Тёмный

ABHIMAN | অভিমান | assamese short film | Manuj bhai | kasturi nixasor | nibedita dutta 

MANUJ BHAI
Подписаться 443 тыс.
Просмотров 1,6 млн
50% 1

MANUJ BHAI PRODUCTION PRESENT’s
Story / Direction / Produced
MANUJ BHAI
Script
ANKAN DAS (জীৱন), MANUJ BHAI
Editing / Colour / Drone
BISWAJIT DAIMARY
Music / Background Score / Humming
JYOTIPALL
Cinematography
MIGANG PATIRI, BISWAJIT DAIMARY
Dubbing
PRANJIT DEKA
Graphics Design
PARTHA JIT HIRA
Make up
SNEHA SONOWAL
Light
LC stand (bitu)
CAST
Manuj Bhai, Kasturi Nixasor, Nibedita Dutta,Surjya Konwar, Nikunja, Biswajit, Barman, Jiboni Daimary, DJ Gogoi, Junmoni Saikia, Sneha Sonowal, Votku, Anita, Gautam, Lalit, Samutjal, LC stand, Jintu Thakuriya, Bhagyalakhmi, Bijoya, Kashmirirekha, Baruah Koka, Bikash , Bosir
Special Thanks To
RABOT PEGU & Family
JUNMONI SAIKIA
SAPU SAHU (Orissa Hero Motors ,Jonai)
GAURAV KONWAR
Audio credit
O NAYANA
Singer : Run Jonak
Music : Prasanna Jyoti Das
Music Producer : Manuj bhai
Lyrics : Dj gogoi
Tune : Run Jonak / DJ gogoi
Sponsorship contact email id mbbpr783@gmail.com
WhatsApp 9957436755

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 10 тыс.   
@mainatalukdar3796
@mainatalukdar3796 22 дня назад
বাস্তৱতাৰ এক জীয়া কাহিনী, হৃদয় চুই গল☺️4 বাৰ চালো , তথাপিও হেঁপাহ পলোৱা নাই। বহুত বহুত ধুনীয়া হৈছে👍👍
@humeswarnotice3861
@humeswarnotice3861 20 дней назад
Part2
@mamonirazbonxi
@mamonirazbonxi 20 дней назад
Bhakhare bujabo nwaru kimn je mn tu bya.lgise .. Mur mnuhjn a O muk bht vl pai muru 6mnth pregnancy hoi ase.. Film khn sai kina ata voy lgi gol.. Vgbn a jate vl a rakhe amk 3 O take😭😭😭😭
@AYUSH1-v1p
@AYUSH1-v1p 20 дней назад
Part 2 lage
@Rajlife-AJs
@Rajlife-AJs 20 дней назад
Nice ❤
@Ajoy-nh5ty
@Ajoy-nh5ty 20 дней назад
❤❤❤❤
@skbabusaraniavlog7360
@skbabusaraniavlog7360 21 день назад
Short movie খনৰ পৰা এটি কথা জানিব ও বুজি পালো। Next level. পাৰিলে দ্বিতীয় খণ্ড খন বনাব মনোজ ককাইদেউ। এনে টো আপোনাৰ চাইডত এজনী ছোৱালী আছিলেই অৰ্থাৎ নয়নাৰ বান্ধৱী সেই জনী ছোৱালীয়ে আপোনাৰ যি মানসিক ভাৱে অসুস্থ সেই মানসিক অসুস্থক সুস্থ কৰি এটা সুন্দৰ জীৱনৰ আধাৰত ২য় খণ্ড বিচাৰো। যি সকলে ২য় খণ্ড বিচাৰিছে এটা লাইক আৰু কমেন্ট কৰি জনাব। ধন্যবাদ🙏🙏🙏🙏
@pabanbora638
@pabanbora638 19 дней назад
আমি ও বিচাৰো
@paransvlogs
@paransvlogs 19 дней назад
Pare ..
@edhanimorom
@edhanimorom 18 дней назад
Lage ❤❤❤❤
@RamenRamanraman
@RamenRamanraman 18 дней назад
Lage next part
@ConfusedHusky-wy2iv
@ConfusedHusky-wy2iv 17 дней назад
Amiu bisaru...
@mrBarman01
@mrBarman01 23 дня назад
বৰ্মনৰ অভিনয় কেনেকুবা বা হৈছে জনাবচোন ।😊🙏❤ লগতে মোক বেয়া পাই নেথাকিব ৰাইজ যদি মই ৫০,০০০ টকা দিলো হয় কাহিনী টু কেনেকৈ আগলৈ গল হয় ।🙂💔
@Som_ee345
@Som_ee345 23 дня назад
Khub dhunia hoise pant 2 j khuli jai😂😂😂....keep going❤...Abhimaan next part tu bonua
@dipamanidas444
@dipamanidas444 23 дня назад
Dada apunar acting dhuniya hoise ❤❤
@user-jp6dp7jv5e
@user-jp6dp7jv5e 23 дня назад
Vl lagise
@ImranAly-sp2tg
@ImranAly-sp2tg 23 дня назад
Barman daubare eta pant kini dim baru 😅
@makau-qc6go
@makau-qc6go 23 дня назад
Mjh hoii se kin2 poisa to diya hole aru val lagil hoii... Noiyana basil hoii
@mimisvlogsandrecipes7205
@mimisvlogsandrecipes7205 11 дней назад
দৈনন্দিন জীৱনৰ জীয়া ছবি। ভাল হৈছে অভিনয় সকলোৰে❤ কাহিনী ,সংগীত, ভাল হৈছে। নয়নাৰ অভিনয় ভাল লাগিল। মনোজে হহোঁৱাবও পাৰিছে কন্দোৱাও পাৰিছে। ভাল লাগিল।
@prabinpegu4896
@prabinpegu4896 22 дня назад
আজিৰ সমাজত প্ৰচলিত এক জীয়া ছবি। জন্মৰ দিনত দিব পাৰে হাজাৰ টকীয়া উপহাৰ কিন্তু সেইজন মানুহকে হস্পিতালত মৃত্যুৰ সৈতে যুঁজি থাকিলেও দহ টকা এটা দিবলৈ হাজাৰ বাৰ ভাৱি লয়। এয়াই আজিৰ বাস্তৱতা। আজিহে Manuj bhai Manuj bhai লাগিছে🤭 বাকী Ultimate❤️ Dil jit liya🙏
@Dipanjolidas.17
@Dipanjolidas.17 14 дней назад
Hoy diyok amr lgt a hoi ase mur papa r bmr bipodt kku npwa hoise Ane hole bondho bht😢❤
@nayannayan7465
@nayannayan7465 13 дней назад
Xsai vl lgil sai ..anekuwa frndr kunu drkr ny
@doyanandadoley2913
@doyanandadoley2913 22 дня назад
এই কাহিনীটোৰ পৰা এটা কথাই উপলব্ধি কৰিব পাৰিছো যে জীৱনত তুমি সুখৰ বন্ধু বহুত পাবা কিন্তু দুখৰ বন্ধু এজনো নোপোৱা।
@stgamer7172
@stgamer7172 22 дня назад
Right koisa brooo.. Khukhor xomovagi bohut ase......aru. Dukhor. Xomovagi.......nkow aru. Kobole. Laj. Lage. 😢😢😢😢
@smileyskongkona9154
@smileyskongkona9154 22 дня назад
Hxa kotha
@mrrajibroyprodhani
@mrrajibroyprodhani 22 дня назад
Right 👍 bro
@DeepjyotiGogoi-qz7jw
@DeepjyotiGogoi-qz7jw 22 дня назад
Right bro hosa kotha
@susenborah94
@susenborah94 21 день назад
Hxa ke
@BiniVlogs
@BiniVlogs 22 дня назад
ইমান হহুৱাব পৰা মানুহ জনে যে দুখ লগাই ও দিব পাৰে ভবা নাছিলোঁ দেই ❤ বাকি অভিনয় সকলোৰে মজ্জা হৈছে ।।
@user-xj6dd3yv6k
@user-xj6dd3yv6k 21 день назад
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@ranjitasharma8334
@ranjitasharma8334 21 день назад
Right😢😢
@sanjibdeka5089
@sanjibdeka5089 21 день назад
সঁচাকৈ কন্দুৱাই দিলে
@sanjibdeka5089
@sanjibdeka5089 21 день назад
মনোজ দা সঁচাকৈ কন্দুৱাই দিলা দে emnn হাঁহি উঠা ভিডিঅ বনাই বনাই emn কন্দুৱাই দিলা. বহুত ভাল লাগিল চাই kene অভিনয় mojaaaaa❤❤❤❤
@babuldoley2330
@babuldoley2330 18 дней назад
Hosakoi konduai dila o....😢😢😢😢
@MGadventures-c5q
@MGadventures-c5q 12 дней назад
সঁচাকৈ short film খন চাই বহুত দুখ লাগিল। আপোন মানুহ কোনোবা হেৰায় গʼলে সঁচাকৈ বহুত কষ্ট হয় । লগতে নিজৰ বন্ধুবোৰেই যদি বিপদত সহায় নকৰে তেতিয়া এনে বন্ধু থাকি লাভ নাই। 𝗔𝗯𝗵𝗶𝗺𝗮𝗻 🔥 1.4 million views 🎉🎉 Congratulations abhiman team 🎉🎉
@narayankhanikar8180
@narayankhanikar8180 18 дней назад
অতি সুন্দৰ কাহিনী মনোজ দা। বহুত ভাল ও লাগিল দুখো লাগিল।। কবলৈ একো ভাষা নাই।❤❤❤ বাস্তৱ জীৱনৰ এটি সুন্দৰ কাহিনী❤❤❤❤❤
@purabeesaikia2002
@purabeesaikia2002 18 дней назад
Sort Film খন চাই এটাই বুজি পালো যে বিপদৰ সময়ত সহায় কৰা জনে প্ৰকৃত বন্ধু ❤ বিপদৰ সময়ত আঁতৰি যোৱা জন প্ৰকৃত বন্ধু নহয় 😢 বহুত ভাল লাগিল চাই 🙏
@kangkanaborah59
@kangkanaborah59 19 дней назад
হৃদয়স্পৰ্শী 😭😭 কান্দি গ'লো 😭 কিছুমান ভাল মানুহৰ আৰত থকা স্বাৰ্থপৰ মনবোৰ বৰ সুন্দৰকৈ দেখাইছে 😊এখন বাস্তৱ সত্যৰ আধাৰত ৰচিত ছুটি ছবি ❤
@SureshBoruah-rj6be
@SureshBoruah-rj6be 18 дней назад
moga lagila day bortoman soli thoka kahini
@examsahay4594
@examsahay4594 18 дней назад
Right
@monstercreationkjd1525
@monstercreationkjd1525 12 дней назад
বহুত ধুনীয়া লাগিছে বেলেগ কৰি কব আৰু ভাষা নাই বৰ্তমান সমাজত এনেকুৱায়ে চলি আছে উপকাৰী ক অজগৰে খাই । এক আবেগিক মুহুৰ্ত। টংলাৰ পৰা মৰম দিলো ।
@phunumathakuriya5747
@phunumathakuriya5747 7 дней назад
Right
@Arkidjunak
@Arkidjunak 23 дня назад
ৰাতি দুই বজাত আবেগিক হৈ পৰিলো সঁচাকৈয়ে বৰ বেছি সুন্দৰ অভিনয়েৰে ফুটি উঠিছে। সকলো চৰিত্ৰ সফল ৰূপায়ণ কৰিছে ❤
@BiswajitDaimaryVlogs
@BiswajitDaimaryVlogs 23 дня назад
Akha korisu amar ai suti sobi tu raije akuwali lobo , hokolue bohut kosto korise😊,Thank you manuj bhai production for giving us opportunity to be a part of this beautiful film
@ultra014
@ultra014 23 дня назад
Biswajit Daimary da apuni kio video Diya ny aponar video sabo bohut mon goise😢😢
@Frangkodoleychannel
@Frangkodoleychannel 23 дня назад
31:03 t 50K asil koise ne nasil koise
@BiswajitDaimaryVlogs
@BiswajitDaimaryVlogs 23 дня назад
@@Frangkodoleychannelnasil
@michaelvlogs4811
@michaelvlogs4811 23 дня назад
Dhunia hoise sobore acting ❤
@BiswajitDaimaryVlogs
@BiswajitDaimaryVlogs 23 дня назад
@@ultra014 kaile ahibo
@munmiMoran-l1h
@munmiMoran-l1h 17 дней назад
আপোনজনে এৰি গলে দুখ লাগে। কিন্তু যেতিয়া আপোনজন পৃথিৱীৰ পৰাই আঁতৰি যায় তাতকৈ ডাঙৰ দুখ কি হব পাৰে। মোৰ আপোনজন মোৰ পৰা আঁতৰি গল যদিও তেওঁ যে এই পৃথিৱীত জীয়াই আছে তাক লৈয়ে মই দুখ নকৰাকৈ মনটোক বুজাই দিনবোৰ তেওঁৰ অবিহনে কটাই আছোঁ। কিন্তু কেতিয়াবা বুকুৰ কোনোবা এচুকত কিবাহে যেন খুন্দা মাৰি ধৰে। মনত পৰে আগৰ দিনবোৰ😢😢। প্ৰীয়জন💙🫶
@S.azbanTaniz
@S.azbanTaniz 3 дня назад
শট মুভি আৰু এখন লাগে মনোজ দা। আৰু কাৰ লাগে লাইক কৰিব।
@user-bx5cx1ef7c
@user-bx5cx1ef7c 23 дня назад
সুন্দৰ উপস্থাপন।। এই বন্ধু বোৰ বেয়া দিনত কোনেও চিনি নাপাই ।। সেই বোৰ কোনো বন্ধু নাই ।। ভাবিছিলো ম‌ই অশুদ্ধ এইখন চাই গম পালো ম‌ই শুদ্ধ । দিব ও নাই লব ও নাই ।। মজা মনোজ দা । কাহিনী টো একদম ছুটি । অলপ দীঘলীয়াকৈ ধেমেলীয়া হব লাগিছিল আৰু মজা লাগিল হেঁতেন ।।
@simabegum7322
@simabegum7322 23 дня назад
Right 👍
@bhaskarray7583
@bhaskarray7583 23 дня назад
সঁচা কথা👍👍👍
@biswajyotiarandhara9402
@biswajyotiarandhara9402 22 дня назад
সুন্দৰ অভিনয় সকলোৰে, সুন্দৰ কাহিনী বাস্তৱৰ জীয়া কাহিনী ।। এনেকুৱা চুটি ছবি আৰু লাগে মনোজ দা ,,,, গোটেই তীমটোলৈ শুভেচ্ছা থাকিল🎉❤😢
@pranjalpratim2335
@pranjalpratim2335 17 дней назад
এইকাৰণে জীৱনত এগাল মান টকা ঘটিবলৈ মন যায়। যাতে ভৱিষ্যতে আহিব পৰা অনাকাংক্ষিত বিপদ বিঘিনিৰ পৰা হাত সাৰিব পাৰোঁ।
@rmdviral7368
@rmdviral7368 15 дней назад
Nice bro
@yuvrajborgohainmusical6099
@yuvrajborgohainmusical6099 2 дня назад
Bohut hundor monuj bhai dukh lagi gol sai 😢❤
@bitupon
@bitupon 23 дня назад
Mojjah!!!! Camera work Borhiya hoise 👍
@manujbhai
@manujbhai 23 дня назад
ধন্যবাদ ককাই
@BiswajitDaimaryVlogs
@BiswajitDaimaryVlogs 21 день назад
Thank you 😊, it means a lot
@mraj871
@mraj871 19 дней назад
বৰ্তমান সমাজটো নিষ্ঠুৰ হৈ গৈছে.....মানুহক যিমানেই সহায় নকৰা কিয় বিপদৰ সময়ত কোনেও আগ বাঢ়ি নাহে। আনন্দৰ সময়ত সকলোৱেই থাকে. এইয়াই আমাৰ মানৱতা 😌
@Jsenchowa
@Jsenchowa 23 дня назад
মনোজ ভাই... সদায় হঁহুৱাই থকা মানুহ জনে আজি বৰ কৈ কন্দুৱাই দিলা। আশা কৰোঁ তোমাৰ এই চুটি ছবিখন ৰাইজে আদৰি লয়। দ্বিতীয় খণ্ড পাম বুলি বাট চাই ৰলো। good luck🎉🎉🎉🎉🎉
@KumKumDas-i3n
@KumKumDas-i3n 3 дня назад
এই কাহিনীটোৰ পৰা এটা কথাই উপলব্ধি কৰিব পাৰিছো যে জীবনত তুমি সুখৰ বন্ধু বহুত পা বা কিন্তু দুখৰ বন্ধুৰ এজনো নোপোৱা ৷
@DebajitDoley-yw2wi
@DebajitDoley-yw2wi 21 день назад
জোনাই বাহি audience like ata mari jabo. One of our jonai legend monuj bhai❤☝️💗🔥👍
@axompsycho3873
@axompsycho3873 22 дня назад
বহুত ভাল হৈছে । বাস্তৱ জীৱনৰ জীয়া ছবি । বিপদৰ বন্ধু হে প্ৰকৃত বন্ধু ।
@HoliramDoley-u5u
@HoliramDoley-u5u 15 дней назад
Sai soku Pani ulai gol monuj Bhai 😭😭 hosake Sai Val lagil aru hodai anekoi video sabo pam buli aka takile 🙏🙏🙏
@user-sm7me2te7y
@user-sm7me2te7y 17 часов назад
Bohut dhunia hoise. Agoloi aro bonai jaba. Tomar Sowali jonik o olaba son monoj dada .
@digambardas5611
@digambardas5611 17 дней назад
সৰু হাবিত দাঙৰ বাঘ থাকে বুলি কয় যে এই সৰু মোবি খনে বুজাই দিছে...বন্ধু যিমানে নাথাকক কিয় বিপদত সহায় কৰা জনে হে সছা বন্ধুু ভাল লাগিল চাই আগলৈও এনেকোৱা ভাল ভাল সৰু মোবি পাও যে....
@PapuPujaVlogs
@PapuPujaVlogs 23 дня назад
Hilai disa❤
@noyanofficial573
@noyanofficial573 23 дня назад
❤❤
@manujbhai
@manujbhai 23 дня назад
ধন্যবাদ
@RanjanDhunu
@RanjanDhunu 22 дня назад
❤❤❤VAL VIDEO MOJA LAGISE DEY
@munmichetia6032
@munmichetia6032 22 дня назад
Bohut val lagil dada 🥰
@theajbindasvlogs939
@theajbindasvlogs939 23 дня назад
😢বহুদিনৰ পৰা হেপাহেৰেঁ চাম চাম বুলি বাট চাই থকা {অভিমান} খনে আজি মোৰ দুচকু নিগৰাইছে😢😢😢Great মনোজ দা🙏
@babuldas5594
@babuldas5594 12 дней назад
Video to r pora bahut xikibo logiya ase. Thnk u, @Manuj.Bhai.❤
@sukanyasaikia
@sukanyasaikia 20 дней назад
Really superb 👍bohut kandilu 😢
@VfxBashtov-cz6yt
@VfxBashtov-cz6yt 17 дней назад
সছাই কন্দুৱাই দিলে .বহুত ভাল লাগিল। ।।।।আগলৈ এনে মনোমুগ্ধকৰ ছবি পোৱাৰ আশা থাকিল। ।। মনোজ দা।।।
@namitadas8784
@namitadas8784 17 дней назад
এনেকুৱা বন্ধুৰ কাম নাই
@goutamrajbongshi4366
@goutamrajbongshi4366 22 дня назад
সঁচাকৈ বহুত ধুনীয়া লাগিল movie খন চাই। আগলৈ এনে ভাল লগা movie পাম বুলি আশা থাকিলে।🎉🎉🎉🎉🎉
@nipahazerika1858
@nipahazerika1858 7 дней назад
বাস্তৱ জীৱনৰ সঁচা ঘটনাৰ এটি সুন্দৰ কাহিনী বহুত ভাল লাগিল 👌 আজিৰ দিনত সহজ সৰল মানুহক বিপদৰ সময়ত সহায় কৰা কোনো বন্ধু বা আত্মীয় নোলাই। প্ৰথম অভিনয়,আগলৈ আৰু ভালকৈ কৰিবা বুলি আশা ৰাখিলোঁ। আৰু আগুৱাই যোৱা।
@RajGogoi-df4lk
@RajGogoi-df4lk 20 дней назад
ভাল মানে বহুত বেছি ভাল লাগিল(🥰 😍) এইখনক হে অসমীয়া ছিৰিজ (series) বুলি কয়। আশা কৰোঁ আগলৈ খণ্ড -২(part-2) চাব পাম বুলি । মনোজ ভাই কাৰণে এটা লাইক ( one like👍) মাৰি যোৱা। #অসমৰ অসমীয়া ভাই ভনী সকল 😁😜
@rubulduwarah5
@rubulduwarah5 23 дня назад
ৰাতি 1 বজাত saisu, কি কম, সঁচাকৈ বাস্তৱ জীৱনৰ সঁচা কাহিনী
@MrDIGANTARABHA
@MrDIGANTARABHA 23 дня назад
@HappyDrone-km9ru
@HappyDrone-km9ru 22 дня назад
Mojaaa moiyu sutin korimde
@SmirtiMoran-nj3vl
@SmirtiMoran-nj3vl 22 дня назад
Hoi
@user-ni5pr3dk1p
@user-ni5pr3dk1p 22 дня назад
Bohut dukh lagil vdo2 sai pelai aji monoj dadar...sob nedekha kripa aru❤❤❤from palakhbari mirza❤❤❤
@daisyvlogs9152
@daisyvlogs9152 22 дня назад
Woww❤❤
@gogoisuwali3696
@gogoisuwali3696 23 дня назад
অভিনয় আৰু অলপ লাগিছিল 😊বাকী সুন্দৰ চুটি ছবি😻❤❤❤শেষৰ শব্দ কেইটাই অন্তৰ চুই গল 😢😢কাৰো লগত এনে নহওঁক 😢
@ManojDas-x9n
@ManojDas-x9n 3 дня назад
Bohut bohut vl lagil dada aru ankuwa short film aru ahibo buli akha korisu.
@Mrbeastfan-l7i
@Mrbeastfan-l7i 21 день назад
Acting , Edit , sound effect & music hokolu bur bohut mojja hoisa 👌
@user-fu3tc6fp5g
@user-fu3tc6fp5g 15 дней назад
Manaj vi manisu kintu talent Assamese film 1NO,, super movie ❤❤❤ fali disa vaba nasilu aneka talent dekhai dibi boli Kasmiri nikhasor salute
@dipankarsarmah2557
@dipankarsarmah2557 23 дня назад
আনৰ বিপদত সহায় কৰী নিজৰ বিপতত কোনো নাই ...... love from mangaldoi ♥️
@sadaborah9208
@sadaborah9208 5 дней назад
Ai kahinir pora bohut ktha hikilu..❤️aru bohut upolodhi u korilu je hosa val puwa ai dore a hoi💌
@labanyabaruah2307
@labanyabaruah2307 22 дня назад
মনোজ ভাই যিমান ভাল লাগিল তাতোতকৈ বেছি দুখ লাগিল । এনেকৈ আগবাঢ়ি যোৱা ভাই।❤
@monjitynzntamang3131
@monjitynzntamang3131 23 дня назад
One of the best short film 📽️ i have seen this.. Super hit 🎯 block buster 🎉🎉🎉🎉
@rbboysofficial
@rbboysofficial 22 дня назад
সছা ঘতনাৰ আধাৰত এখন‌ সূন্দৰ Short film❤
@DesignDreamscape757
@DesignDreamscape757 8 часов назад
Val lagil sai story tu aru sabo pam buli axha thakil ❤❤
@AkashjyotiMoran
@AkashjyotiMoran 22 дня назад
বহুত বহুত ভাল লাগিল মনোজ দা ইমান ধুনীয়া উপহাৰ দিয়াৰ বাবে ধন্যবাদ 🎉🎉 তিনিচুকীয়াৰ পৰা বহুত শুভেচ্ছা জনালোঁ ❤❤❤❤❤❤
@cricket_guru882
@cricket_guru882 22 дня назад
বাস্তৱ জীৱনৰ এটা সঁচা কাহিনী 😢আজিৰ দিনত সকলোৱে নিজৰ বিপদৰ বাবে সাঁচি থোৱা টকা কাকো ধাৰলে দিব নালাগে । কিয়নো বিপদৰ সময়ত কোনো সহায় নকৰে 🙂 such a great story monuj da 😢❤
@biplopytofficialshorts
@biplopytofficialshorts 23 дня назад
Barman dar acting bohut mojja hoise de ..... love from bongaigaon ❤
@thezungmr07
@thezungmr07 3 дня назад
Good movie, it seems to be like 13 (dhuniya movie) Love from Arunachal Pradesh ❤❤❤
@madhuchangmai9504
@madhuchangmai9504 21 день назад
কাহিনী চুটি কিন্তু জ্ঞান ভাল,,,,,চাই বহুত ভাল লাগিল মনোজ দা,,,love U all teams
@Utpal-mili
@Utpal-mili 19 дней назад
🎉🎉🎉🎉so beautiful short movie aru part 2 aniba I’m waiting for part 2 movie best of luck 🥰👌👍👍👍👍👍
@jborgohain2116
@jborgohain2116 20 дней назад
এনেকুৱাই হয়। বন্ধুক বিপদৰ সময়ত সহায় কৰি নিজৰ বিপদৰ সময়ত বিচাৰিলেও পোৱা নাযায়। এনেকুৱা অকৃতজ্ঞ বন্ধুৰ প্ৰয়োজন নাই।❤❤❤❤❤
@JayamoniRabha
@JayamoniRabha 12 дней назад
কাহিনী টো চাই বহুত আবেগিক হৈ গলো।চকুৰ পানী ওলাই গল মনোজ দা। ধুনীয়াকৈ অভিনয় কৰিছে আপুনি ❤️❤️❤️👌👍
@DhanjitDas-cs2ug
@DhanjitDas-cs2ug 23 дня назад
Bohut Bohut Val lagil Abhiman short film Beautiful Monush Dada (❤)
@DebajitSaonowal-vt9jk
@DebajitSaonowal-vt9jk 23 дня назад
Apunar acting bhut vl lagise soku Pani boi goise bhut dukh lgil aru next part lge monuj da
@PawanRecords-q4d
@PawanRecords-q4d 22 дня назад
Wow love from Dhemaji ❤ 0:26
@abhiborah7984
@abhiborah7984 12 дней назад
বহুত ভাল লাগিল দেই কাহিনীভাগ সচাঁই মনোজ দা ❤🙌 একদম জীয়া কাহিনী যেন লাগিল 😢
@dkblog5226
@dkblog5226 21 день назад
অলপ চলপ বিদুৰভাই চোৱা যেন ফিল হৈছে কিন্তু লগৰ কেইটা বিদুৰভাই নিচিনা নহয় 🥺💔 !! ধুনিয়া হৈছে মনোজ দা ❤ সকলোৰে অভিনয় মানিব লগিয়া ❤😍 Love from Mangldai 🧡 !!
@sajidrahman7295
@sajidrahman7295 19 дней назад
Comedy korila de kotha tu koi😂😂
@user-fu3tc6fp5g
@user-fu3tc6fp5g 15 дней назад
Monoj vi fali dise ❤️
@dkblog5226
@dkblog5226 15 дней назад
@@user-fu3tc6fp5g ponkhi ba u hilai dise baji khon 😊
@user-pc1np8se5l
@user-pc1np8se5l 19 дней назад
সঁচা কৈয় আমাৰ মানো কিটা।কিবা এটা হলে বচাব নিবিচাৰে ভিডেও বনুৱাত বিয়স্ত হয়।ৰিয়েল কাহিনী।মনোজ দা সলিহুত ❤❤❤❤❤।
@Girish_gogoi_300
@Girish_gogoi_300 21 день назад
ভাল লাগিল চাই।........সঁচাকৈ কিছুমান মানুহ বোৰ বৰ স্বাৰ্থপৰ 🙏🏻
@user-ln3rf4zt1m
@user-ln3rf4zt1m 12 дней назад
Wow bht bht hundor abhinoy...hridoy sui juwa ati jiya kahini... keep it up bro ❤❤
@lachitnath3393
@lachitnath3393 22 дня назад
বহুত ধুনীয়া লাগিল,,, আশা কৰো আৰু এনেকুৱা ছবি পাও।
@maharentertainment7623
@maharentertainment7623 16 дней назад
13 film or pisot ai2 xalu bohut vl hoise Bhai next level 😢
@farhanaziz8549
@farhanaziz8549 23 дня назад
সচাকৈ দে বহুত ধুনীয়া হৈছে ভাল লাগিল চাই,সকলোৰে অভিনয় সুন্দৰ হৈছে।
@NayanjyotiNath-tr5by
@NayanjyotiNath-tr5by 9 дней назад
ভাল হৈছে আগতকৈ । Background music টো ভাল লাগিছে । লগতে editing ও ভাল হৈছে ।
@axommusicalcreation6438
@axommusicalcreation6438 23 дня назад
বহুত বহুত বেছি ভাল লাগিলে দেই short film খন চাই মনোজ দা ❤❤আচলতে জাকেই আপোন বুলি ভৱা যায়। তেওঁৱেই বিশ্বাসঘাটকতা কৰে সময়ত❤❤❤👍👍🥰🥰🥰🥰😴😴😴😴🥺🥺🥺🥺
@makonibhuyan8928
@makonibhuyan8928 23 дня назад
😂
@axommusicalcreation6438
@axommusicalcreation6438 23 дня назад
@@makonibhuyan8928 kiyo hahila ako🤣
@PhaguniRay-i7z
@PhaguniRay-i7z 20 дней назад
বাস্তৱ জীৱনৰ জীয়া ছবি ,,ভগৱান সঁচাই নিষ্টোৰ নেকি যিয়ে দুখৰ সময়ত কাকো লগ নিদিয়ে l 😢😢😢
@SashilotapaitSashilotapait
@SashilotapaitSashilotapait 13 дней назад
Axomr manuh hokol atat ata like kori diba🙏
@NiturajVolg
@NiturajVolg 10 дней назад
জীৱনত ফাচ বাৰ ইমান ধুনীয়া অভিনয় কৰিচ বহুত ভাল লাগিছে দেই এনেকুৱা ভিদিয় বনাবা চোন সকলো ই ভাল পাব
@dipokvlog8730
@dipokvlog8730 23 дня назад
কাহিনীটো চাই বহুত ভাল লাগিল ৷ মোৰ বাস্তৱিক কাহিনী দেই ৷ মনোজ ভাই জিন্দাবাদ ! অভিমান জিন্দাবাদ ৷
@priyankusonowal6770
@priyankusonowal6770 23 дня назад
Toi sun pagl hoi nogoli...
@user-in2oe3iv9z
@user-in2oe3iv9z 19 дней назад
হৃদয় চুই যোৱা এই কাহিনিটো। এতিয়াৰ বৰ্তমান সমাজত এইটো কাহিনি নহয়,সছাঁ বাস্তব হয়। So beautyfull Manush bai !
@Som_ee345
@Som_ee345 23 дня назад
Khub dhunia hoise sobore acting...n Manuj Bhai u rock ....keep going❤❤
@manujbhai
@manujbhai 23 дня назад
Thankyou so much
@NabanitaMaut
@NabanitaMaut 6 дней назад
Bohut vl lagil dai agoloiu anekuwa suti sobi saboloi pam buli akha thakil
@RubyDutta-nq5ic
@RubyDutta-nq5ic 23 дня назад
Bohut kanduala dei😢,,antor sui gol kahinitua aru hokolure avinoia.. aru sabo bisarim vobisyote.
@xilpirprithibi3200
@xilpirprithibi3200 23 дня назад
ধন্যবাদ আপোনালৈ, আশিৰ্বাদ কৰিব 🙏 . . পিছে - মই ৰক্তিম 💁‍♀️
@energy803
@energy803 23 дня назад
Pakhi Rajbongshi k kio val pai
@akonr7256
@akonr7256 23 дня назад
😂😂😂
@najirhussain8842
@najirhussain8842 23 дня назад
​@@energy803😂😂
@Biswajit0.7
@Biswajit0.7 23 дня назад
বহুত দুখৰ কাহিনী‌😢😢 মনোজ দা বহুত ভাল লাগিলে চাই ❤❤
@KrishnoAssam
@KrishnoAssam 19 дней назад
😢 soku pani olal 😭 hidoy sui gol . Manoj da tumi jui🔥 kahini to bohut bohut val lagil ❤❤💪💪 Next Level 💯👍
@SKsamir03
@SKsamir03 7 дней назад
❤🎉🎉ekdom mojaaah lagil sai ❤dhuniya hoise 👍🔥🔥
@jogeshpanging9077
@jogeshpanging9077 21 день назад
হৃদই চুই গল । বৰ্তমান সমাজত প্ৰচলিত ছবি।
@hemenray217
@hemenray217 23 дня назад
Bhut bhut val lagil sai,,,,,,bhut sundor story.manuj da ,2nd part
@ChandanBorah-xx8fn
@ChandanBorah-xx8fn 11 дней назад
Manuj bhai ka ye kiya role he re ba ba 😂😍👌❣️👍😎🤔🤣🙏
@kamalkrishnadas6820
@kamalkrishnadas6820 4 дня назад
😢😢😢Bohot val lagise aru ane Kuya movie pam buli akha thakil
@UkuramTechnical
@UkuramTechnical 22 дня назад
Mojjjja lagise new Assamese shorts film 🎥
@bishwajitboruah9921
@bishwajitboruah9921 23 дня назад
Bohut val lagil monujvai ❤ anor dukhot dukhi hua manuhor anokuai hoi 😢😢 hokolura abhinoi val lagil 😊😊aru val film pam buli akha korilu, God bless you all
@koch715
@koch715 20 дней назад
Friends are just for fun, no one comes when you are in trouble. I am also a victim. I am very happy that you made the film.
@SunaPal-g6i
@SunaPal-g6i 6 дней назад
Bohut val lagil, kandi golu o, monus da tumi aru aguwai juwa
@mrinalpatiri9358
@mrinalpatiri9358 21 день назад
সঁচাকৈ অতি সুন্দৰ হৈছে। Part 2 খন দিব সোনকালে।
@PrasantaDas-u8i
@PrasantaDas-u8i 21 день назад
ভিডিও টো চাই ভালো লাগিল দূষো লাগিল তুমি এনেকুৱা ভিডিঅ বনাই থাকিবা ❤
@dulnath1674
@dulnath1674 15 дней назад
বহুত দুখৰ কাহিনী । সছাকে কান্দি দিছো 😢। অনাগত দিনত আৰু ভাল ভাল ভিদিও দি থাকিবা বুলি আশা থাকিল ❤️
@manashipathak2978
@manashipathak2978 6 дней назад
Bohut bohut val lagise. 2nd khondo lage 💓
@ringtonexy4948
@ringtonexy4948 23 дня назад
Manuj bhai অভিমান sai bohut val lagile 💯
@dimpolvaiti1973
@dimpolvaiti1973 22 дня назад
Mjaaa . love form Charaideo assam ❤❤Moi 4bar xalu
@babumonisaikia5316
@babumonisaikia5316 23 дня назад
Very nice monuj daa moja lgil anekoi aru pam buli aakha thakil
@user-pz1wt5wh5f
@user-pz1wt5wh5f 5 дней назад
আজিৰ বাস্তৱতা। টকাৰ নামত বহুতে নিজৰ মূল ৰূপ দেখাই দিয়ে।
@user-os7ch5ei4t
@user-os7ch5ei4t 13 дней назад
Bohut val lagel
@jrbanamali
@jrbanamali 23 дня назад
Part 2 lagibo monuj bhaii 🎉🎉🎉🎉😊😊😊
@TINGKOMONIOfficial
@TINGKOMONIOfficial 23 дня назад
Bohut dinonor morot ❤aji palu de❤❤❤🎉🎉mojja dada🎉❤❤❤
@Anushmitadevi-l9l
@Anushmitadevi-l9l 9 дней назад
🥺bor val lagile sai aaru logote acting tuu bht dhuniya hoise ....monuj bhai aaxa koru aapuni jate aaru enekuwa dhuniya dhuniya short film aamar majoloi aane ...keep it up❤
Далее
Эконом такси в твоем городе 😂
00:59
BAAH | Assamese Short Film | Mukha Creations
28:08
Просмотров 586 тыс.