Тёмный

120 টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ | অসমীয়া সাধাৰণ জ্ঞান | GK questions in Assamese | Assam GK 

Assam GK Question Answer (অসমীয়া সাধাৰণ জ্ঞান )
Просмотров 120 тыс.
50% 1

120 টা অসমীয়া সাধাৰণ জ্ঞান | ভাৰত কুইজ 2022 - অসমীয়া কুইজ | Assamese General Knowledge GK Questions and Answers for Student. Assamese GK Question Answer in Assamese - Assamese General Knowledge Quiz with Questions and Answers- Assam Direct Recruitment Exam, DHS, Assam Police, APSC, High Court, PNRD & Other Exams.
[1] 1 মে কি দিন হিচাপে পালন কৰা হয় -
[2] ইংৰাজী ভাষাৰ লিপি কি ?
[3] কণী এটাত কিমান প্ৰ'টিন থাকে?
[4] অষ্ট্ৰেলিয়া কোন দুটা মহাসাগৰৰ মাজত অৱস্থিত?
[5] কিমান বছৰৰ পিছত অপুলম্পিক্স খেল অনুষ্ঠিত হয়?
[6] কম্পিউটাৰ কোনে উদ্ভাৱন কৰিছিল?
[7] কম্পিউটাৰৰ মগজু হৈছে?
[8] কোনখন দেশত আইফেল টাৱাৰ অৱস্থিত ?
[9] কোন খন চহৰত ষ্টেচু অফ লিবাৰ্টিৰ প্ৰতিমূৰ্তি অৱস্থিত?
[10] কোনঠাইক ভাৰতৰ চাহ বাগিচা বুলি কোৱা হয়?
[11] এটা চিত্ৰৰ চাৰিওফালে মুঠ দূৰত্ব কি বুলি কোৱা হয়?
[12] কেলভিন স্কেল হৈছে ?
[13] কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত?
[14] কোনটোৱে আমাৰ তেজ বিশুদ্ধ কৰে?
[15] কোনবোৰ দ্বীপ ভাৰতৰ অংশ?
[16] টকিঅ কোন খন দেশৰ চহৰ?
[17] ক্ৰিকেট দলত কিমানজন খেলুৱৈ আছে?
[18] গান্ধীজীয়ে কোন বছৰত দাণ্ডি মাৰ্চ আৰম্ভ কৰিছিল?
[19] গিদ্দা কোন ভাৰতীয় ৰাজ্যৰ এটা লোক নৃত্য?
[20] গিজা পিৰামিড কোন খন দেশত অৱস্থিত?
[21] গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
[22] কোনখন আফ্ৰিকাৰ দেশ চকলেটৰ বাবে বিখ্যাত?
[23] ঝুম খেতি হৈছে কৃষিৰ এক পদ্ধতি যাক কোন খন ৰাজ্যত ব্যৱহাৰ কৰা হয়?
[24] কঠিন কাৰ্বন ডাই অক্সাইডক কি বুলি কোৱা হয়?
[25] ডাইনোচৰ কিমান বছৰ আগতে বিলুপ্ত হৈছে?
[26] পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো?
[27] পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ দেশ কোনটো?
[28] পৃথিৱীৰ আটাইতকৈ ডাঙৰ হীৰা কোনটো?
[29] পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো?
[30] পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনটো?
[31] নৰেন্দ্ৰ মোডী কোন খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল?
[32] নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মস্থানৰ নাম কি?
[33] চৰাইৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়?
[34] পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কিমান?
[35] পৃথিৱীৰ আটাইতকৈ নিকটতম তৰা কোনটো?
[36] পৃথিৱীৰ বায়ুমণ্ডলত কিমানটা স্তৰ আছে?
[37] শিশু দিৱস কেতিয়া উদযাপন কৰা হয়-
[38] বাস্কেটবল দলত কিমানজন খেলুৱৈ আছে?
[39] ৰক্তচাপ জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়?
[40] ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমান্তৰ নাম কি?
[41] ভাৰতৰ প্ৰথম চুপাৰ কম্পিউটাৰ নাম কি?
[42] ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনটো
[43] ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনটো ?
[44] ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোন ভাষাত ৰচিত?
[45] ভাৰতৰ শাসন ব্যৱস্থা কেনেকুৱা?
[46] ভাৰতৰ আটাইতকৈ ওখ বান্ধ কোনটো?
[47] ভাৰত কোন মহাদেশত অৱস্থিত?
[48] ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগৰ নাম কি?
[49] ভাৰতৰ আটাইতকৈ পুৰণি ভাষা কোনটো?
[50] ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো?
[51] ভাৰতৰ চাৰিখন মহানগৰৰ নাম কি?
[52] ভাৰতৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান?
[53] ভাৰতৰ সংবিধানত কিমানটা মৌলিক অধিকাৰ স্বীকৃত?
[54] ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে?
[55] ভাৰতে উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহৰ নাম কি?
[56] ভাৰতত কিমানটা সাংবিধানিক ভাৱে চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে ?
[57] ভাৰতত কিমানখন উপকূলীয় ৰাজ্য আছে?
[58] ভাৰতত কোৱা মাতৃভাষাৰ মুঠ সংখ্যা কিমান?
[59] ভাৰতৰ সৰ্ববৃহৎ বনাঞ্চল থকা ৰাজ্যৰ নাম কি?
[60] ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত বাণিজ্যিক বেংক কোনটো ?
[61] ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
[62] মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?
[63] ভাৰতীয় সংবিধানৰ জনক হিচাপে কাক জনা যায়?
[64] শৰীৰৰ ভাৰসাম্যৰ ক্ষেত্ৰত মগজুৰ কোনটো অংশই সহায় কৰে?
[65] ১১ জুলাই কি দিন হিচাপে পালন কৰা হয় ?
[66] একুৱা ৰেজিয়াৰ (Aqua regia) মিশ্ৰণ কি?
[67] GST ৰ সম্পূৰ্ণ ৰূপ কি -
[68] কোন খন দেশত প্ৰথমবাৰৰ বাবে GST প্ৰৱৰ্তন কৰা হৈছিল?
[69] HTTPৰ সম্পূৰ্ণ ৰূপ কি?
[70] LBW কোনটো খেলৰ সৈতে সম্পৰ্কিত?
[71] মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক কোন?
[72] চিমৰ (SIM) সম্পূৰ্ণ ৰূপ কি?
[73] UAE-ৰ মুদ্ৰা কি?
[74] UPS ৰ সম্পূৰ্ণ ৰূপ কি?
[75] VAT ৰ সম্পূৰ্ণ ৰূপ কি?
[76] মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ টো কি?
[77] মুম্বাইৰ পুৰণি নাম টো কি আছিল?
[78] ছানি কোনটো অঙ্গৰ ৰোগ?
[79] ৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া উদযাপন কৰা হয় -
[80] কোনখন ৰাজ্যক "ভাৰতৰ চেনী বাটি" বুলি কোৱা হয়?
[81] দ্বিতীয় বিশ্বযুদ্ধত সৰ্বাধিক সংখ্যক লোক হেৰুওৱা দেশ কোনটো আছিল?
[82] পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো?
[83] পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো?
[84] পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰ কোনটো?
[85] কোনৰ ৰং শান্তিৰ প্ৰতীক?
[86] শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়?
[87] ৰাষ্ট্ৰসংঘৰ সংগঠনটোৰ মুখ্য কাৰ্যালয়ক কোৱা হয়?
[88] সপ্তাহটোৰ অন্তিম দিন টো কি?
[89] সৌৰজগতৰ সেউজ গ্ৰহ কোনটো?
[90] আমাৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অঙ্গ কোনটো?
[91] আমাৰ সৌৰজগতৰ প্ৰথম ৩ টা গ্ৰহৰ নাম কি-
[92] এলবাৰ্ট আইনষ্টাইন কোন আছিল?
[93] আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত?
[94] উত্তৰাখণ্ডৰ ৰাজধানী কোনখন?
[95] বেট, বল আৰু উইকেটেৰে খেলা খেলখনৰ নাম কি?
[96] কোনটো জন্তুৰ পিঠিত কুঁজ আছে?
[97] কোনটো জন্তুক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়?
[98] কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত?
[99] কোনঠাইক ভাৰতৰ গোলাপী চহৰ বুলি কোৱা হয়?
[100] ক্ৰিকেট দলত কিমানজন খেলুৱৈ আছে?
[101] গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানইয়াৰ বাবে বিখ্যাত?
[102] গেটৱে অফ ইণ্ডিয়া অৱস্থিত বুলি কোৱা হয়?
[103] পিঁপড়েৰ কিমানখন ভৰি আছে?
[104] জৰ্জ ৱাশ্বিংটন কোন আছিল?
[105] পৃথিৱীৰ আটাইতকৈ ঘন অৰণ্য কোনটো?
[106] পৃথিৱীৰ দ্ৰুততম ভূ-প্ৰাণী কি?
[107] পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল?
[108] শিশু দিৱস কেতিয়া উদযাপন কৰা হয়-
[109] ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইটো হৈছে -
[110] ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কোনটো?

Опубликовано:

 

24 июн 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 72   
@champakkumardey434
@champakkumardey434 Год назад
52 no Q answer tu vul hoise dok etu 3:2 hbo lgsil ha
@user-ij1zu4si8j
@user-ij1zu4si8j 6 месяцев назад
Thank you
@bishwajitkonwar1473
@bishwajitkonwar1473 2 года назад
আখৰটো প্ৰতি মন দিয়ক , শব্দ বোৰ শুদ্ধ কৈ লিখক।
@nobinm.ra.rofficial3454
@nobinm.ra.rofficial3454 2 года назад
Very nice
@ranjanborah2972
@ranjanborah2972 7 дней назад
সাগৰ দুটা নহয় সাগৰ দুখন বুলি কয় ।
@junalitanty5476
@junalitanty5476 2 года назад
Dada HOSPITALS bikhoye janibo ase....
@TIMUNG-CREATIONS
@TIMUNG-CREATIONS Год назад
❤❤❤❤❤😊😊😊😊😊😊
@prosantaborah7492
@prosantaborah7492 2 года назад
❤️👍🏾❤️👍🏾
@bipulrabha4986
@bipulrabha4986 Год назад
🙏
@bhabhajyotidas8433
@bhabhajyotidas8433 2 года назад
Great post
@ranjit7070
@ranjit7070 8 месяцев назад
Tp
@rahuldrawingeasy7440
@rahuldrawingeasy7440 Год назад
mojja lagse dadaa
@afzalurrahman5938
@afzalurrahman5938 2 года назад
Sir ABCD koi opshon diyato vall lage
@fromindia4751
@fromindia4751 2 года назад
Tan questions Dido sir
@jutikaray2799
@jutikaray2799 2 года назад
❤️❤️❤️
@santonupanging3695
@santonupanging3695 2 года назад
Options dile vl ashile
@jaita009
@jaita009 Год назад
5 টা
@achyutborah7340
@achyutborah7340 2 года назад
Options dibo
@mirjanurvlogs3960
@mirjanurvlogs3960 Год назад
Ceu mane kii
@Mayan720
@Mayan720 Год назад
2:59
@user-fi4vq4ju6r
@user-fi4vq4ju6r 7 месяцев назад
Thank you sir🎉
@minatidaimari9218
@minatidaimari9218 5 месяцев назад
1200 ta question doak na dadaa👌👍🤘
@aninsighttoanimals1766
@aninsighttoanimals1766 2 года назад
Good
@munmundas6569
@munmundas6569 2 года назад
Great
@rabinkalita4149
@rabinkalita4149 Год назад
Thank you sir 🙏
@papupachung2036
@papupachung2036 2 года назад
aitu q agr video hasile
@fajalhoque-fm6di
@fajalhoque-fm6di Год назад
Tqq💕
@sanuwaraparbin4775
@sanuwaraparbin4775 2 года назад
Options type vall lge beshi,,, anyway thanks dada☺️❣️♥️
@user-py2jn2ff6k
@user-py2jn2ff6k 6 месяцев назад
Anekuwa quition ahile tension free 120 t120 a Pam ❤ anekuwa sort quition dibo
@Xyz_creations07
@Xyz_creations07 Год назад
option keita dibo lage
@nbbikram3728
@nbbikram3728 Год назад
52. 3:2
@ratanurang5347
@ratanurang5347 Год назад
Nihau any 🇮🇳🌷👍
@Mona_Sarkar_Official
@Mona_Sarkar_Official 2 года назад
52 number.... 3:2
@sikshajyoti-assam4052
@sikshajyoti-assam4052 Год назад
Val lagil
@jaminibarhoi9352
@jaminibarhoi9352 Год назад
Aibilak prasna uttar sakalwea janiba lage Thankyou
@sanjaymili5439
@sanjaymili5439 Год назад
70,
@Neha-mr9jx
@Neha-mr9jx 2 года назад
97.vul
@lakhinathdas4000
@lakhinathdas4000 6 месяцев назад
84 q Tu vul hoise
@user-qd4hj5yb4h
@user-qd4hj5yb4h 11 месяцев назад
31 ans rona😂😂😂😂😂😂😂😂🎉
@RatanDeka-yv2qw
@RatanDeka-yv2qw Год назад
qu🥳🤠😎🤓😜🤪😝🤑🤭🤫🤩🥰😍😅😃🙃
@VeeR_ShresthA
@VeeR_ShresthA 2 года назад
Val lgise but questions repeated hoise
@HajratAli-zc2os
@HajratAli-zc2os Год назад
❤️❤️👍👍👍👍
@deepdas8226
@deepdas8226 Год назад
Val lagixe videotu
@user-dy9wr6hf3e
@user-dy9wr6hf3e 4 месяца назад
😂
@bpegu858
@bpegu858 Год назад
Moja
@anasmurmu.3057
@anasmurmu.3057 2 года назад
99 no Question tu duble hoise
@juliphukanphukan7136
@juliphukanphukan7136 Год назад
Mojja eman kosto korise amar babe thanks a lot
@prosenmili2963
@prosenmili2963 Год назад
Mojja g,k in sir
@akmotivation8429
@akmotivation8429 Год назад
Seribum not a serebum
@surajitsonowal7571
@surajitsonowal7571 2 года назад
Nearest planet Mercury nki
@hirakjyotideka2029
@hirakjyotideka2029 2 года назад
97 vul ...
@ariful607
@ariful607 Год назад
xxxxxxxxxxxxxxxx
@publicsupport1079
@publicsupport1079 Год назад
Thank u
@ashishroy2560
@ashishroy2560 2 года назад
Indian flag ratio 3:2 ...
@harshajitdas9893
@harshajitdas9893 Год назад
35 number tu ki baba.....nisa kori video diya neki re
@jaita009
@jaita009 Год назад
Right
@koilyangogoi33
@koilyangogoi33 2 года назад
53 tu ulutai diya 3:2
@koilyangogoi33
@koilyangogoi33 2 года назад
52 tu
@jaita009
@jaita009 Год назад
Sir apunar akhor aru ans bohut vul hoise
@user-xc9we6tt7t
@user-xc9we6tt7t 9 месяцев назад
আখৰৰ প্ৰতি গুৰুত্ব দিব শুদ্ধ কৈ কব
@jaita009
@jaita009 Год назад
14 তাৰিখে
@bpegu858
@bpegu858 Год назад
9 kuti 40 nazar sun durot
@rupantadewri6643
@rupantadewri6643 Год назад
97 vull.
@wildal2203
@wildal2203 2 года назад
Apni vul koise sir - Bharatr super Computer tur name -Param 4000
@alhaskhan9322
@alhaskhan9322 Год назад
one question agine repit
@mahimachayengia1326
@mahimachayengia1326 2 года назад
Englizh t kok pliz.
@sikha2602
@sikha2602 Год назад
বানান বহুত‌ ভুল
@labhitakumari6530
@labhitakumari6530 Год назад
Sun ki tora neki ball boki asa
@aparnakalita2500
@aparnakalita2500 Год назад
52. 3:2
Далее
Недооцененный котел в Симс 4
00:37
ПОЮ НАРОДНЫЕ ПЕСНИ🪗
3:19:41
Просмотров 1,9 млн
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Просмотров 7 млн
Недооцененный котел в Симс 4
00:37