Тёмный
No video :(

akhil Gogoi - Himanta Biswa Sarma | বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ 

Sangbad Prahari
Подписаться 49 тыс.
Просмотров 813 тыс.
50% 1

বিধানসভাৰ মজিয়াত অখিল গগৈক অপমান মুখ্যমন্ত্ৰীৰ
#AkhilGogoi #AssamAssembly #MLA #RaijorDal
#HimantaBiswaSarma #CMOASSAM #SangbadPrahari

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 367   
@anupamphukan3617
@anupamphukan3617 11 месяцев назад
আপোনী এজন প্ৰকৃত ৰাইজৰ প্ৰতিনিধি । অখিলদা আপোনাক চেলুট দিছো । আপোনাৰ দৰে আৰু আমাক নেতাৰ প্ৰয়োজন ।
@Bisulrs
@Bisulrs Месяц назад
Akhil Gogoi zindabad buli koise kintu vote r time ot bjp loi palti mare😂😂😂😂
@harekrishnabora6743
@harekrishnabora6743 11 месяцев назад
গগৈ ডাঙৰীয়া আপুনি হতাশ নহব। অসমৰ সকলো সচেতন মানুহে এইবোৰ লক্ষ্য কৰি আছে।
@MonbhaiTaid
@MonbhaiTaid Месяц назад
Yeas ukil gogoi
@user-xv2fu5lg2r
@user-xv2fu5lg2r Месяц назад
Gr​@@MonbhaiTaid
@sitarampegu5276
@sitarampegu5276 11 месяцев назад
অখিল গগৈ ডাঙৰীয়া আপোনাৰ দৰে আৰু অধিক এম এল এ ৰ অসমত প্ৰয়োজন আছে
@lalitabora912
@lalitabora912 11 месяцев назад
xonmaniy xonmaniy xonmaniy sir sir sir bohut dhuniya kotha zodiyu xosa kotha mathu bohut plastik mathu bohi plastik mathu bohu plastik muna logote GLOBEL WAARM GLOBEL WARM GLOBEL WARM
@lalitabora912
@lalitabora912 11 месяцев назад
we are RUPONIG RUPONIG RUPONIG RUPONIG
@NarenDas-fd4sk
@NarenDas-fd4sk 4 месяца назад
P​@@lalitabora912
@ibrahimali-sv4uq
@ibrahimali-sv4uq 3 месяца назад
4:09 ​
@jintukakati6440
@jintukakati6440 11 месяцев назад
অখিল গগৈ যদি পিং পং বল , হিমন্ত পাত বেং , ইয়াৰ পৰা তাত জপিয়াই ফুৰা
@dilipgogoi9441
@dilipgogoi9441 2 месяца назад
একেবাৰে শুদ্ধ ৰিজণি দিছে । ধন্যবাদ।
@gunaramdas131
@gunaramdas131 11 месяцев назад
শুদ্ধ পথত থাকক!আপোনাৰ জয় নিশ্চিত!
@kaushikkashyap1854
@kaushikkashyap1854 26 дней назад
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@aradhanadevi2044
@aradhanadevi2044 19 дней назад
.na Moo 8.no by ft Myers Briggs u .
@aradhanadevi2044
@aradhanadevi2044 19 дней назад
Z Ji z jiu i..,. The one I got a t Sam t5 Nj Jr to be a great day 9🙁
@bilashchandradoley2544
@bilashchandradoley2544 11 месяцев назад
অখিল গগৈ ধন্যবাদ। Cm গাধি এৰা ভাল
@salimhussain4907
@salimhussain4907 11 месяцев назад
❤অখিল দা আমি আপোনাৰ লগত আছো।
@jaanmoinavlogs
@jaanmoinavlogs 11 месяцев назад
অখিল দা আপোনাক চেলোত আপোনাৰ দৰে আৰু বিধায়ক পয়োজন বাকী বিলাক sobo khar খোৱা
@indrajitbaruah1676
@indrajitbaruah1676 11 месяцев назад
চেল্যুট = ✓✓ প্ৰয়োজন = ✓✓
@hiphopshots2877
@hiphopshots2877 Месяц назад
Oi mc ouu axomiya a khar khua hoi ami parud fell koru kukuror batcha mia suda toi mia suda hoi hai karo na khar khua buli koli
@bontiborah7476
@bontiborah7476 11 месяцев назад
ঠিক কৈছে আপুনি 👍
@mijanurrahmanprodhani1233
@mijanurrahmanprodhani1233 11 месяцев назад
Akhil gogoi real MLA real Leader. Real hero.
@bhaskarborah4254
@bhaskarborah4254 11 месяцев назад
অতি সাহসী ব্যক্তি,জয় আই অসম
@shekhachetry8134
@shekhachetry8134 11 месяцев назад
Mmk
@harressadas8565
@harressadas8565 9 месяцев назад
​@@shekhachetry8134m
@anandaburagohain6452
@anandaburagohain6452 8 месяцев назад
❤❤❤😢😊😅😮😮😢
@user-zm5cm4xs3n
@user-zm5cm4xs3n 8 месяцев назад
​@@shekhachetry8134❤ uu
@husnabegum132
@husnabegum132 11 месяцев назад
অসমৰ মৰ্যদা নজনা এজন মুখ্য মন্ত্ৰী ।
@anupomsonowal428
@anupomsonowal428 10 месяцев назад
আগতে নিজৰক চাহ 😂😂😂
@jitensarma1210
@jitensarma1210 11 месяцев назад
মুখ্য মন্ত্ৰী এজনে ইমান টুলুঙা মন্তব্য কেনেকৈ কৰিব পাৰে ভাবি আচৰিত লাগে
@dwijensarmah4370
@dwijensarmah4370 Месяц назад
একেবাৰে বলিয়া
@rupalichetia1747
@rupalichetia1747 11 месяцев назад
ধন্যবাদ অখিল দা ।
@JakirHussain-nh7ho
@JakirHussain-nh7ho 11 месяцев назад
অখিলদা আমি টিভিৰ নিউজ চোৱা বাদ দিছো
@minukalita7577
@minukalita7577 Месяц назад
অসমখন পিছুৱাই নিয়াৰ প্ৰচেষ্টাৰে, অশান্তি,কাজিয়াবোৰ এৰক। ভাল কথা,কামেৰেহে জনাজাত হ'বলৈ ৰত্ন কৰক।
@sashibhatta5198
@sashibhatta5198 Месяц назад
অখিল গগৈয়ে কিন্তু প্ৰায়েই চৰকাৰ তথা মুখ্যমন্ত্ৰীক অপমান কৰি আহিছে ৷
@samsulhaque4571
@samsulhaque4571 11 месяцев назад
ধৰ্ষ ধৰা অখিল গগৈ আপুনি ঠিক আৰু সঠিক দিষতআছে।
@indrajitbaruah1676
@indrajitbaruah1676 11 месяцев назад
ধৈৰ্য। == ✓✓ দিশত। = ✓✓
@worldmusicalcompany.3487
@worldmusicalcompany.3487 11 месяцев назад
Very good অখিল গগৈ জয় আই অসম
@srimantasaikia6432
@srimantasaikia6432 11 месяцев назад
অখিল গগৈ ডাঙৰীয়া আপোনাক পিপং বল কোৱাত কোনো দুখ নকৰিব কোন কি স্থানত আৰু কোন ডলাৰ বগৰী ৰাইজে গম পায়
@DipamoniGogoi_0_1
@DipamoniGogoi_0_1 11 месяцев назад
ধন্যবাদ অখিল দা
@manjubarman1855
@manjubarman1855 11 месяцев назад
মেডিয়া হিমন্তৰ পকেটত।
@nripenborgohain201
@nripenborgohain201 Месяц назад
অখিল গগৈ ভাল সৎ বিধায়ক বুলি অসমৰ ৰাইজে ব্যক্তিগত হিচাবে ভালপায় ৷
@NipenHazarika-ny1hr
@NipenHazarika-ny1hr 10 дней назад
মুখ্য মন্ত্ৰী মহোদয় আপোনাৰ দিন চমু চাপিলে কাৰন ৰাইজ সজাগ হ'ল জিমান কিবা দিম বুলি আশা নিদিৱ আশা কৰি,কৰি মৰি জাৱ লাগিৱ মাইকি মানুহ বিলাক আপোনি বহুত স্বাৰ্থ পৰ আসমৰ ৰাইজে বুজি পায় গৈছে।আৰু ভম নকৰিৱ বুলি আশা ৰাখিলোঁ ধন্যবাদ।
@bhattacharjeeramchiary5107
@bhattacharjeeramchiary5107 11 месяцев назад
আজিকালিৰ ৰাজনৈতিক নেতাৰ মণবোৰ লেতেৰা আৰু দম্ভালি বক্তব্য
@taradoi7957
@taradoi7957 11 месяцев назад
you are right
@sarifulhaque7443
@sarifulhaque7443 11 месяцев назад
Ping pom to apuni he mama আপোনাক কোনোবাই কিবা এটা কলে আপুনি হে পিং পমৰ দৰে জঁপিয়াই দি এই
@sunilborah8325
@sunilborah8325 28 дней назад
অক্ষীল গগৈ য়ে বৰ্তমান যিটো আলোচনা হৈ আছে এইটো অসমৰ নাগৰিক অসমতে ই কাম কৰিবলৈ কিছুমান সুবিধা দিয়ক
@user-ef5jq6lg7g
@user-ef5jq6lg7g 28 дней назад
Himanta biswasarma zindabad
@phanidharrabha8057
@phanidharrabha8057 11 месяцев назад
হিমন্তই লোৱা ডিগ্ৰী সমূহ সকলো তদন্ত হোৱা উচিত । আন কেলেঙ্কাৰীৰ কথাবোৰ নকলেও তেওঁৰ শিক্ষা আহৰণ কৰাতোটো যে হিমন্তৰ আৰু পৰি‌য়ালৰ বিৰাট কেলেঙ্কাৰী যে আছে সয়া ১০০০% সত্য । বাহুবল, ধনবল, ৰাজনৈতিক প্ৰভাৱৰ ফলত সকলো চলাই আছে । হিমন্ত আৰু তেওঁৰ অতিলোভী পত্নীৰ ওপৰত এদিন উচিত তদন্ত হ'বই লাগিব
@ansulabrahma6730
@ansulabrahma6730 11 месяцев назад
next CM of Assam
@bishalbordoloi4074
@bishalbordoloi4074 11 месяцев назад
এজন মহান ব্যক্তিয়ে আগতে কয় থৈছে যে ৰাজনীতি বেইচা।
@indrajitbaruah1676
@indrajitbaruah1676 11 месяцев назад
বেশ্যা = ✓✓
@anjugogoi6536
@anjugogoi6536 3 месяца назад
আমাৰ মৰমৰ অসমৰ সু সন্তান অখিল সন্তান ' আমাৰ জোন ❤️❤️❤️❤️❤️
@keshabtamuly6007
@keshabtamuly6007 11 месяцев назад
অতি অহঙ্কাৰী হলে ধ্বংস হবই।
@prafulladas756
@prafulladas756 9 месяцев назад
Akhil.. Dada.. Jay... I.... Assam
@dilipgogoi-qt5hv
@dilipgogoi-qt5hv 11 месяцев назад
Akhil gogoi zindabaad
@khaninmedhi5954
@khaninmedhi5954 9 месяцев назад
অখিল গগৈৰ কথাবোৰ শুনিবলৈ ভাল ৷
@manavk4088
@manavk4088 11 месяцев назад
Actual Pim Pom Himanta Biswa... Kali congress aji bjp kailei ba kot....
@Cheshtasharmavlog
@Cheshtasharmavlog 11 месяцев назад
অখিল ডাঙৰীয়া হতাশ নহব।
@manjubarman1855
@manjubarman1855 11 месяцев назад
সদনৰ মৰ্য্যদা বুজি নোপোৱা আমাৰ মুখ্যমন্ত্ৰী।
@karimali6015
@karimali6015 11 месяцев назад
Cmয়ে মাত্ৰ ধাৰ কৰিব জানে আৰু অসমক ধৰুৱা কৰিব পাৰে৷
@AhmedAli-km8fk
@AhmedAli-km8fk 11 месяцев назад
Himonto Is pin pom
@nayanpadun2495
@nayanpadun2495 11 месяцев назад
ধন্যবাদ অখিল ছাৰ
@user-sc4kq9dz3r
@user-sc4kq9dz3r 11 месяцев назад
ৰাজকীয় ৰক্ত কণিকা শিৰা উপশিৰা বোৰত থাকিব লাগিব। পূৱপুৰুষৰ ঐতিহ্য থাকিব লাগিব। ভাৰতৰ স্বাধীনতাৰ পিছত ৰাজনৈতিক অস্থিৰতাৰ কাৰণ কিছুমান বেশচনধাৰী দুষ্ট ভ্ৰষ্টাচাৰী আত্ম কেন্দ্ৰীক ৰাজনৈতিক নেতা।
@bolendowarah9188
@bolendowarah9188 10 месяцев назад
দেশখনৰ ,ৰাজ্যখনৰ জনতাই যোৱা কংগ্ৰেছৰ অনীতি অপশাসনৰ পৰা পৰিবৰ্তন বিচাৰিলে আৰু জনতাই তাৰ সুফল লাভ কৰিছে। জনতাই নাগৰিকত্বৰ গণতান্ত্ৰিক অধিকাৰ লাভ কৰিছে।৭০ বছৰে কৰা অপশাসনৰ নীতি আৰু ব্যবস্থা সংশোধন কৰিবলৈ যাঁওতে কিছু সময় লাগিবই।কিন্তু অখিলদা আপোনোলোকৰ কেৱল ক্ষমতালাভৰ যি উদগ্ৰীবতা হৈ আছে তাৰবাবে আপুনি এদিন দেশৰ কাণ্ডাৰী হ'লেও আমাৰ নাতি পুতিয়ে শান্তি সমৃদ্ধিৰে জীয়াইযে থাকিব পাৰিব এয়া অসম্ভৱ।জাতি সুৰক্ষা ,দেশ সুৰক্ষা,ধৰ্ম সুৰক্ষা,সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো এজেণ্ডা নাই।কেৱল এটা বিশেষ জাতি ধৰ্মৰ হৈ ওকালতি কৰি ভোট আদায় কৰি নিজৰ কালটো,পেতটো, ঘৰৰ পৰিয়ালৰ আৰ্থিক ভাৱে টনকিয়াল কেনেকৈ কৰিব পাৰি তাৰেই চিন্তা। দেশ,জাতিৰ বিপৰীত থিয়হৈ দেশৰ ক্ষতিকৰ সকলক একগোট কৰি কেনেকৈ সমৰ্থন আদায় কৰিব পাৰি তাৰেই অংক।
@manikkalita3288
@manikkalita3288 24 дня назад
আমি এটা কথা বুজি পাইছোঁ আপুনি অসমখনক ধ্বংস কৰিব।
@minukalita7577
@minukalita7577 Месяц назад
জনপ্ৰিয় মুখ্যমন্ত্ৰী মহাশয় জিন্দাবাদ। বিৰোধীৰ ভাও এৰক। মিলাপ্ৰীতিৰে সমস্যাবোৰ সমাধান কৰক।
@mustaquezaman4568
@mustaquezaman4568 11 месяцев назад
Very good
@bhadreswarsaikia-qx8px
@bhadreswarsaikia-qx8px 26 дней назад
NHP ৰ বিৰুদ্ধে আন্দোলন কৰা ব্যক্তিক এতিয়া শক্তি লাগে।
@BhumidharNath-im7ml
@BhumidharNath-im7ml 11 месяцев назад
পবিত্র বিধান সভাৰ ময্দা অতুত ৰখা দৰকাৰ। পবিত্র বিধান সভাত বহি টুলুজ মন্তব্যৰে আলটু ফালটু বলকি থকাটো অসৈভালিৰ বাহিৰে আন একো নহয়৷ প্রশ্ন কৰিলে পোনপটীয়া উত্তৰ নিদি আওপকীয়াকৈ টুলুঙা মন্তব্য দিলে সেইটো বহুৱালীক বাহিৰে আন একো নহয়৷
@indrajitbaruah1676
@indrajitbaruah1676 11 месяцев назад
মৰ্য্যদা == ✓✓ অসভ্যালী == ✓✓
@rubjulgaming9874
@rubjulgaming9874 2 месяца назад
অখিল গগৈ জিতু কথা কৈছে ভাল কথা কৈছে আজি নিজৰ মাইকী বৰে কি কয় আমাক
@MukulGogoi-cv4rs
@MukulGogoi-cv4rs 2 месяца назад
Akhil Gogoi Gogoi akta kotha kolu zindabad Assam
@RehanAhmed-re9lo
@RehanAhmed-re9lo Месяц назад
Akhil Gogoi jindabad 100 right❤❤
@monowarhussain4205
@monowarhussain4205 10 месяцев назад
Love you. Akhil gogoi uncle
@arotigogoi6053
@arotigogoi6053 20 дней назад
শিয়ালৰ জাক জাক ,সিংহৰ এটাই হওক।
@user-ws6jh5wg2b
@user-ws6jh5wg2b 11 месяцев назад
Very good Akhil gogoi sir.
@chandradas8077
@chandradas8077 13 дней назад
অখিল গগৈ আপুনি হাৰ নামানিব ।আমি আছু আপোনাৰ লগত ।
@PronabMohan-ey6gw
@PronabMohan-ey6gw 11 месяцев назад
Right
@bipulsaikia7415
@bipulsaikia7415 2 месяца назад
দাদা আপুনি আচল ৰাইজৰ সন্মানীয় বিধায়ক আপোনাৰ দৰে যদি পতিজন বিধায়কে আমাৰ অসম খনৰ কথা বাইজৰ উন্নতিৰ কথা চিন্তা কৰিলে হেতেন এটাও দুখীয়া পৰিয়াল অসমত নাথাকিলে হেতেন। ধন্যবাদ দাদা আপনাক এশবাৰ নমস্কাৰ জনাইছো আৰু আশীবাদ জনাইছো ভগবানে আপোনাৰ কমময় জীৱন আগুৱাই নিয়ক কৃষ্ণ কৃষ্ণ কৃষ্ণ
@pradipbora5121
@pradipbora5121 11 месяцев назад
U R Right
@mayamohan4440
@mayamohan4440 11 месяцев назад
You are right
@MonirulIslam-nc9yq
@MonirulIslam-nc9yq 4 месяца назад
All Right Akhil Gogoi dangoriya
@baikunthagogoi2421
@baikunthagogoi2421 11 месяцев назад
Mamai property bohut gutale...somaj sewar naamot val lutise
@NasiurRahman-qg7vw
@NasiurRahman-qg7vw Месяц назад
Okhil is very strong and famous of Assam
@kalpanadutta2269
@kalpanadutta2269 Месяц назад
আপোনাক ৰাইজে বিচাৰে,😊
@user-ub9ld9or4p
@user-ub9ld9or4p 2 месяца назад
Akil gogoi zindabad
@indrajitbaruah1676
@indrajitbaruah1676 11 месяцев назад
আকৌ সমাজৰ কামত লাগি কিছু দিন খেতি বাতি কৰি থকাই ভাল প্ৰত্যেক কথাত টেনশ্বন লৈ থকাতকৈ । অসন্তোষ অৱস্থাত মানুহৰ কতো সুখ নাই , কিছু দিন ৰিলেক্স হৈ থাকক । নন চিৰিয়াচলী কৈছোঁ
@nasimabegum7010
@nasimabegum7010 2 месяца назад
6
@indrajitbaruah1676
@indrajitbaruah1676 2 месяца назад
@@nasimabegum7010 significance of ... 6 ?????????
@ranjitkrdutta1501
@ranjitkrdutta1501 11 месяцев назад
Very very Good strong M.L.A.
@kulodharborah9285
@kulodharborah9285 11 месяцев назад
Good decision given by Akhilda
@ilakalita2015
@ilakalita2015 3 месяца назад
একেবাৰে সচা কথা কিয় অখিল গগৈ ছাৰে ধন্যবাদ জনালো
@user-jq7mm9fw5l
@user-jq7mm9fw5l Месяц назад
Akil gogoi zindabad❤❤❤❤
@user-gf5rf9nj5x
@user-gf5rf9nj5x 4 месяца назад
Akhil gagoi jindabad
@eskubali6079
@eskubali6079 Месяц назад
ঈশ্বৰ আল্লা তেৰ নাম ।
@pranabkhakhalary539
@pranabkhakhalary539 18 дней назад
এইজন মানুহক মিছাতে ইতিকিং কৰি থাকে কিন্তু তেওঁ সদায় সচা কথা কয়।
@joyghanarah4246
@joyghanarah4246 2 месяца назад
Akhil gogoi jinda bad
@nirugogoi4576
@nirugogoi4576 Месяц назад
নেদেখা জনে নিশ্চয় আপোনাক চাব
@nirmalppatir3822
@nirmalppatir3822 11 месяцев назад
Bha... Bha.. Akhil da very good your ceriar line speak.
@harendrabarman2736
@harendrabarman2736 11 месяцев назад
Next CM Akhil da
@ania1179
@ania1179 11 месяцев назад
অসমত অসংখ্য চিৰপ্ৰবাহিত সৰু সৰু নিজৰা আছে। সেইবোৰত সৰু সৰু hydroelectric power plant বহুৱালে বিদ্যুতৰ যোগান বৃদ্ধি হব। আনকি স্থানীয়ভাবে ৰাইজে এনে প্ৰকল্প হাতত ললে স্থানীয় ভাবে বিদ্যুত উৎপাদন কৰাৰ ওপৰিও আৰ্থিক লাভবান হব।
@nitugogoi1647
@nitugogoi1647 11 месяцев назад
অখিল দাঅপুনী সাহসে আগবাসক আমি আপোনাৰ লগত আছোঁ ।বিমান অসমৰ নিজৰ সম্পদ বুলিবলৈ তো একো রেই নাই।
@amalabasumatary4562
@amalabasumatary4562 5 месяцев назад
অখিল গগৈয়ে থিকেইকৈছে
@HemantaBordoloi-hz3yu
@HemantaBordoloi-hz3yu 3 месяца назад
গগৈ শাৰ আপুনি বহুত ভাল কথা কৈছে
@sauravdutta3223
@sauravdutta3223 11 месяцев назад
Love you Akhil da. Initially I was also misguided with the Paid channels like NEWS LIVE....etc. and thought that you were wrong. But gradually I understood that YOU ARE THE ONLY GENUINE REPRESENTATIVE from the disadvantaged group of Assam like us. Love you Akhilda. May god give you strength to raise your voice high. Always be like this. Else we will not have anyone whom we can trust.
@punagohain5625
@punagohain5625 11 месяцев назад
1sasseaaqddf
@punagohain5625
@punagohain5625 11 месяцев назад
qqaq🐱🐱😊😊🔛🔛🏠🐱🏠🏠🏠🏠😊🐱🐭🔛😊🔛🔛🔜🏡🏠🐱🐱🐱😊🐱😊😊🏡
@punagohain5625
@punagohain5625 11 месяцев назад
Qa🐭😊🔛🏠🔝🔝
@punagohain5625
@punagohain5625 11 месяцев назад
Xxx1111🐱🐱🏠🔰🔛🙂😄😄🙂😃🔝🔝😅😃😃
@punagohain5625
@punagohain5625 11 месяцев назад
A1 v1asee1qq,aqq2qq
@tinkumonikalita5484
@tinkumonikalita5484 11 месяцев назад
Akhil gogoi is best point to 👉
@SriCCDas
@SriCCDas Месяц назад
আছল কথা হ'ল আপোনি অনাহকত বিতৰ্কত সোমাই যায়।
@ajiuddinahmed5407
@ajiuddinahmed5407 11 месяцев назад
Congratulations Akhil Gogoi ,go ahead don,t care anybody.👍
@KulenGogoi
@KulenGogoi 28 дней назад
অখিল গগৈ বোপা ত‌ই মূৰত অলপ মান ঠাণ্ডা পানী ধালি লʼ চোন । কিযানিবা মূৰত মগজু গজে নেকি ।
@Ankur_70pro
@Ankur_70pro 8 месяцев назад
Akhil da zindabaad
@rukmalswargiary4367
@rukmalswargiary4367 Месяц назад
Boriya akhil da great lider
@mijanurrahmanprodhani1233
@mijanurrahmanprodhani1233 11 месяцев назад
HBS asomor CM hoy ne Faltu manuh hoy kobo nuwari.
@pareshkalita3672
@pareshkalita3672 11 месяцев назад
সৰুতে কিতাপত পাইছিলো যে অহঙকাৰেই পতনৰ মুল
@anilkumarchetia1816
@anilkumarchetia1816 11 месяцев назад
Akhil Gogoi go ahed , don't be stopped .We are behind you .
@dhanadaborgohain6257
@dhanadaborgohain6257 11 месяцев назад
Great
@gajendranathsaloi5362
@gajendranathsaloi5362 2 месяца назад
অখিল গগৈ ডাঙৰীয়া,,নিজৰ স্থিতিত অটল থাকক,এদিন মানুহে বুজিব,সেইদিন অচিৰে আহি আছে।
@deepshikhamalakar7803
@deepshikhamalakar7803 2 месяца назад
পিং পং বল বুজি নোপোৱা এম এল এ জনে ৰাইজ কি কাম কৰিব বাৰু.হিমনতৰ ফাইল আৰু তৰুণ গগৈ আমেৰিকাৰ ঘৰৰ খবৰ ৰাইজক জনাওক,এনে হাৱাত কথা কৈ লাভ নাই..
@bulbuligogoi7063
@bulbuligogoi7063 11 месяцев назад
Very true and well said Akhil da🚩🙏🙏
@chandramohanborah7092
@chandramohanborah7092 11 месяцев назад
বেচৰমী কথা এজন CM ৰ মুখত তাতে বিধানসভাত | অখিল গগৈ আপুনি মহান , বিবেকবান ৰাইজ আপোনাৰ লগত আছে আৰো থাকিব |
@bagoulla2442
@bagoulla2442 11 месяцев назад
" চুঙা " শব্দটো কি অৰ্থ কি প্ৰসঙ্গত ব্যবহাৰ ও প্ৰয়োগ হয় ; বুজাই দিবলৈ অনুৰোধ ।
@ankitadutta4460
@ankitadutta4460 11 месяцев назад
জয় আই অসম অখিল দা❤ আপুনি সদায় সঁচা কথা কই ❤️
@bhupendas3078
@bhupendas3078 11 месяцев назад
👍 nagative কথা-বতৰাত মনোনিৱেশ একে বাৰে নকৰিব,সদায় positive বিষয় বস্তু ওপৰত besy থাকক , নিজৰ aim লৈ, দুখ নকৰিব ।
Далее
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
МАМА И ВАЛДБЕРИС
00:48
Просмотров 667 тыс.