Тёмный

Assam Opposition Press Meet : বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় গুৱাহাটীত | N18V 

News18 Assam/Northeast
Подписаться 3,4 млн
Просмотров 46 тыс.
50% 1

Опубликовано:

 

29 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 223   
@MainulHoque-p7s
@MainulHoque-p7s 2 месяца назад
স্মাৰ্ট মিটাৰ তল পেলাব খুজিছে।।
@bijitarandhara313
@bijitarandhara313 2 месяца назад
আপোনালোকে বহত ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে....
@souravmalakar5389
@souravmalakar5389 2 месяца назад
1971 লৈ মিয়া যিহেতু অসমীয়াই লৈছে এতিয়া আকৌ কিহৰ মিয়া খেদা ।ইহতবোৰ ভাৰতীয় নাগৰিক গতিকে অসমৰ পৰা খেদিব নোৱাৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ জনতাক সুৰক্ষা দিব পৰা নাই।কিয় nrc বলবৎ কৰিব পৰা নাই ,৬নং দফা মুখ্যমন্ত্ৰীয়ে কিয় দিব পৰানাই ।গতিকে তেও অসমৰ জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।ৰাইজে বুজিলে ভাল
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
Thanks.
@HafizurRahman-vf6sz
@HafizurRahman-vf6sz 2 месяца назад
You are right brother.
@jahangiralomvlog3550
@jahangiralomvlog3550 2 месяца назад
Right kota ❤❤ kisoman modahi ase heikeita korore keibol Miya manohk bokinthake
@TCF573
@TCF573 2 месяца назад
@@souravmalakar5389 NRC kiya lagu nokore rohoshya ase ako tat
@nilutpaldas8659
@nilutpaldas8659 2 месяца назад
সুন্দৰ
@crisscrown2665
@crisscrown2665 2 месяца назад
লোৰিনঞ্জ্যতি দাদা বহুত ভাল কৈছে❤
@DrishitraHajarika
@DrishitraHajarika 2 месяца назад
Apuni thik koisay. Cm ajon durnitibehin manuh. Thankyou.
@nurajbhai5245
@nurajbhai5245 2 месяца назад
এই পাগল মিয়া প্ৰেমিসকলৰ কাৰনে এদি অসমখন বাংলাদেশ হব।
@budheswarnath6516
@budheswarnath6516 2 месяца назад
সুবিধা আপোনালোকে বহুতো পাইছে , কিন্তু ঘেৰিব পৰা নাই... গাৱলৈ গৈ সৰু- বৰ সমিটি বনাই তাৰ জৰিয়তে জনসভা পাতি ৰাইজক অৱগত কৰক ., ৰাইজৰ মাজলৈ বিষয়বোৰ লৈ যাওঁক !!
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
Apuni akdom hosa kotha koise , val idea dise , dhonnyabad.
@abdussattar6766
@abdussattar6766 2 месяца назад
Nice very good job and very good dicition........
@pradipkhoud4665
@pradipkhoud4665 Месяц назад
সাৱধান হব লাগিব আপোনালোকৰ প্ৰত্যেকৰে কাৰ্য্য কলাপ , ৰাজনৈতিক চিন্তাধাৰা লগতে উচ্চ পদবীৰ বাবে আগতে হোৱা টনা আজোৰা কৰাৰ দৰে ঘৃণনীয় পন্থা বোৰ! এইবাৰ আপোনালোকৰ শেষ অগ্নি পৰীক্ষা বুলি গণ্য কৰিলে অতি ভাল! ৰাজ্য খনৰ জনসাধাৰণ বহুত বহুত অতিষ্ঠ হৈ চিন্তিত হৈছে! যি দলেই শাসন নকৰক লাগে প্ৰকৃত দেশ প্ৰেমবোধ ভাবেৰে , ধৰ্মনিৰপেক্ষ ভাবেৰে এই ৰাজ্য খন শাসন কৰি অসম খনৰ ৰাইজক ৰক্ষা কৰক ! নামঘৰ , মন্দিৰ, মচজিদ , গীৰ্জা, গুৰুদ্বাৰ, বিভিন্ন থান ( পূজা কৰা থলি) আদি সকলো আছে এই অসমত আৰু অনাদি অনন্ত কাললৈ থাকিব, আমি ভক্তী শ্ৰদ্ধা কৰোঁ আৰু কৰি থাকিবলৈ নৱ প্ৰজন্মক সৎ উপদেশ দিব লাগিব! কাৰণ সুখ আৰু শান্তি সকলোকে লাগে! আমাৰ নৱ প্ৰজন্মৰ কাৰণে সকলো ৰাজনৈতিক নেতাই ভালকৈ গমি পিটি সৰল সহজ দুখীয়া জনগণক বচাৱক , আমি মিনতি জনাইছোঁ !🙏
@subhasishchutian8801
@subhasishchutian8801 2 месяца назад
আপোনালোকৰ বাবে এই অবস্থা। ঘিণ কৰো আপোলোকক ।
@rabindeka1185
@rabindeka1185 2 месяца назад
আপোনালোকে শাসনৰ ভাৰ ললে অসম নহয় বাংলাদেশ হব । ৰাইজে ভালদৰে বুজি পায় । মিয়া ভোট কেইটাৰ আশাত মিয়াৰ পক্ষত নহলে আন উপাই নাই
@balighatnazira4250
@balighatnazira4250 2 месяца назад
তহতৰ দৰে মূৰ্খ কেইটাই কিয় বুজি পোৱা নাই যে শান্তিৰ অসমখন কি হ'বলৈ গৈ আছে। এইবোৰ হিমন্তৰ চাল।
@MainulHoque-p7s
@MainulHoque-p7s 2 месяца назад
@@rabindeka1185 স্মাৰ্ট মিটাৰে জীৱন ধ্বংস কৰি আছে, সেই সমূহ চিন্তা কৰিব লাগে।।
@SamujjalBoaur
@SamujjalBoaur 2 месяца назад
​@@balighatnazira4250Miya fake lD loi aha gole love jahad koribo
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
​@@balighatnazira4250hosa kotha.
@Surajjamanprodhani
@Surajjamanprodhani 2 месяца назад
Aponar sarkare ki kori ase Bangladeshi nekhede kiyo answer deok Dom nai only hindu muslim politics
@worldmusicalcompany.3487
@worldmusicalcompany.3487 2 месяца назад
Very good sir
@SonamoniDas-jg4uz
@SonamoniDas-jg4uz 2 месяца назад
ইহঁতৰ কাৰনে এদিন অসম খন বাংলাদেশ হব
@KundonKondon
@KundonKondon 2 месяца назад
সচা কথা
@Asad-112dob
@Asad-112dob 2 месяца назад
Dormor rajnati cm a kori ase murkho
@tridipsarma478
@tridipsarma478 2 месяца назад
পগলা হৈছে এইটো।
@hiranmayedeka2520
@hiranmayedeka2520 Месяц назад
ভুপেন বৰা বাৰে বাৰে ফেল কৰি থাকে। হিমন্ত বিশ্ব শৰ্মা আ জিবন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ ❤❤❤❤❤❤❤❤❤ হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হৈ থাকিলে সোনৰ অসম খন জিয়াই থাকিব। আমাৰ মাটি আমাৰ খাল পুখুৰীৰ বায়ু পানী বতাহ বৰষুণ গছ গছনি চায় পৃথিৱী ভগৱানে যতো যিমান ধুনীয়াই আসম খন জিয়াই থাকিব একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জিয়াই থাকিব। আমি অসমত জিয়াই থকালৈকে ৰাহুল গান্ধী দেশ চলাবলৈ নোৱাৰিব। মোডী হিমন্ত বিশ্ব শৰ্মা ❤❤❤❤❤❤❤❤ হৈ থাকিব।
@debenhandique9958
@debenhandique9958 2 месяца назад
ধন্যবাদ থাকিল।
@pranjalsaikia7163
@pranjalsaikia7163 2 месяца назад
Tohotor val din ahisil but Axomiyar hoi akharo maat namatili so tohotok ako avoid korib raije
@Asad-112dob
@Asad-112dob 2 месяца назад
Axomia mane hindu nhoi murkho
@Kanishkadaimary-j5f
@Kanishkadaimary-j5f 2 месяца назад
একেখন বস্তাত আলু,পিয়াজ, বিলাহী,লাও,আৰু যে কি নাই। কিন্ত দুখ লগা কথা গোটেইখিনি বস্তু পচা।
@mydreams......9102
@mydreams......9102 2 месяца назад
আপোনালোকে কি বিচাৰে প্ৰত্যক্ষ ভাবে কৈ দিক , আপোনালোকে কি বিচাৰে যে সকলো এক হৈ থাকক . তেন্তে আপোনালোকে কওঁক যে অসমৰ খিলঞ্জীয়া ৰ জনসংখ্যা ৰ তুলনাত আন লোকৰ জনসংখ্যা যিটো গতিত বৃদ্ধি পাইছে ,এই গতিত গৈ থাকিলে হয় তো আৰু কেইটামান দশকত অসমত খিলঞ্জীয়া ৰ জনসংখ্যা ৰ মান পিছত থাকিব । তাৰ পাছত যদি আহিব লগা দিনত আমাৰ খিলঞ্জীয়া ৰ উপৰত যে অত্যাচাৰ নহব তাৰ নিশ্চয়তা আপোনালোকে দিম পাৰিব নে....? উত্তৰ দিব নে আপোনালোকে?
@MainulHoque-p7s
@MainulHoque-p7s 2 месяца назад
@@mydreams......9102 প্ৰথমতে অসমীয়া ভাষা টো শুদ্ধ কৈ লিখক। নেজানিলে শিকি লৈ কমেণ্ট কৰক।
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
Ainor hahon protistito hole, hea definitely hobo, chinta koribo nalage.
@JoynalAbedin-j8u
@JoynalAbedin-j8u 2 месяца назад
Thank you
@MrRider-v3n
@MrRider-v3n 2 месяца назад
Ajit miya 😂😂.....bhupen miya 😂😂....baki lurinr ktha khini val lagil❤❤...
@phanimadhabsaikia5227
@phanimadhabsaikia5227 Месяц назад
Good decision thanks
@paragdas756
@paragdas756 2 месяца назад
Work done by BJP government: 1. Government job employment 2. Tata group investment 3. Infrastructure development in rural areas 4. Socio cultural development of Assam. 5. Supporting the indigenous people of Assam etc Bodo, Koch Rajbongshi
@zmmusic9820
@zmmusic9820 2 месяца назад
75 years ki korili toi ko
@KnowledgeLeveling
@KnowledgeLeveling 2 месяца назад
You need education 😂 75 kot Paisa toi , Bangladeshi hindu 😂
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
Ki kora nai, toi ko , tar adhikanghoi bikkiri hol.
@TCF573
@TCF573 2 месяца назад
Tur atya boyokh 75 bosor sage no??? Mora nai atyau??? 75 bosorot Akebur manuhei asil ni goru ????
@mayeenuddin1654
@mayeenuddin1654 2 месяца назад
হিংসাৰ মনোভাব মানসিক বিকাৰৰ কাৰণ হয়।
@joynalhoque1132
@joynalhoque1132 2 месяца назад
Right talk
@taniyalaskar4968
@taniyalaskar4968 Месяц назад
Very good dicision
@NakulGogoi-m7h
@NakulGogoi-m7h 2 месяца назад
Very good,
@NazmulHoquealam
@NazmulHoquealam 2 месяца назад
Good decision
@stb.thedarkcandle370
@stb.thedarkcandle370 Месяц назад
আপোনালোকে বিদেশী মুচলমান সকলৰ লগত থিয় হৈ কি কব বিচাৰিচে? ভাই ভাই কৰি গোটেই অসমখন ধ্বংস কৰিলে।কেৱল ভোটৰ স্বাৰ্থত কিয় আপোনালোকে ৰাজনীতি কৰে।
@SamujjalBoaur
@SamujjalBoaur 2 месяца назад
Axom next Kashmir 40 years
@Wong-II
@Wong-II 2 месяца назад
Next Bangladesh
@Surajjamanprodhani
@Surajjamanprodhani 2 месяца назад
Sarkare nekhede kiyo Bangladeshik Dom nai only hindu muslim politics eai BJP Ekbosorot 4000 koti shud di ase kiman dhar hoise heibilak apuni ketiyao dekha napabo moi kono nkoro main problem kono eta dole ajiloike solve nokorile
@abdulmohimlaskar6850
@abdulmohimlaskar6850 2 месяца назад
We the people of india should Do something to break communalism to save our mother land
@UTsjblhiFubjbidlh
@UTsjblhiFubjbidlh 2 месяца назад
তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনত কালত কিমান হাজাৰ চাকৰি দিলে কংগ্ৰেছে তাৰ হিচাব বৰা ডাঙৰীয়া আপুনি ৰাজহুৱা কৰক ৷ আজি বিৰোধীত আছে বুলি যেনেইতেনেই বকিলে আমি নেমানু ৷আমাৰহ হিচাৱ আছে কাৰ দিনত কি হৈছিল ৷
@binoykalita7597
@binoykalita7597 Месяц назад
বৰ্তমানৰ চৰকাৰক সূধিছো,গাদী ৰক্ষাৰ বাবে আৰু কি,কি এজেনদা আছে জনালে আমিও জানিব পাৰিম। এইয়া আমাৰ মৌলিক অধিকাৰ।
@babulbora8228
@babulbora8228 2 месяца назад
তহঁতে অসমৰ কি উন্নতি কৰিলি।লোৰিন জ্যোতি ASSU কৰিছিল নিজৰ ৰাজনৈতিক carrier বনাবৰ বাবে।কিন্তু অসমৰ ৰাইজে তোমাৰ উদ্দেশ্য ইতিমধ্যে বুজি পাইছে।
@HEMANTABARMAN-n8c
@HEMANTABARMAN-n8c 2 месяца назад
BorA dangoria apunalukor Dali aibar negelil karon ujonir 32 ta jatio sangothone apunalukok ah election t bramholat dibo Sai thakok apunaluk deshodrohi hoi jatir sentiment nai sih laj lage
@abdulhamid78677
@abdulhamid78677 2 месяца назад
Good step
@sultanmamud3177
@sultanmamud3177 2 месяца назад
আপোনাক সঁচা।কথা।কয়ৰ।কাৰণ।ধন্যবাদ
@GaniBhaiHelpTech
@GaniBhaiHelpTech 2 месяца назад
Outstanding Decisions sir,,, already to late,, keep it up quick for our nation and our state assam aii,, QUICK TOMMORRIW
@minaramchoudhury9246
@minaramchoudhury9246 2 месяца назад
আপোনালোকে মিঞাক উচতাই আছে
@TCF573
@TCF573 2 месяца назад
Proman de kune usotaise .. Tur hikhya kiman O ????
@mimusicassam6498
@mimusicassam6498 2 месяца назад
Miya kun kaka
@mimusicassam6498
@mimusicassam6498 2 месяца назад
NRC , CAA Kune aibur কৰিছে
@amjedhussain4268
@amjedhussain4268 2 месяца назад
কিবাল কোৱা
@bhoveshpathak9782
@bhoveshpathak9782 2 месяца назад
৮৫৫ জনৰ অসমীয়াৰ তেজ খোৱা তঁহত
@DulumaniuN-fw3oq
@DulumaniuN-fw3oq 2 месяца назад
Mama mama zindabad
@MonTamang-nc2sc
@MonTamang-nc2sc Месяц назад
Right 👍 right right
@PSaharia
@PSaharia 2 месяца назад
এইকেইটা ৰ জাত টোৱে এনেকা কিন্তু লুৰিন দা আঁ পুনিও,,,
@kandarpa2622
@kandarpa2622 2 месяца назад
Lurin is 100% correct.
@JohirulIslam-fb1en
@JohirulIslam-fb1en 2 месяца назад
Thanks sree Bhupen Bora.
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp Месяц назад
বিৰোধী ঐকমঞ গোটেই অসম তথা ভাৰতবৰ্ষত একগোট নহ'লে সকলো আশা নাইকিয়া হ'ব।
@SwapnaDutta-he3xb
@SwapnaDutta-he3xb Месяц назад
VerygooddiciOnactiineimidadalyprodipduttatittinsukiaassa
@rimirabha7181
@rimirabha7181 2 месяца назад
এই 3 জনে মিঞাৰ মেন বাপেক
@TCF573
@TCF573 2 месяца назад
Tohot hindu bangadeshir giriyek ghoiniyek ..
@lakhikrchintey5693
@lakhikrchintey5693 2 месяца назад
হিমন্ত কিহৰ মালিক দুৰ্নীতিৰ মলিক নহয়নে
@DilipKataki
@DilipKataki 2 месяца назад
আপোনালোকৰ কাৰ্য কালো দেখা পোৱা গল, কি দাল ফালিলে 60 বছৰে ।চব ভ্রশটাচাৰী ।
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn 2 месяца назад
হব হব তোহোটকো অস.মৰ ৰাইজে বুজিলে
@jituhazarika859
@jituhazarika859 2 месяца назад
Mohudoi bangladeshi mia amar ketyaw bhai nhoi apunar hbo pare hekarone apunar iman sinta hoise.
@DulumaniuN-fw3oq
@DulumaniuN-fw3oq 2 месяца назад
Aiyen khelibr babe dukhiya manuh paisa nai mama zindabaad
@gitanjaligoswami7908
@gitanjaligoswami7908 2 месяца назад
মাননীয় হিমন্ত বিশ্ব শৰ্মা ই যি কৰিছে ভাল কৰিছে। এইখন অসমক মিঞা ৰাজ পাতিব নি দিও। আপোনালোক শাসনত আহিলে এইখন অসম এৰি বাংলাদেশ হব।
@mosumassamese4171
@mosumassamese4171 2 месяца назад
Apunar lukor karone miya utpat hoise
@AbdulBasid-q3q
@AbdulBasid-q3q Месяц назад
Congratulation to the Congress Pressmeet.
@AbdulBasid-q3q
@AbdulBasid-q3q Месяц назад
Congratulation to the Congress Pressmeet. 23:36
@JahanAli-w1f
@JahanAli-w1f 2 месяца назад
Good
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn 2 месяца назад
মুখ্য মন্ত্ৰী ৰাইজৰ ভূপেন বৰাৰ নহয়,ভুপেন বৰাই মুখ্য মন্ত্ৰীক তাচ্ছিল্য ভাষন দিছে ইয়াৰ প্ৰতিবাদ হব লাগে। ইয়াৰ সু বিছাৰ লাগিব
@Babu1750-n4d
@Babu1750-n4d 2 месяца назад
Congress চৰকাৰ দিনত কিমান লাখ চৰকাৰি চাকৰি দিলে অসম খনত আৰু congress চৰকাৰ দিনত কিমান বাংলাদেশী মুছলমান অসমত সোমালে আৰু বাকী বিলাক কবলৈ গলে কিতাপ এখন লিখিব লাগিব 😂😂😡😡
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
Congressor dinot konjon Musalman Bangladeshi homaise apuni teor nam kowk , misa namatibo.
@Babu1750-n4d
@Babu1750-n4d 2 месяца назад
@@abdulkhalequemondal9591 😄😄🤓🤓 বিচাৰিলে বহুত উলাব
@amjedhussain4268
@amjedhussain4268 2 месяца назад
তুই মামা মামীক সুধিলে গম পাবি
@Babu1750-n4d
@Babu1750-n4d 2 месяца назад
@@amjedhussain4268 mama mamik xudhib nalage tohte nije Jan dekhun kiman ahile Bangladesh pra kata tar par hoy aru xihtok 🤓🤓😝😝🫂
@AshtonMcD-t6g
@AshtonMcD-t6g 2 месяца назад
Thik ase mani loisu heibur hosa kotha, CM himanta is corrupted, but at least teu mia burok akhom khon lobo nidiu buli koise. Apunaluke ki korise, gutei namoni akhom khon mia k di dise, mia k guard korise, shame on you congress, even though BJP is corrupt, I would support and cast my vote to them if they protect our indigenous people of Assam. And if you protect the indigenous people of assam, i definitely cast my vote to congress.
@manirulhussan1571
@manirulhussan1571 2 месяца назад
মিটাৰ ৰাজনীতি 100%তলপেলাব বাবে
@Twostars-0
@Twostars-0 2 месяца назад
Good against party.
@jagpreetwalsons
@jagpreetwalsons 2 месяца назад
#Bycott Himanta
@prabinkakati5395
@prabinkakati5395 2 месяца назад
আটাই কেইজনে হৈছে মিঞাৰ চৰদাৰ,
@Surajjamanprodhani
@Surajjamanprodhani 2 месяца назад
BJP sarkare nekhede kiyo Bangladeshik Kendrat BJP Sarkar rajjot BJP Sarkar ki kori ase heitu nokoi kiyo
@monukalita2917
@monukalita2917 2 месяца назад
Apunak axomor manuhe vhal napai
@SimilarAhmed
@SimilarAhmed 2 месяца назад
অসমৰ ৰাইজ এক গোত হক
@ayeshadihingia3103
@ayeshadihingia3103 2 месяца назад
Thike koise
@prabinkakati5395
@prabinkakati5395 2 месяца назад
কংগ্ৰেছৰ কাৰণে আজি অসমত বাংলাদেশী মুছলমানৰ(মিঞা) দপদপনী দিনে দিনে বাঢ়ি গৈ আছে।আজিও এই সাংবাদিক মেল আহ্বান কৰিছা মিঞাৰ পক্ষ লৈয়ে। অসমৰ অৱস্থা যি হয় হওক তহতবোৰে ভোট বেংকৰ ৰাজনীতি কৰিবিয়ে, ইমান বছৰে যিমান কৰিলি আৰু নকৰিবি, অসমৰ ৰাইজেও তহতক ইমান বছৰে চিনিব বাকী নাই।
@Surajjamanprodhani
@Surajjamanprodhani 2 месяца назад
BJP sarkare nekhede kiyo Bangladeshik Kendrat BJP Sarkar rajjot BJP Sarkar tothapi kiyo nekhede kiyo only hindu muslim politics eai BJP r chotitro dei
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe 2 месяца назад
Cam nai bhupen
@JahanAli-w1f
@JahanAli-w1f 2 месяца назад
Real
@SofikulIslam-m7e1k
@SofikulIslam-m7e1k 2 месяца назад
Loritjoti Gogoi very good
@Rakibulhussain963
@Rakibulhussain963 2 месяца назад
দলীয় প্ৰতিনিধি তথা মহান ব্যক্তিসকলৰ এনে পদক্ষেপক অভিনন্দন জনাইছো ৷
@randhenu679
@randhenu679 2 месяца назад
Apuna lukr vl din ahisil he moi o vabisilow apunr luk saport dim kin2 nidio tat koi bjp a vl
@punjanbaruah9427
@punjanbaruah9427 2 месяца назад
তহঁতেই অসমৰ ডাঙৰ সমস্যা।
@MonirUddin-y3t
@MonirUddin-y3t 2 месяца назад
Good india well come
@jagpreetwalsons
@jagpreetwalsons 2 месяца назад
Himantak Arrest Koribo Lage, Axom Khon Barbad Kori Dise
@HasomAli-rt9gx
@HasomAli-rt9gx Месяц назад
🎉🎉🎉🎉🎉
@lalmiahali4471
@lalmiahali4471 2 месяца назад
CM or jogyaoi nohoi
@dipankartalukdar7432
@dipankartalukdar7432 2 месяца назад
Lurin da beya lagil 😢
@RituChamuah-z8t
@RituChamuah-z8t 2 месяца назад
Tohoti je sakorir kotha nokobi aru dei
@KaustubhKumarGogoi
@KaustubhKumarGogoi Месяц назад
Robin deka is not right,if this govt has so much dedicated to keep hindus,khilanjias in well being state in all aspects of life then it is good,we welcome it. But inspite of double engine govt in power nothing has been done for implementation of recommendations of expert committee ,even after 3years,surprisingly the cent home minister assured to implement every clause of the recommendations without leaving commas,fullstops, but all promises ultimately proved false, the state govt did not even send to the central govt. Govt also did not make it public the difficulties,hindrances which may arise even after 3 years. The govt in the ensuing assembly session passes few no.of bills for protecting khilanjias rights over land,prohibition in selling and purchasing of land within 5 kms of iconic spots, creation of micro tribel belts etc,but these are not sufficient, now we will have to see that who are purchasing the road side land of convenient location in large scale,certainly these are purchased by big business groups of outside assam,but there is no prohibition in this regard, no provision of sufficient no of job reservation for khilanjias,otherwise had the recommendations of the expert committee implemented with dedication then many problems we have been suffering from would have reduced to minimum.lastly govt did not give protection to the khilanjias even after knowing the areas where khilanjias are in danger. Inspite of having double engine govt they have neither detected nor deported illegal bangladeshis from assam,india in as large no.as the govt claim to be in assam endangering khilanjias future. Practically govt is not taking effective measures fo slution of these except selling of religious emotions
@abulkalam01
@abulkalam01 2 месяца назад
অতি সুন্দৰ কথা ক‌ইছে‌ ছাৰ
@gh12138.
@gh12138. 2 месяца назад
Sundor kotha koise👍🙏
@pranjalkalita2990
@pranjalkalita2990 2 месяца назад
Iurin Miya.good.
@equityresearch1995.
@equityresearch1995. 2 месяца назад
Hindu hoi he atiyaloi dharma change kora nai😮😮
@MonjitSaikia-k9p
@MonjitSaikia-k9p 2 месяца назад
Kora kotha asil victoror logot
@popibaruah3204
@popibaruah3204 2 месяца назад
কংগ্ৰেছ চৰকাৰ আহিলে কিমান যে ভয়াবহ হব ।
@jk4887
@jk4887 2 месяца назад
মিঞাই অসমীয়া খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি কৰিব ।
@bijoyprasad3384
@bijoyprasad3384 2 месяца назад
Assam khon Miya state hobole aru besi din nai cong ahile Raije gom pai jabo
@Surajjamanprodhani
@Surajjamanprodhani 2 месяца назад
BJP sarkare nekhede kiyo Bangladeshik Kendrat BJP Sarkar rajjot BJP Sarkar ki dal kori ase caar joriote Bangladesi ani ase heitu nokoi kiyo only hindu muslim politics
@JakirHussain-nh7ho
@JakirHussain-nh7ho 2 месяца назад
কবিতা লিখোতে জেলত দিব পাৰে। এই খন চৰকাৰ।
@mukshedullah6863
@mukshedullah6863 2 месяца назад
Smart meter, ottyadhik mullyobriddhi, CM r poriyalor hompotti, guwahati r kritim banpani, Ataibur important issue tol pelaboloi raijok usotoni mulok uposthapon Kori Miya Kheda anduon loi porusito korise.Ejon Home minister e hodonor bhitorot aain sringkhola sombhalibo nuwarim kuwatu oo eta raijok porusona kora montobbyo.mur sidha kotha,jodi kunuba Bangladeshi (hinduwei howk ba musolmanei howk) promanito hoise,sorkare teo r byobostha lowk.Raijok kiyo aain hatot loboloi porusona korise ?
@HorenBora-k8m
@HorenBora-k8m 2 месяца назад
Ai oi Mur Jan To😅
@DropOutAssam
@DropOutAssam 2 месяца назад
😂😂
@jagadishpegu1799
@jagadishpegu1799 2 месяца назад
Oi miya lurin...toi gusi jaa axomor pra... axomor khijonjia raise ketiau miya bhl napai..aru toi sob jani meli ki dialogue pitiso...toi ketiau MLA hbo nuaro bjpt nahile...kela tur nisina miyak ami axomia homaje ketiau akuali nolou.. Muslim aru miya bhut blg..I support Assamese muslim...not Bangladeshi miya...
@mriduldas-zj6eq
@mriduldas-zj6eq 2 месяца назад
X Chanda party .r manuh md.lujon guti.
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
​@@mriduldas-zj6eq tohotor chaku ondho hoise, val manuh chini napao.
@mriduldas-zj6eq
@mriduldas-zj6eq 2 месяца назад
@@abdulkhalequemondal9591 tohotor choku assamiya jiyori,buwari r uporot kiyo.jabab de.
@PranabChutia-h
@PranabChutia-h 2 месяца назад
BJP GO Back
@KaustubhKumarGogoi
@KaustubhKumarGogoi Месяц назад
Babul bora is not right. Lurinjyoti was asu gen secretary,everybody knows it. He was neither an m p nor an m l a , he can do nothing except protesting, to help raise the peoples voice, to make people aware of any misdeeds by any organisation, any policy of govt which may affect the interests of khilanjias,affects on khilanjias jatya jeevan etc etc. A . A . S . U can demand only, make the people aware of something it, and nothing more than that,the ultimate power lies with the govt, govt may except or reject. I do not find anything that lurinjyoti has done which goes against the interest of the people of assam. The people of assam voted for bjp even after implementation of the c a a,what would you say about the a g p m p who ultimately voted for c a a, where has gone the jatiatabad of a g p, they have again killed the 860 martyrs of assam movement. The namrup fertilzer factory is sick, facing closure what sarbananda is doing being a cent minister, many tea gardens are facing closure , what effective steps are taken by govt for revival of these , is lurinjyoti responsible for all these.
@pranjitkalita8270
@pranjitkalita8270 2 месяца назад
Kam nai tohotor
@matilalray9661
@matilalray9661 2 месяца назад
1983 dore howa to praojon hoi porise. Nohole oxomkhn khilonjiar hoi nethakibo.
@TCF573
@TCF573 2 месяца назад
Himonto hoise smart metre r docait tak usit hikhya dibo lage
@HirakDeka-t9y
@HirakDeka-t9y 2 месяца назад
Tahote ahile mini Bangladesh hbo
@PSaharia
@PSaharia 2 месяца назад
Bad diyahe tomar fata lecture
@dibakartalukdar7700
@dibakartalukdar7700 2 месяца назад
বৰা ডাঙৰীয়া আপুনি যিহেতু ভৱিষ্যতে কেতিয়াও বিধান সভা নিৰ্বাচনত জয়ী হোৱাৰ আশা নাই গতিকে আপুনি পঞ্চায়ত নিৰ্বাচনত অৱৰ্তীন হওঁক
@juwelali8143
@juwelali8143 2 месяца назад
Laj lagise nekin
@Neon-lp6fd
@Neon-lp6fd 2 месяца назад
Ami kunu BJP r supporter o nhoi tohotor o supporter nhoi...kinto CM ye jeneke tohotor lankat jui logaise tohot je ako kamor manhu nhoi axomor raije val ke gom palu😅 lecture d d time to pass kori thak ru..Aru kotha ata kou logote tohote atya jibilak planning kori asa property hisap etc etc hybilak CM sage 10 bosor agote jukor mokhot sun keneke dibo lage planning hoi ye ase. hyto krone aji tekhet Aji CM ru tohot bor ki nije vbi lo. ( akow kolu ami kunu BJP r supporter nhoi😅)
@ShortSongVibes
@ShortSongVibes 2 месяца назад
Kans mama r khel khub val cholise. Muilo bridhi, smart meter, ban pani ect etc sob raije pahoril. Nari khurokha aain kothur korat dhyan nidi Hindu Muslim korat besto. Boriya mama 👏👏👏
@KundonKondon
@KundonKondon 2 месяца назад
কিমান মিটিং পাত পাতি থাক। অসমৰ ৰাইজে তহঁতক গুৰুত্ব নিদিয়ে। অসমৰ ৰাইজে জাতি মাতিৰ ভেটি কথা চিন্তা কৰা মানুহৰ লগত থাকিব। হিমন্ত বিশ্ব শমা বাল চিঙিবি তহতি। বহুত দেখিলো তহঁতৰ ঐক্যবদ্ধতা।
Далее