Assam Police SI ৰ Viva ত মোক কি কি প্ৰশ্ন সুধিছিল তাৰ ওপৰতেই এই ভিদিওটো বনোৱা হৈছে । লগতে যিকোনো viva ৰ বাবে আপোনালোকে কিহত বেছি গুৰুত্ব দিব লাগিব আৰু কিহৰ পৰা প্ৰশ্নবোৰ সুধে তাৰ বিষয়ে এই ভিদিওটোত আলোচনা কৰা হৈছে ।
ধন্যবাদ ।
Instagram link-
_abhi__saikia
#assampolicesi #assampolicesiexam
16 окт 2022