Тёмный

Assamese boy Sagar Bora & Akangkhya Mahanta/ Question & Answer video/ 

Sourabh Extra
Подписаться 60 тыс.
Просмотров 781 тыс.
50% 1

#mon_moina
#Assamese_boy_sagar_bora

Опубликовано:

 

15 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2,1 тыс.   
@rupamtalukdar8764
@rupamtalukdar8764 6 месяцев назад
মইনা কেৱল মন ৰ হে দেই।।❤❤❤ বিয়া খন খাবলে মাতিবা দেই।। বহুত বেছি ধুনীয়া অভিনয় কৰিছাঁ।
@pranamigogoi97
@pranamigogoi97 Год назад
কি কম অাৰু ইমান মৰম লগা তোমালোক দুটা সদায় এনেকৈ থাকা যেন ভৱিষ্যতলৈ। ❤️❤️ সঁচাকৈ কৈছোঁ real life টো যেন তোমালোক এক হোৱা বহুত ভাল লাগিব। ❤️❤️ তিনিচুকীয়া ৰ পৰা এগাল মৰম দিছোঁ।
@PradipVloogs431
@PradipVloogs431 Год назад
মন পাৰিলে মইনাক আপোন কৰি লোৱা। এই কাৰণেই কৈছে অভিনয়তে তোমাক ইমান ভালকৈ মইনাই বুজিছে তুমি তোমাৰ মন মইনাৰ এই অভিনয়টি এবাৰ চোৱা আৰু এবাৰ ভবা মইনা কাৰো নহয় কেৱল মনৰ। ঈশ্বৰক ৰ্পথণা কৰিছো মইনা কেৱল মনৰ হয়।
@PriyankiBorah-iy5dr
@PriyankiBorah-iy5dr 11 месяцев назад
Mon r gf asei already
@axom_gautam
@axom_gautam 9 месяцев назад
​@@PriyankiBorah-iy5dr🤔🤔 21:10
@PriyankiBorah-iy5dr
@PriyankiBorah-iy5dr 8 месяцев назад
Instra t asil
@rumirajbongshi941
@rumirajbongshi941 6 месяцев назад
তুমালোকৰ অভিনয় ধুনিয়া হৈছে আগুৱাই জোৱা ❤❤
@haflongdimahaso7226
@haflongdimahaso7226 10 месяцев назад
A . C mona and mon very very good flim. God bless you
@sunugogoi8028
@sunugogoi8028 Год назад
My favourite Sai pallavi ❤️❤️😊
@bhubanchetry7588
@bhubanchetry7588 Год назад
Sam❤
@birajbora7322
@birajbora7322 8 месяцев назад
Sem
@BiswajitBorman12
@BiswajitBorman12 7 месяцев назад
Same ❤
@bahrulali9350
@bahrulali9350 Месяц назад
Umm moru ❤❤
@DR-zz6mn
@DR-zz6mn Месяц назад
😂😂😂😂😂😂😂😂😂😂😂😂😂
@chitrapegu2691
@chitrapegu2691 Год назад
আপোনা জোৰা খুব সুন্দৰ কৈ মিলিছে যদি সঁচাকৈ বিয়া খন হৈ বহুত বহুত ভাল লাগিব। আৰু আপোনালোকৰ strot film বোৰ বহুত বহুত ভাল লাগলে আৰু বহুত strot film চাই কিন্তু এনেকুৱা নহয় আপোনালোকৰ film খনত কিবা এটা ৰহস্য আছে। আৰু নো কি কম কবলে একো ভাষা নাইকিয়া হয়ছে ইমানে ভাল লাগে আপোনালোক দুজনক, সচাকে যদি আপোনালোকৰ বিয়া হয় বহুত বেছি ভাল লাগিব ❤love you duijonoke
@bikashkonwar4669
@bikashkonwar4669 8 месяцев назад
বহুত মৰম লগা তোমালোক দুয়োকে একেলগে খুব ভাল লাগিব, অকল ভাল লগাই নহয় বুজাবুজি, কথা পতাৰ ধং, মৰম স্নেহৰ পৰা আদি কৰি গোটেইখিনি qualityআছে। বাস্তৱ জীৱনত তোমালোক দুইটাকে একেলগ হোৱাৰ কামনা কৰিলো।❤🥰
@DebashisSaikia-ih7hi
@DebashisSaikia-ih7hi 6 месяцев назад
Hosakoi apunalukor acting bur bohut dhuniya lage ,agoloiku anakoi bonai jabo 🙏🙌
@MainuGogoi-ol9qr
@MainuGogoi-ol9qr 6 месяцев назад
বহু ত ভাল লাগে তোমালোকক❤
@JunaliphukonJunaliphukon-hf4wb
সঁচাই তোমালোক দুয়োটাকে বহুত ভাল লাগে,আগুৱাই যোৱা,😘😘
@PriyangshuGogoi-v8k
@PriyangshuGogoi-v8k Год назад
দাদা তোমালোকৰ অভিনয় চাই ভাল লাগে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আৰু আগুৱাই যোৱা। যোৰহাটৰ পৰা মৰম জাচিলো❤❤❤
@aaisu_1657
@aaisu_1657 Год назад
সদায় এইদৰেই আগুৱাই যোৱা ❤
@HimadriRabha-f7z
@HimadriRabha-f7z Год назад
বন্ধুত্ব ৰ পৰাই প্ৰেম হয় দাদা আৰু বাইদেউ ❤️‍🔥❤ আৰু আপোনালোকক দুয়োকে বহুত ভাল লাগে মোৰ 😍❤️‍🔥 ....
@lakhirammili
@lakhirammili 9 месяцев назад
দাদা আপোনালোকৰ অভিনয় চাই ভাল লাগিছে এই কাৰণে কমেন কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আগুৱাই যোৱা মাজুলীৰ পৰা মৰম জাচিলো❤❤❤ বহুত ভাল লাগে চাই
@dibyadas5211
@dibyadas5211 Год назад
তোমালোকৰ জোৰা কিন্তু মজা মিলিছে ,,,,,, মজা হ'ব যদি সচাঁ কৈ বিয়াখন হয় গৈ,,, জুই 🔥🔥🔥😊
@BinudDas-l8b
@BinudDas-l8b 7 месяцев назад
Moina ba tumak aru mon dadak mur bhut val laga plz number tu diba kunuba atar dile hol number tu plz dada
@SajibMadar
@SajibMadar 6 месяцев назад
Nombar . Yes 👍
@lakshiprabhapatar8137
@lakshiprabhapatar8137 24 дня назад
Hoi kintu dai mone kthai koisa tmiu
@Mousumi___
@Mousumi___ Год назад
ভাল পোৱা আৰম্ভণি বন্ধুত পৰাই হয় ❤ । আপোনাক দুয়োটা সদায় এক হোৱা 2 এ বিচাৰোঁ।
@prity387
@prity387 Год назад
বন্ধুত্বৰ পৰাই প্ৰেম হয়❤️🤗
@MuslimaliMuslimAli-qm9vk
@MuslimaliMuslimAli-qm9vk Год назад
Mojja
@RB-ze4tw
@RB-ze4tw Год назад
Khosa😅
@drvlogs3828
@drvlogs3828 Год назад
Akdom hosa kotha .. lahe lahe hoi jabo ru
@Nobyakishor
@Nobyakishor 11 месяцев назад
Heitu mur logot he nohol😭😭💔💔
@--venm--
@--venm-- 10 месяцев назад
Hosa kotha kela... Matha bea hoi jai ❤ ei bostu tu ebar huar pasot
@DebajitsonowalDebajitsonowal
@DebajitsonowalDebajitsonowal 7 дней назад
দুয়োজনে ভাল অভিনয় কৰিছা ।❤ বহুত ধুনীয়া আশীৰ্বাদৰ থাকিল।❤ ডিব্ৰুগড় পৰা মৰম জাচিলো💝💝🔥🔥
@axomiya_reels_axomiya99
@axomiya_reels_axomiya99 9 месяцев назад
সঁচাকৈ ভালে পোৱা আছে দুয়োটাৰ মাজত ❤
@SanjipPagag
@SanjipPagag Год назад
সচাকৈ বহুত ভাল লাগিল মোৰ কাৰনে হাহি এটি movi টো।♥️♥️ আনৰ কাৰনে নাজানো। Akangkhiya বাই আপুনি সচাকে Scooty চলাব নাজানা নেকি ।😜😜 কিন্তু আপুনাক মোৰো ভাল লাগে ।🥰🥰কিছু acting বহুতত ভাল লাগে আৰু মন মইনা চেকেন পাতটো অলপ সোনকালে reels কৰি দিব। চাবলৈ মন গৈচু আৰু আপোনালোকৰ দুটাই সদায় এনেকৈ মিলি থাকিবা ভাল লাগে।❤❤❤❤❤❤❤❤❤❤
@Plabitakonwar-y9m
@Plabitakonwar-y9m Год назад
খুব ক'ম সময়তে আপোনালোক মোৰ বহুত ভাল লগা হৈ পৰিল.চৰাইদেউৰ পৰা মৰম পঠালো❤️
@indibrkonwar5470
@indibrkonwar5470 Год назад
সচাকৈ বহুত ভাল লাগিলে আৰু আগলৈ আগ বাহি য়াই তাৰে কামনা কৰিলো আপোনা লোক সদাই যে এনে দৰেই থাকে সকলোয়ে বিচাৰিছে আপোনালোকৰ বন্ধুত্ব সম্পকটো প্ৰেমৰ হোৱাটো হলে সচাকৈ বহুত ভাল হব কাৰণ আপোনালোকৰ মাজত বুজা বুজি আছে কাৰণ আপোনি যদি আপোন জনৰ কথা বুজি পাই সকলো পোৱা যে লাগিব ❤❤❤❤ আকৈ এবাৰ মৰম যাচিলো 🔥🔥🔥🔥🔥🔥🔥❤️❤️❤️
@litulgogoi5889
@litulgogoi5889 2 месяца назад
দুয়োজনে ভাল অভিনয় কৰিছা৷ভাল লাগিছে৷উজ্বল ভৱিষ্যত কামনা কৰিছো৷দুয়োজনে একেলগে আগবাঢ়ি যোৱা৷
@dhurbojyotimoran698
@dhurbojyotimoran698 6 часов назад
My favourite south hero ram pothineni ❤
@asharanibaruah5551
@asharanibaruah5551 Год назад
আপোনালোক দুইজনকে ভাল লাগে, অভিনয় ও ভাল লাগে। আপোনালোক দুইজনেই কৰিব একেলগে।❤❤
@monjitsharma5019
@monjitsharma5019 Год назад
সচাকৈ বহুত ভাল লাগিলে ।এটা কথায়েই কও কেতিয়াও সলনি নহবা সদাই এনেকেই থাকিবা ।ৰাইজে চাই ভালপোৱাটোৱেই আশিবাদ তোমালোকৰ কাৰণে ।সদাই আগবাঢি যাওক শুভকামনা থাকিলে 💐💐💐💐।🫡🫡🫡🫡🫡🫡🫡
@sprprankstar1756
@sprprankstar1756 Год назад
নহও দাদা🥰
@AbShortsStore_
@AbShortsStore_ Год назад
No bollywood. .only south lover... Allu Arjun 🔥🔥
@bavrogaming6104
@bavrogaming6104 Год назад
Sm 2 u
@assamboys8829
@assamboys8829 Год назад
Yhhh bro 🙌💯
@trishnagogoi-jp7mc
@trishnagogoi-jp7mc Год назад
one of my all time favorite actor only Allu Arjun ❤😊
@bdas2201
@bdas2201 Год назад
Allu Arjun lover moio one and only allu arjun
@bdas2201
@bdas2201 Год назад
Ghour kout apunar
@gogoiaircel1386
@gogoiaircel1386 12 дней назад
তোমালোকৰ অভিনয় বহুত ভাল লাগে। একেবাৰে নিভাজ খাতি। বহুত ধুনীয়া আৰ্শীবাদ থকিল আগুৱাই যোৱা
@RunikaRamchiary
@RunikaRamchiary 2 месяца назад
ভাল লাগিল টোমালুককক সঁচাকৈ ইমান ধুনীয়া অভিনয় ❤
@paparianjanaofficial4086
@paparianjanaofficial4086 Год назад
ইমান ধুনীয়া অভিনয় সঁচাকৈ ❤️❤️ মন মুহি দিলে মোৰ।
@দীপজ্যোতিগগৈ
ভৱিষ্যতৰ দিন বোৰ উজ্বলি আহক ❤❤❤
@mituhazarika7911
@mituhazarika7911 Год назад
সঁচাকৈয়ে " মন মইনা " আৰু " হাঁহি এটি " দুয়োখনেই সৰ্বাঙ্গসুন্দৰ চুটি ছবি..দুয়োজনৰে অভিনয় শৈলী অতি সুন্দৰ..এইদৰে দুয়োজন অভিনয় ক্ষেত্ৰখনত সবল খোজেৰে আগুৱাই যোৱা..তোমালোক দুয়োজনৰ লগতে তোমালোকৰ দলটিৰ সকলোলৈকে অলেখ-অযুত শুভকামনা..তোমালোক দুয়োজনকে পৰমপিতা পৰমেশ্বৰে অনাগত দিনত দৃঢ়তাৰে আগুৱাই যাৱলৈ শক্তি দিয়ক আৰু দীৰ্ঘায়ু কৰক..আৰু বিশেষ নকওঁ তোমালোকৰ ভাল হওঁক..তোমালোক আমাৰ ভৱিষ্যত..তোমালোক আমাৰ গোলাঘাটৰ তথা অসমৰ গৌৰৱ..❤❤🎉🎉
@sprprankstar1756
@sprprankstar1756 Год назад
বহুত বহুত ধন্যবাদ ❤️🙏❤️
@BireswarRabha-e9e
@BireswarRabha-e9e Месяц назад
Sagar moi tumr jimn video ase sobei sau aru Sai bohut bohut vl Lage --mur msge buror reply diba buli asha thakil abr hileu
@JyotiprasadDas-g8l
@JyotiprasadDas-g8l 2 дня назад
Dada aru baa jonik bohut val lage mur vale thakiba dada aru baa ❤️❤️👌👌
@HidarthoChangmai
@HidarthoChangmai 3 месяца назад
সঁচাকৈ বহুত ভাল লাগিল তোমালোক দুয়ো জনকে আৰু এটা কথা কিন্তু মন আৰু মইনা হে দেই❤❤❤❤❤❤❤
@ankur00121
@ankur00121 Год назад
Bhut bhut besi morom tumalukoloi... Aguai jwa aruuu... God bless you all..❤
@pranabjyotihazarika7145
@pranabjyotihazarika7145 Год назад
সঁচাই বহুত ভাল লাগিল দেই, দুয়ো ভাল মিলিছে কিন্তু ❤
@SibaniRay-y4u
@SibaniRay-y4u Год назад
ভাল পোৱাৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয় দাদা...😊❣️
@ayushgamingclubassam9641
@ayushgamingclubassam9641 Год назад
Jegat disa kintu bondhur pora ai prem hoi
@aruppatar6060
@aruppatar6060 Год назад
Right 👍❤❤😊
@rahulvidoesab
@rahulvidoesab День назад
My favourite actress sai pallavi ❤
@AbhishekBaghuwar
@AbhishekBaghuwar Месяц назад
দাদা আৰু বা আপোনালোকৰ এক্টিং সঁচাকৈয়ে লেখত লব লগীয়া। আপোনালোকৰ video বোৰ বহুত ভাল লাগে । এনেকৈয়ে আগুৱাই যাওঁক । আপোনালোকৰ সপোনবোৰ ঈশ্বৰে নিশ্যই পূৰণ কৰিব❤❤
@jyotirmoyrabha9820
@jyotirmoyrabha9820 Год назад
Perfect duo..... Nice acting.... Waiting for Mon Moina next part......🎉🎉🎉🎉
@SabalsingKaman
@SabalsingKaman Год назад
ইজনে সিজনৰ লগত সুবিধা জনক তেন্তে সম্পৰ্ক হোৱা টো মই কামনা কৰো।, সকলোৱে কয় বন্ধুত্বৰ পৰাহে প্ৰেম হয় বোলে I want both of u are Couple❤❤❤❤
@sprprankstar1756
@sprprankstar1756 Год назад
Thank you 😊 but mur ejoni hosakoi moina ase 😊
@Ankitaborsaikia1758
@Ankitaborsaikia1758 9 месяцев назад
Why moina is very cute❤❤❤❤
@BireswarRabha-e9e
@BireswarRabha-e9e Месяц назад
Tumr moina jonir naam tu photo akhon diba buli.tumr pora asha thakil
@chikkibornaliatoz4655
@chikkibornaliatoz4655 Год назад
সৌৰভ ল'ৰাটো বৰ অমায়িক। তোমাৰ সৰলমনা মনটো আৰু কামবোৰে এদিন তোমাক বহুত আগবঢ়াই লৈ যাব।❤❤
@sprprankstar1756
@sprprankstar1756 Год назад
ধন্যবাদ জনাইছোঁ আপোনাক🙏❤️🙏
@nirmolia3126
@nirmolia3126 8 месяцев назад
Moi bohut pasot saisu mon moina video2, but bohut bohut val lagil sai. Bohut val acting, directing sob. Emaan kom boyokhote bohuut val kam korisa. G B You.. Specialy moina jonir acting superb👌👌
@rupjyotiboruah9223
@rupjyotiboruah9223 20 дней назад
মন আৰু মইনাৰ জাতে video viral হৈ যায় মজা video বনৱা দেই 👍👍❤️❤️❤️❤️❤️❤️❤️
@anujgogoi904
@anujgogoi904 Год назад
তোমালোক দুইজন যে প্ৰেমিক প্ৰেমিকা ।সেইটো সকলোৱে জানে 😅। মইও জানো ফাকিটো নো কিয় দিচা বাৰু । একো নাই সদায় ভাল ভাল কাম কৰি যোৱা best of luck ❤ love from golaghat ❤
@troilukyadewraja2430
@troilukyadewraja2430 6 месяцев назад
Right koisaa
@SibaGorh-p6y
@SibaGorh-p6y 7 дней назад
are nothing. Filemdeba 🐩
@rimpumoran6322
@rimpumoran6322 Год назад
বহুত ভাল লাগে তোমালোক দুই জনক love you ❤
@Misstinakhibora
@Misstinakhibora 10 месяцев назад
Mon moina tumak dhekhibole dhuniya mane jui❤❤
@HiraMalakr
@HiraMalakr 7 месяцев назад
Tumalok duyotak bohut vl lageh anekeh doyotai real life t aguwai juwa aru love story bilakt blg suwali nanibah moina bak vl lageh tmr lgt aru moina bohut cute hoi❤❤️💞
@MinakshiDas-pi7iq
@MinakshiDas-pi7iq 11 месяцев назад
তোমালোকৰ অভিনয় চাই বহুত ভাল লাগে। তোমালোক আৰু আগুৱাই যোৱা তাৰ কামনা কৰিছো।
@AspirantsAxom2024
@AspirantsAxom2024 Год назад
আকাংক্ষাক খুব ভাল লাগে😢
@ultimatecreation....
@ultimatecreation.... Год назад
বহুত ভাল লাগিল ক’বলৈ একোয়েই নাই ৷ মুঠতে দিত্বীয় খণ্ড লাগে 😢 plz, ❤❤
@Dhunu7_0chngmai
@Dhunu7_0chngmai Год назад
Relationship hodaii friendship aru dada-vnti pra a aromvo hoi 😊😊akha koru tumaluk mon❤moina hodai ake loga thaka🥰🥰
@dhirajdas4288
@dhirajdas4288 7 часов назад
বা অপেক্ষা খন ছাই বহুত ভাল লাগিল
@rupeswarsaikia430
@rupeswarsaikia430 2 месяца назад
বাস্তৱত যুগ্ম জীৱনলৈ আশাৰে বাট চালো দেই,ঈশ্বৰে মংগল কৰক !
@pulingogoi2485
@pulingogoi2485 Год назад
দুয়োৰে প্ৰেমত পৰিছা😊 মিছাকৈ কিয় কৈছা 😊😊
@freakin_biker
@freakin_biker Год назад
Salute for you both❤😊
@herodutta85
@herodutta85 Год назад
ইমান ধুনীয়া অভিনয় 🎉🎉🎉❤❤
@monjitborah4270
@monjitborah4270 11 месяцев назад
😮😮
@arabha3116
@arabha3116 25 дней назад
লৰা আৰু ছোৱালী বন্ধুত্ব কোনো দিনে জীয়াই নাথাকে। ই প্ৰেমৰ ৰূপান্তৰ হবই লাগিব। যি কি নহওঁক বহুত ভাল লাগে তোমালোকৰ অভিনয় বৰ ❤❤
@KamanAao
@KamanAao 13 дней назад
Same my favourite Sai Pallavi
@tinaaxom466
@tinaaxom466 Год назад
আগুৱাই যোৱা জয় চুঙাজান
@Biikash13
@Biikash13 Год назад
Sai pallavi Moro favourite actress ❤❤❤
@sprprankstar1756
@sprprankstar1756 Год назад
💕
@bornalisaikia7372
@bornalisaikia7372 Год назад
খুউব সুন্দৰ অভিনয় কৰিছা দুয়ো। আগুৱাই যোৱা।
@rantugogoiofficial2770
@rantugogoiofficial2770 8 месяцев назад
সচাঁকৈ তোমালোকৰ ভাল লাগে আগতে এনেকুৱা পোৱা নাছিলো এই এখন্তেক হাঁহি এখন্তেক দুখ সহজ ভাষাত জুই bro and sis, 💞💚💚💛👌🔥 love from dibrugarh
@trishnagogoi8250
@trishnagogoi8250 10 дней назад
Tumalukor video sai bohut val lagil sai tumaluk hodai aguai juwa dada aru baa❤❤❤❤
@Zubeenaxom-cy8ft
@Zubeenaxom-cy8ft Год назад
Wetting for next part ❤️
@sonalidmry927
@sonalidmry927 Год назад
Waiting for next part ❤️🥰
@SANJEEBYT
@SANJEEBYT Год назад
বহুত ভাল লাগে আপোনালোকৰ ভিডিওবোৰ চাই 😍😍❤❤❤
@himanideka6765
@himanideka6765 9 месяцев назад
@SumibaruahBitupan
@SumibaruahBitupan 3 месяца назад
অ দাদা তোমা লোকে অভিনয় ধুনীয়া কৰা
@-nakalakrishtiassam1344
@-nakalakrishtiassam1344 9 месяцев назад
সচাকৈ, মই তেনেকৈ Short ফ্লিম চালেও শেষৰ লৈকে চায় সমাপ্ত কৰি দিয়া নাছিলোঁ। কিন্তু তোমালকৰ ছবি চায় আৰু চাবলৈ মন গৈ থাকিলে। তোমালোকৰ কাহিনী,অভিনয় বিশেষকৈ (voice)কণ্ঠ দুয়োজনৰে বহুত বহুত ধুনীয়া, আগবাঢ়ি যোৱা এনেদৰে। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।🎉🎉
@nilimakash
@nilimakash 7 месяцев назад
তোমালোক অভিনয় চাই বহুত ভাল লাগিছে ।আগুৱাই যোৱা আৰু ।❤❤
@biswajitmoranbiswajitmoran5259
সকলোকে ভাল লাগে মোৰ কিন্তু মইনা বাক বহুত ভাল লাগে ❤❤❤❤❤
@kankanaborgohain1116
@kankanaborgohain1116 Год назад
Shine on guys ❤️✨
@manashjyotigogoi5378
@manashjyotigogoi5378 Год назад
সৌৰভ, আকাংক্ষা.....তোমালোকৰ অভিনয় চাই সঁচাই বৰ আপ্লুত হʼলো দেই। তোমালোকলৈ অশেষ শুভকামনা যাচিছোঁ ও ভৱিষ্যত‌‌ উজ্জ্বল কামনা কৰিছোঁ।🌈✨
@sprprankstar1756
@sprprankstar1756 Год назад
ধন্যবাদ🙏❤️🙏
@poreshdutta8074
@poreshdutta8074 Год назад
❤😊
@Parinitadas-n3s
@Parinitadas-n3s 19 дней назад
Tumalukor video bur sai bohut vall lage aitu baa sobot koi besi vall lage🎉🎉❤❤
@SonilBoro-ty2fr
@SonilBoro-ty2fr 7 месяцев назад
অৰজোন কিবা এটা ভাল লাগে। ছোৱালী জনীক কো ভাল লাগে বাই।❤❤❤❤🎉🎉😂😂😅😅😅
@SonilBoro-ty2fr
@SonilBoro-ty2fr 7 месяцев назад
পলৱী কো ভাল লাগে❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@tuhikakoch909
@tuhikakoch909 Год назад
1m views in 12 days congratulations🎉
@BirkhangBoro_125
@BirkhangBoro_125 Год назад
Handsame ❤ Aru Beautiful ❤️ 😍
@tbcreationaxom
@tbcreationaxom Год назад
Love from nalbari ❤
@pranabpayun2926
@pranabpayun2926 10 месяцев назад
এদিন লগ পামা দাদা❤❤❤ love from Majuli । আৰু মন মইনা চাই ভাল লাগিছে। Next level ❤❤❤❤❤❤
@RakhiPatar-w3z
@RakhiPatar-w3z 2 месяца назад
বহুতো বেছি ধুনীয়া লাগিছে মন মনাৰ ❤❤❤❤
@jeemonigogoi3455
@jeemonigogoi3455 Год назад
❤baa dada tumaluk eman morom loga 🥰 Bohut val lagile mon moina short film khon sai ❤ bohut dhuniya acting korisa tumaluke 😊❤agloiu anekua dhuniya acting kori jaba❤ 2nd part tu hunkale diba❤ Aru tumaluke jodi hosakoi couple hoi jua bohut val lagibo❤😊 tumaluke relationship t ahi jua❤ Val lagile video tu sai cute cute baa dada❤🤗 Love from dhemaji silapathar ❤❤
@laptuiom
@laptuiom Год назад
Next part lageee joldi😭🤙
@cboy1vlog1616
@cboy1vlog1616 Год назад
Very nice next part moina shots video 🎉🎉
@Gogoirimpi
@Gogoirimpi 6 месяцев назад
Tumalukok hosake bohut val lage,,,, film khon sai sokupani ulai goisil,,short film khont obhinoi bur duniyak korisa bohut val lagile😌
@rimpibhuyan5698
@rimpibhuyan5698 7 месяцев назад
তোমালোকৰ আৰু shart film কেতিয়া চাব পাম। মানে তোমালোকে যিমান খিনি shart film কৰিলা মই গোটেই চালোঁ।❤❤😊😊
@kiran__moyee__
@kiran__moyee__ Год назад
Best wishes to you ❤🎉... Hodai anedore agbahi jua...
@ajijulali5333
@ajijulali5333 Год назад
Bohut val lage apunar video 🎉❤
@dhanjitsaikia4652
@dhanjitsaikia4652 Год назад
Bht val lgil bro ... Waiting for next part .... Sowali joni bht val lge ..❤️
@bubulchamuah7846
@bubulchamuah7846 8 месяцев назад
Really acting ne real life dharibai nuwari. Hiday sui juwa Abhinay. Bar bar Sai o Amani nalage.pabha juwa navangiba.congs for upcoming videos.
@user-bb6mf3is5s__
@user-bb6mf3is5s__ 9 месяцев назад
Mon da aru moina ba tumalukr sot filim sai bohut val lagisil mur falr pra tumalukk bohut hubsa jnalu mon da aru moina ba ❤❤🎉
@bimanbora11
@bimanbora11 Год назад
কিবা এটা ভাল লাগে তোমালোকৰ ভিদিঅ টো ছাই কিন্তু কি ভাল লাগে নাজানো❤❤❤
@axomsimon9059
@axomsimon9059 Год назад
Always suport for you brother and sister... Love from dubai...
@Prabhatjyoti-k9q
@Prabhatjyoti-k9q 9 месяцев назад
ভাল লাগিছে আপোনা লোকৰ অভিনয় চাই sorupotar gan❤
@JagadishDeka-i7m
@JagadishDeka-i7m Месяц назад
বহুত ভাল লাগিল video টো চাই ❤❤❤🎉
@GJChutia
@GJChutia Год назад
Akangkhya is really so amazing. Dil aagya aap pe😊
@TheActingJourney
@TheActingJourney Год назад
আচৰিত মই ভিডিঅ টো ইনেই অলপ চাও বুলি ভাবিলো চাওঁতে চাওঁতে ইমানে ভাল লাগিল যে গোটেই ভিডিঅ তোকে চাই পেলালোঁ, আৰু আগুৱাই যোৱা 🎉❤❤ আমাৰ সকলোৰেই মৰম তোমাৰ লগত আছে ❤
@adityaneog6974
@adityaneog6974 Год назад
তোমালোকৰ কাহিনী চাই বহুত ধুনীয়া লাগিছে ভাইতি ভন্টি
@MainaGogoi-kh3sl
@MainaGogoi-kh3sl Год назад
Mur favourite tumaluk 2jon sagor daa tmr smile tu bhut cute bhut vl lge tumaluk hodai agbahi juwa..❤tat koiu besi vll lgise moina baa mur nam u moina ❤❤❤love you 2jon dada baa❤😊
@semimsultana3323
@semimsultana3323 Год назад
Waiting next part ❤
@pranjalhazarika7547
@pranjalhazarika7547 Год назад
Relationship best friend r porai start hoi, sometimes 😊, keep it up, thanks for read my comment, and I really want to see both of you like couple, love you guys ☺️
@sprprankstar1756
@sprprankstar1756 Год назад
Sorry dada kin2 mur beleg ejoni moina ase😊🙏
@dipamoni2313
@dipamoni2313 Год назад
Ki kua dada😊
@lokhimonibaruah8195
@lokhimonibaruah8195 Год назад
​@@sprprankstar1756😢 tumaluk duijon k besi vl lage ❤️
@dipamoni2313
@dipamoni2313 Год назад
Umm re dutaku milise 😊kin2 ki hub dadar moina beleg ase 😌
@ayanststatus1831
@ayanststatus1831 11 месяцев назад
নহয় o তাই a হৈ moina blk kunu নহয়
Далее
Собираю Маню к осени ✨
00:48
Просмотров 599 тыс.
New short film coming soon gyz
10:16
Просмотров 119 тыс.