Тёмный

🚨 Media ৰ বাবে গাঁতৰ পৰা ওলাল চুমি! 

Satya - The Truth India
Подписаться 901 тыс.
Просмотров 273 тыс.
50% 1

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2,8 тыс.   
@mitalideka456
@mitalideka456 6 дней назад
ধন্যবাদ মিডিয়া আৰু ধন্যবাদ আপোনাকো।এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰিবই লাগিব।নহলে অপৰাধত সমাজ ধ্বংস হ'ব চোন।
@samarcarromgaming2626
@samarcarromgaming2626 5 дней назад
Sumi ye media r lagat Luka vaku khelixe...polowa nai😅
@bulumoninath6956
@bulumoninath6956 6 дней назад
মিডিয়াৰ কাৰনেহে চুমী ধৰা পৰিল।আৰক্ষীয়ে কি কৰিলে।মিডিয়া জিন্দাবাদ ।আপুনি সঁচা বাতৰি পৰিবেশন কৰে
@user-gp7rn6uf1m
@user-gp7rn6uf1m 6 дней назад
একেবাৰে সঁচা কথা কৈছে আপুনি ।আপোনাক বহুত বহত ধন্যবাদ ।চুৰুনি জনী আজি ধোৱা তুলসীৰ পাত হবলৈ গৈছে ।
@jupitara7619
@jupitara7619 5 дней назад
100% right... Assam police এ চুমিক ধৰিবলৈ বা আত্মসমৰ্পন কৰোৱাবলৈ একো পদক্ষেপ হাতত লোৱা নাই। তাই আত্মসমৰ্পন কৰিবলৈ বিচাৰিছে একমাত্ৰ মিডিয়াৰ প্ৰচাৰৰ বাবে। advocate জনো মিডিয়াৰ বাবেই তাইক আত্মসমৰ্পন কৰাৰ পৰামৰ্শ দিবলৈ বাধ্য হৈছে।
@jhoondeka8568
@jhoondeka8568 5 дней назад
Atanu daa, ভাল কাম কৰিলে, সমাজৰ এনে মুখা পিন্ধা কলংক সকলক চিনাকি কৰি দিয়া আপোনালোকৰ নিৰপেক্ষ দায়িত্ব,। U R right
@juneborah
@juneborah 6 дней назад
আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। আইনৰ সুৰুঙাৰে বাছি জাব নিদিব চাৰ ।
@subhashchoudhury8470
@subhashchoudhury8470 6 дней назад
সত্য কথা কৈছে ।ধন্যবাদ অতনু ভূঞা ।
@kuntalasharma8390
@kuntalasharma8390 6 дней назад
Aaine ji kore koribo tumar hatot ain nai.
@pink2764
@pink2764 6 дней назад
True kotha koise kintu aitu val buli kobo niki
@pink2764
@pink2764 6 дней назад
Ahpunak val buli koisu..
@sangeetahazarika7957
@sangeetahazarika7957 5 дней назад
​@@kuntalasharma8390karu hatot law nai kintu khasa katha kuwar adhikar aase.aapunar dukh lagiboloi ki aase he o aapuni saage sumi borak palaaboloi rashta dekhuisil🤣🤣🤣
@priyankasarma4717
@priyankasarma4717 6 дней назад
আপোনাক ধন্যবাদ জনাইছোঁ ❤। সত্য খিনি কোৱা বাবে . Salute sir......
@lakshyajitkakati6979
@lakshyajitkakati6979 5 дней назад
সত্যৰ পথত অগ্ৰসৰ হোৱাতো কঠিন। ধন্যবাদ সংবাদ মাধ্যম।
@navajyotisarmah2033
@navajyotisarmah2033 5 дней назад
আমি স্বীকৃতি দিছোঁ। সাংবাদিক হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ বাবে ধন্যবাদ।
@pranjalpratim2335
@pranjalpratim2335 5 дней назад
এইজনিক যাতে দ্বিতীয় বাৰলৈ অসমৰ ৰাইজে মঞ্চত উঠাই গামোচা নিপিন্ধাই যেন। ৰাইজে এইবোৰক একেবাৰে বহিষ্কাৰ কৰিব লাগে। অসমত ইহঁতৰ দৰে মানুহক দ্বিতীয় সুযোগ নিদিয়ে যেন। ধন্যবাদ। 🙏
@kalpanahazarika9439
@kalpanahazarika9439 5 дней назад
Thik 👍
@ratneswartamuli4215
@ratneswartamuli4215 5 дней назад
Wait n see. U will find yourself in wrong footing. Rathet ask why Dikshu, the singer not yet arrested while two youth from Golaghat already arrested for the same fault !!!
@himangshubaruah1440
@himangshubaruah1440 6 дней назад
অতনুদা জিন্দাবাদ
@PrabalAmphili-zr4he
@PrabalAmphili-zr4he 6 дней назад
Poisa xakh hol j xaekarne ulaise....jodi atiya le poisa thoka hoi aru 2din man thakil hoi
@rawworld6542
@rawworld6542 6 дней назад
সাপক বিশ্বাস কৰিব পাৰি কিন্তু সাংবাদিক ক বিশ্বাস কৰিব নোৱাৰি।
@chiranjibrajbongshi5593
@chiranjibrajbongshi5593 5 дней назад
​@@PrabalAmphili-zr4he atcha apuni jane mane
@Pinuri2222
@Pinuri2222 5 дней назад
Gaatar para nigoni ulal 😂 julungar mekuri ulaai poril🤣
@Lil___JOY___
@Lil___JOY___ 5 дней назад
Atanu daar ba kiman poisa dubil 😂😂😂
@user-wr2ps9ks2z
@user-wr2ps9ks2z 6 дней назад
Great sir.. apunar journalism k bohut shradha janaisu..prokit journalist apuni 🙏🙏❤️❤️
@sarataxom1651
@sarataxom1651 5 дней назад
👏👏👏👏👏বাঃহ অতনু দা কি সুন্দৰ কৈ ঠেকেচি দিলে এজনী প্ৰবঞ্চকক মন ভাল লাগি গল
@Giantstar-Education
@Giantstar-Education 5 дней назад
That's the power of Assam Media ❤ Proud of you Sir 😎
@dipakbaruah8987
@dipakbaruah8987 6 дней назад
চুমীৰ এই নাটকখন বিশেষকৈ আপোনাৰ কাৰণে ইতি পৰিল, চুমীই চকু মুদি মেকুৰীৰ দৰে গাখীৰ খাই আছিল, তাই গাখীৰ খোৱা কোনেও দেখা নাই বুলি ভাবিছিল, সেই বাবে ভূঞা ছাৰলৈ ধন্যবাদ জনালোঁ ।
@amalchandrasarmah2849
@amalchandrasarmah2849 6 дней назад
Salute অসমৰ সকলো সঙবাদ মাধ্যম লৈ আপুনি একেবাৰে সত্য কথা কৈছে আপোনালোক নহলে এনেকৈ সাৰি গ'ল হয়
@dilipkardong4342
@dilipkardong4342 5 дней назад
Good news 9
@KhanindraBarman-vg2sf
@KhanindraBarman-vg2sf 6 дней назад
সঁচা কথা । ধন্যবাদ সংবাদ মাধ্যম
@nimishasaikia2897
@nimishasaikia2897 5 дней назад
সংবাদ মাধ্যম জিন্দাবাদ
@Dikshya22346
@Dikshya22346 5 дней назад
ধন্যবাদ সাংবাদিক সকল। তুমিয়ে শাস্ত্ৰী পাব লাগে
@jadrishidutta5544
@jadrishidutta5544 5 дней назад
আমি এটাই আশা কৰো সত্য কথা টো আপোনাৰ লোকে উলিয়াই থাকিব, পুলিচৰ ওপৰত মানুহৰ বিশ্ব াস নাই কিন্তু মিডিয়া ৰ ওপৰত আছে ধন্যবাদ অতনু দা
@anupams980
@anupams980 5 дней назад
আইও দেহি, ২০০০ কোটি টকা খাওঁতে মনত নপৰিল এই কথা
@mixbloger3306
@mixbloger3306 5 дней назад
Sla Sumi r atiya natok
@Bhargabdeka-y5i
@Bhargabdeka-y5i 6 дней назад
জেলৰ ভিতৰত ভোজপুৰী নৃত্য কৰি থাকিব পাৰিব দে। অসম ৰাইজে কেতিয়াও যাতে বাইদেউ নৃত্য না চায় তাৰে অনুৰোধ
@jkAxom
@jkAxom 6 дней назад
😂
@jayantachamuah1857
@jayantachamuah1857 5 дней назад
Mojja
@pankajmujundar455
@pankajmujundar455 5 дней назад
সংবাদমাধ্যম জিন্দাবাদ।
@lekhangayan2037
@lekhangayan2037 5 дней назад
আহ ঐ আহ নিৰ্দোষী যে ধৰা দিব।আহ ঐ আহ ,আহ ঐ আহ চুমীয়ে ধৰা দিছে আহ ঐ আহ ,চা ঐ চা চুমি ডিঙিত হীৰা ৰ চেইণ্ নাই চা ঐ চা । ধন্যবাদ সাংবাদিক ,ধন্যবাদ সাংবাদাতা ,আপোনালোকৰ প্ৰচেষ্টা ত চুৰুণী চুমীৰ আত্মপ্ৰকাশ।
@shilpasaikia6876
@shilpasaikia6876 6 дней назад
আপোনালোকে যে এৰি নিদিলে তাৰ কাৰণে অশেষ ধন্যবাদ।।। বাকী চুমি বাইদেউক আগৰ পৰাই ভাল নালাগে একেবাৰেই।এতিয়া ৰাইজে বা কি কয় এইখন নাটক ৰ বিষয়ে
@susilsarmah4429
@susilsarmah4429 5 дней назад
Bor val lagil news 2su ni
@parthapratimborah5564
@parthapratimborah5564 6 дней назад
শেষ পয্যায় লৈকে দাদা বাতৰি পাই থাকোঁ যেন। শাস্তি নোপোৱা লৈকে
@apurbaborha3621
@apurbaborha3621 6 дней назад
অসমীয়া সকল বৰ দয়ালু , অলপ কঠোৰ হ ওক , এই জনীক ক্ষমা নকৰিব ।
@anukulkalita1605
@anukulkalita1605 5 дней назад
Nokoru
@sunitabarhakur-kq2tv
@sunitabarhakur-kq2tv 5 дней назад
Crocodile tears 😢 very good acting 👌👌 😂 😅
@dhimanjuti
@dhimanjuti 5 дней назад
Never trust a girl with tears😂🗿
@ChoniMoran
@ChoniMoran 5 дней назад
Anekuwa suali bohut ase sob nohoi
@ChoniMoran
@ChoniMoran 5 дней назад
bohut anekuwa luviya suali dekhisu ji suali nojir sob di diye toka bade sob nohoi bohut ase
@junudeka2295
@junudeka2295 5 дней назад
লুনথন কৰা টকাৰে বিযা পাতোতে মানসিক হাৰাশাস্তি নহয়, এতিয়া জোলোঙাৰ মেকুৰী ওলোৱাৰ বাবে সংবাদ মাধ্যমে মানসিক হাৰাশাস্তি কৰা বুলি কৈছে , মহা দগাবাজ ছোৱালী, আপোনাক ধন্যবাদ
@dulumonithengal2467
@dulumonithengal2467 4 дня назад
আপোনাক ধন্যবাদ চাৰ অসমত যে এচাম খকুৱা পুলিচ আছে সিহঁতক পুলিচ বুলি কবলে লাজ লাগে। আৰু চুমিয়েও নাজানে যে চাপৰি যোৱাতোকে খোজা হৈযোৱা বুলি।
@himangshubaruah1440
@himangshubaruah1440 6 дней назад
বেয়াক পশ্ৰয় নেদিয়ে অতনু দাই,অসমৰ ৰাইজক আপুনিহে প্ৰকৃততে এই লুন্ঠনৰাজৰ পৰা ন্যায় দিব,, ধন্যবাদ দাদা
@ProBoys-jf7lx
@ProBoys-jf7lx 6 дней назад
এইজনীক অসমীয়া ছীনেমাৰ পৰা বাহিৰ কৰী দিব লাগে‌ অসমৰ ৰাইজক‌ অকৰা বনাব আহিছে
@moonmahanta8658
@moonmahanta8658 6 дней назад
দিব লাগে নহয় | কেতিয়াবাই আমি দিছো |
@boonsaikia8526
@boonsaikia8526 6 дней назад
Kot nu cinema gal korisil????
@himadrimazumdar9980
@himadrimazumdar9980 6 дней назад
Hsa. Ami eijonir eko kam nasale ene u nuare ru tai uthibo.
@TusharPoemReciter
@TusharPoemReciter 6 дней назад
Akhon cinema kobo sun tair
@debosarma2728
@debosarma2728 5 дней назад
Ai jonik dhora aru jlot humua jolde
@MamuBorah-l7k
@MamuBorah-l7k 6 дней назад
অতনো দা একদম্ right salute আপোনাক । আমি আপোনাৰ লগত মানে "সত্যৰ" লগত আছোঁ
@Dilpigogoi
@Dilpigogoi 5 дней назад
ধন্যবাদ সংবাদ মাধ্যম 👍👍👍
@tulumonisarmah1775
@tulumonisarmah1775 5 дней назад
ধন্যবাদ সঙবাদ মাধ্যম🙏🙏🙏
@dipabhuyan2805
@dipabhuyan2805 6 дней назад
সঁচা কথা কৈছে। আপোনাৰ সাংবাদিকতাৰ ওপৰত বিশ্বাস আছে সেয়েহে আজিকালি আমি 'সত্য' চাবলৈ লৈছোঁ। আমাক সত্য বাতৰি লাগে।
@belidevichoudhury6608
@belidevichoudhury6608 6 дней назад
Right sir
@SinkuKalita-l4d
@SinkuKalita-l4d 6 дней назад
সচাকথা কৈছে নহলেতাইবেতি‌ফৰেনত‌ গৈ থাকিলে হয়।
@bableebora5838
@bableebora5838 5 дней назад
Right sir
@bhargabdeka4877
@bhargabdeka4877 6 дней назад
Great question / speech from atunu da... Always with you
@beenapanisaikia2930
@beenapanisaikia2930 5 дней назад
অধিবক্তা আৰু প্ৰশাসনৰ মানুহো চুমি পলোৱাত সহায় কৰিছে ।
@jugalkishorsarma3510
@jugalkishorsarma3510 5 дней назад
পইছা লোৱাটো যিমানে অপৰাধী সিমানে অপৰাধী পইছা দিয়াবোৰ। বাকী অপৰাধীয়ে সোনকালে আইনগত শাস্তি পাব লাগে।
@abanidas6895
@abanidas6895 6 дней назад
ভাল কথা কৈছে। সত্য কথা। লাজ আৰু ভয় এই দুটা ভূতে সিহঁতক খেদি ফুৰিব।
@debojitsharma8474
@debojitsharma8474 6 дней назад
গাতৰ পৰা ওলোৱা এজনী যখিনী বাই । মেকাপৰ বক্সটো কত ৰখাছা হে ।
@kushalkalita7921
@kushalkalita7921 6 дней назад
Mackup to বিজেতা ই দিৱ
@ProBoys-jf7lx
@ProBoys-jf7lx 6 дней назад
suruni gator pora ulabo 😂
@indirabhuyan6759
@indirabhuyan6759 5 дней назад
সঁচা কথা ধন্যবাদ সংবাদ মাধ্যম❤❤❤
@bipulborah4960
@bipulborah4960 5 дней назад
অতনু ডাঙৰীয়া চেলুট , আপোনালোকৰ কৰ্তব্য আপোনালোকে কৰি যাওঁক , দেশৰ ৰাইজ আপোনালোকৰ লগত ... ! 👍👍👍
@Ustaad-d6u
@Ustaad-d6u 6 дней назад
ওলাল ওলাল ওলাল ৰেনদী ওলাল 😂😂
@KamalKalita-wu5fm
@KamalKalita-wu5fm 6 дней назад
😂😅😊 rendi olal
@boonsaikia8526
@boonsaikia8526 6 дней назад
Notti joni jailot ground star hotel ot thakibo lagibo, tik tok sakki pising shooting start hobo.
@Ustaad-d6u
@Ustaad-d6u 6 дней назад
@@boonsaikia8526 hoi😂😂
@Ustaad-d6u
@Ustaad-d6u 6 дней назад
@@KamalKalita-wu5fm 😂😂
@SANTANUNANDANSAIKIA
@SANTANUNANDANSAIKIA 5 дней назад
Sumi Noti gaat r pora ulal
@suarsuar747
@suarsuar747 5 дней назад
সঁচা কথা কৈছে। Victim Card খেলিছে অহংকাৰী বদমাচজনীয়ে এতিয়া। 👍
@migomrecipe1631
@migomrecipe1631 6 дней назад
ধন্যবাদ দিব লাগিব অসমৰ media
@niloydas657
@niloydas657 5 дней назад
Show The Same Courage And Ask Chief Minister's Wife Riniki Bhuiyan How She Acquired Such Huge Wealth In Such A Short Span Of Time, Then Ask The Public To Appreciate Your Work Just Like People Love Easy Money, Journalists Also Need Easy Targets To Remain In The Headlines And This Is The Ultimate Truth
@irenicc223
@irenicc223 5 дней назад
এশ গৰু মাৰিলে বাঘৰো মৰণ😡অতি চালাকি গলাই ফাচীঁ😡এতিয়াহে জোলোঙাৰ মেকুৰী ওলাই পৰিল।চুমিৰ নিচিনা বদমাছ ছোৱালী দ্বিতীয় এজনী নোলায় যেন প্ৰভু ঈশ্চৰ🙏
@rajani149
@rajani149 6 дней назад
ককাইদেউ এটা কথা, চুমিক বিচাৰি উলিয়ালে ভাল কথা....😅😅 দীপাংকৰ বৰ্মনক ও বিচাৰি উলিয়াওক....😲😲😲 সি চুমি আৰু বিশালে লুট কৰা ধনৰ 3 গুণ মাৰি নিছে...!!! আমি তেতিয়াহে সংবাদ মাধ্যমক দক্ষ, নিৰপেক্ষ, নিৰ্ভিক আৰু পক্ষ পাতি নহয় বুলি বিবেচনা কৰিম...😮😮😢😢😢😢 নহলে ফুটোকাৰ ফেন... এনেই পানীত উৰি যাই 😮😮😮
@kushalkalita7921
@kushalkalita7921 6 дней назад
চুমিক encounter karib লাগে
@gobindadeka5062
@gobindadeka5062 6 дней назад
Atanuda Thanks
@hiranmayedeka2520
@hiranmayedeka2520 6 дней назад
অসমৰ জনতাৰ টকা খাই চোৰ কৰি পলাই থকা চোৰণী জনি কিয় পলাই আছিল? লুকাই থকা মানে পলাই থকা। চৰকাৰে যেতিয়ালৈকে জনতাৰ টকা ঘুৰাই নিদিয়ে তেতিয়ালৈকে এন্ধাৰ পৃথিৱী জেলত ভৰাই থক। ভিচাল ফুকনৰ সৰু লৰাটোৰ জিবন ধংস কৰিলে। অতুনু ভুঞা আপোনালোকে যদি দিনে নিশাই বাতৰি প্ৰচাৰ নকৰিলে হেতেন চুমী বাহিৰে বাহিৰে বেল লৈ আকৈ অসমৰ জনতাৰ চোৰ কৰাত লাগিলহেঁতেন। কাৰণ এই বিশাল ফুকনক কেতিয়ালৈকে জেলত সোমাই থাকিব সেই ভগৱানে জানিলোহেঁতেন। চোৰণী জনি আৰু এটা ভিচাল ফুকন লেহেতেন। অতুনু ভুঞা আপোনালোক বহুত বহুত ধন্যবাদ। আপোনালোকে অসমৰ জনতাৰ খতি কৰা লচ হোৱা বাতৰি বোৰ কৰি যাওক আপোনালোকৰ লগত অসমৰ জনতা সদায়েই থাকিব। অতুল ভুঞা বহুত বহুত ধন্যবাদ।
@minatitalukdar4568
@minatitalukdar4568 5 дней назад
ধন্যবাদ মিডিয়া, আৰু অতনু ভূঞা ।চুমি বৰা জনী নাৰী জাতিৰ নামত কলংক । ইমান বোৰ হৈ যোৱাৰ পাছত এতিয়া নিজকে সতী সাধনী সজাব আহিছে।
@hareswarhandique2096
@hareswarhandique2096 5 дней назад
অতনু ভূঞা । আপুনি সচা কথাই কৈছে । জিনদাবাদ ।
@rimjimdutta5098
@rimjimdutta5098 5 дней назад
ধন্যবাদ,এনেকুৱা অপৰাধীক বাচি যাবলৈ নিদিব উপযুক্ত শাস্তি নোপোৱালৈকে।
@mamukalita3937
@mamukalita3937 5 дней назад
আপুনি সঠিক তথ্য দিছে। মিডিয়া জিন্দাবাদ। মিডিয়াৰ অবিহনে এখন সুস্থ সমাজ গঢ়ি উঠিব নোৱাৰে। মিডিয়া ৰ জৰিয়তে সমাজ ব্যবস্থা সচেতন আৰু সাৱধানতা অৱলম্বন কৰিব পাৰিছে।
@priyalataphukan4619
@priyalataphukan4619 6 дней назад
ভাৰতৰ 2nd Nita Ambani অসমৰ এই গৰিকী চুমি আম্বানী😂😂🤣🤣😂😂🤣🤣
@banajitdeka1214
@banajitdeka1214 5 дней назад
😂
@anamikachetiagogoi7011
@anamikachetiagogoi7011 5 дней назад
ধন্যবাদ দাদা ।‌ চুমিৰ বাবেই সকলো হৈছে ।
@SikhamoniDewri-yz5yd
@SikhamoniDewri-yz5yd 5 дней назад
অতনু দা আপুনি তেওঁক আৰু অলপ বেয়াকৈ দিব লাগিছিল আপোনাক ধন্যবাদ ।
@Awsomeus
@Awsomeus 6 дней назад
Sir “hats off to you “আপোনালোকৰ এই পদক্ষেপৰ বাবেই সত্য ওলাই পৰিছে। মই প্ৰথম দিনাৰ পৰাই এইটোএ আশাবাদী আছিলো প্ৰশাসনে নোৱাৰিলেও আপোনালোকে কিন্তু গাঁতৰ পৰা হ’লেও উলিয়াই আনিহে এৰিব। আশা কৰোঁ এনে প্ৰত্যেক অপৰাধ আৰু অপৰাধীক উচিত শিক্ষা দিয়াত আপোনালোক প্ৰশাসনতকৈও এখোজ আগত থাকিব।
@maramiroy5390
@maramiroy5390 5 дней назад
সুন্দৰ সংবাদ মাধ্যমৰ প্ৰচষ্টাৰ বাবে চুমি আজি গাতৰপৰা ওলাই আহিবলৈ বাধ্য হল, ধন্য অসমীয়া সংবাদ মাধ্যম...
@kamalboruah5431
@kamalboruah5431 6 дней назад
বতমাছি ছালা এই জনি
@kovitas2173
@kovitas2173 5 дней назад
মিডিয়া ধন্যবাদ আজি আপোনালোকৰ বাবে জলঙাৰ মেকুৰী আলাই আহিল 👍🙏
@MrTinku-yv9ro
@MrTinku-yv9ro 5 дней назад
ধন্যবাদ সংবাদ মাধ্যম❤
@radiolover..6422
@radiolover..6422 6 дней назад
সঁচা কথা কোৱা মানুহক সকলোৱে বেয়া পাই।❤
@siddarthadutta3203
@siddarthadutta3203 6 дней назад
Media zindabad
@NisaAhmed-b1f
@NisaAhmed-b1f 6 дней назад
Apuni 💯 Right kotha koisa dada 👍👍👍👌👌👌
@kukideka8404
@kukideka8404 5 дней назад
মিডিয়াক ধন্যবাদ সকলো তথ্য প্ৰকাশ কৰা বাবে
@nayangogoi1936
@nayangogoi1936 5 дней назад
মিডিয়া জিন্দাবাদ 👍🏻👍🏻👍🏻👍🏻
@riturajkashyap9738
@riturajkashyap9738 5 дней назад
তোৰ কান্দোনত আমি ভোল নাযাও,সৰু লৰাটোক গছত উঠাই গুৰি কাটিলি হাৰামজাদি।
@jaynurentertainment1015
@jaynurentertainment1015 5 дней назад
Tair pokorot jala vangba lagbk kela
@bhupenkakati-v2v
@bhupenkakati-v2v 6 дней назад
অতনু দা আপোনাৰ প্ৰণাম। আপোনাৰ কথা সকলো সঁচা।
@ambitionate4010
@ambitionate4010 6 дней назад
Atanu sir apuni ji korise great 👍👍👍
@SARDAUKAGAMING
@SARDAUKAGAMING 5 дней назад
Sir apuni ji video bonai Satya adharot bonabo ami xodai apunak support korim❤
@nabachowary3302
@nabachowary3302 5 дней назад
ধন্যবাদ দাদা🙏 এনেকৈ যদি দীপাংকৰ বৰ্মনৰ বাতৰি সম্প্ৰচাৰ হল হৈ তেনেহলে বৰ্তমান ধৰা পৰিল হৈ। কিয়নো দীপাংকৰ বৰ্মনৰ 4 হাজাৰ কোটি টকাৰ কেলেংকাৰী।
@dipdas3372
@dipdas3372 5 дней назад
DB kot gol tane hola
@SindhaDeka
@SindhaDeka 5 дней назад
অতনু দা জিন্দাবাদ ।এনেকুৱা ছোৱালীবোৰক জিয়াই জিয়াই গাতত পুতি থব লাগে।
@ChitraGogoi-j6l
@ChitraGogoi-j6l 6 дней назад
মিডিয়াক ধন্যবাদ দিছো
@ajorixomoimitali2892
@ajorixomoimitali2892 6 дней назад
চুমী তুমি সঁচাই দুখি। কাৰণ সাধাৰণতে তুমি ইমান কম দিনৰ ভিতৰতে কৌৰ পটী হ'ব পাৰিলা।বাদ দিয়া হে তোমাৰ ঘৰীয়ালৰ চকু পানী। তোমাৰ কাৰণে অসমীয়া নাৰীৰ জাতি বদনাম আনিছা।
@smitabaishya7304
@smitabaishya7304 5 дней назад
Thik koise baideo apuni
@min20805
@min20805 6 дней назад
নাৰীৰ নামত কলংকো এই চুমি বৰা , তাই এতিয়া নিজকে সতী সাবিত্ৰী সজোৱাত লাগিছে
@samudranathdeka4879
@samudranathdeka4879 5 дней назад
প্ৰথমে Income Source কি তাইৰ সেইটো চাব লাগে ? ইমান কোটিৰ গহনা,ফ্লেট অতি বিলাসী ব্যয়বহুল গাড়ী এইবোৰ চোৱাৰ কাৰণে এখন শক্তিশালী আইন আনিবৰ হ'ল । নিজৰ আয়তকৈ সম্প্ৰতিৰ পৰিমাণ কম হে হ'ব লাগিব ! Loan লোৱা বুলি কলে File চাব লাগে কি আয় চাই loan দিছিল বেংকে । কোনোবাই Gift কৰা বুলি কলে তেওঁকো আওতালৈ আনিব লাগে ! নহলে সাধাৰণ Income দেখুৱাই কিন্তু চিন্তা কৰিব নোৱাৰা বিলাসী জীৱন !!!! মোৰ নিজস্ব চিন্তাধাৰা ।
@kabitadutta9378
@kabitadutta9378 5 дней назад
আন্তৰিকতাৰে আপোনাক আৰু মিডিয়াক ধন্যবাদ জনাইছো চুমিক গাতৰ ভিতৰৰ পৰা উলিয়াই অনাৰ বাবে
@pinkuislam1573
@pinkuislam1573 6 дней назад
একোনাই। Everything is planned ।আপোনালোক হল পৰিয়ালৰ ডাঙৰ ককায়েক। এতিয়া থকা টকাৰ অলপ অলপ চবেই পাব ছাগে । বহুৱা বান্দৰ বনোৱা ৰাইজক মাত্ৰ চাবুকৰ কোব ! আকৌ এক সপ্তাহ মান নচুৱাই থাকিব পাৰিব।
@wahidabegum18
@wahidabegum18 6 дней назад
Sir aponi ekdom xosa kotha koise আপোনাক ধন্যবাদ
@munmunlahon144
@munmunlahon144 6 дней назад
বহুত বহুত ধন্যবাদ সংবাদ মাধ্যম
@utpalbharali437
@utpalbharali437 5 дней назад
""Aji aamar babe Sumi gator pora olai ahise", great line Sir. We thank you so much on behalf of the people of Assam.
@user-if4nr1zl1m
@user-if4nr1zl1m 5 дней назад
ধন্যবাদ সংবাদ মাধ্যম🙏এই গৰাকী ধোৱা তুলসীৰ পাত
@himanku2010
@himanku2010 6 дней назад
What an innocent face😂 After robbing people's money 💵 she is crying crocodile 🐊 tears
@Upcomingassampolice4813
@Upcomingassampolice4813 6 дней назад
বুঢ়ী বুঢ়ী যেন লাগিছে
@dipakbaruah8987
@dipakbaruah8987 6 дней назад
হেৰো বুঢ়ী নহয় বিধবা যেনহে লাগিছে ।
@udayan0738
@udayan0738 5 дней назад
Make up nai
@user-fv6vt4iz8q
@user-fv6vt4iz8q 5 дней назад
মেকাপ নাই য়ে
@MoinamunBhuyan
@MoinamunBhuyan 6 дней назад
Exectly atanu দা…..and thnx to all media..
@mamonisaikia9790
@mamonisaikia9790 5 дней назад
ধন্যবাদ সংবাদ মাধ্যম
@dhimanjuti
@dhimanjuti 5 дней назад
Haters gonnna hate but Atanu Da is legend🗿
@himangshubaruah1440
@himangshubaruah1440 6 дней назад
কান্দিব পৰাতো চলনাময় নাৰীৰ টেলেন্ত...
@pronobkachari4490
@pronobkachari4490 6 дней назад
ভূঞা ছাৰলৈ বহুত বহুত ধন্যবাদ।
@demonhunter12e
@demonhunter12e 5 дней назад
100% right Atunu daa . Thank you for your information 🙏🏻
@puus__kii
@puus__kii 5 дней назад
সঁচা কথা কৈছে আপুনি sir।তাই কোনোবা উকিলৰ সৈতে অগ্ৰিম জামিন লোৱাৰ কথাও সুনিছিলো, সেয়াই হৈ আছে টকা দিব আৰু সাৰি যাব।তাই উকীল ৰ কথাতে video বনাইছে, গাঁতৰ পৰা ওলাইছে।অসমত কঠুৰ শাসনৰ অভাৱ এনে ঘটনা হয়ে থাকিব। কথা বোৰ গুৰুত্ব দিয়া উচিত চৰকাৰ আৰু পুলিচ প্ৰশাসনে #assampolice#himantabiswasarmah#sumiborah#bishalphukan
@neelamgoswami38
@neelamgoswami38 6 дней назад
Sir u r the reason to make this media more strong n keep it up we have high expectation from this news channel 👍👍
@AtikurRahman-g7b
@AtikurRahman-g7b 6 дней назад
Apuni emane val katha koise dada bhut val lagil.And Thnx Media. Surni jonik ulai diyar babe.
@LakshmiKantaBarman-sm4kf
@LakshmiKantaBarman-sm4kf 5 дней назад
নাৰী চৰিত্ৰৰ অপাৰ মহিমা আপুনি ব্যক্ত কৰিছে । তাৰ বাবে আপোনাক ধন্যবাদ ।
@kalyanidutta2069
@kalyanidutta2069 5 дней назад
সত্য অনুসন্ধানৰ কৰা টো সকলো যে বিছাৰে তাইক উচিত শাষ্টি পোৱা টো বাঞ্চনীয়
@deba8674
@deba8674 6 дней назад
Dhonyobad atanu sir ❤ sur joni a poisa di sobok milai thole hoi apuni nuhua hole❤❤❤
@UdeshnaBaruah-w3i
@UdeshnaBaruah-w3i 6 дней назад
The one,, who is Culprit,,will definitely get punished..
Далее
Merab vs Sean underway!! 🚨 #ufc306
00:23
Просмотров 1,2 млн