দুখ ------- দুখ দুখ আৰু দুখ চাৰিওফালে যে মই কিবা এন্ধাৰ এন্ধাৰ দেখিছোঁ ও মা তুমি জানো নাজানা তুমাৰ অবিহনে মোৰ জীৱন আধৰুৱা জানিও তুমি মোক কিয় এৰি গলা সৌ দূৰণিৰ আজান দেশলৈ মা ও মা তুমাৰ অবিহনে। বৰ অকলশৰীয়া ও মা মোৰ তোমাৰ কোলাত এবাৰ শুই টোপনি যাবলৈ বৰ মন গৈছে ও মা আৰু যে মই তুমাক চিঞৰি চিঞৰি মাতি সুধিছিলো মা ও মা তোমাৰ ভাত হৈছেনে মোৰ কিন্তু বৰ ভোক লাগিছে এইবোৰ কথা ভাবি ভাবি মই ৰাতি ৰাতি উচুপি থাকো মা ও মা মই তুমাৰ কথা ভাবিলেই বুকুখন বৰ বিশায় ও মা তুমি মোৰ কাষলৈ এবাৰ উভতি অহা ও মা । __ Rahul Thakuria
A 1 ton AC generally takes around 1 hour to cool a room, whereas an AC with a 1.5 ton capacity can take anywhere around 35-45 minutes to cool the same room. The ton also depends of the size of the room.....
Watching this video being a mechanical engineer and having studied Refrigeration and Air conditioning in depth. He’s right except the unit ton vs tonne