APCCৰ সভাপতি ভূপেন বৰাৰ বাসগৃহত চোৰৰ চাফাই অভিযান। লখিমপুৰৰ ভোগপুৰস্থিত বাসগৃহত চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে সামগ্ৰী। #PratidinTime #assam #BhupenBorah
16 июл 2024