Тёмный
No video :(

Assam News: কিমান সঁচা পত্নীৰ অভিযোগ? 

ND24
Подписаться 361 тыс.
Просмотров 313 тыс.
50% 1

কিমান সঁচা পত্নীৰ অভিযোগ? পূৰ্বৰ পত্নীৰ অভিযোগ খণ্ডন কৰি কি ক’লে AJP নেতা জিয়াউৰ ৰহমানে?
#assam #nd24news #nd24assamese #livenews #nd24live #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 RU-vid channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 521   
@dipanjalimohanta4800
@dipanjalimohanta4800 2 месяца назад
পত্নীসকলে ল'ৰা-ছোৱালী অকলে জন্ম দিব পাৰে নেকি? সন্তানক পিতৃৰ পৰা বিচ্ছেদ কৰাটো কেতিয়াও সুচৰিত্ৰৰ মহিলা হ'ব নোৱাৰে।নিজৰ স্বাৰ্থৰ বাবে সন্তানৰ মানসিক দিশটো নোচোৱা এইবোৰ কলিযুগৰ কেনে মাক নাজানো।
@MantuChutia-pb6iv
@MantuChutia-pb6iv 2 месяца назад
Thik koise
@rishi5906
@rishi5906 2 месяца назад
Kisuman deutaak u bhal nathake bhaideu.
@jupango460
@jupango460 Месяц назад
Toi miya lagat biya hoi sa
@UtpolaPhukon-ct6xv
@UtpolaPhukon-ct6xv Месяц назад
@@rishi5906 right
@parhanabegum9534
@parhanabegum9534 Месяц назад
Xokolu misa kotha koise eaijone.parute society ladies xokolor gali khuwa nai.nijei ji goraki biya patise agor porai lilimai kori asil xunibo puwa mote.potnik tetiar porai atyasar kori ahisil.faki baj hoi.
@user-sh1bs5kn1q
@user-sh1bs5kn1q 2 месяца назад
কিছুমান পত্নীৰ কাৰণে কিছু পুৰুষৰ জীৱন কণ্টকময় কৰি তোলে😢
@2007alakesh
@2007alakesh Месяц назад
Not some woman's.....now a days it's a legal business protected by Indian laws
@komrullaskar7604
@komrullaskar7604 Месяц назад
U r right sir.
@rambalram2610
@rambalram2610 2 месяца назад
বিবাহৰ বাহিৰত নিজৰ ৰম ৰমিয় ৰঙীন লাইফ... কিন্তু আকৌ আগৰ husband জন হে জগৰীয়া...??? কেনেকৈ....???? ছৌদি আৰৱত বা ইৰাণত হোৱা হলে এতিয়া ৰাজ পথত থিয় কৰাই পাঠৰ মাৰি ঘুনিয়া কৰিলে হল... ভাৰত বা অসম বুলি স্বাধীনতাৰ সোৱাদ ভাল কৈ লৈছে এই সকল পৰ গামি তিৰোতাই...😮😮😮😮
@juggiiij
@juggiiij 2 месяца назад
Right আপুনি মোৰ মনৰ কথাই কৈছে সকলো আইন মাইকী মানুহৰ পুৰুষৰ নাই ,,, তাৰ বাবে দায় পুৰুষ,,😂😂
@7gc970
@7gc970 2 месяца назад
নাৰীৰ মহিমা অপাৰ চলনামৰি নাৰীৰ কথা কলে শেষ কৰিব নোৱাৰি । যি সকল সাংবাদিকে মিছাকৈ বাতৰি দিছে সেই সাংবাদিক সকলৰ ওপৰত বিহিত ব্যৱস্থাৰ লব লাগে ।
@ashwinikumardas3036
@ashwinikumardas3036 2 месяца назад
জিৱাউৰ ৰহমানদা জিন্দাবাদ।🙏🙏 নাৰী নৰকৰ দ্বাৰ। তাই চৰকাৰী চাকৰি কৰে অথচ খৰাকী লাগে নিলাজীক। তাইক কোনোপধ্যে গ্ৰহন কৰিব নালাগে মোৰ বিশেষ আহ্বান ৰহমান ? সাংবাদিক এজন কেনে ব্যৱহাৰ চাওক ৰাইজ ?
@debajithazarika5879
@debajithazarika5879 Месяц назад
বেছেৰা মানু্হ মানুহজন ভাল। সভ্য মানু্হ,কিন্তু মনুহজনি হৰামি চাগে।
@MrRunal-v1e
@MrRunal-v1e 2 месяца назад
খুবেই দুঃখজনক! 😢😢 আচলতে আজিকালিৰ তিৰোতাবোৰ বৰ ভয়ংকৰ! তিৰোতাবোৰ যদি ঠিক থাকে পৃথিবীত এনে কোনো পুৰুষ নাই যে কিবা অনৈতিক কাম কৰিব পাৰিব।
@user-rg1tu3py7n
@user-rg1tu3py7n 2 месяца назад
সি ধোৱা তুলসী পাত নহয় । নিজৰ দুজনী ছোৱালী থাকোতে বেলেগ আকৈ এজনি বিয়া পাতিলে ।স্বভাৱ চাওক নিজৰ ঘৈনিয়েকক ঠিক কৰিব নোৱাৰিলে । বেলেগক দুখ জাপি আহিছে । যদি সি ইমান ভালে নিজৰ ছোৱালী দুজনী মুখলৈ চাই ধৰ্য ধৰিব নোৱাৰিল তেতিয়া সকলোৱে ভাল দেউতাক বুলি কলে হয় । এটা মতা হৈ তাৰ কান্দা চাওক ছি:ছি
@kaustuvvlog3934
@kaustuvvlog3934 Месяц назад
মই এগৰাকী তিৰোতা তথাপিও আপোনাৰ কমেন্টত একমত
@anupamcivilwork6071
@anupamcivilwork6071 Месяц назад
Jiyai thakiboli logori dorkar​@@user-rg1tu3py7n
@MrRunal-v1e
@MrRunal-v1e Месяц назад
@@kaustuvvlog3934 tq
@juggiiij
@juggiiij 2 месяца назад
আমাৰ পুৰুষৰ কোনো আইন‌য়ে নাই 😢 আপুনি যি নকওঁ কিয় আপোনাৰ কথাত কোনেও ভেলু নিদিয়ে ওলোটা আপুকে দোষ দিব।। আপুনাৰ কষ্ট আপোনাৰ বুকুতে ৰাখকক সেইটোয়ে ভাল হ'ব,,, কাৰন নাৰী সকলে কেতিয়াও নাৰীৰ বিপক্ষে কথা নকয় লগতে পুৰুষ সকলেও 😢😢 গতিকে আপোনাৰ পত্নী যি মুখত আহে কলেই win.
@zaved2008
@zaved2008 2 месяца назад
ই মিছা কথা কৈ আছে।
@juggiiij
@juggiiij 2 месяца назад
​@@zaved2008 হ'ব পাৰে ,, নহ'ব পাৰে আইনখন সমান থাকিলে বুজা গ'ল হেঁতেন।। অপৰাধ‌ প্ৰমান হোৱাৰ আগৰ পৰাই ঠিক কৰা হয় পুৰুষ ল'ৰাই দোষী।।
@zaved2008
@zaved2008 2 месяца назад
@@juggiiij আইনৰ কথা বেলেগ কিন্তু এইটো Case ত জনপথৰ সেই বিল্ডিংটোৰ মানুহে কৈ আছে যে ই প্ৰায়ে বেলেগ বেলেগ মহিলা আনি থাকে Flat টোলৈ। আজি ঘৰ খালী কৰিব কৈছে।
@madhabidas-ey7qk
@madhabidas-ey7qk 2 месяца назад
Tai nice olaii nice guide goise tI biasing jibon loi আছে gusi.joowa ki bad diyahe tumi tool marvel Santa Kora
@user-tn2uj9uu8r
@user-tn2uj9uu8r 2 месяца назад
Qio win.hobo ? nohobooo.
@kausikdeka8380
@kausikdeka8380 2 месяца назад
জিয়াউৰ ৰহমানৰ দৰে এজন উদীয়মান,বুদ্ধিদীপ্ত আৰু সপ্ৰতিভ ৰাজনীতিকক তেওঁৰ পত্নীয়ে এনেদৰে হাৰাশাস্তি কৰাটো উচিত হোৱা নাই ৷
@ujjalasaikia1904
@ujjalasaikia1904 Месяц назад
Yes , he is an intelligent person . God will help him .
@lakheswarborah3046
@lakheswarborah3046 2 месяца назад
সামাজিক মাধ্যমত আচল কাহিনী নজনাকৈ বহুতে ৰহমানক হেয় প্ৰতিপৰ্ণ কৰি মন্তব্য প্ৰকাশ কৰিছে ।এইটো আমি উচিত বুলি ভৱা নাই । সত্য কাহিনীটো জানি বুজি তাৰ পিচত মন্তব্য দিয়া উচিত ।
@boss-nx2pe
@boss-nx2pe 2 месяца назад
Apuni Thik a koise dada Karon Notun Appointment pua Bohut Buwari a nijor Husband ok ari Beleg purukh or logot xomporko hoise Hodai News ot sai asu.
@gboys7573
@gboys7573 Месяц назад
২৪ বছৰ হবলৈ গৈ আছে আজিওঁ চিংগল হয় আছোঁ। ভগৱানলৈ এইটোৱে আহবান যে, ভাল চৰিত্ৰৰ ছোৱালী এজনি পাওঁ।
@sanjibbora1789
@sanjibbora1789 Месяц назад
মোৰো ৩৯ দেই।
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 2 месяца назад
আপোনাৰ সততাৰ ওপৰত মোৰ বিশ্বাস আছে।
@Pain237_
@Pain237_ 2 месяца назад
কি কম আৰু। এই পৰকীয়া প্ৰেমে কিমান যে সংসাৰ শেষ কৰি আছে আৰু কিমান কৰিব হিচাব নাই🙂।
@samsulhaque4571
@samsulhaque4571 2 месяца назад
বৰ দুখ লাগিল দে ধৰযোধৰা। সত্যৰ সদায় জয় ।
@Pratim_2024
@Pratim_2024 2 месяца назад
আমি আপোনাক যিমানদূৰ জানোঁ, আপুনি সততাৰ সৈতে আপোচ কৰা মানুহ নহয় !
@Whoareyou525
@Whoareyou525 Месяц назад
Meaning tu buia nai.. please val ke kua 😢
@subhasishchutian8801
@subhasishchutian8801 Месяц назад
Ayo Mur huntu......
@bandanagogoi2842
@bandanagogoi2842 2 месяца назад
নিজৰ চৰিত্ৰ ধাকিব বিচাৰিছে এই জনে
@user-rg1tu3py7n
@user-rg1tu3py7n 2 месяца назад
এইডাল চৰিএ চাওক বেলেগক শিক্ষা দিব আহে । লুৰিণ দা লাজ পাইছো ছি:: ছি:
@user-et5tq1em6o
@user-et5tq1em6o 2 месяца назад
সচা কথা জিয়াউৰ দা আমাৰ পুৰুষৰ কেতিয়াও আইন নাই আপুনি সৎ সাহসেৰে কথাখিনি কৈ খুব ভাল কাম কৰিছে
@jaandas8693
@jaandas8693 2 месяца назад
মাইকীক বিশ্বাস কৰিব নোৱাৰি দেই।
@NripenThakuria
@NripenThakuria 2 месяца назад
আপোন ভালেই জগত ভাল ৷ গৰখীয়া ভাল হ’লেহে গৰু ভাল হ’ব ৷
@pegurock421
@pegurock421 2 месяца назад
সেয়া কোৱা কথা নিজৰ যেতিয়া হব বুজিব।
@NripenThakuria
@NripenThakuria 2 месяца назад
@@pegurock421 ভুল কৰা বাবে কেমেৰাৰ সন্মুখত ঘৈণীয়েকৰ কাণতলীয়া পালে ৷
@abhilashxaikia206
@abhilashxaikia206 2 месяца назад
Goru neki???
@ramanblast5061
@ramanblast5061 2 месяца назад
নাৰীৰ লেংতিত ধৰি ঘৰ ৰসি ঠাকা কোনোবা অল্পভোজী পুৰুস ঠাকিব পাৰে ....কিন্তু সকলৰে ঘৰ তেনেকৈ নচলে ...বাবু........গিৰিয়েক ওলাই যোৱাৰ লগে লগেই কিছুমান অন্ধ প্ৰেমিক পুৰুষৰ ভদ্ৰ তিৰিয়ে বেলেগক দেহা উলংগ কৰি খুৱাইঃ....😅😅
@kanaklalsutradhar6998
@kanaklalsutradhar6998 2 месяца назад
Dear Jiaur, Ayai Jeevan. Don't be panic. Bhal kaam koriboloi gole. Bohuto ghat prtighaat aahe. Right pathere goi thakok, Bhogowane bisar korib. Society t hazaro/lakho bhal manuh ase, sobore upolbdhi korib pora power ase.
@rafikulali4396
@rafikulali4396 2 месяца назад
লৰাজনে মিছা কয় সকলো সঁচা ছোৱালীয়ে কয়,,,, এইয়া কি সাংবাদিক ডাঙৰীয়া সকলে দুয়োটা পক্ষত বাতৰি সম্প্ৰচাৰিত কৰিব লাগে যাতে মতা হক মাইকী হক ভৱিষ্যতে সাৱধান হ'ব,,,
@juggiiij
@juggiiij 2 месяца назад
ও ভাই স্কুটি দিয়াৰ ক্ষেত্ৰতো ছোৱালীৰ 60% marks ল'ৰাৰ ক্ষেত্ৰত 75% কেনেকে আইন সমান হয় ভাবক।।
@dilipchandradas2292
@dilipchandradas2292 2 месяца назад
কিছু সংখ্যক সাংবাদিকে গোটেই সমাজখন সংস্কাৰৰ ঠিকা লৈ থৈছে। কোনোবাই গাড়ী এখন কিনিলেও কৈফিয়ৎ তলব কৰিব পৰা হ'ল।
@abhijitray1591
@abhijitray1591 2 месяца назад
You are right
@jugantamoran8033
@jugantamoran8033 2 месяца назад
নিজৰ স্বামী থকাৰ পিছতো পৰকীয়া প্ৰেম বা স্ব ইচ্ছাই অন্য যিকোনো কাৰণতেই পত্নী গৰাকীয়ে নিজৰ ল'ৰা - ছোৱালীক এৰি গ'লে মহিলাগৰাকী়আইনমতে দণ্ডনীয় হব লাগে। যদিহে পুৰুষে অত্যাচাৰ কৰি খেদি পঠিয়ায় বা পত্নী থকাৰ পিছতো পৰকীয়া প্ৰেম কৰে বা দ্বিতীয় বিবাহ কৰে তেতিয়া পুৰুষ জন দণ্ডনীয় হব লাগে। সকলো ক্ষেত্ৰতে আইনৰ দোহাই দি পৰগামী মহিলাই নিজক সুৰক্ষিত কৰিলে সমাজ জীৱনত নৈতিক অনৈতিকৰ কথাই নাথাকিব।
@UtpolaPhukon-ct6xv
@UtpolaPhukon-ct6xv 2 месяца назад
ইমান ভাল মানুহ জনক এনেই নো মানুহ জনিলে মাৰিব নে,,,ভালকৈ দুই পক্ষৰ পৰা জানি লৈ বাতৰি কৰক,,,,কোনো ভাল মানুহে লৰা ছোৱালী এৰি বেলেগ মাইকী লৈ বেলেগ ৰূম ত নাথাকে,
@ashiqurrahman6527
@ashiqurrahman6527 2 месяца назад
আপুনি হয়তো বাতৰিত ব্যক্তিজনে স্পষ্ট ভাৱে কি কৈছে মনোযোগ দি শুনা নাই, সেইবাবে একপক্ষীয় ভাৱে কৈছে। প্ৰথমা পত্নীৰ তৰফৰ পৰা আগতীয়াকৈ মন্তব্য লৈছিল। গতিকে উভয়পক্ষৰ মন্তব্য লৈয়ে বাতৰি পৰিবেশন কৰিছে। প্ৰথমা পত্নীৰ সৈতে সম্পৰ্ক সামাজিক, প্ৰশাসনিক ভাৱে এৰা এৰি হোৱাৰ পিছতে পুনৰবাৰ দ্বিতীয় বিবাহ কৰোৱাই সংসাৰ পাতিছে। প্ৰথমা পত্নী গৰাকীয়ে দেখোন নিজেই আঁতৰি গৈছে বুলি দাবী কৰিছে ব্যক্তিজনে। দ্বিতীয় বিবাহ কৰোৱা গৰাকীৰ লগত নিজৰ ঘৰৰ কোঠাত থকাটো এয়া বেলেগ মহিলাৰ সৈতে অবৈধ সম্পৰ্ক নহয় বুলি ভাবোঁ।
@maharnablekharu9979
@maharnablekharu9979 2 месяца назад
Faltu wife apunar, divorce her immediately
@pranabbarman9255
@pranabbarman9255 2 месяца назад
আইনবোৰ মহিলাৰ পক্ষত হয়.. . নিৰ্দোষী পুৰুষোৰো মৰন কৰিছে....আইন অকল‌ মহিলাৰ পক্ষত হ'ব নালাগে.... মহিলাবোৰো পুৰুষক বিনা কাৰনত , আইন খাতে আছে......
@bishnuprasaddeka8800
@bishnuprasaddeka8800 2 месяца назад
You are right.
@user-vi1ck2yv1n
@user-vi1ck2yv1n 2 месяца назад
You are Right dada
@ujjalkonwar2859
@ujjalkonwar2859 2 месяца назад
Good.. স্পষ্ট কথা ... মাখিক কিয় প্ৰমাণ লাগে । বস্তু গেলিছে মাখিয়ে গুন্ধ পাই গেলাত পৰিছে সব ইমানেই । কেনেকৈ গেলিল মাখিক কিয় প্ৰমাণ লাগে কেনেকৈ গেলিল । গেলা খাই ভোনভোনাই শব্দ কৰি উৰি ফুৰিলেই হল । কিযে মাখি.... !!😢😢 ইফালে ধেমাজিৰ ঘটনাৰ জাহাঙ্গিৰৰ আধা জ্বলা অংশত দিনে ৰাতি মাখি । কেতিয়া শেষ হব জানো পাই ...?
@kabitamoran6158
@kabitamoran6158 2 месяца назад
😂😂😂😂😂😂
@user-ed5sw6hk4s
@user-ed5sw6hk4s 2 месяца назад
মাখিয়ে এতিয়া অসমখন বেছি প্ৰদূষিত কৰিছে . . খাটাং কথা
@juggiiij
@juggiiij 2 месяца назад
দাদা আপোনাক বহুতে বিশ্বাস নকৰিব,, কাৰন আইন‌ যি পক্ষত লোকে সি পক্ষত কথা কয়,, আজিকালি কাপুৰুষতাই হৈছে মহানব্যক্তি ,, smart মানুহ 😂😂 তাৰোপৰি কংগ্ৰেছৰ পৰামৰ্শক ভোট নিজৰ ব্যক্তিগত অধিকাৰ হ'লে কি হ'ব
@user-fr3uo9mu3s
@user-fr3uo9mu3s 2 месяца назад
Kolei sob kotha nohoi.......!! Tew rajnitir ehjon dalal typer manuh kotha bonabo janehh
@ritudas6474
@ritudas6474 2 месяца назад
Good boss apuni thik kotha koise u r ryt👍
@youtubetv9392
@youtubetv9392 2 месяца назад
মহিলাক বিশ্বাস নকৰিবা ল'ৰা সকল
@prabinmallabaruah8845
@prabinmallabaruah8845 2 месяца назад
সংবাদ মাধ্যমে মুখৰোচক বাতৰি প্ৰচাৰ কৰি ভাল পায় ।
@zaved2008
@zaved2008 2 месяца назад
সম্পূৰ্ণ মিছা কথা। ই আজিলৈকে পত্নীৰ বিৰুদ্ধে এটা অভিযোগ প্ৰমাণ দিব নোৱাৰিলে। হাতীগাঁওৰ মানুহ সাক্ষী আছে ঘৰৰ পৰা তই উলিয়াই দিছিলি। আজি তোক বেলেগ মাইকীৰ লগত ধৰিছে। Family Court ত Case তোৰ পত্নীয়ে দিছে তই দিয়া নাই। তই নিজৰ সন্তানৰ স্কুলৰ Fees নিদিয়। আৰু আজি সেইজনী কোন আছিল যাৰ লগত ঘৰত সোমাই আছিলি? জনপথৰ ভাৰা ঘৰ টোৰ ওচৰৰ মানুহে কব তোৰ কাহিনী।
@mohandihingia652
@mohandihingia652 2 месяца назад
Maki joniae marise.. tar pora ki jona jai.. tumi ukaloti nokorileu hobo dia
@RashidaKhatun-vi1wu
@RashidaKhatun-vi1wu 2 месяца назад
তোমাৰ কথা সম্পূৰ্ণ মিছা কথা
@RashidaKhatun-vi1wu
@RashidaKhatun-vi1wu 2 месяца назад
তেওঁৰ পত্নীৰ বিষয়ে মোতকৈ বেছি নাজানে
@zaved2008
@zaved2008 2 месяца назад
@@RashidaKhatun-vi1wu সেই কাৰণে জিয়াউৰ ৰহমানৰ হাতী গাঁওৰ ভাৰাঘৰৰ গোটেই মানুহে মিলি আজি ঘৰ খালী কৰাই দিয়ে। 😆
@rajudeka4679
@rajudeka4679 2 месяца назад
এয়াই অসমৰ সাংবাদিক আপুনি এখন গাড়ী কিনিছে😅😅
@terimeri3487
@terimeri3487 2 месяца назад
😂😂
@ramanblast5061
@ramanblast5061 2 месяца назад
😅😅
@user-fb6ji8qi6m
@user-fb6ji8qi6m 2 месяца назад
সদায় সক্ৰিয় এজন জাতীয়তাবাদী যুৱ নেতাক বিৰোধী পক্ষয় ফচাবলৈ সুৰুঙা বিচাৰি থাকে। হয়টো ৰহমান ডাঙৰীয়াৰ বিচ্চেদিত পত্নীৰ চৰকাৰী চাকৰি লাভৰ আৰটো গভীৰ সষযন্ত নিহিত হৈ থাকিব পাৰে। বিচাৰ যিহেতু আদালতৰ বিচাৰাধীন সেয়েহে ৰহমান ডাঙৰীয়া সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিলে ভাল হব। মোবাইল ফোন আৰু সহজলভ্য ইণ্টাৰনেট সংযোগৰ বাবে সমাজত বহু পৰকীয়া প্ৰেম জাতীয় অনাকাংক্ষিত ঘটনাৰ প্রকোৱ বাঢ়িছে। আশা আদালতৰ ওপৰত থাকিল ।
@prashantadehingia9920
@prashantadehingia9920 2 месяца назад
পতি আৰু পত্নী ৰ বাবে লৰা ছোৱালীৰ কি হৈছে বুজিব পাৰিছে নে. আপুনি এৰক মাইকী লৰা ছোৱালীক নেৰিব. আমাৰ সমাজত জ্ঞানী মানুহৰ এনে অৱস্থা হলে. আমিবোৰ নিগমে মৰিম.
@dewanyashinali9077
@dewanyashinali9077 2 месяца назад
মোৰ এতিয়াও বিয়া পতাৰ কাৰনে ভয় লাগি আছে, 😢
@Pratim_2024
@Pratim_2024 2 месяца назад
ভূমি কেলেংকাৰী, পিপিই কিট কেলেংকাৰী, সাৰদা কেলেংকাৰী, লুইবাৰ্জাৰ কেলেংকাৰী, চাবচিডি কেলেংকাৰীৰ কথা ক'ব নোৱাৰা সাংবাদিকে আৰুনো কৰিব কি !
@mizanur317
@mizanur317 2 месяца назад
Right❤
@nripendeka5014
@nripendeka5014 Месяц назад
এটা কথা বুজিলোঁ ৰাজনৈতিক মানুহেই কবলৈ বাধ্য হৈছে যে সকলো আইন মহিলাৰ সাপেক্ষে , পুৰুষ মানুহৰ সাপেক্ষে কোনো আইন নাই ,, আৰু এটা কথা ঠিক পুৰুষ সকলে চেষ্টা কৰে কিছুমান আইন পুৰুষৰ সপেক্ষে থাকিব লাগে ,, কিন্তু ৰাইজৰ সকলো পুৰুষৰ বাবে চিন্তা কৰিলেই নিজৰ ঘৰতেই যুদ্ধ হৈ যায় ,, আজিহে বুজিলোঁ সকলো ৰাজনৈতিক নেতাক ঘৈণীয়েক সকলে নিয়ন্ত্ৰণত ৰাখিব পাৰিছে ,, পুৰুষৰ সপেক্ষে আইন আহিলেই নিজেই নিজৰ ঘৰৰ পৰা বহিস্কাৰ হব লগা পৰিবেশ ,, আচৰিত আচলতে ৰাজনৈতিক নেতাসকল কেতিয়া স্বাধীন হব পাৰিব ,,, ???
@RupaliHatimuria-yz8li
@RupaliHatimuria-yz8li 2 месяца назад
সাংবাদিকসকললৈ পোতৌ জাগে,,বেচেৰাহত, বাতৰি নাই আৰু। বাতৰি মানে তাক নজনাকৈ সাংবাদিকতা কৰে।
@user-ed5sw6hk4s
@user-ed5sw6hk4s 2 месяца назад
এইবোৰ সাংবাদিক নহয় । সংবাদ দাতা হে . . । অসমত আৰু নিউজ নাই যে 😊
@JakirAli-qx2nq
@JakirAli-qx2nq 2 месяца назад
You are right 👍
@AjaySinghRathod114
@AjaySinghRathod114 2 месяца назад
AJP should make a promise that when they come in Power , they would make a law in favour Male. This type of Wife should be avoided .
@rambalram2610
@rambalram2610 2 месяца назад
মই ইয়াত এটা ৰাজনীতিৰ গোন্ধ পাইছোঁ.... চাহ পাতৰ বাগান কিনি থোৱা এজনে তেওঁৰ বিৰুদ্ধে মহিলা গৰাকীক ব্যবহাৰ কৰিছে....😮😮😮😮😮 আপোনালোকে জানেই এই সিয়াল বুদ্ধি আৰু অসমত কোন জন ভদ্ৰ মানুহৰ আছে.....😅😅😂😂😂😂
@user-md3mk6mb1q
@user-md3mk6mb1q 2 месяца назад
আপুনি নিজৰ পত্নীক কন্টোল কৰিব নোৱাৰিলে, তেনেহলে ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজক কেনেকৈ কন্টোল কৰিব ?
@chandandutta3186
@chandandutta3186 2 месяца назад
Karobar character ata control Kara Karo hatat nathake. Sei manuhjanar nijar hatat thake. Ei manuhjane tene khetrat teor wife jadi beya hay seitu kenekoi control Kari rakhib? Samajak ki control karib lage? Samajar swabhab charitra control karib nalage nahay. Ji ti Katha koa dekhon?
@BornaliHatiboruah-jb7tb
@BornaliHatiboruah-jb7tb Месяц назад
নিজৰ নিজৰ সংসাৰ কিয় ৰাজহুৱা কৰে ,এই বোৰ কৰিয়ে সমাজ খন শেষ হল ,,,
@tilok214
@tilok214 2 месяца назад
সেই জন নিজে নিজক শান্ত শৃষ্ট ভদ্ৰ বুলি নিজক কলে আমি মানি নলম নহয়।তুমি আনৰ ভাল বেয়া চেকৰি পুৰা লৰা হয়।তোমাক আমি ভালকৈ জানো তুমি নিজেই শুধৰাই লবলৈ চেষ্টা কৰা।
@AliHussain-y1s
@AliHussain-y1s 2 месяца назад
ক'ৰবাত মহিলাজণী সুখী হোৱা বাবে এই বঁটা বিজয়ী বঁটা লাভ কৰিছে
@user-gt8or1lr4t
@user-gt8or1lr4t 2 месяца назад
কাকনো বুলিম ককা সকলোৰেই দাৰি চুলি পকা😅😅😅
@sanjibmahanta7081
@sanjibmahanta7081 2 месяца назад
Thank you sir
@bishaldas3964
@bishaldas3964 2 месяца назад
Apunar kothabur val lage
@radaliassame3397
@radaliassame3397 2 месяца назад
সকলো আইনবোৰ যে মহিলাৰ পক্ষে কিয় নাজানো। কিছুমান মহিলাৰ কাৰনে পুৰুষৰ জীৱনবোৰ কন্টকময় হৈ পৰে। আছলতে এনেবোৰ ক্ষেত্রত চৰকাৰে গুৰুত্ব দি পুৰুষবোৰক ও সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিৱ লাগে। কিছুমান মহিলাই ক্ষমতা অপব্যবহাৰ কৰি মিছা বদনামৰে পুৰুষৰ জীৱনবোৰ ধ্বংস কৰি আছে 😢😢
@gunarazaxom2132
@gunarazaxom2132 Месяц назад
Case ki saitu pist but straight forward speech ...xosake bhal lagil
@anuragg8299
@anuragg8299 2 месяца назад
ভাল মানুহ কিছুমানৰ জীৱনবোৰ এনেকুৱা ই হয়। সেইকাৰণে অকলে থাকিবলৈ শিকিব লাগে, জীৱনটৌ অকলে উপভোগ কৰিবলৈ নিজকে train কৰিব লাগে। কিছুমান মাইকীয়ে জীৱন‌ ধ্বংস কৰি দিব। মতা মানুহৰ পক্ষত থিয় দিয়া মানুহো কোনো নাই।
@akiburrahman1382
@akiburrahman1382 Месяц назад
বহুত ভাল কৰিছে ছাৰ
@PPKMBA
@PPKMBA 2 месяца назад
He is honest
@binapanichetia582
@binapanichetia582 Месяц назад
যি কৈছে আপুনি ভাল লাগিল, একেবাৰে উপযুক্ত যুক্তি 😂😂😂
@Pabankhakhalary
@Pabankhakhalary 13 дней назад
Good Val kotha koisa👍
@soonmoni6746
@soonmoni6746 2 месяца назад
Thik kotha koise apuni,hosa kotha koise apuni
@intajulzaman4393
@intajulzaman4393 2 месяца назад
Jiyaur Jindabad
@nazmabegum6274
@nazmabegum6274 Месяц назад
ৰাজনীতি কৰা সাংবাদিক ৰ প্ৰশ্ন সদাই নিজৰ দুখ লুকুৱাই কথা কয়, নিজৰ পত্নীৰ বাহিৰে কোনেও চাৰ্টিফিকেট দিব নোৱাৰে ।
@ashokdas6426
@ashokdas6426 2 месяца назад
News chanel bilake judgement dia bandha koribo laage. Bohut beya kotha hoi ase. Misa news die. Jiaur daa, aapuni laj pabo nalage
@prasantaprasanta4503
@prasantaprasanta4503 Месяц назад
নতুনকৈ চাকৰি পোৱা মহিলাৰ এই বেমাৰটো বৰ বাঢ়িছে । এটা সামাজিক ব্যাধি ।
@akashmili7522
@akashmili7522 2 месяца назад
Good 👍 Dada your comment
@pegurock421
@pegurock421 2 месяца назад
আজিকালি সকল পুৰুষ বেয়া নহয়। কিছুমান মহিলা চৰিত্ৰ বহুত বেয়া হয়।
@juggiiij
@juggiiij 2 месяца назад
তাকেই তো ভাই ,, পুৰুষ সকলে মনৰ কথাটো প্ৰকাশ কৰোতেও‌ ভয় কৰিবলগীয়া হৈছে,,, পুৰষৰ কথা কোনেও নধৰে।।
@mahanandatalukdar9926
@mahanandatalukdar9926 Месяц назад
undoubtly you Right tracks....... 👍
@riturajgogoi1075
@riturajgogoi1075 2 месяца назад
News দিয়া সকল কম নহয় , husband জনৰ কথা গুৰুত্ব নিদিয়ে , wife কথা ত গুৰুত্ব দিয়ে । সঁচা মিছা জানি বুজি news দিব লাগে ।
@parameswarnath-ps1fb
@parameswarnath-ps1fb 2 месяца назад
ৰহমান ডাঙৰীয়া আপোনালোকৰ যি হয় হ'ব কিন্তু ছোৱালী দুজনী আপোনাৰ সিহঁতক আলৈ অথানী নকৰিব ।বেচেৰীহত ।
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 2 месяца назад
খাংবাদিক সকল কাম নাই যদি মোৰ ঘৰত আহা মই হাগোতে তিনিটা সোণৰ কনি উলাল সেইটোকে উঠাবি
@AnayaSarma-fc9zj
@AnayaSarma-fc9zj 2 месяца назад
খাংবাদিক কি বস্তু
@behappy1903
@behappy1903 2 месяца назад
😂😂😂​@@AnayaSarma-fc9zj
@user-ed5sw6hk4s
@user-ed5sw6hk4s 2 месяца назад
কণী ওলালে যে discovery channel ও আহিব😅
@SKCreation-ss5qg
@SKCreation-ss5qg 2 месяца назад
কথা কব জানিলে বুলিয়ে ইমান মিছা কথা কব নেপায় ! 😂😂
@bitupankalita5258
@bitupankalita5258 2 месяца назад
Randi chup
@user-by7ec6gv5v
@user-by7ec6gv5v Месяц назад
Doing good.
@AliHussain-y1s
@AliHussain-y1s 2 месяца назад
একো নাই, জিয়াউৰ জিকিব,,, I love jiul,God bless you
@njyotinjyoti7541
@njyotinjyoti7541 2 месяца назад
মামাই জেগাত পাই গল এতিয়া সংবাদিক সকলক বাতৰি বজাই থাকিব ক'ব।
@user-of4yf2pu7w
@user-of4yf2pu7w 2 месяца назад
Good step👌
@ismaildaimari5553
@ismaildaimari5553 2 месяца назад
Very truely said that whole Judicial mechanism is in favour of Women....🙋
@user-by7ec6gv5v
@user-by7ec6gv5v Месяц назад
Very good
@PPKMBA
@PPKMBA 2 месяца назад
Clear simple
@BitdiyadhorPhukon
@BitdiyadhorPhukon 2 месяца назад
right.
@PPKMBA
@PPKMBA 2 месяца назад
He is knowledge person also
@RanjanDas-e7m
@RanjanDas-e7m 2 месяца назад
Verry good
@bishnuprasaddeka8800
@bishnuprasaddeka8800 2 месяца назад
You are right sir.
@sanjibbora1789
@sanjibbora1789 Месяц назад
মাইকী ক বেছি লাই দিব নালাগে দাদা।এইবোৰ বিষয়ত বেছি মাথা নেমাৰিব।বাদ দিয়ক বেলেগ ছোৱালী বিয়া কৰাই লওক।
@nhflims6417
@nhflims6417 Месяц назад
তেওঁ চাকৰি কৰা অফিচ টু আপোনি চিনি নাপায় নেকি?
@user-gd2im4id2l
@user-gd2im4id2l 2 месяца назад
কেৱল যে এজন পৰুষৰ ওপৰতে দূখ জাপি কিয় দিয়ে ...😢পুৰুষ হৈ জন্ম হোৱাতাে ভুল হল নেকি আমাৰ বাৰু....😢কিছুমান মহিলা আজি দিনত টকা পিছত ঘুৰিফুৰে...সেই বাবেটো প্ৰথম জন পুৰুষক এৰি যাবলে কন্ঠবোধ নকৰে....লাগে 2,3 লৰা ছোৱালীয়েই থাকক...!!কেৱল পুৰুষ জনক দূখ জাপি নিদিব..😢😢🙏
@user-uj5um9im4f
@user-uj5um9im4f Месяц назад
শিক্ষিত মানুহৰ মাজত যদি এই বোৰ হ'য় কি হ'ব,, অশিক্ষিত মানুহে ই ভাল আপোন লোকৰ নিচিনা politics কৰি কাম কৰিব‌ নাজানে,,
@minuchekanidhara8163
@minuchekanidhara8163 Месяц назад
এওঁ মিছা কৈছে৷
@debakumar5124
@debakumar5124 Месяц назад
মোৰ ও একে অৱস্থা, মই কিন্তু বিন্দাজ,মন গলেই লৰা চাই আহো নিৰঞ্জন স্কুলত .......
@nazmabegum6274
@nazmabegum6274 Месяц назад
যি জন মানুহে নিজৰ শাহুয়েক ক মাৰিৰিছিল সেই জন কেনেকৈ ভাল মানুহ হল ?
@manashjyotidas1924
@manashjyotidas1924 2 месяца назад
গোটেই সমাজ সংস্কৃতিৰ ৰক্ষক অথচ নিজৰ সংসাৰখনো সুকলমে চলোৱাত ব্যৰ্থ। আচৰিত
@satabdi189
@satabdi189 Месяц назад
ৰাজনীতি সোমাইছে সঁচা কথা ।
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by Месяц назад
জিয়াউর রহমান জিন্দাবাদ।
@pitambarkalita7781
@pitambarkalita7781 2 месяца назад
ঘৰত ঘৈনীয়েকৰ পিতন খাই, tv ত আকৌ বৰ মতা। নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ নিজে নাটক কৰা নাইতো...!
@UtpolaPhukon-ct6xv
@UtpolaPhukon-ct6xv 2 месяца назад
😂😂 পিতন খাই তাৰ হাঁহি দেখা, আমি লাজত ভালকৈ কথা কব নোৱাৰিলোঁ হেঁতেন
@unitedlife3857
@unitedlife3857 Месяц назад
​@@UtpolaPhukon-ct6xv😅😅😅😅
@AnilGogoi-np2ly
@AnilGogoi-np2ly 2 месяца назад
সময়ে বহু কথা শিকাই..সমস্যা এটাই সময়ত নিশিকাই..! 🤔
@PankajBaruah-yb2xs
@PankajBaruah-yb2xs 2 месяца назад
Think ase Dada
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 месяца назад
তাই কিমান চাৰ ধৰিব পাৰি, ইমান মাৰিছে।
@NibaranNath-bx4ee
@NibaranNath-bx4ee Месяц назад
পুৰণি হিচাব নিকাস কোনো শক্তিশালী মহিলাই এৰি নিদিয়ে। নাৰী আৰু অবলা হৈ থকা নাই।
@jk4887
@jk4887 2 месяца назад
আজি হে আপোনাৰ চৰিত্ৰ গম পালোঁ ৰহমান ভাই 😂😂
@madhurjyagogoi6085
@madhurjyagogoi6085 Месяц назад
জিৰাউৰ ৰহমান আপুনি ভাল নহয় কাৰণ আপোনি দ্বিতীয় বিবাহ কৰা বাবে। আপোনাৰ সংঘাত আছিল পত্নী লগত সন্তানৰ লগত নহয়। পিতৃৰ হিচাপে কিয় এনে কৰিলে।
@arfanalisikdar8083
@arfanalisikdar8083 Месяц назад
একাংশ মহিলাৰ কাৰণে পৰকীয়া চাহ খোৱা বুলি ভাৱে । বজৰুৱাৰ ধৰ্ম নাই ।
@bipulkalita9799
@bipulkalita9799 Месяц назад
বিয়া নহলে কি হল হয়? দুবাৰ তিনিবাৰ বিয়া পাতি সমাজ নচট্‌ কৰি আছে
Далее
Курск - врата Рая / Новости / Шпак
1:14:35
would you eat this? #shorts
00:29
Просмотров 283 тыс.
Assam Assembly Live Today
17:56
Просмотров 5 тыс.