Тёмный

Agninav shiv mondir / অগ্নিনাভ শিৱ মন্দিৰ Nazira কেনেকৈ হল 

RATUL  JISHU
Подписаться 56 тыс.
Просмотров 344 тыс.
50% 1

#অগ্নিনাশিৱমন্দিৰ#Agninavshivmandir

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,6 тыс.   
@diggantaborah4707
@diggantaborah4707 10 месяцев назад
ধন্যবাদ অগ্নিনাভ বাবা কোটি কোটি ধন্যবাদ মনৰ আশা পূৰণ কৰা বাবে সকলো ফালেই উন্নতি দিয়াৰ বাবে। জয় অগ্নি নাভ বাবাৰ জয়।
@BoishnabGogoi
@BoishnabGogoi 7 месяцев назад
জয় অগ্নিনাথ বাবা প্ৰভু ভগৱন্তই আমাৰ পৰিয়ালতোক কিপা কৰিবা
@MomiVlog226
@MomiVlog226 7 месяцев назад
Joy agninav baba monor akha bur puron kri dyok 🙏🙏🙏🙏🙏
@Mausumi-b8l
@Mausumi-b8l 8 месяцев назад
জয় অগ্নিনাভ বাবা 🙏🌸 কৃপা কৰা ভগৱান জীৱনত যাতে সফল হব পাৰো এটা চৰকাৰী চাকৰিৰ খুব প্ৰয়োজন ভগৱান। তোমাৰ শৰণত আশীষ লবলৈ যাম এদিন মা-দেউতাক লৈ যেতিয়া মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ম 🌸🙏 আশীৰ্বাদ কৰা ভগৱান।
@khushmitakhusi7101
@khushmitakhusi7101 8 месяцев назад
জয় অগ্নিনাভ বাবা 🙏🌸 কৃপা কৰা ভগৱান জীৱনত যাতে সফল হব পাৰো ♥️ মনৰ আশাবোৰ যাতে পূৰণ হয় 🙏🙏
@bhaskardeu4057
@bhaskardeu4057 10 месяцев назад
হৰ হৰ মহাদেৱ❤ হে অগ্নিনাভ বাবা মনৰ আশা বিলাক পূৰণ কৰি দিয়া❤🙏🙏🙏
@pranatimedhi1911
@pranatimedhi1911 8 месяцев назад
জয় অগ্নিনাভ বাবা🙏 জীৱনত যাতে সদায় সৎ পথেৰে আগবাঢ়ি যাব পাৰো। নিজৰ লগতে মা-পাপাক যাতে সুখত ৰাখিব পাৰো। শক্তি দিবা প্ৰভু 🙏🙏🌼
@puspanjalitanti3447
@puspanjalitanti3447 8 месяцев назад
হৰ হৰ মহাদেৱ হে প্ৰভু আপোনাক দূৰৰ পৰাই প্ৰণাম কৰিছোঁ মনৰ আশা পূৰণ কৰিব প্ৰভু 🙏🔱
@deijiraydoli6521
@deijiraydoli6521 6 месяцев назад
Hor hor mohadep baba mor jen lotari tickett gari akhon mor kopalt fute
@bharatiborah8630
@bharatiborah8630 Год назад
হে অগ্নিনাভ বাবা দূৰৰ পৰাই সেৱা জনাইছোঁ মনৰ সকলো ঈছা পূণ কৰিবা এদিন হলেও যেন মই তোমাৰ মন্দিৰ ভাগলৈ যাব পাৰোঁ আশীৰ্বাদ কৰিবা বাবা জয় অগ্নিনাভ বাবা
@bharatiborah8630
@bharatiborah8630 Год назад
ধন্যবাদ
@user-mb3nj2fs7o
@user-mb3nj2fs7o 6 месяцев назад
জয় অগ্নিনাভ বাবা কৃপা কৰা ভগৱান জীৱনত যাতে সফল হব পাৰো এটা মনৰ আশা আছে মোৰ নিজৰ সন্তান লগত লৈ সুখে সানতীয়ে থাকীবলৈ আমাক কৃপা কৰা থাই দিয়া নিৰাপদ থাই দেখোৱাই দিয়া বাবা মোৰ সন্তানে যাতে জাতে নিজৰ মাকৰ মৰম স্নেহৰ মোল বুজি পায় বাবা আমাক একে লগে কৃপা কৰা বাবা হৰ হৰ মহাদেৱ ওম নম শিৱায় শিখা বা লৈ বহুত ধন্যবাদ জনানো ❤❤❤❤❤
@anjalibaishya1525
@anjalibaishya1525 Год назад
জয় অগ্নিনাভ বাবা তোমাক শত সহস্ৰ প্ৰণিপাত জনাইছো প্ৰভু তুমি মোৰ লৰা ছোৱালী দুটাক আশিষ দিয়া প্ৰভু, তুমি মামুৰ বিবাহ সম্পন্ন হবলৈ আশিস দিয়া অগ্নিনাভ বাবা, আৰু মোৰ লৰা বুক অপশক্তিৰ পৰা উদ্ধাৰ কৰি তাৰ জীৱনলৈ শান্তি আনি দিয়া বাবা , তোমাৰ দৰ্শন পাবলৈ আশিষ দিয়া বাবা ,তুমি মোৰ হৃদয়ত আছা প্ৰভু ।
@pinkidutta3967
@pinkidutta3967 3 дня назад
বাবা তোমাৰ চৰণত কোটি কোটি প্ৰণাম 🪔 কাইলৈ ল'ৰা টোৰ খেল আছে কৃপা কৰিবা বাবা 🙏🏻 তোমাৰ আশীৰ্বাদ সদায় লাগিব বাবা 🙏🏻 আশীৰ্বাদ কৰিবা ল'ৰা টোক 🙏🏻 খেল খন জয় কৰিবা বাবা 🙏🏻 তোমাৰ চৰণত এয়ায়ে মোৰ প্ৰাথনা 🙏🏻 মোৰ সকলো প্ৰাথনা তুমি গ্ৰহণ কৰা বাবা 🙏🏻 দেহা মূৰ ভালে কৌশলে ৰাখিবা ল'ৰা টোক 🙏🏻 সাহস শক্তি দিবা ল'ৰা টোক 🙏🏻 এয়ায়ে মোৰ প্ৰাথনা তোমাৰ চৰণত 🙏🏻 জয় অগ্নিনাভ বাবা 🙏🏻 জয় সদা শিৱ বাবা 🙏🏻 হৰ হৰ মহাদেৱ 🙏🏻
@sawpna.hazarika8849
@sawpna.hazarika8849 Год назад
হে অগ্নিনাভ বাবা কৃপা কৰা আমাক। মই তোমাৰ ওচৰত যাবলৈ বহুতো মন আছে কিন্তু যাব পৰা নাই । বহুতো কো লগ ধৰিলেও কিবা এটখ যেন কৰবাট খোকোজা লাগে ।আচলতে তুমি মোক মাতা নাঐ বখ যাব দিয়া নাই ।কি হল নাজানো বাবা কত কেনেকৈ পাপ কৰি থৈছোঁ। মই দিনে ৰাতিয়ে তোমাৰ নাম লৈ সান্ত্বনা দি আছোঁ।🙏🙏🙏🙏🌺🌺🌺। দুৰৈ পৰাই সেৱা জনাই আছোঁ। ঔম নমহ শিৱাই ।জয় অগ্নিনাভ বাবা।😭
@munu_99
@munu_99 7 месяцев назад
জয় অগ্নিনাভ বাবা 🙏 মোৰ মনৰ আশা পূৰণ হ'লে তোমাৰ ওচৰত গৈ আশীৰ্বাদ লম 🙏 তোমাক এতিয়া আতৰ ৰ পৰাই সেৱা আগবঢ়াই ছো 🙏 জীৱন ত যাতে সদায় সত পথে যাব পাৰো কাৰো অন্য নকৰাকৈ মোৰ লগতে মা- ভন্টি কো সদায় কুশলে ৰাখিবা🙏 মোক আশীৰ্বাদ কৰিবা মহাদেৱ মই পৰীক্ষাত এটা ভাল নম্বৰ লৈ পাছ কৰিব পাৰোঁ লগতে মোৰ যি সপোন সেই সপোন বাস্তৱ হক তাৰে আশীৰ্বাদ কৰিবা 🙏 জয় অগ্নিনাভ বাবা 🙏
@alpanasharma4400
@alpanasharma4400 Год назад
জয় জয় মহাদেৱ ়়়বাবা মোৰ ঘৰৰ অসুবিধাবোৰ দূৰ কৰা ়়়ল'ৰা ছোৱাৱী দুটাক সিহতৰ জীৱন বাট মসৃণ কৰা আৰু ছোৱালীজনীৰ বেমাৰবোৰ দূৰ কৰা প্ৰভু 🙏 দূৰৰ পৰাই তোমাৰ প্ৰণাম জনাইছো ়়়়়আমাক সাহস দিয়া প্ৰভু ়়়তোমাৰ ওপৰত বিশ্বাস সদায়েই আছে প্ৰভু ়়়অসুবিধাবোৰ দূৰ কৰা ়়়়জয় বাবা ভোলেনাথ ়়জয় 🙏
@Parishmadoley
@Parishmadoley 8 месяцев назад
জয় অগ্নিনাভ বাবা মোৰ ছোৱালী দুজনী পঢ়াত মন নবহা হৈছে প্ৰভু মন বহাই দিয়া আৰু এটা সমস্যা মোৰ হাতত প ইছা নথকা হৈছে সেই সমস্যাৰ পৰা মুক্তি দিয়া জয় অগ্নিনাভ বাবা ❤🙏🙏🙏🙏
@pranamibaruah3725
@pranamibaruah3725 8 месяцев назад
জয় বাবা অগ্নিনাভ।আশিষ কৰিবা যাতে ঘৰৰ সকলো সদস্য ভালে কুশলে থাকে।আমাৰ সন্তানটিক ভালে"কুশলে ৰাখিবা,ভাল মানুহ হবলৈ আৰ্শীবাদ কৰিবা।মানুহজনৰ ব্যৱসায়টো যাতে নিজৰ হাতলৈ আহে তাৰবাবে আৰ্শীবাদ কৰিবা বাবা।🙏🙏🙏
@mamoni9116
@mamoni9116 9 месяцев назад
Jai baba agninav. Tumak usarar pora sabo mon goise ketia j jabo parim. Pranam baba. Monor axa purna kariba. . Ratipuwa tumar namere arambha karu dintu vale jaok buli. Oommmm
@chitralekhakalita4653
@chitralekhakalita4653 Год назад
Jai baba Agninav. Bless my husband, daughters,son in law and my grand son. Pranam 🙏 baba
@rajitabaishya2246
@rajitabaishya2246 8 месяцев назад
জয় অগ্নিনাভ বাবা তোমাক শত সহস্ৰ প্ৰণিপাত জনাইছোঁ।দূৰৰ পৰা তোমাৰ আশীষ বিচাৰিছোঁ। মোৰ তিনিটা ল'ৰা ছোৱালী তিনিটা আশীষ দিয়া।প্ৰভু তুমি মোৰ ল'ৰা টোক ২০২৩ চনৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০২৪ চনত যাতে চৰকাৰী সুবিধা টো লাভ কৰে তাৰ বাবে তোমাক প্ৰাৰ্থনা কৰিছো। সৰু ছোৱালী জনীয়ে যাতে ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে যাতে উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবেও তোমাক সহস্ৰ প্ৰণাম জনাইছোঁ।🙏🙏🙏
@jubileepayeng9978
@jubileepayeng9978 Год назад
বাবা অগ্নিনাভ শতকৌটি সেৱা জনাইছোঁ 🙏🙏🙏 বাবা তোমাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে আমাৰ মনোকামনা বোৰ পূৰণ কৰিবা 🙏🙏🙏 বাবা কৃপা কৰা। বাইদেউ আপোনাকো সেৱা জনাইছোঁ 🙏🙏🙏 বাবাক যেন দৰ্শন কৰিব পাৰোঁ , তাৰ বাবে আপুনি আশীৰ্বাদ কৰিব 🙏🙏🙏 ,
@gitaliburagohain8072
@gitaliburagohain8072 9 месяцев назад
Moi aaji prothom salu aapunar vidio bohut val lagile pronam jonalu edim jam bisari Babar soronot heua jonabole
@rijudss3222
@rijudss3222 8 месяцев назад
জয় বাবা অগ্নিনাভ🌹🔱🙏দুৰৰ পৰাই তোমাৰ আশীষ বিচাৰিছোঁ🙏 মনৰ আশা পুৰণ কৰিবা🙏 লৰা দুটা মানুহ জন লগতে সকলোকে কুশলে ৰাখিবা🙏🙏🙏
@chandanabezbaruah2155
@chandanabezbaruah2155 7 месяцев назад
বহুত প্ৰমাণ পাইছোঁ ৷ শিখাবাৰ মনত থকা ভক্তি আৰু এয়া বাবাৰ আশিস
@user-xs7sw4cu8c
@user-xs7sw4cu8c 8 месяцев назад
জয় অগ্নিনাভ বাবা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️
@HirumoniDas-vy3eb
@HirumoniDas-vy3eb 8 месяцев назад
Jai baba agninav mor manuhjonok sodai vale rakhiba aru mor suwali jonik logote sokoluke vale rakhiba mahadev pita
@sewalibarman1825
@sewalibarman1825 8 месяцев назад
জয় অগ্নিনাভ বাবা কৃপা কৰিব প্ৰভু দূৰৰ পৰাই আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ 🙏মনৰ আশা পূৰণ কৰিব প্ৰভু সকলোৰে মংগল কামনা কৰে যেন আপুনি প্ৰভু বাবা আমাৰ ভাইটি তোৰ চাকৰি তু হৈ দিয়ে যেন প্ৰভু 🙏🙏🙏🙏🙏২০২৪ চনত তাৰে কামনা কৰিছোঁ
@lunashree5326
@lunashree5326 8 месяцев назад
হৰ হৰ মহাদেৱ, হে প্ৰভু আপোনাক মই দূৰৰ পৰাই প্ৰণাম কৰিছোঁ,মনৰ আশা পূৰণ কৰিব প্ৰভু 🪔🧎🙏
@jintumonibhuyan7554
@jintumonibhuyan7554 Год назад
জয় বাবা অগ্নিনাভ, তোমাৰ চৰনত শত কোটি বাৰ প্ৰণাম জনাইছো
@PinkisaikiaPinkisaikia-je5zm
@PinkisaikiaPinkisaikia-je5zm 3 месяца назад
Har har mahadev... Muk ata khub sakorir proyojon.. Jate ata val sakori pai mur ma papak mukhole hahi anibo paru.. Apunar akhikh loi ahilu.. Jate mur monor akha puron hoi..vogoban... Soku meli saba.. Prabhu... 😊
@pinkubordoloi149
@pinkubordoloi149 11 месяцев назад
হৰ হৰ মহাদেৱ গোতেই বিশ্বতে শান্তি দিয়া দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত অন্ন বস্ত্ৰ দিয়া সকলো বাবা ভক্ত সকলক কৃপা কৰক।
@user-ur2hx5ex7s
@user-ur2hx5ex7s 8 месяцев назад
Jai agninav baba mor monor akha purno kori diya agninav shiva baba. Jai hor hor mohadev.
@jurigogoi1471
@jurigogoi1471 Год назад
জয় বাবা অগ্নিনাথ 🙏🙏🙏 তোমাৰ চৰণত সদায় কোটি কোটি সেৱা
@ambalikadas2731
@ambalikadas2731 8 месяцев назад
He probhu aagni nav baba amar dhon sompotti Jen amak gurai diya kisuman dusto lokk deutak thogai prapti korib khusil atiya o korbat kiba ata karnt pora nai Tumi jn amak doya kora ...sofol hole apunar dorson home🙏🙏🙏joy aagninav baba
@jinukakoty3908
@jinukakoty3908 Год назад
শাওণৰ শেষ ৰ টো সোমবাৰে অগ্নিনাভ বাবাৰ মন্দিৰ ত শৰাই বন্তি গাখীৰ অৰ্পণ কৰি ধন্যমআনইলও,বাবাৰ দৰ্শনে মেন আমাৰ সকলো দুখ দুৰ্গতি নাশ কৰিব বুলি সেৱা ললো।জয় অগ্নি নাভ বাবা ❤
@barnalidevi4695
@barnalidevi4695 10 месяцев назад
Agninabh baba muk kripa korok Mur bhout dukh kastot din rati Kandi Kandi par Kari asu .Jai agninabh baba
@RajuGogoi-q2o
@RajuGogoi-q2o 6 месяцев назад
Joy agninav baba. Moi duror porai pronam jonaisu .amar lora suali dutak tumar soronot thai diba aru kripa koriba.
@rodalisaikia
@rodalisaikia Год назад
বাবা কৃপা কৰা বাবা 🙏🙏🙏মনৰ আশা বোৰ পূৰণ কৰা বাবা 🙏🙏🙏দুখ কষ্ট বোৰ দূৰ কৰা বাবা 🙏🙏🙏
@20023K
@20023K 10 месяцев назад
Jay agninabh baba...ghr khonor valor babe mur monor aaxa pur koriiba baba.. Tumi xokti ru asirbad korile adin tumr usrt jam.. Jay baba aginabh.. Om namah shivai..
@grihini778
@grihini778 9 месяцев назад
হৰ হৰ মহাদেৱ🙏মোৰ মানুহ জন পৰি মগজুৰ ভিতৰত তেজ জমাহৈ আছে.. তেওক সোনকালে সম্পুর্ণ ৰূপে ভাল কৰি দিয়ক🙏🙏বাবা🙏
@kuladeepnath6622
@kuladeepnath6622 Месяц назад
অগ্নিনাভ বাবা মনৰ আশা বোৰ পুৰণ কৰিবা প্রভু🙏🙏🙏
@bijuchutia1679
@bijuchutia1679 Год назад
জয় agninav বাবা মনৰ কামনা পুৰ কৰিবা 🙏🙏🙏🕉️
@kabitaboro3920
@kabitaboro3920 8 месяцев назад
Jai Agninav baba🙏🙏🙏 Om namah shivai🕉🕉🕉 🙏🙏🙏Har har Mahadev🕉🕉🕉🙏 🙏🙏ashirbad diya baba healthy sontan or maa hobble🙏🙏🙏
@nirmalihazarika1758
@nirmalihazarika1758 Год назад
ওঁ নমঃ শিৱাই🙏🙏🙏মোৰ ল'ৰা-ছোৱালীৰ নাতি নাতিনীৰ সুফল কামনা কৰিলোঁ, সকলোৰে মঙ্গল হওক!🙏🙏🙏🌺🌹🌺
@rreeshjola5855
@rreeshjola5855 10 месяцев назад
13:50
@rupamkalita7828
@rupamkalita7828 8 месяцев назад
Har har mahadev jay Agninav Babar osrt parthna jnaiso mor mnr axabor xonkale safal ho om namah sivai har har mahadev
@mallikasarmah5303
@mallikasarmah5303 Год назад
মোৰ মানুহ জনৰ বেমাৰ বহুত বাবাই যেন সকলো বেমাৰৰ পৰা মুক্ত কৰি দিয়ে যেন 🙏🙏🙏
@rakhidevi6869
@rakhidevi6869 7 месяцев назад
Jai jagannath baba❤plz wish khini pura kori dia tmr hoi ghrt aa dhuniya ke saki agosh jolai dim baba❤
@bubulbohra5112
@bubulbohra5112 Год назад
❤❤❤জয় বাবা অগ্নিনাভ ❤❤❤
@ranjanabora8995
@ranjanabora8995 9 месяцев назад
নমো নমো বাবা অগ্নিনাভ 🙏🏻🌷🙏🏻 মোৰ লৰাটোক কৃপা কৰা 🙏🏻🙏🏻🙏🏻
@reetidas3864
@reetidas3864 Год назад
ওমঃ নমঃ শিৱায় 🙏🙏🙏
@NiluHazarika-sw4dw
@NiluHazarika-sw4dw 8 месяцев назад
Jai Agninav baba .🙏🙏amar monor Wishes bur ful fill kori dibi .
@upakulparashar8628
@upakulparashar8628 8 месяцев назад
জয় বাবা ❤❤❤ মনৰ সপোন লাহে লাহে পূৰন কৰি আহিছা❤ অনাগত দিনতো ভাল মানুহ হৈ ভাল কাম কৰিব পাৰো 🙏
@ToletGuwahati
@ToletGuwahati 7 месяцев назад
Jai agninav bba job ata paute jau ata aibar❤, tmi axirbd diya
@user-hr8zv9om5c
@user-hr8zv9om5c Год назад
Baba kripa kora baba Mur bohut dukh hoi ase muk hohai kora 👏👏
@bimalakakoti1700
@bimalakakoti1700 9 месяцев назад
26/11/2023 মই গৈই আহিলোঁ , অগ্নি নাভ মন্দিত ভক্তিৰে একান্ত মনে প্ৰনাম জনাইছোঁ সপ্নটো ভৱা নাছিলোঁ বাবাৰ আশীৰ্বাদ লগে লগে পাইছোঁ, বহুত চেষ্টা আৰু ইচ্ছা কৰিছিলোঁ শিক্ষা বাৰ লগত মতব্য হোৱা , মই লক্ষীমপুৰ বাসিন্দা সময়ৰ প্ৰতি লক্ষ্য ৰাখি গুছি আহিলোঁ , সছাকৈ এক বিশেষ পৰিচয় কৰাই বাবেই মোক আশীৰ্বাদ কৰিলে
@dhansonowal6924
@dhansonowal6924 Год назад
Jai agni nav baba ❤️🙏🙏🙏❤️
@ArpanaGogoi-om2mw
@ArpanaGogoi-om2mw 9 месяцев назад
🎉jai baba agninmov mur monor kamna purn kra jabe
@ushabarhoi2752
@ushabarhoi2752 Год назад
বাবা কৃপা কৰিবা । ছোৱালীৰ দুখ কষ্ট খিনি দূৰ কৰক । জয় অগ্নিনাভ বাবা ।
@dikshitanath9927
@dikshitanath9927 7 месяцев назад
অগ্নিনাভ বাবা তোমাক প্ৰমাণ জনাইছোঁ 🙏বাবা তুমি মোৰ দাদাক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে।।। তুমি চুকু মেলি চোৱা বাবা।।আমি বহুত চিকিৎসা কৰি আছোঁ।।অলপ ভাল হয় আৰু কেইদিনমান পিছত বেয়া হয়।।।বাবা তুমিয়েই সকলো 🙏🙏🙏🙏🙏
@ranjumonidutta4141
@ranjumonidutta4141 Год назад
জয় বাবা অগ্নিনাভ 🙏🙏🙏
@mitalichoudhury7697
@mitalichoudhury7697 8 месяцев назад
বা আপোনাৰ কথা শুনি বহুত ভাল লাগে । আপোনাৰ Voice বহুত ভাল লাগে মই কোনো massage পঠোৱা নাই । Video বোৰ চাই থাকো বহুত ভাল লাগে । ৰাজহুৱা চাকি এগছি জ্বলা বো চোৱা আমাৰ Family ৰ চাৰিজন মানুহ মোৰ Mr লৰা ছোৱালী দুজন আমাৰ কাৰনে আশীৰ্বাদ কৰিব 🙏🙏
@monjumoniborahmonju8571
@monjumoniborahmonju8571 7 месяцев назад
Jai Agninav shib baba mur monor kamna pun korok om namah shivay 🙏🙏🙏
@user-gp9ks7zi7x
@user-gp9ks7zi7x 9 месяцев назад
Joi agninav Baba durro porai kheuwa jonaisu mur porialtu lora suwali kitak porha khunat ag barhi jab pare jate aru amak arkhibad koriba baba
@manjugogoi5366
@manjugogoi5366 8 месяцев назад
🙏🙏🙏 Baba mur suali aru lora duijonr asha puron koribo apunar soront mur hewa agbohalu Joy Agnivabh Baba 🙏🙏🙏
@manjugogoi5366
@manjugogoi5366 8 месяцев назад
Agninabh Baba 🙏🙏🙏
@chuitchumann1748
@chuitchumann1748 8 месяцев назад
Xokolure Mangal kora Prabhu🙏🏻 Moi jen njr xopun ,maa Deuta ,ghr khnor xopun purabo paru kripa kora Shiv Shankar Xe Swaminatha 🙏🏻
@Kankanahandique-wr5cr
@Kankanahandique-wr5cr 8 месяцев назад
জয অগ্নি নাভ বাবা 🙏🙏🙏🙏তোমাৰ অপাৰমসীমাৰে মোৰ জীৱনতো সুষবিৰাজ কৰা মই বৰ অথৰ সংকততপৰিছো দযা কৰা পভূ🙏🙏🙏🙏❤❤❤❤
@anusaikia3277
@anusaikia3277 6 месяцев назад
Bhal lagil jàni.joy aganinabh mondi4
@RdxBbx
@RdxBbx 8 месяцев назад
Jai baba agninav baba 🙏🙏🙏 mur monor axa puron kori dia baba 🙏🙏🙏
@mayurakshiborah8078
@mayurakshiborah8078 10 месяцев назад
Anginav Babar axirbadt moi assistant professor holu aru aibar apscr mains clear krilu lgte bohut bohut Mone bisara dhrne chamatkar kri dse ...jai Agninav Baba ❤
@nitumanimachahary1939
@nitumanimachahary1939 8 месяцев назад
Jai agninav Baba 🙏🙏🙏 ...apuni janei mi ki bisaru....xokolo khini mnr akha purn kori die Jen...adin hleo mi apunar osrt jabo sesta krim...jai agninav Baba 🙏🙏🙏...❤️
@dhurbakonwar343
@dhurbakonwar343 8 месяцев назад
He baba aapunak bohut biswas koru mur jen bemar aajar bur val kori diye logote mur manuh jon suwali joni hoday vale rakhe . Pronam agninav baba
@rimpigogoihazarika9586
@rimpigogoihazarika9586 8 месяцев назад
🙏 প্ৰভু মোৰ ছোৱালী জনি পঢ়া শুনা ভালকৈ মন বহিব লাগে, মানুহজন ভালকৈ থাকিব লাগে কামত সফল হব লাগে, প্ৰভু
@creativetoxicfox2531
@creativetoxicfox2531 8 месяцев назад
Mor ghor khon jatay hukhot thakay asaribad koriba🙏🏻jai againath baba
@RimjimBoruah-gi7jq
@RimjimBoruah-gi7jq 9 месяцев назад
Joi Agninav Baba, Amar porialor sokolure sharbangin unnotir kamonare tumaloi sewa aru Archibad bisarisu.Mur soru suali jonia aibar matric diba taiku Archibad dia jate tai tumar Archibadot sufal paijen . Dhanyabad Baba.
@archishadasdance3775
@archishadasdance3775 8 месяцев назад
Jai Baba... Agninav ...mur aakha bur puron hoi Jen...🙏🙏🙏🙏🙏🙏🙏...
@mastergammer9587
@mastergammer9587 2 месяца назад
Jai jai jai baba. Kripa koreiba Baba Baba Baba ❤❤❤
@PulakDeka-cp7ed
@PulakDeka-cp7ed 6 месяцев назад
জয় অগিনাভ বাবা মোৰ মনৰ আশা পুৰন কৰিবা বুলি আশা কৰিলো 🙏🙏🙏🦶🍏🍏🍏🍎🍎🍎🍊🍊🍊
@bhanitadeka9962
@bhanitadeka9962 7 месяцев назад
জয় অগ্নিনাভ বাবা ...মোৰ মনৰ আশা পূৰণ কৰা মই তোমাৰ আশীবাদ লম
@dibiyadaimary2693
@dibiyadaimary2693 7 месяцев назад
Jai agninav baba bohut kostot aasu... ghoror obosta bohut a beya.... kripa kori amak xohai korok...moi jate val ata govt sakori pai ghor khon solabo paru...ma deutar logot mili amar ghor ata bonabo paru ai bosor...haitu akhirbaad diye🙏🙏🙏
@priyankaghosedas7618
@priyankaghosedas7618 3 месяца назад
Jai baba Agninavbaba mor monor iccha purno koro🙏🙏🏻🙏
@sweetymedhi8587
@sweetymedhi8587 Месяц назад
Por upokari jonor logot hhodai bhagwan thake, mon sundar aru haral hone bhagwan ok lav kare ,Shikha ba apunar jai houk 🙏 baba Agninav jai houk 🙏 tumar jai houk 🙏🌺🌺🙏
@milibayan1478
@milibayan1478 7 месяцев назад
জয় অগ্নিনাভ বাবা 🙏 মোৰ দেউতাৰ অসুখ হৈ আছে সোনকালে যাতে সুস্থ হৈ উঠে দেউতাই কৃপা কৰিবা বাবা 🙏
@titaborianvloggerritu3498
@titaborianvloggerritu3498 8 месяцев назад
Jay agninav baba mur monor kamona puran koriba🙏🙏🙏
@swapnarava4861
@swapnarava4861 7 месяцев назад
Sikha baa moi ata business t join korisu kintu moi eman sesta korio xophol hobo pora nai please mur namot agosi saki dibo sun jai Agninave baba ki jai Hor Hor Mohadev
@krishnadas3641
@krishnadas3641 9 месяцев назад
Om nomah shivay om nomah shivay sokolure monor akhabur puron kora🙏🙏🙏🙏💙💙❤️❤️🌺🌺🌺🌺
@sewalibarman1825
@sewalibarman1825 8 месяцев назад
প্ৰভু সু -স্বাস্থ্য কৰি ৰাখিবা মোৰ মানুহ জনক জয় অগ্নিনাভ বাবা আপোনাৰ মন্দিৰত যাব পাৰো অতি সোনকালেই প্ৰভু তাৰে কামনা কৰিছোঁ বাবা
@user-xp6zg6hq4n
@user-xp6zg6hq4n 7 месяцев назад
জয় অগ্নিনাভ বাবা মোক আশীৰ্বাদ কৰিবা যাতে মই মোৰ আহি থকা পৰীক্ষা টো ভাল দৰে উতীৰ্ণ হৈ মা দেউতাক ভাল সুখী কৰিব পাৰোঁ ❤ আৰু দেৱাশ্ৰী ও আহি থকা পৰীক্ষা টোত ভাল ফল দেখাব পাৰে আমাক আশীৰ্বাদ কৰিবা বাবা ❤ এদিন নিশ্চয় যাম তোমাক দৰ্শন দিবলে বাবা ❤
@JinuRabha-wx8fq
@JinuRabha-wx8fq 9 месяцев назад
Baba...muk ata bhal sorkari sakorir dokar hoise...kripa koriba Baba ❤
@rajusaikiaray4820
@rajusaikiaray4820 6 месяцев назад
Joy Agninav baba tomar osorot mor sotokoti pranam Tumi Jen mor akha puron Kori Diya
@user-bt8im5xl8y
@user-bt8im5xl8y 8 месяцев назад
Joi agninabh. Baba amar adharuwa hokolu kambur. Ho BN bo lage
@dipakboro807
@dipakboro807 7 месяцев назад
Agninav babaloi bohut duror porai koti koti pranam,Mur xamsya bur dur kori Diya baba.aaponar usarat goi aaponar saranat dharim goi 🙏🙏🙏
@DehaNath-ei8uf
@DehaNath-ei8uf 7 месяцев назад
জয় অগ্নিনাভ বাবা মোক আৰু মোৰ মানুহজনক আশিৰবাদ কৰা যাতে মোৰ মানুহজনৰ এটা চৰকাৰী চাকৰী হওক। আৰু মোক আশিৰবাদ কৰক মোৰ যাতে বেমাৰ বোৰ ভাল হয় আৰু মই ভাল হই যাও মই বাবাৰ বাবে ঘৰত বন্তি এগচ দিম আৰু এদিন বাবাৰ উচৰত চৰনত সেৱা লব যাম🙏
@sweetytalukdar3174
@sweetytalukdar3174 7 месяцев назад
অগ্নিনাভ বাবা তুমাৰ চৰনত দুৰৰ পৰা সেৱা জনাইছো যাতে মোৰ সন্তান প্ৰাপ্তি হয়
@apurbadasdas9539
@apurbadasdas9539 8 месяцев назад
Baba Agninav baba kripa koriba aami bhut dukhiya baba soday Lotarit tikot kati thaku eibar jen lage Jai baba Agninav baba ki jai 🎉🎉🎉
@jurinath1147
@jurinath1147 8 месяцев назад
Jai অগ্নিনৱ বাবা আমাৰ ঘৰ খন ভালে ৰাখিব
@BobitaTamang-f5v
@BobitaTamang-f5v 8 месяцев назад
Joy agninav baba Mur monor aakha puron korok mur loratuk val kori diyok aru kamot jate mon di Kore jen agninav baba Ki joy
@user-tb8jm8cc5r
@user-tb8jm8cc5r 6 месяцев назад
mur suwalijonir monr,axabur Purn Kri diuk Prvo Dorur pra,pray Kriso Jay agninav baba har har mahadev
@totalgamar5894
@totalgamar5894 8 месяцев назад
Mur monor akha Jen puron hoi agninav baba Mur deuta jar logot goise tar pora guri Ahok Ami mondirot jai saki jalam buli akha thakil 🪔
@tapatipaul-xf5zf
@tapatipaul-xf5zf 9 месяцев назад
জয় বাবা অগ্নি নাম।দুরর পরাই সেবা জনআইছও।মোর লোরাটোয়ে যাতে পহিবলে এটা ছিট পায়।মনর আশা পুরন করিবা বাবা
@pilpilimili7224
@pilpilimili7224 8 месяцев назад
Moi Depression bugi asu, muk agor dore hustho kori diyoksu, heya mur agninav babar husort pratona Jai agninav baba ki jai🙏🙏🙏🙏🙏🙏
@BhantimaDeka-g8z
@BhantimaDeka-g8z 7 месяцев назад
হে অগ্নিনাভ বাবা আমাৰ ল'ৰা এটা আৰু ছোৱালী এজনী পঢ়া শুনাত সিমান ভাল নহয় আপুনি আশীৰ্বাদ কৰিব পঢ়িবপৰা হয়যেন তোমাৰ ওচৰত প্ৰনাম জনালোঁ
@dipikarajbongshirajbongshi941
@dipikarajbongshirajbongshi941 7 месяцев назад
Jai agninav baba tumak dur pra xewa agboraiso mr ghr khn ji akhanti ase vl kri dibo dada hte jate agbari jai jibon saba baba sbke vale rakhiba saklo raijoke 🙏🕉🙏
@deepakalita4191
@deepakalita4191 9 месяцев назад
হৰ হৰ হৰ মহাদেৱ মনৰ আশা পুৰণ কৰিবা মহাপ্রভু অগ্নিনাভ বাবা🙏🙏 🙏🙏🙏🌺🌿🌼🌹🌷
@SabinaNeog
@SabinaNeog 10 месяцев назад
Jai agninav baba 🙏 ❤mur dadajonor bemar hunkale vhal hobo lage baba
Далее
Jaya Jaya Sada Siva (Agninav Mandir Song)
5:07
Просмотров 249 тыс.
Agninav Shiv Mandir Nazira @agninavshivmandir1664
11:07