Тёмный

A family with a Shop - এটা আচৰিত কাহিনী 

Dimpu's Vlogs
Подписаться 3,1 млн
Просмотров 1,9 млн
50% 1

papu channel
• ❤️মৰমৰ নাচনী❤️ || Moro...
• তুমি কেনে আছা - Tumi k... ( taz production )

Опубликовано:

 

24 май 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 7 тыс.   
@localstar2396
@localstar2396 2 года назад
ছোৱালীজনীৰ জীৱনটো ইচ্ছা কৰিলে তেও ভালদৰে গঢ়িব পাৰিলেহেতেন।নিজৰ ক্ষোভ,হতাশাৰ অংশীদাৰ তেওৰ নিজৰ পত্নী আৰু জীয়ৰীকো বনাইছে।
@ajoychandradas8455
@ajoychandradas8455 2 года назад
Ki manu🙏
@Ex.muslim.rafikul_75
@Ex.muslim.rafikul_75 2 года назад
Yes
@sudiptaboruah134
@sudiptaboruah134 2 года назад
Bahiror dekhot hua hole mak bapek duitai kahanibai jail khale hoi.Suali jonik tnke rokha krne.Bapekor khng suali jonie vugibo loga hoise.
@inevitablegamer2389
@inevitablegamer2389 2 года назад
Asol ktha tu hol teon ejon ohokari prukh .......
@himakshibarman1478
@himakshibarman1478 2 года назад
Thike .
@ilovetravelandfoodNextlevel
@ilovetravelandfoodNextlevel 2 года назад
Emotional hoi golu olop time r karone 🥺🥺❤️❤️
@youtubegod5697
@youtubegod5697 2 года назад
Really bikash da 😥
@sarathaxom
@sarathaxom 2 года назад
💕💕💕
@pahariyavlogs5569
@pahariyavlogs5569 2 года назад
Next level jaigo
@kuldeepvlogs4030
@kuldeepvlogs4030 2 года назад
Next level Jai Ho
@Pussycatmeowmeow1
@Pussycatmeowmeow1 2 года назад
@@K-THEKING 8
@Joykanta
@Joykanta 2 года назад
স্বাভিমানেৰে জীৱন জীয়াইছে ভাল কথা। কিন্ত নিজৰ ইমান মৰমলগা ছোৱালীজনীৰ বাবে সকলো অভিমান এৰি দিয়ক। ভগৱানৰ মঙ্গল কামনা কৰিছো পৰিয়ালটোৰ বাবে আৰু বিশেষকৈ ছোৱালীজনীৰ বাবে।❤
@sushmitalakhi6536
@sushmitalakhi6536 Год назад
ছোৱালীজনীলৈ মৰম লাগিছে। স্বাভিমান আঁতৰাই তাইক আগুৱাই নিয়াটো বিচাৰো।
@allindiakuduksamajofficial7146
@allindiakuduksamajofficial7146 2 года назад
পৰিয়ালটোৰ কাহিনীটো হতাশ কৰি দিলে, যেনেকুৱা নহওক পৰিয়ালটোৰ সুখ শান্তি সমৃদ্ধিৰ কামনা কৰিছোঁ লগতা দিম্পু দা লৈ অশেষ ধন্যবাদ থাকিল ।
@sumanjyotideka1081
@sumanjyotideka1081 2 года назад
সঁচাই ভাষা নাই... সদায় ভালে থাকক তেওঁলোক আৰু দিম্পু তুমিও।
@rajunath8963
@rajunath8963 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-cxQiAT70Vko.html
@pankajbhaii07
@pankajbhaii07 2 года назад
Hay Amar Kakhor a Sun Tekhet Hkolr Kahani To Moi Kow Asol Kotha To Hol Agot Tekhet Hkokle Sorkark Bohut Bar Ghr to khujisil Aru Sorkare Dim Buli Koi Nedile Tar Pisot Tekhet Hkole Sorkar r Bosto Ake Bare Tag Kori Dile Jay Amak Sorkar r Bostu Nalage Xei To Tekht Xkolr Kahani Kintu Ami Tekhet Hkolk Olp Hohai Koribo Khuju Jay Apunalok Baru Poki Ghr Nalage Kintu Apunalkor Jay Mati r Ghr to a Olp Mera Moti Kori Dim Buli Tekhet Hkolk Bujabo Lagibo Moi Aaha Mahot Tekhet Hkolr Ghrt Jam Aru Xei Kotha To Alosona Korim Saow Tekhet Hkole Manti Hoi Ki Nhoi 🙏🙏🙏🙏
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 RU-vid Link :::: ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-QICN5RnJcrA.html
@zelhajkhan9833
@zelhajkhan9833 2 года назад
ভাই, ঠাইখনৰ নাম কি হয়নো?
@nabajitsingbarman8140
@nabajitsingbarman8140 2 года назад
বাহিৰৰ জগতৰ এটা ধুনীয়া সপোন পুহি ৰাখিছে ছোৱালী জনীয়ে। আশাকৰোঁ এই সপোন যেন এদিন সচাত পৰিনত হয়।
@gitikabezbaruah1758
@gitikabezbaruah1758 2 года назад
শিক্ষাৰ মূল লক্ষ্য চাকৰি নহয়.. সকলো ক্ষেত্ৰতে আজি কালি শিক্ষা সকলৰে দৰকাৰ হয় ..মানুহ জন স্নাতকোত্তৰত হৈ কি হব,এইখিনি কথা যদি বুজি নাপায়.. ছোৱালী জনীৰো ভৱিষ্যত বেয়া কৰিলে..
@Quark200
@Quark200 2 года назад
Yes
@jubidevi7339
@jubidevi7339 2 года назад
Right
@palakmaskara3222
@palakmaskara3222 2 года назад
লাগাত কে বেছি হে কৰা বুলি কব পাৰি
@seemaranikalita7357
@seemaranikalita7357 2 года назад
মানুহজনে যি আদৰ্শৰে চৰকাৰী সাহাৰ্যৰ পৰা নিজকে বিৰত ৰাখিছে , পৰিয়ালটো চলাই নিবলৈ সক্ষম হৈছে তেখেতলৈ প্ৰণাম জনালো । ছোৱালীৰ ভবিষ্যতলৈ অলপ সন্দিহান হৈ থাকিলো ।
@gitarthazgmedhi.
@gitarthazgmedhi. 2 года назад
দিম্পু দা আপোনাৰ গোটেই বিলাক ভিডিঅ ভিতৰত এইটো ভিডিঅ সকলোতকৈ শ্ৰেষ্ঠ 😞 কি কম কবলৈ একো ভাষা নাই... দে আৰ 😥
@valpowaranuvob3798
@valpowaranuvob3798 2 года назад
সঁচাকৈ,
@pranabbhuyan3276
@pranabbhuyan3276 2 года назад
সচাকৈ, বঞ্চিত ,নিস্পেষিত জনৰ অন্তৰত কিমান ক্ষোভ, অভিমান পঞ্জীভূত হৈ থাকিব পাৰে এই ভিদিঅ টোৰ যোগেদি বুজি পালোঁ। ধন্যবাদ দিম্পু 👍👍
@rajunath8963
@rajunath8963 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-cxQiAT70Vko.html
@angsu4974
@angsu4974 2 года назад
@@dhritimansdiary6522 hey mookkel chuda.😅 Vl vdo vl content bona toi nuxujileu mnuhe morom dibo ane xuji xuji morom pabo sesta korat k .vl content loi vl vdo bonuwat sesta kor sun
@pranjaldeka1559
@pranjaldeka1559 2 года назад
Saksar oprot kshov bujilo thike aase kintu suwali tur jiban dhangakh kori dilak etu tu val huwa ni
@arupdas8449
@arupdas8449 2 года назад
@@angsu4974 mokkel r ovab nai bey
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 RU-vid Link :::: ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-QICN5RnJcrA.html
@joyshreeborah4895
@joyshreeborah4895 2 года назад
সঁচাই দুখ লাগিল । তেওলোক আৰ্থিক ভাৱে উন্নত হওক.. সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক । পৰিয়ালটোৰ আত্মসন্মান বোধক শতকোটি প্ৰণাম ।
@SanjayKumar-dk9fo
@SanjayKumar-dk9fo Год назад
স্বাভিমান‍ থাকিব লাগে, কিন্তু যি স্বাভিমানে ধ্বংস কৰে/ ক্ষতি কৰে/দুখুচ পিছলৈ লৈ যায় তেনে স্বাভিমান ত্যাগ কৰা বেছি ভাল। এই জেদ আৰু অতি স্বাভিমানত পৰিয়াল টো শেষ নকৰিব।
@alakeshsvlog
@alakeshsvlog 2 года назад
এজনে ভিডিও বনাইছে কস্তুৰীয়ে গাড়ীত হাগিলে আমি হেনো ভিডিওটো শেষলৈ চাব লাগে 😂 আনএজনে ভিডিও বনাইছে দোকান আৰু এটা পৰিয়ালৰ অদ্ভূত কাহিনী । সম্পূৰ্ণ পৃথক ❤️ ধন্যবাদ ডিম্পু দা ।❤️❤️
@uddiptakalita6841
@uddiptakalita6841 2 года назад
Mojja disa bhai
@user-kj5bj9ex3q
@user-kj5bj9ex3q 2 года назад
Akdom ❤️
@ahumswallimoiborokha3550
@ahumswallimoiborokha3550 2 года назад
Hosai koisa dada ❤️
@kamalvlogs7582
@kamalvlogs7582 2 года назад
বেলেগতকৈ অলপ বেলেগ 👍❤️
@alakeshsvlog
@alakeshsvlog 2 года назад
@@ahumswallimoiborokha3550 tq🤗
@Debajitk
@Debajitk 2 года назад
ছাৰে আমাক ক্লাছ নাইনত টিউচন কৰিছিল৷তেতিয়াৰেপৰা মানুহজন অদ্ভুট৷আমাক কিছুমান বস্তু দোকানৰ পৰা কিনি অনাৰ সলনি ঘৰতে বনাই ল'ব দিছিল৷
@user-ni6qe4ur7k
@user-ni6qe4ur7k 2 года назад
কবলৈ বেয়া লাগিছে যদিও তেও এজন মানসিক ৰোগী৷চিকিৎসা কৰিলে ভাল হ’ব৷ছোৱালীজনীৰ জীৱনটো নপঢ়াই বেয়া কৰিলে৷মা ক জনেয়ে উচিত ব্যৱস্থা ল’ব পাৰৰিলে হয়৷তেও মাথো পত্নীৰ ধৰ্ম পালন কৰিলে মাক হিচাপে নোৱাৰিলে
@stargirl1036
@stargirl1036 2 года назад
🤣🤣pagla
@ryanraves9988
@ryanraves9988 2 года назад
@@stargirl1036 ru toi ata rndy..
@stargirl1036
@stargirl1036 2 года назад
@@ryanraves9988 maye rendy sutmarni
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 RU-vid Link :::: ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-QICN5RnJcrA.html
@sachindradas291
@sachindradas291 2 года назад
এনে এক অদ্ভূত সিদ্ধান্ত লোৱা কথাটোত মোৰ মনটো ভাগি পৰিছে। কাৰণ হৰষিতাৰ ভৱিষ্যত জীৱনৰ কথা আছে। ইমান মৰম লগা ছোৱালীজনী।
@puspadharmoran4994
@puspadharmoran4994 2 года назад
মৰমৰ দিম্পু চিট বেল্টডাল লগাই গাড়ীখন চলাব।ৰাইজে আপোনাক সকলোৱে চাই।আপোনাক অনুসৰণ কৰিছো বুলিয়ে আপোনাৰ অভিজ্ঞতাকো অভাৰট্ৰেক কৰিব বিচাৰিব কিছুমানে।
@nurbhai1116
@nurbhai1116 2 года назад
ভন্টি ❤️জনি আৰু খোৰা খুৰী যেন সদাই ভালে থাকে তাকেই কামনা কৰিলোঁ🙏🙏🙏🙏
@DamarSBGurung
@DamarSBGurung 2 года назад
O bhai ,vdo tu chai kiba montuye kenba kenba lagil,ajir jugotu manuhe nijor logote pariyalok kostor majere jiyai thakiboloi di nijor swabhimaanot jiyai ache uffff😣,tumio annanya👌👌
@dukhialora9423
@dukhialora9423 2 года назад
I need this girl gurung da please forward too me🤔🤣
@toxicjilani3327
@toxicjilani3327 2 года назад
Hoi diok gurung da but kisumanor nijor kostor t koi saviman besi dangor.🙏🙏
@toxicjilani3327
@toxicjilani3327 2 года назад
@@dukhialora9423 this is not just a joke bro
@heewand1176
@heewand1176 2 года назад
I'm agree 😐
@myselfindian6517
@myselfindian6517 2 года назад
আত্মাভিমান...... আত্মসন্মানত আঘাত লাগিলে মানুহ এনেকুৱা হব পাৰে...
@gyanmondir9863
@gyanmondir9863 Год назад
চেলুট ,এনে স্বাভিমানী ব্যক্তি লৈ ।🙏🙏🙏🙏
@nayan8554
@nayan8554 Месяц назад
মনুহজনে ছোৱালীজনী আৰু মানুহ জনী জীৱন ধ্বংস কৰিলে ।।।
@greenharvest2861
@greenharvest2861 2 года назад
Dimpu তোমাৰ RU-vid ৰ যিমান video আছে তাৰ ভিতৰত এইটো আজিলৈকে শ্ৰেষ্ঠ । সঁচাই তেওঁৰ প্ৰতিজ্ঞা ক 🙏🙏🙏 জনালোঁ । আৰু আজি তোমাৰ chanel টোৰ followers আৰু বেছি হওক তাৰেই কামনা কৰিলো ।
@TheVishalsarkar520
@TheVishalsarkar520 2 года назад
Jar kuneo nai tar bogowan ase A2 karonat a aji ai poriyal tu eman dukhat thaki o bohut happy ase, ketiyaba Nolbari gole A2 place oth abar jam dimpu da ❤️🙏
@rajenbora562
@rajenbora562 2 года назад
মানুহজনৰ এই মানসিকতাৰ বাবেই তেওঁলোকৰ বিষয়ে জানিবলৈ জনসাধাৰণৰ উৎসুকতা বাঢ়িছে।মানুহজনক শিক্ষক যেতিয়া নিশ্চয় জীয়েকক ঘৰতেই অধ্যয়ন কৰাত সুবিধা হব।ইতিমধ্যেই মানুহজন বিখ্যাত ব্যক্তি হৈ পৰিছে,জীৱন সাৰ্থক হৈছে যেন অনুমান হয়।
@tribeniboruah173
@tribeniboruah173 2 года назад
Kobole dher mon jai video tu sai kintu kuwatkeu dukh bohut lagise suwalijonir jibontu dekhi. Manuhjone jibonot ki dukh dekhise najanu aru hoitu teuluk tenekei thakia hukhi.akha koru jibonot teuluke bisara nisinai hukh pauk aru suwali joniu jibonot ji bisarise take pauk🙏🏻
@dipjyotinath5032
@dipjyotinath5032 2 года назад
মানুহজনৰ শিক্ষা আৰু তেওঁৰ বুদ্ধিমত্তাক শ্ৰদ্ধা কৰোঁ কিন্তু নিজৰ ব্যক্তিগত ক্ষোভ,খং আৰু সমাজত চলি থকা নীতি নিয়ম বোৰৰ ওপৰত কৰা অভিমানৰ কাৰণে তেখেতৰ পত্নী আৰু বিশেষকৈ ছোৱালী জনীয়ে ভুগি আছে! তেখেতৰ জেদ খং অভিমানৰ ফল ছোৱালী জনীয়ে গোটেই জীৱন ভুগিব লাগিব, তাইৰ সেই সেমেকা হাঁহিয়ে সকলো কয়, কিন্তু দেউতাকৰ একান্ত বাধ্য কাৰণে আজিৰ সময়তো তাই মাত নাই মাতা ! ভাল হওঁক তাইৰ লগতে তাইৰ পৰিয়ালটোৰ ❤️
@nsdassamese236
@nsdassamese236 2 года назад
সঁচাই আচৰিত পৰিয়াল।কিমান জেদী হলে মানুহে এনেকুৱা জীৱন যাপন কৰিব পাৰে।মূল্যবোধ ,সততা কি এওঁলোকৰ পৰাই আচলতে শিকিব লাগে।তথাপিও কওঁ পাৰিলে সিদ্ধান্ত সলনি কৰি প্ৰাপ্য সুবিধা খিনি গ্ৰহণ কৰক।ধন্যবাদ দিম্পু, এনেকুৱা এটা পৰিয়ালৰ লগত আমাক চিনাকি কৰাই দিয়া বাবে।
@pranabkumarbrahma2746
@pranabkumarbrahma2746 2 года назад
Bhal lagil, Tyagi monor puruxh hoi. Eswarei twlukok rakhyanabexhonor dayitya sabhalise niswai Amar pariyalot hole un duti praniye ei boixommya kahaniyu xohibo nuwarileheten ! Tewlukor jeewan- -jatrar xombhed pai ami xokoluye osoroloi goi kinchhit xohai korar manoxere tewlokor swahaste xojowa xamogribur kini ana uchit. Isware tewlokok jiyai rakhok. Om shanti, shanti, Shanti.
@parthajitdas6130
@parthajitdas6130 2 года назад
২৩ বছৰ বিনা দৰমহাৰে মানুহজনে জীৱন পাৰ কৰিছে , অভিমান অন্তৰত জ্বলি থকা জুই ইমান সহজে নকমে 🙂। কিমান আশা ? কিমান সপোন ? লৈ মানুহজনে শিক্ষকতা কৰিছিল , সকলো শেষ হৈ গল। আমাৰ পৰিয়ালটো তেনেকুৱাই , মা - দেউতাই বেনা দৰমহাৰে ৩০ বছৰ ধৰি নিস্বাৰ্থ ভাৱে ৰ্কম কৰি আহিছে । আজিও মায়ে স্কুলত যায় , দেউতা বিদেশত গʼল কিয়নো পৰিয়াল নচলে ।
@Cricketlover-ge1zq
@Cricketlover-ge1zq 2 года назад
Xosakoi
@parthajitdas6130
@parthajitdas6130 2 года назад
@@Cricketlover-ge1zq 🙏🏻
@twister6317
@twister6317 2 года назад
Hoi tenekuwa poristiti venture school bilakor teacher hokolor...
@parthajitdas6130
@parthajitdas6130 2 года назад
@@twister6317 🙏🏻
@jupitaradas5305
@jupitaradas5305 2 года назад
মোৰ দেউতাই বিনা বেতনে অৱসৰ ললে 😔
@purbanchalassam
@purbanchalassam 2 года назад
Got emotional 😢
@hiteshrabhaassamvlogs3496
@hiteshrabhaassamvlogs3496 2 года назад
Bhaskar da
@NajunA2Z
@NajunA2Z 2 года назад
ডিম্পু ভিডিঅটো চাই ভাল লাগিল।আৰু লগতে এখন স্বাৱলম্বী ঘৰ ।কিন্তু ইমান সহজ সৰল নিজস্বৰে জীৱন কটাব পাৰিবনে ।লগতে ইমান মৰম লগা ছোৱালী জনি অলপ হলেও পঢ়াব লাগিছিল।
@jojomaka5645
@jojomaka5645 2 года назад
সেই মানুহজন ভীষণ স্বাৰ্থপৰ। নিজে পঢ়ি একো কৰিব নোৱাৰিলে বা একো নহ'ল বাবে তাইকো পঢ়িবলৈ নিদিলে। স্বাৰ্থপৰ
@crazy-rider-ns200
@crazy-rider-ns200 2 года назад
সচাই। অন্তৰখন চুই‌ গ'ল দেই। তেওঁলোকৰ কথাবোৰ কল্পনা কৰি চাওঁতে , কিবা যেন এটা দুখ লাগি গল। ভগৱানে তেওঁলোকৰ লগতে আপোনাৰো মংগল কৰে যেন।
@Dhemajirsampriti
@Dhemajirsampriti 2 года назад
কি কম আৰু Dimpu দা, মোৰ মুখৰ পৰা একো শব্দ নোলোৱা হৈ গৈছে 😢 I am speechless ভগৱানে যেন সদায় তেওঁলোকক কুশলে ৰাখক 🙏 আৰু ভণ্টী জনীক আগবাঢ়ি যাবলৈ আৰু শক্তি দিয়ে যেন ❤️
@djjdmix...4946
@djjdmix...4946 2 года назад
সঁচাই কি বুলি কম ভাষা নাই, দিম্পু দাই দিব খোজা পিছতো নললে কিও এইটো একে বাৰে বুজি নাপালোঁ । কিয় এনেকৈ নিজকে খাষ্টি দিছে সেই তাহানিৰ কথা ভাবি লৈ । এতিয়া দিনীয়া বেলেগ আগৰ দৰে হৈ নাই থকা,, বিশেষকৈ ছোৱালী জনিক এনেকুৱা ৰূপত দেখি বহুতে বেছি বেয়া লাগিছে So emotional...🤭🥰🤗🤗👍🙏
@jibonor_anubhuti_official
@jibonor_anubhuti_official 2 года назад
তেওঁলোক তেনেকৈয়ে সুখী হৈছে নে সুখী হোৱাৰ অভিনয় কৰিছে একমাত্ৰ তেওঁলোকে জানে 😌 এজন মানুহৰ ইমান ক্ষোভ , অভিমান কিহৰ বাবে হয় সেয়া কেৱল ভুগী থকা জনেহে বুজে 😌🥺😌
@leenadeka3532
@leenadeka3532 2 года назад
Felling sad for Harshita. She has the right for education and a better life. I think her father need proper counselling.
@Raider_1238_yhw
@Raider_1238_yhw 2 года назад
Exactly she was to learn to leave her fatherly love..otherwise she would have a hard time in this world
@nituldas2241
@nituldas2241 2 года назад
Seems like she wants to fly but she is caged. So sad. Her father is a broke man. I may sound rude but he is doing injustice to his family. Hope god give them strength and I don't think anyone can guide that man. He is broke and stubborn.
@pranabjyotibhai5521
@pranabjyotibhai5521 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-hsEZwpe33P0.html
@debastootibaruah1808
@debastootibaruah1808 2 года назад
Felling sad for Harshita.she has the right for education and a better life.I think her father need proper counselling.
@DapoonOfficial1
@DapoonOfficial1 2 года назад
Right.
@positivevibesassam171
@positivevibesassam171 2 года назад
It's very emotional 😢. ছোৱালীজনী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ বাবে দুখৰ লাগিল। তাইৰ প্ৰতিভাক নতশিৰে প্ৰণাম🙏🙏
@akulahmed7037
@akulahmed7037 2 года назад
দুখ লাগিল , দোকান খনৰ যোগেৰে হক তেওঁ লোকৰ আৰ্থিক অৱস্থা টনকিয়াল লৈ উঠক
@roiumbon5172
@roiumbon5172 Год назад
মানুহ জনৰ জীৱন কাহিনীটো সম্পূৰ্ণ কৰিব লাগিছিল ।
@sanjibsarmah6883
@sanjibsarmah6883 2 года назад
মানুহ‌জনৰ মনত চাগে বহুত ক্ষোভ আছে বাবে তেওঁ তেনেকুৱা কৰিছে কিন্তু তেওঁৰ এই সিদ্ধান্তই ছোৱালীজনীৰ ভবিষ্যতটো ধ্বংসৰ পথত গৈ আছে । সকলোৱে মিলি এই পৰিয়ালটোক এই ধাৰণাটোৰ পৰা দূৰ কৰিব লাগিব ।।
@alakadeka154
@alakadeka154 2 года назад
Hoi aitu kothat sakaloe saport koribo lage
@tapanjyotibora4812
@tapanjyotibora4812 2 года назад
অদ্ভুত, কবলে গলে মানুহ জন psycho . ছোৱালী জনী ভৱিষ্যত টো ধ্বংস কৰিলে।
@Sarthak_0680
@Sarthak_0680 2 года назад
Ummm sei tu a
@jumandas1400
@jumandas1400 2 года назад
Suwali jonir Bhut axa ase .dewtakr karne Tai ondhokart thakibo lga hoise .😥
@tapanjyotibora4812
@tapanjyotibora4812 2 года назад
@@jumandas1400 hmm
@gokulendragoswami6733
@gokulendragoswami6733 2 года назад
I know this gentleman. He is a reputed teacher. Great salute to him.
@nitugogoi3755
@nitugogoi3755 Год назад
ছোৱালী জনীৰ‌‌ ভৱিষ্যতো ধ্বংস নকৰিব তাইৰ বহুত আশা আছে পঢ়া শুনা কৰিব দিয়ক ভালকৈ ।মাক দেউতাকে সন্তানক পঢ়া শুনা কৰি‌ আগবাঢ়ি যাবলৈ দিব লাগে । জীৱন দুদিনীয়া মাক দেউতাক টো সদায় নাথাকে । ছোৱালী জনীৰ‌‌ ভৱিষ্যত টো অন্ধকাৰ নকৰিব তাৰেই সাদৰৰে অনুৰুধ কৰিছোঁ।🙏🙏🙏😭 দিম্পু তুমি সকলোতকৈ Best ..👍👍👍দে আৰ.🤗💐👌😎
@paragjyotineog2417
@paragjyotineog2417 2 года назад
ভাল ভাল.... তেওঁলোকৰ story সঁচাকৈয়ে জানিবলগীয়া.... কিন্তু এটা কথা মোৰ ব্যক্তিগত ভাবে ইমান পছন্দ নহ'ল.... ছোৱালীজনীক পঢ়িব দিব লাগিছিল.... ইমানকৈ পঢ়ি শুনি তেওঁ চৰকাৰী চাকৰি নোপোৱাটো অতি দুৰ্ভাগ্যৰ কথা.... কিন্তু হয়তো ছোৱালীজনীয়ে পঢ়ি মেলি বহুত ভাল কিবা কৰিলেইহেতেন বা.... সেইবোৰো ভাবিব লাগিছিল.... যিয়ে নহওঁক তেখেতে যাতে ছোৱালীজনীক পাৰিলে আৰু পঢ়ুৱাবলৈ চেষ্টা কৰে... তাৰেই অনুৰোধ। ধন্যবাদ Love from lakhimpur
@jintubardolol3766
@jintubardolol3766 2 года назад
Hai bahut dhuk loga
@jubinborah7701
@jubinborah7701 2 года назад
Right 👍
@priyabratdas9686
@priyabratdas9686 2 года назад
Ekmot
@dhritimansdiary6522
@dhritimansdiary6522 2 года назад
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@U_turn365
@U_turn365 2 года назад
Khuv ata ase manuhjonor monot khei khuv dukh khuk khiniye teok vagi pelaise tmi buji pua nai sage roll nmbr 1 1st division aru tar pst sakori tu nupuar bedona tu sage anuvab hua nai teo vagi goise tar porinoti aitu
@nk2.o948
@nk2.o948 2 года назад
জ্ঞান শিক্ষা থকাৰ পিছতো গ্ৰহণ কৰা এনে সিদ্ধান্তই মূৰ্খতাৰ পৰিচয় দিয়া নাই জানো !! কাৰোবাৰ ওপৰত থকা ক্ষোভৰ পৰিণতি নিজৰ পত্নী জীয়ৰীক ভুগিব দিয়াটো মই কেতিয়াও উচিত বুলি নাভাৱো তেওঁ যিমানেই উচ্চ শিক্ষিত নহওঁক কিয় 😔🙏
@rohinibarman2484
@rohinibarman2484 2 года назад
Exactly, moi o heitu a feel korisu.
@rupjyoticovermusic8438
@rupjyoticovermusic8438 2 года назад
Monor kotha kole apuni
@junpop555
@junpop555 2 года назад
Teor nijor dhorjyo aru nijor khuvor uport control nai...tekhet tecaher hoiu student k val gyan dibo nuarile heten
@Akash-hc5bl
@Akash-hc5bl 2 года назад
@Good Informative balilesa mondiror kasotkasot
@Akash-hc5bl
@Akash-hc5bl 2 года назад
Sorkary sakoreye manuhor jibon nohoi
@AssampoliceCommando
@AssampoliceCommando Год назад
ভগৱান Jate Commandot চাকৰিটো পাওঁ এবাৰ মিহতৰ ঘৰত Jam buli akha korilu jate kiba ata xohay koribo paru from chirang Jai commandos
@samiranhazarika2284
@samiranhazarika2284 2 года назад
ভগবানে শক্তি দিয়ক।।
@himasridas4035
@himasridas4035 2 года назад
সচাঁই ভাষা নাই কবলৈ ..খুৰা -খুৰী আৰু ভণ্টি জনী ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিলোঁ🙏🙏🙏
@sanjibchetry5994
@sanjibchetry5994 2 года назад
Dimpuu da sowalito bht dukh kastat ase apuni teok guwati furaboloi loi jaok ❤️tair issa bor puran korok jdi pare 💞
@bijurajkhowa7114
@bijurajkhowa7114 2 года назад
সচাঈ অদ্ভূত কাহিনী
@jeetrfatho7733
@jeetrfatho7733 2 года назад
কি কম ভাষা নাই, জীৱন সংগ্ৰাম কি এই মানুহবোৰক সোধক! দিম্পু দা সচাকৈয়ে তুমি অনন্য৷
@Niyorneelbora
@Niyorneelbora 2 года назад
বৰ আকোৰগোঁজ মানুহ হে, নিজৰ লগতে উঠি অহা ছোৱালীজনীৰ ভৱিষ্যতটোৰ কথা এবাৰো ভবা নাই, মানুহ গৰাকী সতী-সাবিত্ৰী তেওঁৰ বাবে পতি পৰমেশ্বৰ, এটা কথাও আজিলৈকে প্ৰতিবাদ কৰা নাই, সকলো মানুহৰে নিজস্ব এটা মন থাকে বহুতো সপোন থাকে সেই কথাটো ইংৰাজীত স্নাতক হোৱা মানুহজনে নুবুজিল, শিক্ষা থাকিও তেওঁ সচাঁ অৰ্থত অশিক্ষিত,🙏 জ্ঞান আছে তেওঁৰ কিন্তু বিজ্ঞান নাই,, #niyorneelbora
@dimpledas6179
@dimpledas6179 2 года назад
Akdom xosa koise
@dearfriends1194
@dearfriends1194 2 года назад
সচাঁকে আজিৰ দিনত এনেকুঁৱা মানুহ থাকিব পাৰে মই ভবাইনাছিলোঁ।
@hemolatavlogs
@hemolatavlogs 2 года назад
বহুত সহজ-সৰল মানুহ সঁচাকৈ সঁচা মনৰ মানুহ এয়াই real সুখ মানুহৰ, যিটো টকা পইচাৰে কিনা বেচা কৰিব নোৱাৰি, ঈশ্বৰে সদায় ভালে ৰাখক এই পৰিয়ালটোক👏🤲✊
@rakeshpathak7548
@rakeshpathak7548 2 года назад
Valke sale dekhiba family toh hosa kori happy ne sowali jonir mukh khnnoloi saba aber kiman hotakhh ji hopun sob Pani
@hemolatavlogs
@hemolatavlogs 2 года назад
আচলতে সংগ্ৰামে জীৱন মাক দেউতাকে হয় তাইক শিক্ষাৰ পৰা বঞ্চিত কৰিছে কিন্তু এখন ঘৰৰ পৰা যিমান খিনি শিক্ষা,জ্ঞান দিব লাগে সেই বোৰ গোটেই দিছে জীয়েনেকি আজি কালিৰ পঢ়ি শিক্ষা লোৱা বোৰৰে কম থাকে, তাই কি নোৱাৰে সকলো পাৰে, তাইৰ আশা সপোন এদিন নিশ্চয় সফল হব কাৰণ তাইৰ শিক্ষা প্ৰবিত্র ।
@jagadishsarmah.3933
@jagadishsarmah.3933 3 месяца назад
Mera smart 😎sarkar mohan. Joi hind. Bharot mata ki joi.
@mayurisarma8299
@mayurisarma8299 2 года назад
পঢ়ি শুনি কাম নাই বুজিলো। এইবিলাক যে তেখেতে কৰিছে কি লাভ ৰ কাম কৰিছে !? ছোৱালীজনিক বঞ্চিত কৰিছে সকলো খিনি ৰ পৰা.... ভগৱানে ছোৱালীজনীৰ মঙ্গল কৰক।
@rituparnabhardwaj760
@rituparnabhardwaj760 2 года назад
এওঁলোক হৈছে, জীৱন আৰু সত্য পদূলিৰ সঁচা মনৰ মানু্হ...!!
@rimjimdas8333
@rimjimdas8333 2 года назад
Umm
@rakeshpathak7548
@rakeshpathak7548 2 года назад
No no aitoh murkhami jot nijor potnir logote dkh nthoka sowali jonio bhugise tair hopun sob Pani korile,,vote jatiya dise ghr ata powa ba light powa aitoh moulik odhikar but manuh jone xaitoh oo poriwalog ni diya baki toh bade diya 😒😒😒
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 RU-vid Link :::: ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-QICN5RnJcrA.html
@rituparnabhardwaj760
@rituparnabhardwaj760 2 года назад
@@rakeshpathak7548 hmm
@bhaskartamuli5603
@bhaskartamuli5603 2 года назад
Azikali anakua manuh paboloi nai
@Manoj_Barua
@Manoj_Barua 2 года назад
প্ৰথমে Dimpu দা k ধন্যবাদ জনালোঁ এনেকুৱা এটা পৰিয়ালৰ লগত চিনাকী কৰি দিয়াৰ বাবে... ইমান সহজ সৰল মানুহ তেওঁলোক... সঁচাকৈ আজিৰ দিনত তেনেকৈ চলি খাই থকাটো বহুত কষ্টৰ কথা..... তেওঁৰ মনত থকা ক্ষোভ খিনি সোনকালে দুৰ হোৱাটো কামনা কৰিলো🙏
@user-tb8iv8ws5s
@user-tb8iv8ws5s 2 года назад
ভাই এটা কোন দেশের ভাষা
@anupamdas9876
@anupamdas9876 2 года назад
@@user-tb8iv8ws5s Assam দেশেৰ ভাষা
@Manoj_Barua
@Manoj_Barua 2 года назад
@@user-tb8iv8ws5s Assam....
@lanibaishya4761
@lanibaishya4761 2 года назад
হে ভগৱান ।।।। আচৰিত মানুহ
@ajn525
@ajn525 2 года назад
সচাঁকৈ আচৰিত হ'লো আৰু দুখ ও লাগিল । তেওঁ নিজেই বাৰু চৰকাৰৰ পৰা একো নলয় কিন্তু তেওঁ পত্নী আৰু ছোৱালীজনীৰ কথা চিন্তা কৰিব লাগিছিল ।☹️😢 ছোৱালীজনক পঢ়া-শুনাৰ পৰা যি যি তাই কৰি ভাল পায়, দেউতাক হিচাপে সেই সকলো কৰিব দি জীৱনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব লাগিছিল।
@nayanjyotinath2786
@nayanjyotinath2786 2 года назад
কেতিয়াবা যাম সেইফালে গ'লে । বহুত বেলেগ ধৰণৰ পৰিয়াল এটা । আগতে দেখা নাই কেতিয়াও । ভগৱানে সুস্থ কৰি সুখ শান্তিৰে ৰাখক তেখেত সকলোক । ডিম্পুৰ পৰা বহুত কিবা কিবি দেখিছোঁ । ধন্যবাদ ডিম্পু । 👍🙏
@rintuhazong8853
@rintuhazong8853 2 года назад
Beti Bachao Beti Padhao ❤️ বৰ্তমান যুগৰ পৰা একেবাৰেই পৃথক। কি অদ্ভুত বৈপৰীত্য মানুহ!! জীৱনত প্ৰথমবাৰ দেখিলোঁ শিক্ষাৰ মূল লক্ষ্য চাকৰিয়েই নেকি? যাৰকাৰণে আজি নিজ কন্যাকো শিক্ষাৰ পৰা বঞ্চিত কৰিলে।
@bhabesh9319
@bhabesh9319 2 года назад
একমত আপুনাৰ সৈতে 🙏
@babitahazarika6300
@babitahazarika6300 2 месяца назад
আচৰিত হৈছোঁ দেই ভেদিও টো চাই
@dhiraazrairam9981
@dhiraazrairam9981 2 года назад
is duniya prr aise log bahut kam he milte hai....🙏🙏🙏🙏🙏🙏salut hai pura femili ko mera prnaan or Salaam hai 💕💕💕💕
@mustufaahmed5785
@mustufaahmed5785 2 года назад
সকলোৱে জীৱনত সপোন ৰচে।। যেতিয়া সেই সপোন বাস্তব নহয়, তেতিয়া জীৱনৰ সকলো আশা আকাংখা নোহোৱা হৈ যায়।। যিটো মানুহ জনৰ লগত ঘটিল।।। কিন্তু মানুহ জনে ছোৱালী জনীক পঢ়াব লাগিছিল।। হয়তো তাই পঢ়ি শুনি ডাঙৰ মানুহ হল হেতন।। তাইৰ কথা বতৰাত গম পোৱা গল, পঢ়িবলৈ তাইৰ কিমান হেপাহ।।
@daizykumar8411
@daizykumar8411 2 года назад
ক্ষোভ আছে মানুহজনৰ মনত 😊,,,যোগ্যতা থকা স্বত্বেও প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে তেওঁ। তেৱোঁ আজি আন দহজন চৰকাৰী চাকৰিয়ালৰ নিচিনাকৈ সুখেৰে থাকিব পাৰিলে হেঁতেন।কিন্তু তেওঁ যে বঞ্চিত!!!সেয়াই ক্ষোভ🥺🥺
@Android_gamerzz24
@Android_gamerzz24 2 года назад
Right
@pradumnyanath3048
@pradumnyanath3048 2 года назад
সঁচা কৈ বহুত দুখ লাগিল।। চকু পানী নিজে নিজে বৈ আহিছে।।
@manjulpathak4182
@manjulpathak4182 2 года назад
পৰিয়ালটোৰ আত্মাভিমানী স্বভাৱটোৱেই এই অৱস্থাৰ মূল। অদ্ভূত! ছোৱালীজনীৰ ভৱিষ্যতটোৰ লগত খেলিব নালাগিছিল । ছোৱালীজনীৰ কথা ভাৱি দুখ লাগিছে। দেউতাকৰ অপৰাধো হৈছে। আজিকালি শিক্ষা ল'ব নিদিয়াটো অপৰাধ। স্থানীয় বিধায়কে জোৰকৈ হ'লেও ঘৰ আৰু বিদ্যুত সংযোগ এটি দিয়ে যেন।
@MadhurjyaDeoriOfficial
@MadhurjyaDeoriOfficial 2 года назад
দিম্পুৰ এই ভিডিওটো চাই অনুমান কৰিব যে, আজিৰ এই আধুনিক যুগতো সেই ছোৱালী জনীয়ে কেনেকুৱা এটা জীৱন জীয়াই আছে... ভিডিওটো চাই মই বিশেষ একো তেনেকুৱা কাৰন বিচাৰি নাপালোঁ যাৰ বাবে মানুহজনে চৰকাৰৰ ক্ষোভত গোটেই বাহিৰৰ পৃথিৱীখনৰ পৰায়ে পৃথকে থাকিব লগীয়া হৈছে.... মোৰ ব্যক্তিগত অনুভৱ অনুসৰি মানুহে জেড কৰিব লাগে,, কিন্তু ইমানো নহয় যে পৰিয়ালত থকা প্রত্যেকজন ব্যক্তিয়ে তাৰ পৰিণাম ভুগিবলগীয়া হয়.... ভাল হওক পৰিয়ালটোৰ.... 🙏
@simantaborah4457
@simantaborah4457 2 года назад
👍
@Rahul_vlogs1.
@Rahul_vlogs1. 2 года назад
কি‌ কম ভাষা নাই অদ্ভুত।মাইনা জনীৰ কাৰনে বহুত বেছিয়া লাগিছে🥺
@CricketGuruAssam
@CricketGuruAssam 2 года назад
আজিৰ যুগত মানুহে অট্টালিকা সাজি থাকিব বিচাৰে, চাকৰি বিচাৰি এচামে হাহাকাৰ কৰে তেনেক্ষেত্ৰত এই লোক সকলৰ Mindset বহুত বেছি পৃথক । এনেকুৱা Down To Earth লোক পৃথিৱীত বিৰল !
@satyajitchaudhury85
@satyajitchaudhury85 2 года назад
Jiwanar asol satya ayei, isware mongol koribo suwali joni aru ghor xonor.
@nikkieevlogs8561
@nikkieevlogs8561 2 года назад
পৰিয়ালটোৰ বাবে ভগবানক প্ৰাৰ্থনা কৰিলো যাতে তেওলোকে ভালকৈ থাকিব পাৰে,, সচাই মানুহ সদায় এনেকৈ challenging হব লাগে 🥰
@rajunath8963
@rajunath8963 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-cxQiAT70Vko.html
@rohitroy6257
@rohitroy6257 2 года назад
Aitu challenging nhoi murkhami he.
@rakeshpathak7548
@rakeshpathak7548 2 года назад
@@rohitroy6257 akdm thike sowali jonir hopun sob Pani hoi gol bohut bea lagise
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 RU-vid Link :::: ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-QICN5RnJcrA.html
@unknowngamingzone8183
@unknowngamingzone8183 2 года назад
Challenging হব লাগে সঁচা । কিন্তু এনেকুৱা নহয়।
@Sk________entertainment321
@Sk________entertainment321 2 года назад
সঁচাই অন্তৰ চুই গল😊❣️
@junmonikolita9904
@junmonikolita9904 2 года назад
ছোৱালী জনীক সহায় কৰক দিম্পু দা। লাগিলে দহজনৰ সহায় লওক। দেউতাক ৰ ক্ষোভ আৰু জেডত তাইক শেষ হৱ নিদিৱ।
@kajolpriya8619
@kajolpriya8619 2 года назад
তেওঁ নিজৰ হতাশাৰ বাবে ছোৱালী জনীৰ জীৱনটো ধ্বংস কৰি আছে।
@arstatus7788
@arstatus7788 2 года назад
ইমান সততা আমাৰ সমাজ খনতকৈ বহুত পৃথক এওঁলোকৰ পৰিয়াল । অহিংসাই পৰম ধৰ্ম। কুশলে থাকক তাকে কামনা কৰিলোঁ।
@bhaskartamuli5603
@bhaskartamuli5603 2 года назад
Basi sidha manuh zon
@chiranjivvlogs7786
@chiranjivvlogs7786 2 года назад
Bidda kolu Dimpu Daa, tumar মানসিকতা সকলোতকৈ বেলেগ, সেইকাৰনে tumak কিবা এটা ভাল লাগে 🥺♥️
@bhonitabodosa898
@bhonitabodosa898 2 года назад
Bhonti joni r jeebon ujjol hobo ...ujjol maane bohu ujjol hobo
@dipamanideka9944
@dipamanideka9944 2 года назад
তেওঁৰ মনত জ্বলি থকা জুই কুৰাত তেওঁৰ পত্নী আৰু ছোৱালী জনীয়ে জ্বলি আছে। এনেকুৱা কৰি তেওঁ কি পালে নাজানো । ছোৱালী জনীলৈ বহুত বেয়া লাগিছে । মানুহ জনে হৈটো বহুত দুখ, ক্ষোভ, অভিমান ত এনেকুৱা এটা সিদ্ধান্ত লৈছে। সঁচাকৈ বহুত বেয়া লাগিল চাই 🥺
@rohitkonwar6134
@rohitkonwar6134 2 года назад
Dimpu da u r the legend of Assam ❣️❣️❣️
@xxxdevrajxxx9904
@xxxdevrajxxx9904 2 года назад
❤️
@pankajmixvlog4712
@pankajmixvlog4712 2 года назад
Futt
@monibordoloi9660
@monibordoloi9660 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-E94yfLcCPUc.html Aitu content sabo pare.. Dhuniya story and execution.. Asomiya mini series.. Val. Pale share koribo
@dhritimansdiary6522
@dhritimansdiary6522 2 года назад
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@rohitkonwar6134
@rohitkonwar6134 2 года назад
@@monibordoloi9660 sure dada slu aru aitu video tuh amr nsina bnai sa juntu amr lgr bur lgt hoi Great job 👍👍 dada
@sangitadas8365
@sangitadas8365 2 года назад
Suwali joni loi bohut bea lagise🥺 bhal lora ata logot oti xunkale tai jugmo jibon tu arombho houk . Hai lora jone tair monor akha ru tai adhorua xikha bur u puron korok..take bhagwan'k parthona korisu ontor pora 🙏❤❤❤
@kabirajsanatani3186
@kabirajsanatani3186 2 года назад
দিম্পু ভাই কি আচৰিত মানুহহে এওলোক ! । দিলেও নলাগে । নিজে নলয় কিন্ত পৰিয়ালটোক পিচত বিপদৰ পিনে নি আছে । ক্ষমাদান কৰাতো মহান কাম ।
@rituraazgogoi2356
@rituraazgogoi2356 2 года назад
সেই সকল youtuber কৈছোঁ কেনেকুৱা ভিদেও বনাব লাগে দিম্পু দা পৰা কিবা এটা শিক্ষা লক গাড়ীত লৰাই হগা ভিদেও মানুহটো ঘৰ দেখাই ফুৰাতকৈ এনেকুৱা এখন ঘৰ দেখাওক । দিম্পু দা আপোনাৰ বিষয় কি কম ভিদেওটো চাই দুখ লাগিল পৰিয়ালটো লৈ নাজানো সিহঁতি কিমান সুখী এনেকৈ থাকি কিন্তু বহুত কষ্ট আছে সিহঁতি ।
@durlovhatiboruah4950
@durlovhatiboruah4950 2 года назад
পৃথক মানসিকতাৰ, অমূল্য পৰিয়াল🙏 সিদ্ধান্তত অটল,এনে মানসিকতাৰ মানুহ বৰ্তমান সময়তো আছে সঁচাকৈ ভাবিবলগীয়া🙏✊🙏
@dimpisvlogs7829
@dimpisvlogs7829 2 года назад
মাথাটো বেয়া লাগি গৈছে ছোৱালীজনীক দেখি ৷ অলপ সময়ৰ কাৰণে তাইৰ ঠাইত নিজক ৰাখি দুৰ্বল অনুভৱ কৰিছোঁ 😊 খুব সোনকালে তাইৰ ওচৰলৈ যাম ৷ ভালে থাকক গোটেইকেইটা ৷
@amallaskar3537
@amallaskar3537 2 года назад
সুন্দৰ অতি সুন্দৰ
@munulkitchenandvlogs5044
@munulkitchenandvlogs5044 2 года назад
সচাকে কবলৈ ভাষা নাই.. ছোৱালীজনীৰ কাৰণে দুখ লাগিলে আল্লাহে তাইৰ সপোন পুৰণ কৰক🤲
@Kaushikeditzshorts
@Kaushikeditzshorts 2 года назад
বেলেগতকৈ বেলেগ অলপ ❣️ জয় দিম্পু দা 🔥🔥🔥 dimpu da 💕
@monibordoloi9660
@monibordoloi9660 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-E94yfLcCPUc.html Aitu video sabo pare.. Birat dhuniya content.. Val paisu krne share korisu..
@joydeepborpatra2769
@joydeepborpatra2769 2 года назад
জয় কেলৈ কৈছ মূৰ্খ নেতা নেকি ক্লা
@roasterbhi5933
@roasterbhi5933 2 года назад
আগৰ দিনৰ শিক্ষা গ্ৰহন কৰা মানুহ, বৰ্তমান যুগত কাৰেন্টৰ পৰা ধৰি educationলৈ একো যদি নাই জীৱনেই অন্ধকাৰ ,আপোনাৰ যি হল হল একো নাই.! ছোৱালী জনীৰ future তো চাৱ লাগে , বাকী যি কি নহওক সুন্দৰ জীৱন অতিবাহিত কৰক..!!চাই ময়ো হতভম্ব..!!
@bitopanbaruah3810
@bitopanbaruah3810 2 года назад
Apuni thik koise
@banajitdas1115
@banajitdas1115 2 года назад
এটা সচা হৃদয়ৰ পৰিয়াল । পৰিয়ালটোৰ কথা ভাবি মনটো সেমেকি উঠিল । তেখেতে চৰকাৰৰ পৰা একো সহায় নলয় ভাল কথা । অন্তত ছোৱালীজনীক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিব নেলাগিছিল । এতিয়াও সময় আছে...... ছোৱালীজনীক শিক্ষাৰ ব্যবস্থা অতি সোনকালে কৰক । ছোৱালীজনীৰ দেউতাকৰ counseling ৰ প্ৰয়োজন হৈছে । ছোৱালীজনীও কিছু পৰিমানে inferiority complex ত ভুগি আছে ।
@jubadutta7961
@jubadutta7961 2 года назад
তেখেতসকলৰ পৰা দেশৰ মানসীক ভাবে দৰিদ্ৰ সকলে কিচু শিকক। মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু নমস্কাৰ জনালো।
@gautamdas6644
@gautamdas6644 2 года назад
Unpredictable! Etiyao eneka manuh aase ! Thanks dimpu for sharing this .🙏🙏🙏
@Nomadic_Assamese
@Nomadic_Assamese 2 года назад
অসমৰ বেলেগ youtuber ত koi Dimpu অলপ বেলেগ।তোমাৰ content বোৰৰ পৰা ছছাইটি লৈ এটা মেচেজ যায়।You really deserve a good recognition।God bless you.Love from Delhi
@abhijitboro4257
@abhijitboro4257 2 года назад
Yes Dada Really True Line 🖤 For Dimpu Da 🌈😇
@arupdas6277
@arupdas6277 2 года назад
তুমি ভাল কথা ই কৈ দিলা
@kanakbaishya3935
@kanakbaishya3935 2 года назад
Bahut beya lagil. Family to dekhi
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
. Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 RU-vid Link :::: ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-QICN5RnJcrA.html
@anusmitadeka4553
@anusmitadeka4553 2 года назад
কোনোবাই ছোৱালীজনীৰ কিবা এটা ব্যৱস্থা ললে ভাল আছিল । এতিয়াও সময় আছে। তাইৰ হয়টো বহুত সপোন আছে তাইক দেখিলে গম পোৱা যায় তাই বহুত আগবাঢ়ি যাব পাৰিব।
@myeducationbhaskarborah
@myeducationbhaskarborah Год назад
যোগ্য জনক যোগ্য স্থানত নৰখাৰ কাৰনেই ইমান শিক্ষিত মানুহো আজিৰ দিনত হতাশত, আশা কৰাতো নোপোৱাৰ বেদনাত ভূগিছে। হয়তো তেতিয়া চাগে তেওঁ ঘোচ দিব নোৱাৰিলে। সেই বাবেই চাকৰি টো লাভ কৰিব নোৱাৰিলে। এনে কিছুমান শিক্ষকো আছে যিসকলে একো নাজানে কিন্তু চাকৰি কৰি দৰমহা খাই আছে। By the way পৰিয়ালটোৰ সততা দেখি ম‌ই সচাই আপ্লুত। ছোৱালী জনীও মৰম লগা আৰু কামে কাজে পাৰ্গত।
@amritadeka821
@amritadeka821 2 года назад
Xorolotare poripurna Dimpu daa😌😌khokolure prio🥰🥰 RU-vid bulilei Dimpu daa 😌
@nabajuytideka1898
@nabajuytideka1898 2 года назад
Right baa🥰🥰🥰
@dhritimansdiary6522
@dhritimansdiary6522 2 года назад
👈☝️Moko oloop morom diboo boli akha thakil
@amritadeka821
@amritadeka821 2 года назад
@@nabajuytideka1898 umm🥰
@iamgohain6976
@iamgohain6976 2 года назад
Yeah..
@hirondutta4331
@hirondutta4331 2 года назад
Deutakor jibon tu baru soli jabo kintu suwali joni kotha abar bhabibo lagisile.Dimpu da love from lakhimpur ❤️❤️❤️
@chekanidhara1567
@chekanidhara1567 2 года назад
ছোৱালী জনীৰ ভবিষ্যৎ ধ্বংস কৰি পেলালে। শৰ্মা দেৱৰ কৰ্মত সন্তোষ হ'ব নোৱাৰিলো। বিশেষ কৈ আজিৰ সময়ত।
@bipuldas7566
@bipuldas7566 2 года назад
Vhanti tu bohut morom loga Vhanti tuk sai kanda ulai gol bhale bhabe thaka🙏
Далее
EVOLUTION OF ICE CREAM 😱 #shorts
00:11
Просмотров 7 млн