Тёмный

📌প্ৰতিশোধ ল’ব মুখ্যমন্ত্ৰীয়ে 

Barta NE
Подписаться 140 тыс.
Просмотров 81 тыс.
50% 1

Опубликовано:

 

29 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 201   
@mridulchoudhury2504
@mridulchoudhury2504 4 месяца назад
অসমৰ প্ৰায়ভাগ মানুহে মুখ্যমন্ত্ৰীৰ মুখলৈ চাই বিজেপি ক ভোট দিয়া নাছিল ভোট দিছিল সৰ্বানন্দ সোণোৱালক চাই
@bhaskarsaikia1236
@bhaskarsaikia1236 4 месяца назад
100%
@protimadutta2890
@protimadutta2890 4 месяца назад
100 %
@binoddutta4714
@binoddutta4714 4 месяца назад
মূখ্যমন্ত্ৰী সোণোৱাল হ'ব লাগে।
@biswajitsonowal5148
@biswajitsonowal5148 4 месяца назад
Himanta,e Karhi lole buli sobei Jane …
@Ariyan-ry9
@Ariyan-ry9 4 месяца назад
সোণোৱাল ক আগতে পুতলা দৰে নচুৱালি
@NeogManoj-nr2vj
@NeogManoj-nr2vj 4 месяца назад
ঘেন্টা কৰিব আমি তাৰ আঁচনি খোৱা মানুহ নহৈ। আঁচনি খোৱা বোৰে ভৈ কৰিব পাৰে আমি নকৰোঁ। নিজৰ টকাৰে খাই আছো। 🙏🙏
@JatinBorah-ji1dh
@JatinBorah-ji1dh 4 месяца назад
Right
@jalaluddinahmed9888
@jalaluddinahmed9888 4 месяца назад
এশ শতাংশ।
@bhaskarsaikia1236
@bhaskarsaikia1236 4 месяца назад
Right
@Nirmal-gr3eu
@Nirmal-gr3eu 4 месяца назад
That's the best response 🙏🙏
@anupamphukan3617
@anupamphukan3617 4 месяца назад
Right
@jibanandachoudhury8859
@jibanandachoudhury8859 4 месяца назад
বেচেৰাই লাজ পাইছে গৌৰৱ জয় হোৱাৰ বাবে
@ruhitdihingia8210
@ruhitdihingia8210 3 месяца назад
লাজ নহয়, উচ্চ বাক্য হজম কৰিব লগা হৈছে বহুতো কাৰণত।
@sanjibbora1789
@sanjibbora1789 4 месяца назад
১২৫০/ ,২০০০/ টকীয়া অন্ধ্ৰ ভক্ত সকলৰহে অসুবিধা হব।আমি আঁচনি লৈ ভয় কৰি ৰাজনীতি নকৰোঁ । চৰু বেছি ভাত খোৱা মানুহ আমি নহয়।
@bhaskarsaikia1236
@bhaskarsaikia1236 4 месяца назад
Hosa kotha
@protimadutta2890
@protimadutta2890 4 месяца назад
হিমন্তক আমি মুখ্যমন্ত্ৰী পতা নাই---সব্বানন্দক খেদি যোৰ যবদস্তি মুখ্যমন্ত্ৰী হৈছে---সেইবাবেই উজনিৰ মানুহে BJP দিবলৈ লৈছে ।
@binoddutta4714
@binoddutta4714 4 месяца назад
একেবাৰে সত্য।
@bijoysaikia1405
@bijoysaikia1405 4 месяца назад
26 ত গৌৰৱ গগৈ জিন্দাবাদ।
@hemandutta4091
@hemandutta4091 4 месяца назад
এজন যোৰহতিয়া হিচাপে মই গৌৰাম্বিত, আৰু,এজন নালাগে ১০,জন হিমন্ত আহিলেও,একো কৰিব নোবাৰে
@rishirajomivaidya5648
@rishirajomivaidya5648 4 месяца назад
Namaz main
@BipulBora-r8g
@BipulBora-r8g 4 месяца назад
বিধানসভালৈ যোৰহাটীয়া সাজু।
@taradoi7957
@taradoi7957 4 месяца назад
মই আশা ৰাখিম আহি থকা নিৰ্বাচন বোৰত যোৰহাটবাসীয়ে বিবেক ভোটেই দিব
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 4 месяца назад
লাচিত সেনা আচলতে যোৰহাট বাসীয়ে হয়। যোৰহাটত অন্ধভক্ত নাই। ফাঁকিবাজি যোৰহাটৰ জনসাধাৰণে ভাল নাপায়। one of the great district in Assam that is Jorhat.
@jalaluddinahmed9888
@jalaluddinahmed9888 4 месяца назад
As well as sivsagar.
@binoddutta4714
@binoddutta4714 4 месяца назад
Right
@gunakantabaruah6243
@gunakantabaruah6243 3 месяца назад
অসম অকল ২ বা তাতোধিক জিলাৰ সমষ্টি নহয়। বহু দকৈ ভবা-চিন্তা কৰা দৰকাৰ। আহোম ৰাজত্বও নাই। বৰফুকনক গুৱাহাটী চাবলৈ দি চাউদাঙৰ ৰাজত্ব চলাবলৈ। ৰজাই প্ৰজা হ'ল। বহু কথাত সামন্ত প্ৰথাৰ অন্ত হ'ল।
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr 4 месяца назад
এই বাৰ বিধান সভাৰ ২০২৬ত যোৰহাটত বিজেপি নিচিহ্ন হব। বিজেপি ত যোগদান কৰা সেই ডলাৰ বগৰীকেইটাক চাবৰ বাবে সাজু যোৰহাট বাসী।
@Ariyan-ry9
@Ariyan-ry9 4 месяца назад
মই ডিব্ৰুগড় পৰা যোৰহাটলৈ গৌৰব ক ভোট দিব বাবে কেঁচুৱা লয়ে গৈছো!
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr 4 месяца назад
@@Ariyan-ry9 বহুত ভাল কৰিলা।গৌৰৱ গগৈৰ দৰে ব্যক্তিৰ আমাৰ অতি প্ৰয়োজন।
@PurnimaBorah-q4m
@PurnimaBorah-q4m 4 месяца назад
মহাশয় ২৬ত আপোনাৰ ওপৰত প্ৰতিশোধ লবলৈ ৰাইজে অপেক্ষা কৰি আছে। আপোনাৰ স্বৈৰাচাৰী শাসন ত ৰাইজ অতিষ্ঠ
@bipulkalita6608
@bipulkalita6608 4 месяца назад
২৬তআকৌ কংগ্রেচত দিব
@ABHILASHRay-u1b
@ABHILASHRay-u1b 4 месяца назад
কিহৰ পৰিণাম এদালো নোম হিলাবো নোৱাৰে
@RinkuDas-oi1fh
@RinkuDas-oi1fh 4 месяца назад
Ki korib
@binoddutta4714
@binoddutta4714 4 месяца назад
উজনিৰ পৰা ২০২৬ মূখ্যমন্ত্ৰী হ'ব।
@pranabdas6502
@pranabdas6502 4 месяца назад
26Congress চৰকাৰ হব আৰু হিমান্ত গ্ৰেপ্তাৰ হব ।
@utpalgoswami1990
@utpalgoswami1990 4 месяца назад
উজনি/নামনি ভাগ কৰিম বুলি নাভাবিব মূখ্য মন্ত্ৰী ডাঙৰীয়া তেনে কৰিলে আপোনাক আমি সুদায় এৰি নিদিম । অসমখন আপোনাৰ চুৰি কৰি গোটোৱা মাইকীৰ সম্পত্তি নহয় নাজানেনে ? অসমীয়া
@ZenithEnigma-h4p
@ZenithEnigma-h4p 4 месяца назад
এইটো শাসনত থকা লৈকে অসমৰ মানুহ কেতিয়াও শান্তিত থাকিব নোৱাৰে। গাদী খন বচাই ৰাখিবলৈ ই যিকোনো পৰ্য্যায়লৈকে যাব পাৰে।
@funnyshots461
@funnyshots461 4 месяца назад
সৰ্বানন্দ ছাৰক লেং মাৰি আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰাই অসমবাসীয়ে পৰিনাম ভুগিয়ে আছে আৰু নু কি ভুগিব। আপুনি অলপ ৰেষ্ট কৰক মানসিক ভাবে সুস্থ হৈ লওক বেলেগ দায়িত্ব দি আপুনি কেইদিন ৰেষ্ট কৰক ডাঙৰীয়া।
@manikamanika6722
@manikamanika6722 4 месяца назад
Right
@dolungkoofficial7300
@dolungkoofficial7300 4 месяца назад
Congress zindabad 🎉🎉❤❤
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 4 месяца назад
মামাৰ পৰিচয় নিজাকৈ মূখ্য মন্ত্ৰী হ'বলৈ নোৱাৰে
@miganggegongolumpegu9669
@miganggegongolumpegu9669 4 месяца назад
26 নাথাকে বি জে পি
@gunakantabaruah6243
@gunakantabaruah6243 3 месяца назад
অসম আকৌ কঙগেছৰ আমুলত।মুল সাৰাংশ। যদি আমি চাও দুৰ্নীতি ও উন্নয়ন তাত বহু বয়বধান হ'ব। মানুহৰ থলুৱা নিবাসীৰ প্ৰভুত্ব লোপ সম্পদ লুণ্ঠন আদি এশ এবুৰি সমস্যা তল পৰিব।বগলী ৰজা হ'ব। অসমীয়া মাছ হ'ব।চলে বলে মুখৰ মাত চিৰদিনলৈ বন্ধ হ'ব। অসমীয়াই নিয়ায় বিচাৰি চৰ খাবৰ উপক্ৰম হ'ব। তেতিয়া এই বাতৰি কামত লাগিব।
@duluduttadulu2138
@duluduttadulu2138 4 месяца назад
হিমন্ত জনসাধাৰণৰ নেতা হয নে নহয় কাৰণ যোৰহাটৰ ৰাইজক ফল ভোগ কৰিবলৈ কৈছে গতিকে যোৰহাটেও হিমন্ত ক ওফৰাই দিব লাগে
@Bkmovie-q4i
@Bkmovie-q4i 4 месяца назад
ৰাইজ ডাঙৰ নে ৰজা ডাঙৰ দৰকাৰ পৰিলে হিমন্ত বিশ্ব শৰ্মা নামটো অসমৰ ইতিহাসৰ পৰা মচি পেলাব ৰাইজে এইবোৰ কৰি লাভ নাই
@papuchetia4751
@papuchetia4751 4 месяца назад
উজনিত বিজেপিৰ বিৰুদ্ধে আন্দোলনকাৰীৰ সংখ্যা বেছি।
@PabitraPhukan-py2xu
@PabitraPhukan-py2xu 4 месяца назад
২৬ত অসমৰ পৰা বিদায় দিম বিজেপিক
@S.K.dutta.2024
@S.K.dutta.2024 4 месяца назад
2026 ত ভালকৈ বুজি পাব, উজনি অসমক কৰা অন্যায় ৰ প্ৰতিফল ।
@saralmonineog7403
@saralmonineog7403 4 месяца назад
❤ Gaurav GoGoi ❤ jindaabaad
@parthaprotimbora368
@parthaprotimbora368 4 месяца назад
Congress zindabad
@bituborah6874
@bituborah6874 4 месяца назад
Congress jindabad..
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr 4 месяца назад
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ❤❤❤
@mamoniborah8809
@mamoniborah8809 4 месяца назад
যোৰহাটৰ ৰাইজে মুখ্যমন্ত্ৰী লৈ ভয় নকৰে। ২০২৬অত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব।
@jituborah5788
@jituborah5788 4 месяца назад
সুন্দৰ
@basantaborgohain5372
@basantaborgohain5372 4 месяца назад
জালুকবাৰী এৰি আপুনি এবাৰ ওপৰৰ ফালে নিৰ্বাচন খেলক , আপুনি জিকিবই।😂
@binasutradhar8320
@binasutradhar8320 4 месяца назад
মুখ্যমন্ত্ৰীয়ে কেতিয়াবা গছত গৰু উঠা কথা কয়। এই বোৰৰ কাৰনে bjp লাহে লাহে তল পৰি গৈ আছে।
@GuruGiyan-sg1wb
@GuruGiyan-sg1wb 4 месяца назад
BJP Sarkar jindabad Yogi jindabad Modi jindabad Hemanta Biswas Sharma jindabad
@binoddutta4714
@binoddutta4714 4 месяца назад
অসমৰ ভিতৰতে ১নং স্থান যোৰহাট গতিকে যোৰহাটৰ ৰাইজে বিবেকক প্ৰাধান্যতা দিয়ে আৰু দিব।
@mgvlogs9797
@mgvlogs9797 4 месяца назад
2026 চনত বিদায় বিজেপি
@user-ko9ie1gk9s
@user-ko9ie1gk9s 4 месяца назад
গৌৰৱ গগৈ নামৰ নক্ষত্ৰৰ সন্মুখত বাকীবোৰ পপীয়া তৰা।
@BiplobhatiBaruah
@BiplobhatiBaruah 4 месяца назад
মামাৰ চৰকাৰখন হেৰাই গ'লে কি কৰিব।
@babuldas3245
@babuldas3245 4 месяца назад
Bjp go back
@janardonbora2795
@janardonbora2795 4 месяца назад
যোৰহাটবাসীয়ে হিমন্তক চকীৰ পৰা আঁতৰাব সোনকালে
@User360iskon
@User360iskon 4 месяца назад
Ami dhekeri himantak esaka dim
@malabikagogoi1328
@malabikagogoi1328 4 месяца назад
উজনি মানুহে মামাক ভাল নাপায়
@NabadeepGogoi-mn2ys
@NabadeepGogoi-mn2ys 4 месяца назад
ঘেণ্টা আচনি দিছে ঠিকেই, ১২০০ টকাই এমাহ ৪জনীয়া পৰিয়াল এটা চলিবনে, ৫কেজি চাউলৰে এজন মানুহৰ এমাহ যাবনে, আলু, পিঁয়াজ, মচুৰ, মিঠাতেলৰ দাম কিমান হৈছে, শাক পাচলি কথা নকওৱে,এইবোৰৰ কথামুখ্যমন্ত্রী য়ে এবাৰ ভাবি চাইছেনে ? সেইবোৰ আচনি কথা আশা কৰি খাই থকা নাই ৰাইজে, কষ্ট কৰি উৰ্পাজন কৰিছে, মুল্য বৃদ্ধি কৰি নিজেই টকা পাহাৰ কৰিলে
@UNIVERSALENTERTAINMENT-bx3nq
@UNIVERSALENTERTAINMENT-bx3nq 3 месяца назад
যোৰহাটৰ আধাভাগ মানুহ বানপানীত পীড়িত বানপানীত ডুবি থাকে , নৈৰ ওপৰত দলং নাই , প্ৰায় সকলো গাওঁৰ পদুলিবোৰ কেচাঁ বোকাৰে ভৰা 😢 , গাওঁত চৰকাৰী চিকিৎসাৰ ব্যৱস্থাই নাই , খোৱাপানী থলগিৰী মানুহৰ কেৰাচিন তেল বন্ধ , বিদ্যৎ সংযোগ নাই , পকীঘৰ নাই , পাঁচকেজি চাউলে ত্ৰিশ দিনলৈ খাবলৈও নোজোৰে বজাৰত দোকানত প্ৰয়োজনীয় বস্তুৰ জুইৰ দৰে দাম গতিকে বহুতে ভোট দিব গৈয়েই নোৱাৰিলে ………
@HirakDas-q7t
@HirakDas-q7t 4 месяца назад
1200toka di raijor pora ,3000loise dam borhai,raije buji pabor hol..asoni nalage sakori laage...
@abhilashamainavlogs3241
@abhilashamainavlogs3241 4 месяца назад
তোক অসমৰ ৰাইজে মূখ্য মন্ত্ৰী পতা না‌ছিল
@mamusumon5933
@mamusumon5933 4 месяца назад
যোৰহাটৰ মানুহে নিজৰ বিবেকেৰে ভোট দিয়ে
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr 4 месяца назад
Gaurav gogoi zindabab
@saddakahmed6481
@saddakahmed6481 4 месяца назад
এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ 2026ত...
@eattravelexplorewithmigang1377
@eattravelexplorewithmigang1377 4 месяца назад
কৰ্মচাৰীক যিমানে হাৰাশাস্তি দিব সিমিনে ভোট কমিব
@bijusaikia5372
@bijusaikia5372 4 месяца назад
কমেণ্টবিলাক চালো । ভাল লাগিল যদিও এটা কথা - - " মন তিৰীক এনেকৈ জাৰণ দিয়াটো ভাল লক্ষণ নহয় "
@ranobasumatary7206
@ranobasumatary7206 4 месяца назад
Laj lagise
@RajuAli-j8e
@RajuAli-j8e 4 месяца назад
একো কৰিব নোৱাৰে
@anilborah8375
@anilborah8375 4 месяца назад
কিয়, হিমন্তৰ আদেশত দেশ নচলে,,, ৰাইজৰ. মতত হে দেশ চলিব
@Catsviralz
@Catsviralz 4 месяца назад
Himantar beya din arambho hoi gol, jiman pap korile atia tar fol bhugibo
@iyaruddinalli4623
@iyaruddinalli4623 3 месяца назад
Rajyot santi dibo nowara netar proyojon nai good decision of Jorhat basi
@chandrasekharsarmah3010
@chandrasekharsarmah3010 4 месяца назад
Development activities needs prioritize over creating a separate class of opportunist. Peoples are not fool.
@amritborah4276
@amritborah4276 4 месяца назад
Mama r razniti upper Assam t nosole. Mama etihas hob upper Assam t
@mukub3040
@mukub3040 4 месяца назад
Operation sar-khar ..outcome
@অসমীয়াhindu6777
@অসমীয়াhindu6777 4 месяца назад
That's Good
@apurbadas4151
@apurbadas4151 4 месяца назад
উজনিৰ আহোম সকলে সুবিধা ভৰি ভৰি পাই,,বাকি কোনে পাই??? মৰান, মটক, দাস, মিচিং, কোচঁ কোন সকলৰ কেইজনে cm হ'ব পাৰিছে!!! সকলো সুবিধা আহোম সকলে অসমীয়া অসমীয়া বুলি কৈ বাকি জনগোষ্ঠীৰ মাথাত কথাল ভাঙি খাই থাকে!!! আহোমৰ বাদে বাকি জনগোষ্ঠীৰ উত্তৰন হোৱা নাই আজিলৈকে!! গৌৰব গগৈ, লুৰিন গগৈ, অখিল গগৈ মানে ইহঁতৰ পাৰ্টিৰ মানুহ জিকিলে majbut হ'লে গগৈ cm হ'ব,,, বিজেপি জিকিলে আহোম মানুহ cm অৰ দৌৰত নাই সেই কাৰনে আহোমৰ উজনি -নামনি ৰাজনীতি...,!!! যাতে সিহঁতে সুবিধা খিনি লৈ থাকিব পাৰে!!! #অখিল গগৈৰ পাৰ্টিৰ পিছৰ মানুহজন মৰান নে মটক?? লুৰিন গগৈৰ পিছৰ মানুহজন মৰান নে মটক??? কিয় অখিল লুৰিন, গৌৰবে সিহঁতৰ পাৰ্টিৰ মানুহক আজিলৈকে মৰান-মটক সকলৰ এজনক সভাপতি পাতিব পৰা নাই?????
@raktaborah983
@raktaborah983 4 месяца назад
Thik, kintu homuh raije Ahom he bisare, kionu raja-maharajar r dinor porai Ahom r legacy aase bhalke raj xahon soluwar. Ahom xahon t bohile hokoluke homan sokure sabo pare. (By the way I m not Ahom)
@apurbadas4151
@apurbadas4151 4 месяца назад
@@raktaborah983 700 bsr koch Or ase history,,!!! Tahatk kio upper assamot subidha nidiye????
@nitulgogoi9260
@nitulgogoi9260 4 месяца назад
হিমন্ত লৈ ভয় নকৰো আমি
@HemangaBoruah-rc4xo
@HemangaBoruah-rc4xo 4 месяца назад
আজিলৈকে কোনো আঁচনি নামত ফুটা কৰি এটাও পোৱা নাই। একো ভয় নকৰোঁ।
@apurbabhuyan8121
@apurbabhuyan8121 4 месяца назад
Himanta Only 143
@puspadhardowarah1932
@puspadhardowarah1932 3 месяца назад
যোৰহাট বাসীৰ গাৰ নোমডালো নিহিলে!অহা ২০২৬ত বিজেপিক একেবাৰে উৎখাত কৰাৰ চেষ্টাত আছো।বিজেপিৰ নেতাবোৰে/চৰকাৰে যোৰহাটবাসীক/অসমবাসীক জীয়াই ৰখা নাই।নিজৰ খাই জীয়াই আছে।বেলচাৰে নি চামুচেৰে দিয়াটো জনসাধাৰণে চাই আছে।
@hemantakumarnath7937
@hemantakumarnath7937 3 месяца назад
আমি ইতিহাসলৈ মন কৰিব লাগে ভালকৈ সকলো জাতীয়তা প্ৰেমী অসমীয়াই ৬বছৰীয়া আন্দোলন কিহৰ বাবে কৰিছিলো একমাত্র অসমক কংগ্ৰেছে ৰুইযোৱা আৰু এতিয়া বৰগছ হোৱা বাংলাদেশীৰ পৰা পৰিত্ৰাণ অসমীয়াই পৰিত্ৰাণ পাবলৈ নহয় জানো? কাহানিও নাপায় কাৰণ কংগ্ৰেছ আৰু বাওঁপন্থী হতে সিহতক এতিয়াও ভৰণ পোষণ দি আহি আছে । এই ক্ষেত্ৰত গৌৰৱ গগৈয়ে মাত মাতিবনে ? নে পৈত্ৰিক পাৰ্টিয়ে অসমীয়াৰ ক্ষেত্ৰত কৰা পাপৰ প্ৰায়চিত্ত কৰিবলৈ আগবাঢ়ি আহিব ?
@BituponSaikia-bx5ox
@BituponSaikia-bx5ox 3 месяца назад
Mama Jorhotia raij hoi .....Nababibo apuni bhobar dore hobo....Nijor gadi rokari sinta kork....
@nitulgogoi9260
@nitulgogoi9260 3 месяца назад
কি দাল কৰিব হমন্তয়ে যোৰহাট বাসিক একো কৰিব নোৱাৰে ধুৱা সাপে ইনেয় ফুছ ফুছায় থাকে দম আছে কি কৰে কৰি দেখুৱাওক
@chandanbora7097
@chandanbora7097 4 месяца назад
😂😂😂.....jorhat bhagya vidhata mama ....tumi ki vabisa....choki heruwar bhoi e xuwa khuwa heraise nay ki?
@ProdipBorahProdip
@ProdipBorahProdip 4 месяца назад
Amak nuaribo
@sahilhoque1645
@sahilhoque1645 4 месяца назад
যোৰহাটত অৰুনোদই আঁচনিৰ পইচা বঢ়াব লাগিব হিমন্ত ছাৰ
@BarunBaruah-zf7vd
@BarunBaruah-zf7vd 4 месяца назад
Aami apuner aasoni powa nai beya pabo nalage
@mofijali4108
@mofijali4108 4 месяца назад
গৌৰব গৈগৈ ২৬ মূখ্য মনতী হব গৈ
@Habontika
@Habontika 4 месяца назад
Manu jak val pai take dibo ajie kali Manu achani lub nkore
@sweetchildhood3479
@sweetchildhood3479 4 месяца назад
Congress sarkar holy Bora valo jaba. Ame hindi muslim sabay akay logsy thakim. Ujonir sowale ame muslim borsyo beya pateba parem. Gaurav sir zindabad. Jate ojate kore love nai.
@raktaborah983
@raktaborah983 4 месяца назад
​@@sweetchildhood3479 🚩🚩🚩 Noted 4 communal violence comment. U ll be sue.
@NakulGogoi-m7h
@NakulGogoi-m7h Месяц назад
Gaurob gogoi cm nichit,
@rishirajomivaidya5648
@rishirajomivaidya5648 4 месяца назад
Jorhat aku develop nkoribo sob jgah develop korok except nagaon and jorhat...sob asoni bondho korok....
@dipkumardas2126
@dipkumardas2126 4 месяца назад
মহাশয় ড়িঙিৰ পৰা গামোছাখন নমাই ল, ওক, শোভা পোৱা নাই ।
@RobingogoiRobingogoi-k4h
@RobingogoiRobingogoi-k4h 3 месяца назад
Himantai jorhat bakhik akudal kariba nuware himantai amak khuwai pindhai thaka nai
@gargigogoi2671
@gargigogoi2671 3 месяца назад
dekha jabo
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 3 месяца назад
২৬ তযোৰহটিয়া ৰূপ দেখিব
@kalpanadutta2269
@kalpanadutta2269 4 месяца назад
প্ৰতিশোধ লবলৈ ভোট দিব লাগে জানো
@HirakDas-q7t
@HirakDas-q7t 4 месяца назад
sarkar aahi thake goi thake ,asoni di manuhkhinik alehuwa nokoribo,,sarkar karo sirosthayee nhy,,asoniyo khontekiya matro....
@nowshadali5389
@nowshadali5389 4 месяца назад
কাম নহব উজনিত
@chandanbora7097
@chandanbora7097 4 месяца назад
Interceptor dukhon man rastat besikoi eri jorhatot voi khuwaba sage aru beleg ki dali koiba tumi ...... Bad diya hey mama
@rintubordoloi7217
@rintubordoloi7217 4 месяца назад
2026 tu aami Congress te vote dim
@gautamsarma8897
@gautamsarma8897 3 месяца назад
Jorhatat aeko kariba nalage.
@dreamShddch
@dreamShddch 4 месяца назад
মুখ্যমন্ত্ৰীৰ চৰিত্ৰ আৰু বুজিবলৈ আৰু বাকী নাই।মানুহেই নে মুখ্যমন্ত্ৰীজন?
@shankarborah4050
@shankarborah4050 4 месяца назад
Mama jate akow congresst ahibo nuare.
@jibongogoi6940
@jibongogoi6940 4 месяца назад
তই একো নোম এডালো লৰাব নোৱাৰ উজনি অসমত l 2026 চনত গৌৰব গগৈ অসমৰ মুখ্যমন্ত্ৰী হব l তই বিৰোধী পক্ষ ৰ আসনত বহিবলৈ সাজু হৈ থাক l
@PranjalHazarika-nx7vo
@PranjalHazarika-nx7vo 3 месяца назад
Jorhat baxi'e xomogro Axom baxi'r soku khuli dibo 2026.t...wait n watch...
@prasantadas984
@prasantadas984 4 месяца назад
Ujonir raij haju hoi ase Congress anibole.aponi cm sir haju howk sakopani tokibole.atia jiman pare enjoy kori lowk.
@nirmalibora-dy6cu
@nirmalibora-dy6cu 4 месяца назад
Jorhat bashik subhessa janalo bibek vor di ganatant rakhyar jak vot di jaee karale aaji bhatbarsar birodhir dalapati hal.lagate g gogoi loi o subhessa thakil.aagantuk dint jorhat bashi aardrsha sakloa graha kare seia kamana karilo.
@debasishbora7611
@debasishbora7611 4 месяца назад
Aku nai 1.5 yr kosto kori thakim aru
@yogeshborpatragohain6775
@yogeshborpatragohain6775 3 месяца назад
26 ot jail Saroda mama
@bitukonwar2116
@bitukonwar2116 4 месяца назад
26 ত দেখা যাব, কৰ পানী কলৈ যা‌য়, হাৰিছে মাছ বিলতহে আছে।।
@gutungdipakpegu2134
@gutungdipakpegu2134 4 месяца назад
মুখ্য মন্ত্ৰী ঈশ্বৰ নে কি ??
@hamantagogoi8904
@hamantagogoi8904 4 месяца назад
Khottam...taa taa...bye bye.. 🤣🤣
@SanjoyDas-v5k
@SanjoyDas-v5k 3 месяца назад
Jorhat khn government nohi public r
@lokheswarronghang607
@lokheswarronghang607 4 месяца назад
Mone hoja news
Далее