Тёмный

Bane Dhuwa MAJULI | Rupam Borah | Rakesh Gogoi | Dipkesh Borgohain 

AC MULTIMEDIA
Подписаться 2,2 млн
Просмотров 1,9 млн
50% 1

AC MULTIMEDIA Label Released "Bane Dhuwa MAJULI" Assamese Song
Singer - Rupam Borah
Music - Dipkesh Borgohain
Lyrics & Tune - Rupam Borah, Rakesh Gogoi
Mix Mastering - Diganta Bordoloi
Flute - Anjan
Producer - Junak mouchumi
Audio Recording At Rk Digitel Raj Uttam (Balighat)
Director - Sankha Protim
Editing - Biman Baruah Axomiya
Cinematography - Pallab Maina
Special Thanks - Manoj Borah, Karuna Borah, Binood Gowala, Akash Nibir, Manashi Kalita Borah, Bhaskar Dipta Chironjit Gogoi Jaydeep Tanti
#Bane_Dhuwa_Majuli
Lyrics :
বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
খাটি খোৱা মানুহৰ জানো আশা নাই
প্ৰতাৰনাৰ ঠেলা হেঁচাই জিয়াটো ভোগাই
ৰাজনীতি নকৰিবি বৰমূৰীয়া
আমাৰ বাবেই তহঁত আজি ৰাজঘৰীয়া
ৰাজনীতি নকৰিবি বৰমূৰীয়া
আমাৰ বাবেই তহঁত আজি ৰাজঘৰীয়া
নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বা
নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বা
বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
ধেমাজি কি লখিমপুৰ বানত বুৰি যায়
বগী নদীৰ পকনিয়াই সপোন ভাঙি যায়
জীয়া ঢলে বাৰে বাৰে কৰে অসহায়
আমাৰ কথা ভাবিবলে কাৰো সময় নাই
বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ
প্ৰলোভনৰ বাদে আমি কিনো বাৰু পাওঁ
বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ
প্ৰলোভনৰ বাদে আমি কিনো বাৰু পাওঁ
নথগিবি দেই আমাক দিলোঁ সকীয়াই
নথগিবি দেই আমাক দিলোঁ সকীয়াই
বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
উটি গল পথাৰৰে সোন গুটি
ভাগি গল মানুহৰে মন আজি
উটি গল পথাৰৰে সোন গুটি
ভাগি গল মানুহৰে মন আজি
কোনে নো চাব
কোনে বুজি পাব
কিমানৰ বুকু উকা হৈ ৰব
চকুলো কিমান টুকিব
দুখ বোৰ কিমান সহিব
🔴Subscribe Us : bit.ly/2SAwoNZ
🔵Contact Us On Fb : bit.ly/2DCMMD7
🔵Contact Us On Instagram : bit.ly/2TNjIQb
🎧This Songs Is Also Available On ⏸️
◾ACMultimedia
◾Saavn
◾JioMusic
◾iTunes
◾Gaana
◾Hungama
◾Wynk
◾Instagram
◾Facebook
◾Google Play
◾RU-vidMusic
◾Amazon Music
◾Pandora
◾Spicytuneapp
◾Deezer
◾Tidal
◾Napster(beta)
◾iHeartRadio(beta)
◾Anghami(beta)
◾KKBox(beta)
◾MediaNet
◾ClaroMúsica and 150+ smaller outlets.
🔴◾◾◾ Thanks ◾◾◾🔴

Опубликовано:

 

8 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2,1 тыс.