মালিগাঁৱত বহুদিনৰে পৰা আজিলৈকে বহুতো ৰহস্য জনক হত্যা কাণ্ড হ'ল কিন্তু হত্যা ৰহস্য আজি লৈ পোহৰলৈ অহা নাই,যাৰ বাবে এই হত্যা কাণ্ডৰ নায়ক বোৰ সাৰি যায় আৰু মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি আছে পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি হৈ আছে। মই চৰকাৰ আৰু প্ৰশাসন বিভাগক অনুৰোধ জনাও যে, আপোনালোকে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব।