhaiyi biisora naii nrdhokhi jiibo atar tez diboloi, ahi kuwa oo naii tez diiboloi. Jodi pare nijor gar tez olp maak orpon koribo MAA santusti pabo..
@rawandreal99
@rawandreal99 13 дней назад
মই মানৱ ধৰ্মত বিশ্বাস কৰোঁ ❤
@manyatagogoi2427
@manyatagogoi2427 13 дней назад
এইবোৰ কাম মূৰ্খ নহলে কৰিব নোৱাৰে।বেদত বলি শব্দৰ যি অপভ্ৰংশ ৰূপ পালে,তাৰেই পৰিনতি এইবোৰ।
@pabindas6525
@pabindas6525 14 дней назад
যি বোৰ জীৱক সৃষ্টি কৰে , সিবোৰৰ তেজ কোনো দেৱ দেৱীযে নিবিচাৰে , ই বিলাক অন্ধ বিশ্বাস, 21শতিকাৰ মানুহৰ মুখত ই বিলাক কথাই শোভা নাপাই
@ajitrabha6646
@ajitrabha6646 13 дней назад
Ty holy Pakistan ja.ak dyb ak hyo nki apuni.
@user-db7cw6mc9b
@user-db7cw6mc9b 10 дней назад
Eid dina kobi maka sooda garu khai je hinda
@ajitrabha6646
@ajitrabha6646 10 дней назад
@@user-db7cw6mc9b bodn borfukan
@bulbulinath7612
@bulbulinath7612 4 дня назад
জয় মা
@user-zk8eb1sx1w
@user-zk8eb1sx1w 13 дней назад
Jay Ma kamakhya
@RationalistAssam
@RationalistAssam 10 дней назад
এইবোৰ সুবিধাবাদী পুৰোহিতকহে বলি দিব লাগে
@user-pe3tz6zi8c
@user-pe3tz6zi8c 11 дней назад
জয় মা কামাখ্যা ❤️🙏🥺
@indronilsaikia8611
@indronilsaikia8611 10 дней назад
জয় মা মহামায়া ভগওতী♥🙏
@Binay-jf7qf
@Binay-jf7qf 13 дней назад
🙏 Jai maa kamakhya
@p.b.9637
@p.b.9637 19 часов назад
Joy ma kamakhya
@romiodas508
@romiodas508 14 дней назад
Jai Maa Kamakhya 🙏🙏🙏❤️💖♥️
@user-jx2te3bm6r
@user-jx2te3bm6r 13 дней назад
জয় মা কামাখ্যা
@theknight1904
@theknight1904 13 дней назад
Joi Maa Kamakhya 🙏🏼
@bikashdeka2359
@bikashdeka2359 9 дней назад
চৰকাৰে এই কথাটোত গুৰুত্ব দিব লাগে । জুবিন দাই কিবা কলে জগৰ এহ লাগে আকো । ছাগলীটো মাৰি ইহতে খাই ভগৱান কবাতে থাকে ।
@BibhaRongpee
@BibhaRongpee 7 дней назад
Joy ma kamakhya🌺🙏🌺
@jeetuarnabdas4147
@jeetuarnabdas4147 13 дней назад
He ri Apuni kihor puruhit moi najanu, aapunar kothar, eta uttar dibo bisarisu, Apuni jibo Jantu, pokhu pakhi bolir kotha koise je, ei jontu bur buli nidile, prithibi khanat bhori poribo, moi Jodi kaw he, mahaproloi, banpani , bamaroli audit dekhun khomoye khomoye prokritiye hajar hajar jontu Mari aase,,,,,,,,, aaru eta kotha '' debi maaye ''' ketiaw kunu jibo jotu r, ba khantanor tej nibisare,
@kalpanapayeng7639
@kalpanapayeng7639 12 дней назад
Jai MA kamakya 🙏🙏🙏🙏
@OMNOMOSHIVA444
@OMNOMOSHIVA444 11 дней назад
Maa kamakhya army nursing assistant ot jin ebar job pao exam val hoisil kosto kori disu bhut huru pora mai mok kosto kori dagor korisa mor 4 bosor papa morisa 🙏🙏🙏🙏
@narenmorang1102
@narenmorang1102 9 дней назад
Maa kamakhya
@jayashreesarma4395
@jayashreesarma4395 18 часов назад
Jai Maa Kamakhya..Jai Maa Bhagawati.. Maa Devi🙏🙏
@user-fn2bu2wq4w
@user-fn2bu2wq4w 13 дней назад
Pujari baba aponi kiba olp misa kowa jen pao ajo sowali je bhoy khay moril mani asa kio manuhok prem koribahe lage bhogobane
@RabinGhimire-vt5vz
@RabinGhimire-vt5vz 11 дней назад
Hindu dharmak viswash nakara manuh sage Karan amar iyat khilaku bhagwan Shankarar rup buli puja Kara haye Amar mul dharma grantha hol ved Aru Srimad vhagwat gita Ved Aru gitat Bali Prathar ullekh nai
@sanjaytalukdar3630
@sanjaytalukdar3630 13 дней назад
Gote video Tut reporter jonik o sawte gol...eimn dhuniya❤️
@GayatriDas-ew3gb
@GayatriDas-ew3gb 13 дней назад
Ondho bissaxi pujari boli maha pap taku devi maar agot, kamakhya maa xokolu jibore maatri, aru maatri ye jibor boli noloi, ora pujari jetia apunar mrityur usor sapibo tetia aneke boli dibo bahut jibo mrityu tu punyo hoi buli, tetia sage bhagawat path koriba.
@gautamsarma5002
@gautamsarma5002 11 дней назад
Jai Maa Kamakhya 🙏🙏🙏
@harakantatamuli1053
@harakantatamuli1053 14 дней назад
JAI MAA KAMAKHYA .🎉🎉🎉
@sangitagogoi4159
@sangitagogoi4159 10 дней назад
🙏🙏🙏
@karabihaloi7088
@karabihaloi7088 3 дня назад
Jai Mata Di❤ 🙏 jai maa kamakhya 🙏🙏♥️🌹🙏
@barsharanibora6934
@barsharanibora6934 13 дней назад
Jai maa kamakhya 🙏
@jadupathak5435
@jadupathak5435 5 дней назад
পাৰ যদি নিজকে বলি দি টোৰ তেজ বোৰ দেৱীক অৰ্পন কৰ । বলি বিধান লগে তাহঁতক ।তাকে kela বলি দিব লগে ।
@mitumakeupairtst2722
@mitumakeupairtst2722 4 дня назад
Khidina kamakhya mondir goisilu emn mntu bya lgil sagoli xini tani tani ni boli dise....khiht jbo nibisare susori bagori goise bht dukh lgil mntu dkhi....boli nidiya koi aku niyom ni nki baru😢
@ranjit19656
@ranjit19656 2 дня назад
আপোনাৰ যুক্তি আমাৰ মনত হজম কৰিব নোৱাৰে
@ankitdas1690
@ankitdas1690 10 дней назад
জয় মা কামাখ্যা 👏👏👏
@satyabrotdas3362
@satyabrotdas3362 11 дней назад
Maak a nijor putra putri boli bisaribo ai2 ktyau hboi nuare...boli dia nam2 loi aapunaluke nijor mukhor tripti h loise
@digantaborah2779
@digantaborah2779 12 дней назад
Jai Maa Kamakhya
@anjanbrahma3807
@anjanbrahma3807 12 дней назад
Jai Maa Kamakhya Maa 🪔
@ramen1344
@ramen1344 13 дней назад
JAI MAA KAMAKHYA
@sumanmaharaj4799
@sumanmaharaj4799 6 дней назад
Joy maaa
@user-wh1gs7cf2f
@user-wh1gs7cf2f 13 дней назад
Jay maa kamakhya
@NortheastExplorerRH
@NortheastExplorerRH День назад
কমেণ্টসমূহ পঢ়িলো। সকলোৰে ধনাত্মক চিন্তাধাৰা দেখি ভাল লাগিছে। ময়ো গোঁসানীক সেৱা কৰোঁ, কিন্তু বলি বিধানৰ সম্পূৰ্ণ বিৰোধী । গোঁসানীক পায়স, বুট - মগু দিলেও সন্তুষ্ট হয়। প্ৰকৃত সত্য সকলোৱে জানে। বলি দি কাক আৰাধনা কৰিছে সুধিব লাগিছিল???? আমিও জানো পূজাৰীৰ কথা..... ম'হৰ মাংস , ছাগলী ,পাৰ ,মূৰ্গীৰ মাংস এইসকলে বজাৰত কিনি খাব নালাগে..... দৰাচলতে এনেকৈয়ে হৈ যায়। মা কামাখ্যা সতীয়ে কোনো জীৱৰ মাংস খাম বুলি কৈছিলে নেকি কোনোবা স্বনামধন্য পূজাৰীক?????
@jeetuarnabdas4147
@jeetuarnabdas4147 13 дней назад
Bhogobanor usarat parthana korok, khumoti dibo aapunak
@dhirudas7196
@dhirudas7196 13 дней назад
Jai Mata rani
@user-te4mb5de4w
@user-te4mb5de4w 13 дней назад
Missa kotha😊
@Jatindra-vw8kq
@Jatindra-vw8kq 7 дней назад
Joi MA kamakha
@bhaskarborah7929
@bhaskarborah7929 11 дней назад
Boli Tyag kra usit, Kebol Prem bhabe hee hokolu Sontushto hoi
@himakshilaskar9344
@himakshilaskar9344 8 дней назад
Jai maa kamakhya
@bikidas500
@bikidas500 10 дней назад
Jai Maa kamakhy 🙏🌺❤️
@monoranjandas304
@monoranjandas304 9 дней назад
JAY MAA KAMAKHYA MAA
@nitudas1881
@nitudas1881 10 дней назад
মা 🙏
@momisarmah767
@momisarmah767 12 дней назад
Joy maa kamakhya
@sitadeviray5007
@sitadeviray5007 12 дней назад
JeeBo jantu boli diya khota too kiba successful hoy buli moi nebhabi deei...... Moi animal love hoy.......
@SumanKoch-my7br
@SumanKoch-my7br 10 дней назад
Blode donet center pora daily olop olop loi ahilei hoi
@pinkuboruah2245
@pinkuboruah2245 3 дня назад
Jai maa kamakhay
@AnuragSharma-cz2yw
@AnuragSharma-cz2yw 10 дней назад
Noro boli tu u start kribo lgisl Sagoli hah paror baru population control hol atia xhti kheti bati khai dhonxo nkore But mnuhe j gos bon porbot bahar Kati khohai opar khoti korise Xeikrne mnuh r population tu u control krbo lgsl
@bchazarika1967
@bchazarika1967 3 дня назад
পণ্ডিত জনৰ মনৰ মাজত থকা পাশবিকটা হে বলি দিব লাগে.। নিস্পাপ জীব জন্তুক নহয়।
@jibanjitdas8340
@jibanjitdas8340 4 дня назад
ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা
@barshadeka3336
@barshadeka3336 9 дней назад
Joy maa kamakhya ..moi vegitarian moi nijoke bhot val feel koru ❤
@user-db7cw6mc9b
@user-db7cw6mc9b 10 дней назад
Garu kata bandha kar agote tar pisat khymakha ahibi
@nandeswarbhumiz8514
@nandeswarbhumiz8514 2 дня назад
Jai kamakha
Далее
Eat finger👆 #magic #comedy #funny
00:10
Просмотров 3,4 млн