Concept: It seems that we, humans have forgotten the love of God and have started to trust on things our hands have made rather than trusting in our Creator. The present day phenomena shows that peril and miseries strike our world every now and then, causing extinction of many lives. Unless we are given God's grace and mercy, live is not possible to go on. So, we should trust in God rather than trusting on the this human hands have made.
**************************
Lyrics:
Ch,
জোনাক দেশত বসতি কৰা তুমি
তুমাৰ নয়নে ধৰনীত দিয়ে প্ৰসৰি
অভিলাসি জীৱনৰ বান্ধোনত
আছো যে বন্দী হৈ আন্ধাৰৰ শিকলিত
দয়া সাগৰ তুমি, নিস্থা জীৱনৰ
নিস্বাৰ্থ প্ৰীতি দিয়া
লোৱা সাবতি মানৱ জাতিক তুমি
তোমাৰ অনুগ্ৰহ প্ৰীতিৰে।
1:
মৰম তোমাৰ গ'লে পাহৰি,
কেনি আতৰিলে মানৱ জাতি,
অহ্কাৰী প্ৰানী অভিমানী
আপোন জ্ঞানতেই গৰ্ব কৰে,
দীনহীন আমি পাপী প্ৰানি
যোগ্য নহ্ও তোমাৰ প্ৰীতিৰে,
তোমাৰ অনুগ্ৰহ ক্ষমা অবিহনে
নোৱাৰো জীবলৈ পৃথিৱীত,
চেনেহৰ হাতেৰে নললে আকোঁৱালি
হেৰাইজাম আন্ধাৰ অৰণ্যত।
2:
কলা ডাৱৰে সানিছে আকাশ
মহামাৰীয়ে চুইচে ধৰনী,
কাহানি বুজিব মানৱ জাতি
সেই ফেৰেঙনিৰ প্ৰেমৰ বানী,
আলসুৱা তোমাৰ বুকুতে
পাৰি দিয়া না শান্তিৰ দলিচা,
সত্যৰ পথেৰে প্ৰেমৰ বানীৰে
আগুৱাই নিবা সেই অনন্তত,
সেই উৎসৰ্গ, চেনেহৰ শুশ্ৰূষাৰে
উদ্ধাৰিবা পাপী মনুষ্যক।
***************************
Lyrics, Tune and Vocal: #Michael
Narzary
Music:. #Amar Boro
Special Thanks to..
Lukash Basumatary.
Please don't re-upload, but share if you like.
Copyright reserved to the producer only.
5 сен 2024