Тёмный

50 টা ভাষাত গীত গাই চমক সৃষ্টি কৰা ডিকী সোণোৱালক কেনেদৰে আদৰিলে 

monisha sonowal
Подписаться 294
Просмотров 14 тыс.
50% 1

#assam #tinsukia #viralvideo #trendingvideo #trendingvideo #assamese #newvideo #assamesetrendingvideo #indiabookofrecords#asiabookofrecords@monisha

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 14   
@monudekari2919
@monudekari2919 9 месяцев назад
এক অত্যন্ত আবেগিক মুহূৰ্ত ৷ সঁচাই ডিকী সোনোৱাল আজি অসমৰে নহয় ভাৰতৰে নহয় বিশ্বৰ বাবেই এক বিৰল প্ৰতিভা হৈ জিলিকি উঠিছে ৷ ডিকী সোনোৱাললৈ আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু শুভাশিষ যাচিলোঁ উত্তৰ উন্নতিৰ বাবে ৷৷
@nagench.baishya4486
@nagench.baishya4486 10 месяцев назад
ছোৱালী জনীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ৷৫০ টা ভাষাত গান গাব পৰাটো এটা ডাঙৰ গৌৰবৰ বিষয় ৷ এই গৌৰব চিৰ দিন অটুত থাকক ৷
@pinkuboruah2245
@pinkuboruah2245 10 месяцев назад
Moi video to assamr bahiyr pora saisu bohut+bohut val lagil,
@user-jk9iu2hc9m
@user-jk9iu2hc9m 9 месяцев назад
Very. Good😊
@tuluhazarikadevi1587
@tuluhazarikadevi1587 11 месяцев назад
Val karisa di
@chalinbaruah1087
@chalinbaruah1087 11 месяцев назад
ডিকী সোণোৱালৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো ৷ তেওঁৰ এই যাত্ৰা থমকি নৰওক ৷ ৫০ টা ভাষাৰ পৰা যাতে ১০০ টা ভাষাৰ গীত গাবলৈ সক্ষম হয় - তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏 নাওহলীয়া গাওঁ ৷
@monujsaikia9184
@monujsaikia9184 8 месяцев назад
🎉🎉🎉🎉
@deepahazarika2765
@deepahazarika2765 11 месяцев назад
Aagaloi aagbahi jowa aamar falar para aakhiwad thakil
@GOPINATHBURAGOHAIN-vb2vm
@GOPINATHBURAGOHAIN-vb2vm 11 месяцев назад
ডিকী সোণোৱালৰ ভৱিষ্যৎ সুন্দৰ হওক ।
@Krishnasadiya
@Krishnasadiya Год назад
Nice song❤️❤️❤️❤️❤️
@rajdeepsaharia1556
@rajdeepsaharia1556 11 месяцев назад
আগুৱাই জোৱা!ৰাম ৰাম
@Hiradeka07
@Hiradeka07 11 месяцев назад
Xhundar hoysa val gaisa ❤ tumar new subscriber holu dai ❤ tumi u hoba buli akha korilu ❤ aru mur video buru Saba dai ❤❤
@Krishnasadiya
@Krishnasadiya Год назад
Diki ভন্তিক চিনি পাওঁ । সুন্দৰ গীত গাই মই মোৰ Krishna sadiya channel টো পৰা শুভেচ্ছাৰ জনালোঁ।
@pradipkalita6363
@pradipkalita6363 4 месяца назад
Eating je bhoridi mohari thori paar hoi jab,a pari , taake dekhuyai dile , xeya🎉
Далее
Oi gaais Khedon dile || Look East
5:51
Просмотров 65 тыс.
A small kitten was dumped #cat #kitten #cutecat
00:41
A small kitten was dumped #cat #kitten #cutecat
00:41