📌যেন উভতি আহিছে ভিতালী দাস। 📌বিহু গীত বুলি ক'লেই আমাৰ মনলৈ আহে সৌ সিদিনা আমাৰ মাজৰ পৰা হেৰাই যোৱা ভিতালী দাসৰ কথা।📌ভিতালীৰ সেই কণ্ঠ যেন আকৌ উভতি আহিছে।📌ভিতালী দাসৰ জীয়ৰি কমলিকা কাশ্যপৰ কণ্ঠ শুনিলে আপোনালোকৰো মনত পৰিব ভিতালী দাসলৈ।
26 авг 2024