আজিকালি ST বোৰক সকলে দৌৰিব দিয়ে ৷ obc, MoBC, genera. Sc বোৰে ST ৰ লগত পাওা নাপায় Down হৈ যায় বোলে সেই কাৰণে ST ক বেলেগকৈ দৌৰিব দিয়ে ৷ জয় আই অসম ৷ জয় আই আমাৰ ST 95% আমাৰ ST পাঁওক তাৰে কামনা কৰিছো ৷ মই তাৰে নিজ স্বয়ং সাক্ষী ৷ ST 16 জন সোমালে জেনেৰেল ২ টা 3টাহে কোনোমতে সোমাব পাৰে ৷