Тёмный

Amazing Darjeeling tour/ Day 2/ইমানেই ধুনীয়া/ভৱাতকৈ বহুত বেছি/Details জানিব পাৰিব  

Luna M. Devi
Подписаться 2,9 тыс.
Просмотров 108
50% 1

‪@LunaMDevi‬ নমস্কাৰ সকলোলৈকে। আশা কৰোঁ সকলো ভালে আছে। কোনোবা ভালে নাই যদিও ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো অতি সোনকালেই ভাল হ'ব।
আমি দাৰ্জিলিঙ্ গৈছিলো। দাৰ্জিলিঙৰ মনোমোহা সৌন্দর্য্যক মোৰ কেমেৰাত ধৰি ৰখাৰ অকণমান সৰু প্ৰয়াস। সেয়ে video বোৰ আপোনালোকলৈ আগবঢ়ালো। সকলোৱে ভাল পাব বুলি আশা কৰিছো।
যদি video বোৰ অকণমান হ'লেও ভাল পায়, তেতিয়া এটা like কৰি comment এটাও দিব বুলি আশা কৰিলো। আৰু মোৰ channel টো subscribe কৰি মোক অলপ উৎসাহিত কৰিব বুলিবুলিও আশা কৰিলো।
ধন্যবাদ।
#Darjeeling #darjeeling_tour #darjeelingdiaries #darjeelingtourguide #placestovisitdarjeeling #placestovisitinaugust #placestovisitinsummer #darjeelingmall #darjeelingropeway #darjeelingzoo #darjeelingtenzingrock #vlog #vlogs #vlogger #vlogging #summerplans #summervibes #assamesevlogger #assamesevlogs #assamesevideo #darjeelingsightseeing #darjeelingstreetfood #darjeelingsiliguriindia #darjeelingsightscenes #darjeelingsightseeingcost #LunaMDevi
Darjeeling ropeway • Darjeeling Ropeway/ ve...
Darjeeling day 1 • Darjeeling tour guide/...
Darjeeling to Mirik • Darjeeling to Mirik/Pa...

Опубликовано:

 

3 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее